• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 16, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

আজিৰ জনগণ স্বাস্থ্য বিমুখ

ডাঃ উম্মে বিলকিছ আহমেদ

by Anjan Sarma
November 2, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
আজিৰ জনগণ স্বাস্থ্য বিমুখ
Share on FacebookShare on TwitterShare on LinkedIn

–ডাঃ উম্মে বিলকিছ আহমেদ |

আজিৰ দিনত আমি অবিৰত মানুহৰ সমাগম চিকিৎসালয়ত হে দেখিবলৈ পাওঁ। আমি মানুহবোৰ চিকিৎসা কেন্দ্ৰিক হৈ পৰিছোঁ। আমি স্বাস্থ্য সম্পদ ৰক্ষা কৰি কেনেকৈ নিৰোগী হৈ থাকিব পাৰো তাতোকৈ বেছি ৰোগী হৈ চিকিৎসা লোৱাৰ ফালে বেছি মনোনীত হৈছো। মধুমেহ ৰোগ হোৱাৰ পাছতহে আমি ৰাতিপুৱা খোজ কাঢ়িবলৈ আৰম্ভ কৰিছো, যকৃতৰ অৱস্থা কাহিল নোহোৱালৈকে কিন্তু আমি সুৰাপান কৰা এৰা নাই, মুখৰ কৰ্কট ৰোগ হৈ আধাখিনি মুখ কাটি নেপেলোৱা লৈকে কিন্তু আমি ধপাত এৰা নাই, এনেধৰনৰ উদাহৰণ অগণন। আমি নিজকে নিৰোগী কৰি ৰাখিবলৈ অনুপ্ৰেৰণাৰ অভাৱত ভুগিব লগা হৈছে। ওৰে দিনটো আমি কম্পিউটাৰৰ সন্মুখত বহি, বাৰ্গাৰ, পিজ্জা জাতীয় fast food খাদ্যাভ্যাসত লিপ্ত, নতুবা weekend ত ওৰে ৰাতি পাৰ্টী কৰাত ব্যস্ত, নতুবা পৰীক্ষা আহি পালেহি বুলি ৰাতিপুৱা শুই উঠি পঢ়াতকৈ বেছি গুৰুত্ব ওৰে ৰাতি নিশাচৰ প্ৰাণীৰ দৰে পঢ়াৰ ফালেহে। পিছে আমি চিকিৎসকসকল আনক কেনেকৈ নিৰোগী হৈ থাকিব লাগে উপদেশ দি নিজে হয়তো সেইখিনি পালন কৰা নাই বা পালন কৰিবলৈ সময়ৰ অভাৱ ঘটিছে। মুঠৰ ওপৰত গোটেই বিশ্ব আজি প্ৰকৃতিৰ বিপৰীতে যাত্ৰা কৰিছে। 
আচাৰ্য্য সুশ্ৰুত (আয়ুৰ্বেদিৰ এজন বিশিষ্ট বৈজ্ঞানিক, ঋষি তথা আধুনিক প্লাষ্টিক চাৰ্জাৰীৰ পিতৃ (father of plastic surgery) তাহানিৰ কালতে (1200-600BC) স্বাস্থ্যৰ সংজ্ঞা ব্যাখ্যা কৰিছিল। তেওঁৰ মতে “স্বাস্থ্য হৈছে আমাৰ দৈহিক মৌলিক উপাদানৰ (বায়ু, পিত্ত, কফ) সাম্যতা, বিপাক তথা পাচন ক্ৰিয়াৰ সাম্যতা আৰু শাৰীৰিক গঠনৰ মূল উপাদানৰ (যেনে ৰস( body fluids/plasma), তেজ, মেদ, মাংস, অস্থি, মজ্জা আৰু শুক্ৰ) সাম্যতা, লগতে মলবৰ্জন প্ৰক্ৰিয়াৰ স্বাভাৱিক অৱস্থা আৰু ইন্দ্ৰিয়, মন আৰু আত্মাৰ প্ৰসন্ন ৰূপ। অৰ্থাৎ আমি ক’ব পাৰো যে স্বাস্থ্য মানে কেৱল শাৰীৰিক সুস্থতা নহয়, মানসিক দিশৰ কথাওঁ আঙুলিয়াই দিয়া হৈছে। আচাৰ্য্য সুশ্ৰুতৰ এই সংজ্ঞা আজিৰ দিনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰায় একে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্য মানে হৈছে “Health is a state of complete physical, mental and social well-being and not merely the absence of disease or infirmity.” আয়ুৰ্বেদ শাস্ত্ৰত স্বাস্থ্য ৰক্ষাৰ কাৰণে বিভিন্ন উপায়ৰ কথা বিস্তৃতভাৱে বৰ্ণিত আছে। যেনেকৈ দিনচৰ্যা মানে আমি শুই উঠাৰ পৰা শোৱাপাটী লোৱা লৈকে কেনেদৰে দিনটো কটাব লাগে তাৰ বিৱৰণ পোৱা যায়। সূৰ্য্য উদয়ৰ ৪৫ মিনিটৰ ভিতৰত (যাক ব্ৰহ্মমুহুৰ্ত বুলি কোৱা হৈছে) শুই উঠাৰ হিতৰ বিৱৰণ বা দুপৰীয়াৰ আহাৰত যে আমি দিনটোৰ আটাইতকৈ বেছি পৰিমানৰ আহাৰ গ্ৰহণ কৰিব লাগে বা ৰাতিৰ আহাৰটো কম পৰিমাণে গ্ৰহণ কৰিব লাগে ইত্যাদিৰ বিৱৰণ; লগতে প্ৰতেকটো ঋতু অনুসৰি খাদ্যাভ্যাস তথা জীৱন শৈলী পৰিচালনা কৰাৰ নিয়মাৱলী; নিজৰ বাসস্থানৰ জলবায়ু অনুসৰি খাদ্যাভ্যাসৰ পৰিৱৰ্তন ইত্যাদি বিস্তৃত ভাৱে বৰ্ণিত আছে। মুঠৰ ওপৰত আয়ুৰ্বেদ শাস্ত্ৰৰ মূলমন্ত্ৰ হৈছে “स्वास्थ्यस्य स्वास्थ्य रक्षणम्, आतुरस्य विकार प्रसमनम्” অৰ্থাৎ সুস্থ ব্যক্তিৰ শৰীৰৰ সুস্থ অৱস্থাৰ পালন কৰা আৰু অসুস্থ ব্যক্তিৰ ৰোগ নিৰ্ণয় কৰি তাৰ চিকিৎসা দিয়া। 
স্বাস্থ্যৰ সংজ্ঞা ইয়াতকৈ ধুনীয়া হ’ব পাৰেনে? মই আশ্বৰ্য্য হৈ ৰওঁ প্ৰত্যেক বাৰ এই সংজ্ঞাৰ বিৱৰণ পঢ়ি। আমাৰ ভাৰতীয় নিজৰ চিকিৎসা বিজ্ঞান কিমান চহকী, আমাৰ পৌৰাণিক কিতাপ সমূহৰ তথ্য খিনি কিমান ভাৱগধুৰ, আমাৰ ঋষি মুনি সকলোৰ চিন্তা ধাৰা কিমান বৈজ্ঞানিক হেয়া হয়তো আমাৰ কল্পনাতীত! আমি সকলোৱে আমাৰ ভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে আৰু লগতে এই বিজ্ঞান শাস্ত্ৰত নিৰোগী অৰ্থাৎ স্বাস্থ্যসম্পন্ন হৈ থাকিবলৈ যিখিনি দিনচৰ্যা, ৰাত্ৰিচৰ্যা, ঋতুচৰ্যা বা নিজৰ দৈহিক প্ৰকৃতি, বাসস্থান আদিৰ জলবায়ুৰ মতে খাদ্যাভ্যাসৰ বিৱৰণ আছে সেইখিনি পালন কৰি আমি প্ৰকৃতিৰ পৰা বিমুখে গতি নকৰি প্ৰকৃতি অভিমুখী হৈ থাকিলে ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ লগতে গোটেই বিশ্ববাসীয়ে চিৰনিৰাময়ৰ সুখ উপভোগ কৰিবলৈ সক্ষম হ’ব। অৱশেষত সকলোকে “ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস” ৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
(ডাঃ উম্মে বিলকিছ আহমেদ, এম্. এচ্ (আয়ু) প্ৰসুতি আৰু স্ত্ৰী ৰোগ)

RelatedPosts

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 16, 2025
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025
THE HERITAGE OF CAPTAIN HUNT

Unexplored Northeast: 10 Must-Visit Places in Assam & Meghalaya

July 15, 2025

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: fast foodআচাৰ্য্য সুশ্ৰুতস্বাস্থ্য
Anjan Sarma

Anjan Sarma

Related Posts

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood
Climate Change

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

by Kakali Das
July 16, 2025
0

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood Kakali Das Kakali Das Close your eyes for a...

Read moreDetails
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025
THE HERITAGE OF CAPTAIN HUNT

Unexplored Northeast: 10 Must-Visit Places in Assam & Meghalaya

July 15, 2025
RACHNA NATH from ASSAM Selected for Analog Astronaut Mission

Rachna Nath in conversation with Mahabahu

July 13, 2025
Deroi Tea: Brewing the next Tea Revolution with Carbon-Free dried tea

SURJYA & SUDARSHAN: Carbon-Free DEROI Tea Revolution from Assam!

July 12, 2025
A powerful musical tribute to Assam’s anti-witch hunting activist Birubala

A powerful musical tribute to Assam’s anti-witch hunting activist Birubala

July 9, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 16, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 16, 2025
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

July 15, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12804 shares
    Share 5121 Tweet 3201
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    597 shares
    Share 239 Tweet 149
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1620 shares
    Share 648 Tweet 405
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1282 shares
    Share 513 Tweet 321
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3232 shares
    Share 1293 Tweet 808
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5670 shares
    Share 2268 Tweet 1418
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2262 shares
    Share 905 Tweet 566
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    994 shares
    Share 398 Tweet 249
  • মিচিং সমাজ আৰু সংস্কৃতি

    2997 shares
    Share 1199 Tweet 749
  • ছাৰ ধীৰেন্দ্ৰ তালুকদাৰক সদায় পাই থাকিম ‘বজালীৰ শব্দকোষ’ৰ পৃষ্ঠাসমূহত

    104 shares
    Share 42 Tweet 26
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d