• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

আত্মো দীপ ভৱ !

মানস প্ৰতিম কলিতা

by Anjan Sarma
October 28, 2021
in Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

–মানস প্ৰতিম কলিতা |

বিদৰ্ভৰ খেতিয়কবিলাকে আত্মহত্যা নকৰা হ’ল নেকি? বেছ কিছুদিন ধৰি কোনো তথ্য হাতত পৰাহি নাই। এতেকে ধৰি লৈছো, খেতিয়কবিলাকে আত্মহত্যা কৰাটো অলপ কমাইছে। অকল বিদৰ্ভই নহয়, খৰাং বা বানপীড়িত অইন ৰাজ্যৰ পৰাও এনে খবৰ-বাতৰি নহা হ’ল (অৱশ্যে আমিও প্ৰায় নিয়মীয়াকৈ নেটফ্লিক্সতেই সময় দিবলৈ লৈছো )। 
মাৰাঠী চিনেমা চাইছিলোঁ, গাবৰিছা পাউচ্ছ। কপাহৰ খেতি খৰাঙত উছন হয়, ইপিনে ধাৰত পোত যোৱা খেতিয়কৰ ধাৰ মৰি নাহে। গাঁৱবোৰত উৎসৱৰ দৰে উদযাপিত হয় আত্মহত্যা। আজি ই, কাইলৈ সি।
টোপনিয়াই টোপনিয়াই এখন তথ্যচিত্ৰও চাইছিলোঁ। নামটো বোধহয় বিটাৰ ছিডছ (Bitter Seeds)। অলপ ব’ৰিং। এমেৰিকান কম্পেনী এটাই ছাবছিডিৰ বিনিময়ত মহাৰাষ্ট্ৰত কপাহৰ বীজ বিতৰণৰ অনুমতি পাইছিল। বীজটোৰ গুণাগুণৰ হৈ ছৈ দেখি খেতিয়কবিলাকে প্ৰচূৰ ঋণ লৈ উৎসাহেৰে খেতি কৰিছিল যদিও সময়ত বীজসমূহৰ পৰা কপাহ ওলোৱা নাছিল। বেংকৰ ঋণ ওভটাব নোৱাৰি, চৰম মানসিক বিপর্যয়ৰ অন্তত বহুসংখ্যক খেতিয়কে আত্মহত্যা কৰিছিল আৰু বেছ কিছুদিন পিছত এমেৰিকান কম্পেনীটোৱে ‘বোধকৰোঁ’ পলাই পত্ৰং দিছিল। বাৰু যিয়েই নহওঁক কম্পেনীটো ইয়াত ছেকেণ্ডাৰী টপিক।
মৃত মানুহৰ প্ৰতি সহানুভূতি ৰাখিও আমি ক’ব খোজো যে প্ৰতিকূল পৰিস্থিতিত পৰিলেই আত্মহত্যা কৰিবলৈ খোজাটো দুৰ্বল মনৰ পৰিচায়ক। জীৱনটো এক কঠিন সংগ্ৰাম। সাহসেৰে প্ৰতিটো পৰিস্থিতি মোকাবিলা কৰাৰ সাহস আমাৰ কিয় নাই? ‘একেবাৰে নোৱাৰিলে এশবাৰে কৰা’ বুলি মহা মহা পুৰুষৰ (নাৰীয়ে নহয়) বাণী আমি স্কুলত পঢ়া নাছিলোঁনে? বেংকৰ ঋণ শোধাব পৰা নাই, আত্মহত্যা ঠিকেই কৰিলে কিন্তু এইক্ষেত্ৰত বিজয় মালিয়াৰ উদাহৰণ তেওঁলোকে ল’ব নোৱাৰিলে কিয়? মানি লৈছোঁ, যে মালিয়া এজন ফিউজিটিভ ইক’ন’মিক অ’ফেণ্ডাৰ, তেওঁ অপৰাধ কৰিছে। কিন্তু তেওঁতো ঋণগ্ৰস্ত হৈ আত্মহত্যা কৰা নাই। মানুহৰ ভাল আৰু বেয়া দুইটা দিশেই আছে। এইটো সিদ্ধান্ত সম্পূৰ্ণ আমাৰ হাতত যে আমি ইয়াৰ কোনটো বাচনি কৰো। বহুতেই ক’ব যে মালিয়াৰ পাৰপত্ৰ আছিল, খেতিয়কৰ নাই। কিন্তু আকাশী পথেই জানো একমাত্ৰ উপায়? জলপথ নাছিল নেকি? টুলুঙা নাওত উঠি উত্তমাশা অন্তৰীপ পৰিভ্ৰমণ কৰাৰ অলেখ অজস্ৰ কাহিনীৰে ইংৰাজী সাহিত্য আজি ঈর্ষণীয়ভাৱে সমৃদ্ধিশালী। যদি বিদৰ্ভ বা আন কোনোবা ৰাজ্যৰ দহজন কৃষকেও জলপথেৰে পলায়নৰ চেষ্টা কৰিলেহেঁতেন, তেনে দহটা কাহিনীৰে ভাৰতৰ প্ৰান্তীয় (subaltern) সাহিত্যত কিছু নতুন সংযোজন নহ’লহেঁতেননে? মানুহৰ বীৰত্বব্যঞ্জক কাহিনীয়েই এই প্ৰান্তীয় সাহিত্যক উপস্থাপন নকৰিলেহেঁতেননে! 
জলপথৰ পুলিচৰ পেট্ৰলিঙৰ পৰা কেনেকৈ বাচিব? ভাল প্ৰশ্ন। ইয়াৰ উত্তৰৰ বাবে আমি ঘূৰি যাম, অলিম্পিক বিজয়ী সাঁতোৰবিদ মাইকেল ফেল্পছলৈ। এই মহান সাঁতোৰবিদ জনাৰ পৰা আমি কি শিকিম? কি ল’ম? আমি শিকিম আৰু আমি শিকা উচিত যে প্ৰতিকূল পৰিস্থিতিৰ বাবে সাঁতোৰ এক মহান কলা। মানুহে যদি ইংলিছ চেনেল সাঁতুৰি পাৰ হ’ব পাৰে, তেন্তে 45 ডিগ্ৰী উত্তাপত খেতি কৰা খেতিয়ককেইজনে কেইকিলোমিটাৰ মান সাঁতুৰিব নোৱাৰেনে? সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে। পঢ়া নাছিলোঁনে? 
এনেদৰে জলপথেৰে কোনো অচিন প্ৰদেশত উপস্থিত হৈ খেতিয়কবিলাকে কেনেদৰে জীৱন নিৰ্বাহ কৰিব? 
ডিছক’ভাৰী নাচাইছিলোঁনে? বিয়েৰ গ্ৰীলছক চিনি নাপাওনে? 
আমি জীৱনৰ নেতিবাচক সিদ্ধান্তবোৰক প্ৰশ্ৰয় দিয়াত আগ্ৰহী, কিন্তু ইচ্ছা কৰিলে জীয়াই থকাৰ এশ এটা উপায় আমি বিচাৰি পাম। ইতিবাচকতাই জীৱনৰ মূলমন্ত্ৰ। স্থিৰ মন আৰু দৃঢ়প্ৰতিজ্ঞ মন এটাৰ বাবে যোগাসনেই শেষ উপায়। যোগাসন কৰোতে জানো সঁচাকৈয়ে টকা সিকা লাগে?
আত্মো দীপ ভৱ !

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Bitter Seedsআত্মহত্যাবিটাৰ ছিডছ
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
Arriving at the Kaziranga Buffer Zone, Scientifically

Arriving at the Kaziranga Buffer Zone, Scientifically

August 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
The 8th International Conference on Sustainability Education (ICSE) 2026

The 8th International Conference on Sustainability Education (ICSE) 2026

September 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d