• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 30, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ  ‘কালছাৰেল ছিৰিজ’ অনুষ্ঠান ১১ জুনৰ পৰা

উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ ‘কালছাৰেল ছিৰিজ’

by Admin
June 10, 2022
in Cultural
Reading Time: 1 min read
0
উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ  ‘কালছাৰেল ছিৰিজ’ অনুষ্ঠান ১১ জুনৰ পৰা
Share on FacebookShare on TwitterShare on LinkedIn

কালছাৰেল ছিৰিজ

Mahabahu Desk

১০ জুন, ২০২২,শিল্পগ্ৰাম, গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ৭ (সাতটা) মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ ভিতৰত উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ এক অগ্ৰণী অনুষ্ঠান । ১৯৮৬ চনত ইয়াৰ মুখ্য কাৰ্যালয় নাগালেণ্ডৰ ঐতিহ্যমণ্ডিত ডিমাপুৰত স্থাপন কৰা হৈছিল। কেন্দ্ৰটোৰ মূল উদ্দেশ্য হৈছে উত্তৰ-পূব অঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰ আৰু সংবৰ্ধনকৰা।

RelatedPosts

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

June 20, 2022
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি ওপজা দিন

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি ওপজা দিন

June 17, 2022
Pandit Shivkumar Sharma: The maestro on the string of Santoor

Pandit Shivkumar Sharma: The maestro on the string of Santoor

June 17, 2022

২০০৬ চনত নিজৰ কাৰ্যকলাপৰ সম্প্ৰসাৰণ হিচাপে এন.ই. জেড.চি. চি.য়ে ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৱিত্ৰ ভূমিৰ এক অংশত মহান শিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি ১৭ জা‌নুৱাৰী তাৰিখে পাঞ্জাবাৰীত শিল্পগ্ৰাম-শিল্প গাঁও, গুৱাহাটীত শিল্পগ্ৰাম, শিল্পকলা গাঁও প্ৰতিষ্ঠা কৰে, যাৰ উদ্দেশ্য হৈছে কলা-সংস্কৃতিৰ ক্ষেত্ৰত পুৰুষ-মহিলাস উভয়কেই একত্ৰিত কৰি বিভিন্ন কলা-সাহিত্য-কৃষ্টি আৰু পৰম্পৰাৰ দিশত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এক মঞ্চ প্ৰদান কৰা ।

শিল্পগ্ৰামৰ বাৰ্ষিক কাৰ্য্যসূচীৰ অংশ হিচাপে NEZCC য়ে গোটেই বছৰটো গুৱাহাটীৰ শিল্পগ্ৰামত বিভিন্ন কাৰ্যসূচী আয়োজন কৰি আহিছে NEZCC য়ে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষত, কভিড-১৯ মহামাৰীৰ সময়ত গুৱাহাটীৰ শিল্পগ্ৰাম চৌহদত ভাৰ্চুৱেল কমিউনিটি কালছাৰেল প্ৰগাম- এ কালছাৰেল ছিৰিজ  আয়োজন কৰা হৈছিল। যিহেতু, মহামাৰীৰ আগমনৰ লগে লগে, শিল্পী, কলা-সংস্কৃতিৰ পথাৰখনে ব্যাপক সমস্যা আৰু আৰ্থিক সংকটত পৰিছিল; ৰাজহুৱা সমাৱেশ সম্পূৰ্ণৰূপে কৰ্তন কৰাৰ বাবে পৰিৱেশন কলাৰ ওপৰত গুৰুতৰভাৱে প্ৰভাৱ পৰিছিল সেই সময়ৰ পৰা NEZCC দ্বাৰা ভাৰ্চুৱেলি অনুষ্ঠান আয়োজন কৰি সকা‌হ দিবলৈ প্ৰসায় কৰা হৈছে।

উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ  ‘কালছাৰেল ছিৰিজ’ অনুষ্ঠান অহা ১১ জুনৰ পৰা আয়োজন
সাংবাদিক মেল সম্বোধন

২০২১-২২ বৰ্ষত মুঠ-৪৫ সংখ্যক অনুষ্ঠানত ৩৭ টা জনগোষ্ঠীৰ ২২৫ টাতকৈ অধিক কলাৰ ৩১৫০ জন লোক শিল্পী ইতিমধ্যেই উপকৃত হৈছে। উল্লেখ্য যে, ২০২২-২৩ বৰ্ষৰ বাবে ‘কমিউনিটি কালছাৰেল প্ৰগাম’- এ ‘কালছাৰেল ছিৰিজ’ অনুষ্ঠান অহা ১১ জুন ২০২২ তাৰিখৰ পৰা আয়োজন কৰা হৈছে।

কাইলৈ আবেলি ৩ বজাত এই অনুষ্ঠান সমূহ আনুষ্ঠানিক শুভাৰম্ভ কৰা হব বুলি আজি দিনৰ ১১ বজাত শিল্পগ্ৰাম গুৱাহাটীৰ কাৰ্য্যালয়ত সঞ্চালক ডা: প্ৰসন্ন গগৈয়ে , ডি.ভাচুম, যুটীয়া সঞ্চালক, ভি.ফেচাও, অনুষ্ঠান উপ-সঞ্চালক, জেদ.লুচাও, প্ৰশাসনিক উপ- সঞ্চালক, অসীম দেৱনাথ, গাণনিক বিষয়াৰ উপস্থিতিত সাংবাদিক মেল সম্বোধন কৰে। সংবাদ মেলৰ আঁত ধৰে প্ৰচাৰ মাধ্যম সমন্বয়ক নৱ কুমাৰ ভৰালীয়ে। উপস্থিত গুৱাহাটীস্থ সাংবাদিকসকলক সঞ্চালক ডা: প্ৰসন্ন গগৈয়ে ফুলাম গামোচা, পৰম্পৰাগত শিল্প আৰু উপহাৰৰ টোপোলাৰে উষ্ম সম্বৰ্ধনা জনায়।

10-06-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত
Poetry

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

by Admin
June 20, 2022
0

বিষ্ণু ৰাভা বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত বিষ্ণু ৰাভা, মাটিৰে সাজি দিওঁ যদি তোমাৰ মূর্তি...

Read more
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি ওপজা দিন

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি ওপজা দিন

June 17, 2022
Pandit Shivkumar Sharma: The maestro on the string of Santoor

Pandit Shivkumar Sharma: The maestro on the string of Santoor

June 17, 2022
NEZCC: ‘Community Cultural Programme-A Cultural Series’ from June 11

NEZCC: ‘Community Cultural Programme-A Cultural Series’ from June 11

June 10, 2022
Popular Singer KK has passed away

Popular Singer KK has passed away

June 2, 2022
অসমৰ লোকসংস্কৃতি

অসমৰ লোকসংস্কৃতি

May 19, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
THE AGNIPATH SCHEME

THE AGNIPATH SCHEME

June 29, 2022
kid in the forest in red beanie looking up

সন্তানৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ প্ৰসংগত

June 29, 2022
The Children Of Despair

The Children Of Despair

June 29, 2022
Syria: Decade of brutal war left nearly 307,000 civilians dead

Syria: Decade of brutal war left nearly 307,000 civilians dead

June 29, 2022

Popular Stories

  • kid in the forest in red beanie looking up

    সন্তানৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ প্ৰসংগত

    26 shares
    Share 10 Tweet 7
  • কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো

    31 shares
    Share 12 Tweet 8
  • Emergence Of The KNF In Chittagong Hill Tracts

    338 shares
    Share 135 Tweet 85
  • Kharkiv School Graduate In Her Graduation Dress!

    128 shares
    Share 51 Tweet 32
  • চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং

    64 shares
    Share 26 Tweet 16
  • Theme@ UKRAINE: Gloomy Date; Sun, June 26, 2022

    6 shares
    Share 2 Tweet 2
  • ‘বিদ্ৰোহী’ৰ নৌটংকী চাই থকাতকৈ ‘বাপু’সকল মেধিকুছিৰ দৰে গাওঁলৈ যাওক

    18 shares
    Share 7 Tweet 5
  • The Children Of Despair

    5 shares
    Share 2 Tweet 1
  • THE AGNIPATH SCHEME

    5 shares
    Share 2 Tweet 1
  • বিপৰীত দৃশ্যপটঃ বানাক্ৰান্তৰ ‘আশ্ৰয় শিৱিৰ’ৰ আঁত ধৰি ‘শিৱসেনা’ৰ আশ্ৰয় শিৱিৰলৈ!

    19 shares
    Share 8 Tweet 5
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: