• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

উফি (dandruff)

-ডা° ঋষি বন্দনা কোঁৱৰ

by Anjan Sarma
June 27, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

–ডা° ঋষি বন্দনা কোঁৱৰ |

চুলিৰ স্বাস্থ্যৰ লগত জড়িত সকলোতকৈ ডাঙৰ সমস্যা হৈছে উফি। অন্য বিভিন্ন কাৰণৰ লগতে উফি হৈছে আমাৰ চুলি সৰাৰ এটা অন্যতম কাৰণ।উফিৰ কাৰণে আমি সমাজত বহুত লাজত পৰিব লগা হয়, নিজৰ পচন্দৰ ক’লা কাপোৰযোৰ পিন্ধিব বিচাৰিলেও পিন্ধিব নোৱাৰো …………আৰু অন্য বহুতো………… এই বিভিন্ন অসুবিধা সমূহ মনত ৰাখিয়ে আজি উফিৰ কেইটামান ঘৰুৱা দিহা আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকৰ কিছু সহায় হ’ব…..

RelatedPosts

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

February 22, 2026
A Kerala Story of the Triumph of Reason Over Greed : Silent Valley National Park

A Kerala Story of the Triumph of Reason Over Greed : Silent Valley National Park

February 21, 2026

উফি চালৰ মৃত কোষৰ অত্যাধিক উৎপাদনৰ ফলত

সৃষ্টি হয়। অন্য বহুতো কাৰণৰ কাৰণেও উফি হয় –

      # চুলিৰ ভালদৰে যত্ন নোলোৱা,

      #  ঠাণ্ডা দিনত চাল আৰু চুলি শুকাই যোৱা,

      # ভিটামিনহীন খাদ্য,

      # শ্বেম্পুত থকা harsh chemicals ইত্যাদি।

      # তৰুণাৱস্থাত শৰীৰত হোৱা হৰ্মণৰ তাৰতম্যতাৰ কাৰণেও উফি হয়।

      # মূৰত হোৱা malassezia নামৰ এবিধ fungal  স‍‍‍‍‍‌‌‌‌‌‌‌ংক্ৰমণে উফি বৃদ্ধি কৰে।

১) এমুঠিমান মিথি গুটি গোটেই ৰাতিটো পানীত ভিজাই থৈ দিব। পুৱা পানীখিনি নিগৰাই পেলাই  গুটিবোৰ পিহি এটা paste তৈয়াৰ কৰি লব। Paste টো চুলিৰ গুৰিয়ে গুৰিয়ে সানি দিব। ১ ঘণ্টামানৰ পাছত মূৰটো কুহুমীয়া পানীৰে ধুই পেলাব।

২) প্ৰয়োজন অনুসৰি এমুঠি বা দুমুঠি নিমপাত, এটা food processor ত পিহি এটা thick paste তৈয়াৰ কৰি লব। এই paste টো scalp ত লগাই থব। ১০ মিনিটৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব।

৩) এটা বা দুটা নহৰুৰ ডাঙৰ ফুটা পিহি অলপ পানীৰ লগত মিহলাই scalp ত লগাই থৈ কিছুসময়ৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব।

৪) ১ চামুচ tea tree oil ১ কাপ কুহুমীয়া গৰম পানীত মিহলাই shampoo কৰাৰ পিছত শেষৰবাৰ মূৰত ধলা পানীৰ ঠাইত ঢালি দিয়ক। ই মূৰত উফি হোৱাত বাধা দিব।

৫) সমপৰিমাণৰ Apple cider vinegar আৰু পানী মিহলাই মিশ্ৰণটো চুলিৰ গুৰিত লগাই থৈ কিছুসময়ৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব। ৫-৭ দিনমান ব্যৱহাৰ কৰক আৰু পাৰ্থক্য মন কৰক। কিবা অসুবিধা পালে ব্যৱহাৰ কৰা বন্ধ কৰি দিব।

৬) নাৰিকল তেলো উফি নিৰাময়ৰ মহৌষধ। গতিকে নাৰিকল তেল ব্যৱহাৰ কৰা আৰম্ভ কৰক।

৭) ৩-৪ চামুচ নেমুৰ ৰস চুলিৰ গুৰিত ঘহিব। ১০-১৫  মিনিট সময় ৰাখিব। তাৰ পিছত ১ মগ পানীত ২ চামুচ নেমুৰ ৰস মিহলাই মূৰ ধুই পেলাব।

৮) কৰদৈৰ ৰস উলিয়াই চুলিৰ গুৰিত সানি ১০ মিনিটমান ৰাখি পানীৰে ধুই দিব।  উফিৰপৰা পৰিত্ৰাণ পাব।

এই সকলোবোৰ কৰাৰ উপৰিও চালখন শুকুৱাৰ পৰা বচাবলৈ শৰীৰটোক rehydrate কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। তাৰ কাৰণে প্ৰৰ্য্যাপ্ত পৰিমাণে পানী সেৱন কৰক।

অত্যাধিক হ’লে চিকিৎসকৰ পৰামৰ্শ লওঁক কাৰণ ই অন্য কোনো ব্যাধিৰ কাৰণেও হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: উফি (dandruff)
Anjan Sarma

Anjan Sarma

Related Posts

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা
ASSAMESE SECTION

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

by Sanghamitra Kashyap
March 7, 2026
0

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা সংঘমিত্ৰা কাশ্যপ সেইদিনা এটা বাতৰিত পঢ়িলো যে ২৫ বছৰীয়া এগৰাকী কৰ্মৰত মহিলা অনবৰতে ওচৰৰ চুবুৰীয়াই...

Read moreDetails
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

February 22, 2026
A Kerala Story of the Triumph of Reason Over Greed : Silent Valley National Park

A Kerala Story of the Triumph of Reason Over Greed : Silent Valley National Park

February 21, 2026
Chandubi Experience : A Certain Class of Assamese Tourists and Their Behaviour !

Chandubi Experience : A Certain Class of Assamese Tourists and Their Behaviour !

February 20, 2026
শৈশৱ আৰু মানসিক আঘাত!

শৈশৱ আৰু মানসিক আঘাত!

February 15, 2026
Chennai Scientist Samathmika Ravi Secures Prestigious EU Fellowship to Tackle Climate Change

Chennai Scientist Samathmika Ravi Secures Prestigious EU Fellowship to Tackle Climate Change

February 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
WOMEN: BE IN LOVE WITH YOURSELF

WOMEN: BE IN LOVE WITH YOURSELF

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3496 shares
    Share 1398 Tweet 874
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d