• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, May 23, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

অভিভাৱক সকলৰ বাবে যৎকিঞ্চিৎ

-মৌচুমী ফুকন

by Anjan Sarma
June 18, 2021
in Opinion, Special Report
Reading Time: 1 min read
0
girl painting eggs for easter party

Photo by Mikhail Nilov on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-মৌচুমী ফুকন |

দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈকে বিভিন্ন অভিভাৱকৰ লগত তেওঁলোকৰ অসুবিধাবোৰ, তেওঁলোকৰ সমস্যাবোৰ আলোচনা কৰো। তাৰে মাজত এনে কিছু অভিভাৱক লগ পাও যি নিজৰ সন্তানটিক লৈ বহু বেছি সংবেদনশীল,সৰু সৰু বিষয়বোৰ লৈ বহু চিন্তা কৰে, কিছুমান এনে অভিভাৱক পাও যি বিষয়বোৰ সাধাৰণভাৱে লয়, কিছুমানে হয়টো বেলেগে কি ক’ব বা ঘৰখনৰ বাকীবোৰে কি ক’ব সেইবোৰ ভাৱি চিন্তি বহু বিষয় পিছুৱাই থয় তাৰে মাজত কিছুমান এনে অভিভাৱক আছে যি একো নাজানে আনকি তেওঁৰ সন্তানটি জন্মৰ তাৰিখটোও ( আগতে বহু অভিভাৱকে বহুকেইটা সন্তান থকাৰ বাবে জন্মৰ তাৰিখৰ মনত ৰাখিবলৈ অসুবিধা হৈছিল)।  তাৰ মাজতে এনে কিছু অভিভাৱক দেখিবলৈ পোৱা যায় যি প্ৰায় সকলো বিষয় জানে কিন্তু কৰবাত সময় মিলাব নোৱাৰি বা ডাঙৰ হ’লে ঠিক হ’ব সেই কথাবোৰ ভাৱি পিছুৱাই থাকে। সেই সকলোবোৰ অভিভাৱকক উদ্দেশ্য কৰি মই কেইটামান কথা এই লিখাটোত উল্লেখ কৰিব বিচাৰিছো।

RelatedPosts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

May 23, 2025
red translucent die on top of black surface

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

May 22, 2025
Hypertension the Silent Killer

Hypertension the Silent Killer

May 21, 2025

– শিশু এটি বাঢ়ি অহা সময়ছোৱাত শিশুটিক শিশুটিৰ মতে ডাঙৰ হ’বলৈ দিয়াটো ভাল।

–  Over Protective নোহোৱাতো সন্তানটিৰ কাৰণে ভাল

– সকলো সময়তে নকৰিবা,নাযাবা বা সি/ তাই নোৱাৰিব মই ভাত কেইটা খুৱাই দিও, কাপোৰযোৰ পিন্ধাই দিও তেনে কৰাটো শিশুটিৰ বিকাশৰ ক্ষেত্ৰত উচিত নহয়।

– যদি দেখিছে শিশুটিৰ বিকাশত অলপমান অসুবিধা হৈছে একদম সৰু অসুবিধাও যিমান পাৰে সোনকালে বিশেষজ্ঞৰ ওচৰত যোগাযোগ কৰিব।

– কেতিয়াও শিশুটিক আগৰ দিনৰ শিশুসকলৰ লগত তুলনা নকৰিব। এই ভূলটো প্ৰায়ে কৰা দেখা যায়। আগতে সাত বছৰ বয়সতো এটি শিশুৰ মাত ফুতিছিল। কিন্তু এতিয়া আমি সাত বছৰলৈকে ৰৈ থকাটো উচিত নহয়।

– যদি বিশেষজ্ঞই শিশুটিৰ বিশেষ কিবা অসুবিধাৰ কথা কয় বা বেলেগ কাৰোবাৰ লগত consult কৰাৰ কথা কয় দেৰি নকৰি সেই বিশেষ ব্যাক্তিজনৰ লগত আলোচনা কৰাটো ভাল। বহু অভিভাৱকে কয় যে ” আমাক সি/তাই সৰু হৈ থাকোতেই এবাৰ কৈছিল কিন্তু আমি অলপ ডাঙৰ হওক বুলি ভাৱিহে নেদেখুৱালো”। এইটো পৰাপক্ষত নকৰাকৈ থকাটো ভাল।

– শিশুসকলৰ কিছুমান অসুবিধাৰ ক্ষেত্ৰত Assessment কৰি থকাতকৈ  Intervention ত বেছি গুৰুত্ব দিয়াটো ভাল ( যেনে: কথা ক’ব নোৱাৰা বা দেৰিকৈ মাত ওলোৱা,সময়মতে শাৰীৰিক বিকাশ নোহোৱা ইত্যাদি)

– কিয়নো বহু সময়ত দেখা পোৱা যায় যে বহু অভিভাৱকে শিশুটিক Assessment কৰাই ঘূৰি ফুৰে ফলত  Intervention ৰ সময়সীমা কমি আহে – সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে যেতিয়া কিবা এটা অসুবিধা বা সমস্যা হয় সেইমতে তাৰ সমাধানও থাকে সেয়ে “ইমান সৰুতেইনো তাক/তাইক দেখাম নে অলপমান ডাঙৰ হওক” তেনে ধৰণৰ মনোভাৱ নাৰাখি সময়মতে বিষয়বোৰ আলোচনা কৰাৰ প্ৰয়োজন আহি পৰিছে। কিয়নো সমস্যাবোৰ ইমান ব্যাপকভাৱে বাঢ়ি আহিছে যে সময়মতে নকৰিলে সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত বহু বেছি অসুবিধা আহি পৰা দেখা পৰিলক্ষিত হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: শিশু
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
History

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

by Editor
May 23, 2025
0

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ অৰ্ধেন্দু নাৰায়ণ দেৱ অৰ্ধেন্দু নাৰায়ণ দেৱ ক্ষত্ৰিয় আন্দোলনেই আছিল ৰাজবংশী জাতি গঠন প্ৰক্ৰিয়াৰ...

Read moreDetails
red translucent die on top of black surface

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

May 22, 2025
Hypertension the Silent Killer

Hypertension the Silent Killer

May 21, 2025
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

May 21, 2025
অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

May 21, 2025
Revolutionizing Digital Security: The Transformative Power of Passkeys in Authentication

Revolutionizing Digital Security: The Transformative Power of Passkeys in Authentication

May 21, 2025
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d