• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, October 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন

সংঘমিত্ৰা কাশ্যপ

by Sanghamitra Kashyap
July 6, 2025
in ASSAMESE SECTION, Health, Women
Reading Time: 5 mins read
0
ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন
Share on FacebookShare on TwitterShare on LinkedIn

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন

সংঘমিত্ৰা কাশ্যপ

Sanghamitra pic
সংঘমিত্ৰা  কাশ্যপ

 প্রতি বছৰে আমি ২৮ মে ‘ ৰ দিনটো ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা দিৱস (এম.এইচ.এইচ. দিৱস) হিচাপে পালন কৰি আহিছোঁ।

শিক্ষাৰ অভাৱ, নিষিদ্ধতা ,স্বাস্থ্যকৰ ঋতুস্ৰাৱৰ সামগ্ৰীৰ সীমিত ব্যৱহাৰ আৰু দুৰ্বল অনাময় আন্তঃগাঁথনিৰ ফলত ঋতুস্ৰাৱৰ দুৰ্বল পৰিচ্ছন্নতাই সমগ্ৰ বিশ্বত মহিলা আৰু ছোৱালীৰ শৈক্ষিক সুযোগ, স্বাস্থ্য আৰু সামগ্ৰিক সামাজিক স্থিতি হ্ৰাস কৰিছে।

ইয়াৰ ফলস্বৰূপে, বহুতো মহিলা আৰু ছোৱালীক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা প্ৰাপ্তৰ পৰা বঞ্চিত হোৱা দেখা গৈছে। এই দিনটোৰ উদ্দেশ্য হৈছে ঋতুস্ৰাৱ আৰু ইয়াৰ পৰিচ্ছন্নতা বিষযে সমাজক সজাগ কৰি তোলা।

   আমি সকলোৱে ঋতুস্ৰাৱ বা সহজ ভাষাত মাহেকীয়া কি হয় সকলোৱে জানো।  ই প্ৰতি গৰাকী নাৰীৰে ই জীৱনৰ এক অংশ। ১০ ৰ পৰা ১৫/১৬ বছৰৰ প্ৰতিগৰাকী ছোৱালীৰ জীৱনত বয়স, শাৰীৰিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰক্ৰিয়া আৰম্ভ হয়। এই প্ৰক্ৰিয়া খুব সহজ নহয় । কাৰণ বেছিভাগ মহিলাৰ বাবে এয়া প্ৰতি ২৮ দিনত হয়, আৰু কিছু বাবে প্ৰতি ২৩ দিনৰ পৰা প্ৰতি ৩৫ দিনৰ ভিতৰত হয়।

এই  ঋতুস্ৰাৱ এটা মাহত ২ ৰ পৰা ৭ দিনৰ লৈকে থাকে। গুৰুত্বপূৰ্ন কথা যে ঋতুস্ৰাৱৰ সময়ত এগৰাকী মহিলাই প্ৰায় ২০ ৰ পৰা ৯০ ML  তেজ হেৰুৱায়, অৱশ্যে কিছুমান মহিলাই ইয়াতকৈ অধিক ৰক্তক্ষৰণ কৰাও দেখা যায় ।

ইয়াৰ লগতে তেওঁলোকৰ লগত সংলগ্ন হৈ পৰে হৰম’নৰ পৰিবৰ্তন বোৰ। যাৰ ফলত তেওঁলোকে এইটো সময়ত শাৰীৰিক আৰু মানসিক দুইটা ক্ষেত্ৰতে বহুতো ধৰণৰ সমস্যাৰ সন্মুখীন হয়।

কাৰণ  হৰমনবোৰে আমাৰ মগজু আৰু সেয়েহে আৱেগকো প্ৰভাৱিত কৰে। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ এসপ্তাহৰ আগৰে পৰাই এগৰাকী মহিলাৰ বা ছোৱালীৰ শৰীৰত হৰমনৰ  শাৰীৰিক আৰু আৱেগিক পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে । ইয়াক পিএমএছ (ঋতুস্ৰাৱৰ আগৰ লক্ষণ) বা পিএমটি (ঋতুস্ৰাৱৰ আগৰ উত্তেজনা) বুলি কোৱা হয়।

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন
Photo by cottonbro studio on Pexels.com
পি.এম.এছ.-ৰ বহুতো সম্ভৱ লক্ষণ আছে, কিন্তু সাধাৰণ লক্ষণবোৰৰ ভিতৰত আছে:

পেট ফুলা যেন অনুভৱ কৰা

তল পেটৰ বিষ

কঁকালৰ বিষ

দুৰ্বল অনুভৱ,

অসহ্যকৰ ভাবে গৰম বা ঠাণ্ডা লগা 

প্ৰতিটো সৰু বৰ কথাত খং ভাব অহা,

হঠাৎ দুখ লগা আকৌ পিছমুহূৰ্ততে মন ভাল লগা

মেজাজ সলনি হয়

ছালৰ পৰিবৰ্তন বা মুখত শালমইনা হোৱা

নিম্ন যৌন সক্ৰিয়তা (কামশক্তি হ্ৰাস)

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন

 এই লক্ষণবোৰ সাধাৰণতে ঋতুস্ৰাৱ হোৱাৰ পৰা লাহে লাহে কমি আহে আৰু কেইদিনমানৰ পিছত নাইকিয়া হয়। ঋতুস্ৰাৱ হোৱা সকলো মহিলাই পিএমএছ নহয়। কিন্তু যিসকলে পাই তেওঁলোকৰ বাবে এই দিন কেইটা আৰু অধিক অসুবিধা জনক হৈ পৰে। 

   আগতেও উল্লেখ কৰা হৈছে যে এই দিনকেইটাত এগৰাকী ছোৱালী বা মহিলাৰ মানসিক স্বাস্থ্যত যথেষ্ট প্ৰভাৱ পেলায়। ভাবিব নোৱাৰা ধৰণে তেওঁলোকৰ কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে খং উঠিব পাৰে। তেওঁলোকে জীৱনটো হতাশাৰ মাজেৰে লৈ হৈ নিজকে দুখি কৰি তুলিব পাৰে।

কোনো বস্তুৰ প্ৰতি আগ্ৰহ কমি বা  হঠাৎ যিকোনো বস্তুৰ প্ৰতি( সাধাৰণতে খাদ্য) হেঁপাহ বা cravings হ’ব পাৰে। উদ্বেগ ইমানেই বৃদ্ধি হব পাৰে যে তেওঁৰ হৃদস্পন্দন বাঢ়ি যাব পাৰে।  এনে আন বহুতো কথা আছে আৰু ই ব্যক্তি সাপেক্ষে বেলেগ বেলেগ হয়।

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন
এই সময়ত তেনেহ’লে স্বাস্থ্যৰ কি দৰে যতন লব পাৰি?

  পৰিস্কাৰ :   এই দিন কেইটা খুব চাফ চিকুন হৈ নিজকে ভালদৰে যত্ন লোৱা উচিত । পৰিস্কাৰ শৰীৰে মনৰ মাজতো বহু পৰিবৰ্তন আনিব পাৰে । আপুনি ব্যৱহাৰ কৰা পেড বা কাপোৰ খন ৬/৭ ঘণ্টাৰ অন্তৰালত সলনি কৰাটো প্ৰয়োজন। কাৰণ ই পৰিস্কাৰ কৰি ৰখাৰ বাহিৰেও আপোনাক কেন্সাৰ ৰোগ হোৱাৰ পৰাও বচাই ৰাখিব।

যদি tampon নাইবা cup ব্যৱহাৰ কৰিছে তেনেহলে সময়ত তাক ভালদৰে পৰিস্কাৰ কৰিহে ব্যৱহাৰ কৰিব।

তাৰ বাহিৰেও যিমান পাৰে নিজকে ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব। নিজৰ ভাল লগা সাজ যোৰ পিন্ধি অলপ নিজকে সজাই ললে নিশ্চয় অলপ হলেও মনটো ভাল লাগিব। কাৰণ ই কোনো বেমাৰ নহয় সেয়ে আন দিনৰ দৰে সেইকেইদিনো নিজক ভালকৈ ৰাখক।

 ঋতুস্ৰাৱৰ সময়ত পাতল ব্যায়াম:  এইটো প্ৰমাণিত হৈছে যে ব্যায়ামে মানসিক স্বাস্থ্যৰ ওপৰত গভীৰভাৱে ইতিবাচক প্ৰভাৱ পেলাব পাৰে, লগতে আপোনাৰ ঋতুস্ৰাৱৰ লক্ষণবোৰৰ ওপৰতো ই প্ৰভাৱ পেলায়। সেয়ে যদি সম্ভৱ হয় তেনেহলে কিছু পাতল শৰীৰটো কষ্ট নোপোৱাকৈ ব্যায়াম কৰক।

সৃষ্টিশীল হওক :  সৃষ্টিশীলতা হৈছে আপোনাৰ মনোভাৱ উন্নত কৰাৰ এক উৎকৃষ্ট উপায়। কিবা এটা সৃষ্টি কৰিবলৈ কিছু সময় উৎসৰ্গা কৰিলে আপোনাৰ মনক আপোনাৰ ঋতুস্ৰাৱৰ নেতিবাচক প্ৰভাৱৰ পৰা আঁতৰাই ৰখাত সহায় কৰিব পাৰে (যেনে বিষ আৰু ভাগৰ) আৰু তাৰ পৰিৱৰ্তে মগজুত ডোপামিন মুকলি কৰাত সহায় কৰিব পাৰে।

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন

 কেইটামান সৃষ্টিশীল কাৰ্যকলাপৰ তালিকা ইয়াত দিয়া হৈছে:

অইল পেষ্টলৰ সৈতে অংকন কৰা

মাৰ্বল পেইণ্টিং

বাগিচা বা পাত্ৰ উদ্ভিদৰ কাম

পুৰণি আলোচনীবোৰৰ পৰা কোলাজ বনোৱা

কবিতা বা চুটি গল্প লিখা

গান বা নাচ

 কেমেৰাৰে ফটো লোৱা আদি।

আৰাম কৰা আৰু ভাল লগা গান বা পডকাষ্ট শুনা:

      ঋতুস্ৰাৱৰ সময়ত, এনে সময় থাকিব পাৰে য’ত আপুনি যথেষ্ট অসামাজিক অনুভৱ কৰে, কিন্তু তথাপিও আপোনাৰ চাৰিওফালৰ লোকৰ অনুভূতি বিচাৰে। অডিঅ’ বুক বা পডকাষ্ট শুনাটো আপোনাক এক চিন্তাপ্ৰৱণ কথোপকথনৰ অংশ অনুভৱ কৰাবলৈ এক সহজ উপায় ।

পডকাষ্টবোৰ বন্ধুৰ সৈতে কথা পতাৰ সৈতে তুলনা নকৰিব পাৰে, কিন্তু আনৰ কথা শুনি তেওঁলোকৰ চিন্তা, অনুভূতি আৰু অভিজ্ঞতাৰ বিষয়ে প্ৰমাণিকভাৱে কথা পাতিলে মানসিক আৰোগ্যৰ এক সহায়ক প্ৰকাৰ হ’ব পাৰে। আনকি আপুনি এখন ভাল লগা চিনেমা বা ৱেব ছিৰিজ উপভোগ কৰিব পাৰে।

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন

পুষ্টিকৰ খাদ্য: যিহেতু এইটো সময়ত আপোনাৰ শৰীৰৰ পৰা বহু পৰিমাণে তেজ নিৰ্গত হয়( ওপৰত উল্লেখ কৰা হৈছে) , সেয়ে যিমান পাৰে ফাষ্ট ফুড ত্যাগ কৰি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব যেনে আইৰণ যুক্ত আৰু প্ৰটিন যুক্ত খাদ্য আদি।

পানী যিমান পাৰে গ্ৰহণ কৰিব আৰু পৰাপক্ষত অলপ গৰম পানী খাব পাৰিলে ভাল। কাৰণ ই শৰীৰৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণ পূৰ কৰাৰ লগতে গৰম পানীয়ে শৰীৰক ভিতৰৰ পৰা তাপ দিয়ে যাৰ বাবে সেইকেই দিনত হোৱা পেটৰ বিষৰ পৰা অলপ হলেও আহৰি পোৱা যায়।

পৰামৰ্শ :  যদি আপুনি আপোনাৰ ঋতুস্ৰাৱৰ সময়ত বিশেষভাৱে নিম্ন অনুভৱ কৰি আছে আৰু ই আপোনাৰ দৈনন্দিন জীৱনত কাম কৰাৰ সামৰ্থ্য প্ৰভাৱিত কৰিছে, প্ৰিয়জন বা পেছাদাৰী এজনৰ সৈতে কথা পাতিবলৈ সময় উলিয়াই লওক। কেতিয়াবা পিএমএছৰ তীব্ৰ অনুভূতি পিএমডিডিৰ লক্ষণ হ’ব পাৰে আৰু অতিৰিক্ত পেছাদাৰী মনোযোগৰ প্ৰয়োজন হ’ব পাৰে।

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন

আন সময়ত, বন্ধু বা পৰিয়ালৰ সদস্য এজনৰ সৈতে চমু বাৰ্তালাপ কৰাটো হৈছে আপোনাক সুৰক্ষিত আৰু সুখী অনুভৱ কৰাত সহায় কৰিবলৈ প্ৰয়োজন।

   আচলতে এগৰাকী মহিলাই প্ৰতিটো মাহতে বহু কষ্ট আৰু মানসিক কিছু অসংলগ্ন পৰিবৰ্তন লৈ এই দিন কেইটা পাৰ পৰিব লগীয়া হয় আৰু সেয়ে তেওঁলোকক যত্ন আৰু সহায়ৰ ( মানসিক সহায় বা support) ৰ প্ৰয়োজন হয়।

কিন্তু তাৰ মাজত আমাৰ এতিয়াও সমাজত কিছুমান ব্যবস্থা আছে যি এই সময় খিনিত কাৰোবাক সহায় কৰাৰ সলনি, তেওঁক বুজি তেওঁৰ মানসিক স্বাস্থ্যৰ যত্ন লোৱাৰ সলনি আৰু কিছু কঠিন হে কৰি তোলে  যেনে  তাত বহিব নাপাই, সেইটো চুব নাপাই ,এইটো খাব নাপাই এই অলিখিত নিয়ম সমূহ।

এই বোৰৰ বাবে বহু ছোৱালী বা মহিলাই সময়ত পুষ্টিকৰ খাদ্য আৰু মানসিক ভাৰসাম্য হেৰুৱাই মৃত্যু মুখত পৰা ঘটনাও কোনো নতুন নহয়। তেনেহ’লে এই নিয়ম বোৰ এতিয়া বাৰু সলনি কৰিবলৈ হোৱা নাই নে?

 আচলতে সত্য টো এইটো যে ঋতুস্ৰাৱৰ সময়ত ঘৰৰ মহিলা গৰাকীক ঘৰৰ গধুৰ কামসমূহ কৰিবলৈ দিয়া নহয় কাৰণ তেওঁক জিৰণিৰ প্ৰয়োজন হয়। মাজতে সদগুৰুদেৱৰ এটা ভিডিঅ’ ত তেওঁ ঋতুস্ৰাৱৰ বিষয়ত বৰ সুন্দৰ কথা এটা কৈছিল। তেওঁ কৈছিল যে পুৰণা দিনত মাহৰ এই দিনকেইটাত মহিলা সকলক জিৰণি ল’বলৈ দিয়া হৈছিল কাৰণ তেতিয়া আজিৰ দৰে ব্যবস্থা নাছিল।

তেওঁলোকে পানী আনিবলৈ বহু দূৰ যাবলগীয়া হৈছিল আৰু পাকঘৰত এই বাবে সোমাবলৈ বাধা দিছিল , কাৰণ তেতিয়া যুগত এখন ঘৰত প্ৰায় ৩০-৫০ লৈ মানুহ আছিল। তেনে ক্ষেত্ৰত যদি মহিলা গৰাকীযে ইমান সংখ্যক মানুহৰ বাবে খাদ্য বনাবলৈ যায়, তেওঁ নিশ্চয় আৰু দুৰ্বল হৈ পৰিব পাৰে আৰু মানসিক ভাবে যিহেতু তেওঁৰ মনত কিছু পৰিবৰ্তন আহে সেইবাবেই মহিলা সকলক এই কাম বোৰৰ পৰা আঁতৰত ৰখা হৈছিল বুলি তেওঁ উল্লেখ কৰিছিল।

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন

কিন্তু তাৰ মনে এইটো নহয় যে তেওঁ কাম কৰিলে পাপ লাগিব বা তেওঁ একেবাৰেই কাম নকৰিব। কাৰণ বৰ্তমান সমাজ ব্যবস্থা সলনি হৈছে  এতিয়া মাহৰ এনে সময়তো এগৰাকী ছোৱালী বা মহিলাই স্কুল যোৱা, চাকৰি কৰা,খেলিবলৈ যোৱা,নাচিবলৈ যোৱা,নিজৰ বৃত্তিগত কাম কৰা দেখা যায়। নিজৰ  চাকৰি ,পঢ়া শুনাৰ বা অন্য কাৰণত অকলশৰীয়া কৈ ঘৰৰ বাহিৰত থকা মহিলা সকলেও ঋতুস্ৰাৱৰ কেইদিন পাকঘৰত নিজেই ৰন্ধা মেলা কৰি কামলৈ যায়।

বৰ্তমান জীৱন ধাৰণৰ পদ্ধতি সলনি হৈছে, সেয়ে সমাজৰ এই নিয়ম সমূহ সলনি হোৱাৰো প্ৰয়োজন।

ঋতুস্ৰাৱ কোনো লাজ বা ভয়ৰ বিষয় নহয়। নিজৰ ঘৰ খনত এই কথা বোৰ মুকলিকৈ আলোচনা কৰা সকলোৱে আৰম্ভ কৰিব লাগে । কিয় এগৰাকী মহিলাৰ ঋতুস্ৰাৱ হয়, কিদৰে হয় এইবিষয়েও কিন্তু বহুতো ব্যক্তি অৱগত নহয়। ঘৰ আৰু বিদ্যালয় সমূহত ইয়াৰ শিক্ষা কেৱল ছোৱালীকে নহয়, ল’ৰাকো দিয়া উচিত।

এই সময়ত কি কৰিব লাগে নালাগে এইবোৰ লৈ তৰ্ক কৰাতকৈ ,কিদৰে নিজক পৰিস্কাৰকৈ ৰাখিব লাগে তাৰ জ্ঞান যিমান পাৰে সকলোকে ,বিশেষকৈ নতুনকৈ ঋতুস্ৰাৱ আৰম্ভ হোৱা ছোৱালীবোৰক বুজাই দিব লাগে।

Mensturation Hygiene Day বুলি হাতত ৰঙা এটা আঁকি লৈ নাইবা এটা পেড লৈ ফটো এখন উঠাতকৈ যিসকলে এই এটা পেড কিনিব নোৱাৰে বা ব্যৱহাৰ নাজানে পাৰিলে তেওঁলোকক সহায় কৰা উচিত। 

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন
Photo by Karolina Grabowska on Pexels.com

মানসিক স্বাস্থ্যৰ বাবে তেওঁলোকৰ লগত সময় কটাই, তেওঁলোকৰ খং বা হতাশ ভাৱক বুজি সুখী ৰাখিবলৈ চেষ্টা কৰিলে হয়টো অলপ সমস্যা তেওঁলোকৰ ইয়াতেই নোহোৱা হৈ যাব।

ঋতুস্ৰাৱৰ প্ৰক্ৰিয়া সঁচা অৰ্থত এক শক্তি। কোৱা হয় এইকেইদিন নাৰীৰ দেহত ভগবান বাস কৰে। হয়তো সঁচা, সেইবাবেই তেওঁ ইমান যন্ত্ৰণাৰ মাজতো শক্তিশালী হৈ থাকে। নিজৰ ব্যক্তিগত জীৱনৰ কাম নিয়াৰিকৈ কৰাৰ লগতে সমাজৰ দহটা কামটো সুচাৰুৰূপে কৰিব পাৰে ।

সেয়ে সমাজৰ প্ৰতিজন ব্যক্তিয়ে  এই বিষয়ত জ্ঞান অৰ্জন কৰা উচিত আৰু আন দহজনকো শিক্ষিত আৰু সজাগ কৰা প্ৰয়োজন।

[সংঘমিত্ৰা  কাশ্যপ, Psychologist]

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanghamitra Kashyap

Sanghamitra Kashyap

Related Posts

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!
ASSAMESE SECTION

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

by Anjan Sarma
October 10, 2026
0

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম! অঞ্জন শৰ্মা  এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ ফোন আহিল নাগা...

Read moreDetails
Nobel Peace Prize Winner Hidankyo Urges Global Nuclear Disarmament

Beyond the Nobel Prize: what it takes for women to stay in science

October 9, 2026
Nearly 50,000 women and girls killed or severely injured in Gaza in three years of war – one in 21 Gazan women and girls

Nearly 50,000 women and girls killed or severely injured in Gaza in three years of war – one in 21 Gazan women and girls

October 8, 2026
The Age of the Influencers!

The Age of the Influencers!

October 7, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

October 6, 2026
ইয়াৰ পিছত কি কৰিবা?

অসমীয়া জাতি ডাঙৰ জাতি

October 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

October 10, 2026
Can Homer’s The Odyssey Still Captivate Modern Audiences? Christopher Nolan Thinks So

Can Homer’s The Odyssey Still Captivate Modern Audiences? Christopher Nolan Thinks So

October 10, 2026
Fiji Pre-COP Launchpad for COP31

Fiji Pre-COP Launchpad for COP31

October 10, 2026
How Much Wealth Does One Need?

How Much Wealth Does One Need?

October 10, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    41736 shares
    Share 16694 Tweet 10434
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4934 shares
    Share 1974 Tweet 1234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19809 shares
    Share 7924 Tweet 4952
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4205 shares
    Share 1682 Tweet 1051
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4303 shares
    Share 1721 Tweet 1076
  • From Montreal to Guwahati: Assam’s New Cooling Imperative

    91 shares
    Share 36 Tweet 23
  • NGT’s international conference: Climate Justice Must Move from the Courtroom to the Catchment

    74 shares
    Share 30 Tweet 19
  • দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

    711 shares
    Share 284 Tweet 178
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    1226 shares
    Share 490 Tweet 307
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    438 shares
    Share 175 Tweet 110
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d