• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

আজি ২৪ ফেব্ৰুৱাৰী, অসমৰ বাবে এক ঘনঘোৰ ক’লা দিন

-জুমন বৰা

by Anjan Sarma
June 25, 2021
in History
Reading Time: 1 min read
0
আজি ২৪ ফেব্ৰুৱাৰী, অসমৰ বাবে এক ঘনঘোৰ ক’লা দিন
Share on FacebookShare on TwitterShare on LinkedIn

-জুমন বৰা |

মহাপৰাক্ৰমী আহোম ৰাজ শক্তিৰ সূৰ্যাস্ত তেতিয়া সমাগত । ডা-ডাঙৰীয়াৰ ক্ষমতা কেন্দ্ৰিক উচ্চাভিলাষে ৰাজ সিংহাসনক কঁপাই তুলিছিল । ৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৰিমাত কলংক সানি; স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সপোনৰ বৰ অসমৰ ভেটিত তেতিয়া এচাম ক্ষমতালোভী বিষয়াৰ স্বাৰ্থ সিদ্ধিৰ কচৰত । তাৰে পৰিণামত, ঔৰংগজেৱৰ দৰে প্ৰতাপী মোগল বাদশ্বাহে সমিহ কৰা অসমৰ ৰাজ সিংহাসনক মানৰ দৰে শক্তিয়েই উভালি পেলালে । অসম দেশৰ শাসকৰ দুৰ্বলতা তথা অন্তঃকন্দলৰ বাবেই মান সেনাই সমগ্ৰ অসম দখল কৰিছিল । ১৮২১ চনত ।

অসমৰ পৰা মানক খেদি পঠোৱাৰ অচিলাৰে ইষ্ট ইণ্ডিয়া কোম্পানিৰ মাৰফতত যুদ্ধত লিপ্ত হয় ব্ৰিটিছ শক্তি । ব্ৰিটিছ শক্তিয়ে এই যুঁজত জয়লাভ কৰে । ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আভাৰ ৰজাৰ মাজত শান্তিৰ চুক্তি হয় । অৱশেষত ব্ৰিটিছ শক্তিয়ে আভাৰ ৰজাৰ প্ৰতিনিধিৰ সৈতে আজিৰ পৰা ১৯৪ বছৰ পূৰ্বে অৰ্থাৎ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু নামৰ গাওঁখনত কৰা দুই পক্ষীয় সন্ধিৰ পিছত অসম তথা ইয়াৰ অংগ ৰাজ্য কাচাৰ, জয়ন্তীয়াক নিজৰ হাতত পায় ।

মানৰ বিৰুদ্ধে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আহ্বান মৰ্মে যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে ব্ৰিটিছ বিষয়াসকলে অসমৰ অভ্যন্তৰীণ বিষয়ত কোনো হস্তক্ষেপ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল । তেওঁলোকে অসম দেশ অধিকাৰ কৰাৰ কোনো অভিপ্ৰায় নাই বুলিও কৈছিল । কিন্তু মানক খেদাৰ পিছত ব্ৰিটিছ বাহিনীয়ে দেখে যে তেওঁলোকে অসম (কাচাৰ আৰু জয়ন্তীয়াকে ধৰি) আৰু মণিপুৰ যুদ্ধৰ লাভ হিচাপে পাইছে । গতিকে ব্ৰিটিছে অসম ত্যাগ কৰাৰ কোনো লক্ষণ নেদেখুৱালে । অসম ত্যাগ কৰাৰ পৰিৱৰ্তে আহোম ৰাজ্য পোনপটীয়াকৈ ব্ৰিটিছে নিজৰ অধীনলৈ নিলে ৷ অসম এখন স্বতন্ত্ৰ দেশ হিচাপে থকা পৰচিয় লোপ পালে ।

সমগ্ৰ ভাৰতক শাসন কৰা ব্ৰিটিছে অসমকো ভাৰতৰ সতে সংযুক্ত কৰি এই ভাৰতৰে অংগৰাজ্য হিচাপে গণ্য কৰিলে । তাৰ পৰিণতিত ১৯৪৭ চনত ঔপনিৱেশিকতাবাদৰ পৰা মুক্ত হোৱাৰ পাছতো অসম ভাৰত অধীন হৈ ৰ’ল । ইয়াৰ স্বাধীন পৰিচয় ১৯৪ বছৰ পাছতো ঘূৰাই নাপালে অসমীয়া মানুহে । উল্লেখযোগ্য যে যি চুক্তিৰ আধাৰত অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল তাত অসম পক্ষৰ পৰা কোনো লোকৰ স্বাক্ষৰ নাছিল বা অসমৰ কোনো মত নাছিল ।

আজি ২৪ ফেব্ৰুৱাৰী ৷ আজিৰ এই দিনটোতে কুখ্যাত ইয়াণ্ডাবু সন্ধি হৈছিল ৷ অসমৰ আকাশৰ পৰা স্বাধীনতাৰ বেলি মাৰ গৈছিল ।

অসমৰ স্বাধিকাৰ খৰ্ব হোৱাৰ আজিৰ এই ক’লা দিনটোৰ পৰাই থলগিৰি অসমীয়াই সংকল্পবদ্ধ হওঁ, অসম মাতৃক পৰাধীনতাৰ পৰা মুক্ত কৰি এখন স্বাধীন সাৰ্ব্বভৌম ৰাষ্ট্ৰ হিচাবে গঢ় দিয়াৰ ৷ এই ভুমিখণ্ডত বসবাস কৰা সৰু বৰ সকলো খিলঞ্জীয়া আৰু থলুৱা লোকৰ সম অধিকাৰ আৰু সমবিকাশৰ লক্ষ্যৰে এখন প্ৰগতিশীল সমাজবাদী ৰাষ্ট্ৰ গঢ়িতোলাৰ স্বাৰ্থত আত্মনিয়োগ কৰাৰ এক বৈপ্লৱীক কৰ্ম্মসূচীৰে হাতত হাত ধৰি ভাৰত ৰাষ্ট্ৰৰ সকলোবোৰ কূটীল ষড়যন্ত্ৰক ওফৰাই পেলাও আহক ৷ অসমক ভালপোৱাসকলে নিজৰ সীমাৱদ্ধতা বিচাৰ আৰু সংশোধন কৰক ৷ এই আপাহতে অসমী আইৰ মুকুতিৰ যুঁজত আত্মবলিদান দিয়া প্ৰতিজন বীৰ যোদ্ধাক প্ৰণিপাত জনোৱাৰ লগতে সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ইষ্ট ইণ্ডিয়া কোম্পানি
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
August 14, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d