• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

আৰম্ভ কৰক কেঞ্চাৰ,কিডনী ৰোগ বিৰোধী যুজঁ

by Anjan Sarma
December 13, 2023
in Health, Lifestyle
Reading Time: 4 mins read
0
sign typography display business

Photo by Anna Tarazevich on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

আৰম্ভ কৰক কেঞ্চাৰ,কিডনী ৰোগ বিৰোধী যুজঁ

ডাঃ মনোজ শইকীয়া

Dr Monoj Saikia
ডাঃ মনোজ শইকীয়া

আমাৰ অসমীয়া মানুহক ঔষধ আৰু আন কোম্পানীয়ে গিণিপিগৰ দৰে ব্যৱহাৰৰ কৰাৰ বাবে দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগ বৃদ্ধি হব ধৰিছে আৰু আমাৰ পিছৰ প্ৰজন্মৰ কফিনত শেষ গজালটোহে মাৰিবলৈ বৰ্তমান বাকী আছে।

ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি এতিয়া সচেতন হবৰ হল। ১৭ বাৰকৈ মোগলক পৰাক্ৰম কৰা অসমীয়া সকল এতিয়া ভেজাল খাদ্য আৰু ঔষধ খাই দেশৰ ভিতৰতে ৰূগীয়া হোৱাৰ পথত।

আমি নিজে নিজকে ৰক্ষা কৰিব লাগিব অন্যথা জাতিটো জীয়াই নাথাকিবগৈ। ইংৰাজ অহাৰ পিছত অসমতো প্ৰচলন হবলৈ ধৰিলে পশ্চিমীয়া চিকিৎসা পদ্ধতি‌ । আমি সকলো পদ্ধতিৰ পাৰ্শ্বক্ৰিয়া বিহীন চিকিৎসা আদৰি লোৱাৰ পক্ষপাতি, কিন্তু পাৰ্শ্বক্ৰিয়া থকা ঔষধ খোৱাৰ পক্ষপাতি নহয়‌।

(১) কিডনী ফেইলাৰ আৰু দূৰাৰোগ্য কেঞ্চাৰ ৰোগ কাৰক গেষ্ট্ৰিকৰ ঔষধ পেন্টোপ্ৰাজল, ৰবিপ্ৰাজল টেবলেত আৰু কেপচুল সম্পূৰ্ণ ভাৱে বৰ্জন কৰক। এই ঔষধৰ পৰা ৩৩% কিডনী ফেইলাৰ আৰু দুই তৃতীয়াংশৰ পাকস্হলী কেঞ্চাৰ হোৱাৰ সম্ভাৱনা। ফাৰ্মাছীৰ পৰা আনি নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰক।

(২)  কিছুমান চিকিৎসকে জধেমধে লিখা থাইৰক্সিন হৰমন ঔষধ  দুবছৰতকৈ অধিক সময় খালে মহিলাৰ স্বনত আৰু জৰায়ুত টিউমাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু পিছলৈ কেঞ্চাৰলৈ ৰূপান্তৰিত হয়। তাৰোপৰি গৰ্ভাশয়ত চিষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত বিবাহিত মহিলাই গৰ্ভধাৰণ ক্ষমতা চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হয়।

 (৩) ইতিমধ্যে নিমেচুলাইড ঔষধ খোৱা বাবে অসমত ভালেমান লোক আজি কিডনী ৰোগত আক্ৰান্ত হৈ আছে। নিমেচুলাইডৰ লগত একেলগে পেৰাচিটামল আৰু ক্ল’ৰজক্সাজন থকা ঔষধ আৰু ক্ষতিকাৰক যদিও অসমৰ বজাৰত এই ঔষধ এতিয়াও উভৈনদী । সেয়েহে এই ঔষধ জধেমধে নাখাব ।

(৪) অসমত কেইবছৰমানৰ পৰা হঠাতে বৃদ্ধি পাইছে কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগী। ইয়াৰ বাবে একাংশ ধনলোভী চিকিৎসক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দায়ী। কিছুবছৰ আগতে নিমেছুলাইড নামৰ ঔষধ জ্বৰ আৰু বিষ নাসক হিচাবে  প্ৰয়োগ কৰাৰ বাবে অসমৰ বহুত মানুহৰ কিডনী ফেইলাৰ হৈছে। এতিয়া গেষ্ট্ৰাইটিচৰ ঔষধে অসমৰ মানুহক দেশৰ ভিতৰতে সৰ্বাধিক কিডনী ফেইলাৰ আৰু কেঞ্চাৰ ৰোগী কৰিব।

patient lying on hospital bed
Photo by Tima Miroshnichenko on Pexels.com

(৫) কেঞ্চাৰ ৰোগ সৃষ্টিকাৰক পশ্চিমৰ ৰাজ্যৰ চাউল, ঘেহু আদি বৰ্জন কৰক। সেউজ বিপ্লৱৰ নামত পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আদি ৰাজ্যত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয় । এই ৰাসায়নিক সাৰ আৰু কীটনাশক ৫%- ৭%  শস্যত সঞ্চিত হয়। তাৰোপৰি চাউল, ঘেহু ইত্যাদি খাদ্য শস্য নপচিবলৈ আৰু পোকে নাখাবলৈ ডি ডি টি, মালাথিয়ান ,ফুৰাদন আদি কৰি স্বাস্থ্য খতিকাৰক বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলাই দিয়া হয়।

চাউলতকৈও বেছি খতিকাৰক ৰঙা চাকি আটা। মনত ৰাখিব , চাউল ধূলে কম পৰিমাণে হলেও বিষাক্ত পদাৰ্থ আতৰ হয়। কিন্তু আটা ধূই খাব নোৱাৰি আৰু আটা বনোৱাৰ আগতেও ঘেহু ধূই পৰিস্কাৰ নকৰে। সেয়েহে সৰু লৰা-ছোৱালী , বৃদ্ধ আৰু ডায়েবেটিচ ৰোগীৰ বাবে ৰঙা চাকি আটা খোৱাটো বেছি বিপদজনক।

উল্লেখযোগ্য যে আমি খাদ্যৰ নামত এই বৰবিহ খোৱাৰ বিপৰীতে আমেৰিকাই অসমৰ পৰা সাধাৰণ চাউলতকৈ প্ৰায় তিনি গুণ পুষ্টিকৰ ৰঙা বাওঁ আৰু বৰা চাউল ক্ৰয় কৰি খাইছে। মোৰ সাধাৰণ জ্ঞানৰ কথাবোৰ বিবেচনা কৰি চাওক।

(৬) ৰাস্তাৰ কাষত পৰি থকা গেলি-পচিব ধৰা মৃতদেহতকৈও দূষিত আৰু বিষাক্ত চালানী মাছ বৰ্জন কৰক। চালানী মাছ নাখালে মানুহ নমৰে। মানুহৰ বিষ্ঠা, মৰা জীৱ-জন্তু, নাড়ী আদি খুৱাই ডাঙৰ কৰা চালানী মাছত ফিটা পেলু থাকে। ডেডবডী সংৰক্ষণৰ কাৰণে ব্যৱহাৰ কৰা , কেঞ্চাৰ তথা কিডনী ফেইলাৰ ৰোগ কাৰক বিষাক্ত ফৰ্মেলিন সানি অসমীয়া সকলক দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগত আক্ৰান্ত কৰিব বিছৰা  চালানী মাছ সম্পূৰ্ণ বৰ্জন কৰক।

kidney cancer spelled with scrabble tiles on a blue surface
Photo by Anna Tarazevich on Pexels.com

এই চালানী মাছৰে অন্নপ্ৰাশন, শ্ৰাদ্ধৰ ভোজ, আলহীক আপ্যায়ন, বিয়া-সবাহ আৰু অন্যান্য উৎসৱ পাৰ্বনত খুৱাৰ মানসিকতা দূৰ কৰক, নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰক। প্ৰয়োজন সাপেক্ষে আলুপিটিকা আৰু পইতা ভাত খাওক, অন্তত নিৰোগী হৈ থাকিব পাৰিব।

(৭) কাৰ্বাইদ দি পকোৱা কল বৰ্জন কৰিলে কল বেপাৰীয়ে কলত কাৰ্বাইদ দিয়া বন্ধ কৰিবলৈ বাধ্য হব।

(৮) প্লাষ্টিকৰ বাচন-বৰ্তন ব্যৱহাৰ নকৰিব। ননষ্টিক টাৱা , কেৰাহী ব্যৱহাৰ নকৰিব। সাতাম পুৰুষে ব্যৱহাৰ কৰি অহা লোহাৰ কেৰাহী , কাহৰ বাচন ব্যৱহাৰ কৰক।

(৯) ফাষ্টফুড বিশেষকৈ মমো, শীতল পানীয় , পেকেজি‌ঙ খাদ্য বৰ্জন কৰক। শীতল পানীয় বা কল্ড ড্ৰিঙ্কচত থকা বি ভি অ কেঞ্চাৰ ৰোগকাৰক। ইয়াৰ পৰিৱৰ্তে তেততলি, ভীমকল, নেমুচৰ্বত , ডাবৰ পানী খাই সুস্বাস্থ্য অটুট ৰাখক।

(১০) ধপাত সেৱন বন্ধ কৰক। ধপাত খোৱাৰ কাৰণে চকুত চানি পৰা, গৰ্ভস্থ সন্তানৰ ওজন হ্ৰাস,নপুংসতা,হৃদৰোগৰ উপৰিও ওঠৰ কেঞ্চাৰ, মুখগহ্বৰ কেঞ্চাৰ, হাওঁফাওঁৰ কেঞ্চাৰ, জৰায়ু আৰু পেটৰ কেঞ্চাৰ হয়। নৱ প্ৰজন্মক গুটকা নাখাবলৈ উপদেশ দিয়ক।

mustard Oil
সৰিয়হ বা তিলতেল খাওক

(১১) ৰিফাইন তেলৰ পৰিৱৰ্তে সৰিয়হ বা তিলতেল খাওক।

(১২) অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা শাক-পাচলি , ফল-মূল বৰ্জন কৰক। অৱশ্যে এই ধৰণৰ শাক-পাচলি কেবাঘন্টা সময় নিমখ পানীত ডুবাই ৰাখি খালে বিষাক্ত পদাৰ্থ কিছু কমে।

 (১৪) পৰম্পৰাগত আমাৰ সাতাম পুৰুষীয়া খাদ্য খাওক। অসমৰ থলুৱা শাক-পাচলি খাওক।

(১৫) অপ্ৰিয় সত্য, অসমৰ একাংশ চিকিৎসকে

 ৰোগীক কমিচনৰ ধান্দাত জধেমধে সঘনাই এক্সৰে, আলট্ৰা চনগ্ৰাফী, এম আৰ আই, চি টি স্কেন কৰিবলৈ বাধ্য কৰে। এই বিলাক বেছি কৰিলেও ৰেডিয়েচন কাৰণেও কেঞ্চাৰ হব পাৰে। কিন্তু প্ৰয়োজন সাপেক্ষে কৰিলে কমকৈ খতি কৰে বাবে বিশেষ চিন্তনীয় নহয় ।

a mri machine inside a hospital
জধেমধে সঘনাই এক্সৰে, আলট্ৰা চনগ্ৰাফী, এম আৰ আই, চি টি স্কেন কৰিবলৈ বাধ্য কৰে Pexels.com

(১৬) আতাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, অনাৱশ্যক ভাৱে বেছিকৈ ঔষধ প্ৰেছক্ৰাইব কৰা আৰু বেছিকৈ লেবৰেটৰীত পৰীক্ষা কৰিবলৈ বাধ্য কৰিব বিছৰা চিকিৎসকক সম্পূৰ্ণ বৰ্জন কৰক। এই ধৰণৰ চিকিৎসকে আপোনাৰ লগতে আন দহজনৰো শাৰীৰিক, মানসিক আৰু আৰ্থিক খতিসাধন কৰে।

 (১৭)অপ্ৰিয় সত্য যে,ঔষধ কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰ নিৰ্দেশ মানি কমিচনৰ লোভত একাংশ চিকিৎসকে স্বাস্থ্য হানিকাৰক ঔষধ লিখাৰ ফলত অসমীয়া সকলৰ মাজত দিনক দিনে বৃদ্ধি পাইছে কিডনী ফেইলাৰ, কেঞ্চাৰ আদিৰ দৰে দূৰাৰোগ্য ব্যাধি। লগে লগে এই ৰোগ নিৰাময়ৰ নামত গঢ়ি উঠিছে অন্য এক ব্যক্তিগত খণ্ডৰ ৰমৰমীয়া ভটিয়নী উদ্যোগ ডায়েলাইছিচ আৰু কেঞ্চাৰ হস্পিতেল ।

সামান্য ক্ৰিয়েটিনিন বাঢ়িলেও আৰম্ভ কৰি দিয়ে ডায়েলাইছিচ, কিন্ত অসমত ডায়েলাইছিচ কৰা কিমান জন ৰোগী ভাল হৈছে??? বৰং ডায়েলাইছিচ কৰাৰ পিছত সেই ৰোগীৰ মৃত্যুৰ সময় চমু চাপি আহে।

      আমাৰ ফকৰা যোজনা আছে ” সাচি খাবা জাগি শুবা ” !

সদায় ভাবিচিন্তি খাব , বয়বস্তু কিনিব আৰু চিকিৎসা কৰিব।

kidney diseases

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কিডনী ৰোগ বিৰোধী যুজঁ
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

September 12, 2026
Ozempic benefits- the natural way!

Ozempic benefits- the natural way!

September 12, 2026
Is Fast Fashion Fueling the Global Plastic Pollution Crisis?

Is Fast Fashion Fueling the Global Plastic Pollution Crisis?

September 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d