• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

এনকাইলোজিং স্পণ্ডিলাইটিছ

-ডাঃ শ্বহিদুল প্ৰীতম

by Anjan Sarma
June 17, 2021
in Health, Lifestyle
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ শ্বহিদুল প্ৰীতম |

কঁকালৰ প্রদাহজনিত বাত ৰোগ এনকাইলোজিং স্পণ্ডিলাইটিছত মেৰুদণ্ডৰ অস্থিসন্ধিসহ অন্যান্য অঙ্গ-প্রত্যঙ্গ আক্রান্ত হয়।ইয়াক একেবাৰে নির্মূল কৰিব পৰা নগলেও আধুনিক চিকিৎসাৰ মাধ্যমত নিয়ন্ত্রণত ৰাখিব পৰা যায়।

স্পণ্ডিল’আর্থ্রাইটিছ হল এক প্ৰকাৰৰ বাত ৰোগ। স্পণ্ডিল’আর্থ্রাইটিছ সংক্ৰমনত কেইবাটাও অস্থিৰ  ৰোগ হব পাৰে,যাৰ অন্যতম এটি হল এনকাইলোজিং স্পণ্ডিলাইটিছ। অন্য ৰোগবোৰ হল ৰি-একটিভ আর্থ্রাইটিছ, ছৰিয়াটিক আর্থ্রাইটিছ, ইনফ্লেমেটৰি বাওয়েল ডিজিজ আর্থ্রাইটিছ,জুভেনাইল ইডিওপেথিক আর্থ্রাইটিছ, ক্রনছ্ ডিজিজ ইত্যাদি।এনকাইলোজিং স্পণ্ডিলাইটিছ নামক বাত ৰোগটি তুলনামূলকভাৱে নাৰীৰ তুলনাত পুৰুষৰ বেছি হয়।

✍উপসর্গসমূহঃ

👉মূল উপসর্গ হল কঁকালৰ বিষ। প্রথমতে বিষ মৃদু থাকে।কিন্তু দিন যোৱাৰ লগে লগে এই বিষ তীব্রতৰ হয়।

👉বিচনাত বিষৰ কবলত ইফাল-সিফাল কৰে। ৰাতি বিষ ইমানেই বেছি হয় যে বিষৰ বাবে সাৰ পাই যায়।

👉বিশ্রাম ললে বিষ বাঢ়ে কিন্তু কাম কাজ কৰি থাকিলে বিষ কমি থাকে।

👉কঁকালত বিষ নহলেও বিভিন্ন অস্থিসন্ধি যেনে ভৰিৰ বিভিন্ন গাঁঠি সমূহত বিষ হোৱাৰ লগতে ভৰিৰ নিম্নাংশ ফুলি যাব পাৰে।এটা ভৰিত বেছি বিষ অনুভৱ হলে আনটোত বিষ কম হয়।

👉ভৰিৰ মাংসপেশীসমূহ যিবোৰ হাড়ৰ লগত সংযুক্ত হৈ থাকে সেইবোৰ স্থানত বিষ বেছি হয়।

✍কাৰণসমূহঃ

পৃথিবীৰ প্ৰায় ৮০ শতাংশ মানুহৰ জীৱনত কোনোবা না কোনোবা বয়সত কঁকালৰ বিষ হয়েই ।মানৱ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বা ইমোইন ছিস্টেম থাকে যাৰ কামেই হল শৰীৰক নিঃৰোগী কৰি ৰখা। ইমোইন ছিস্টেম দূৰ্বল হৈ যোৱাৰ ফলত শৰীৰৰ বিভিন্ন গাঁঠি বা জইন্ট,মাংসপেশী,হাড় প্রভৃতিকে আদি কৰি সকলো অংগ-প্ৰতংগ সংক্ৰমিত হয়।

এনকাইলোজিং স্পণ্ডিলাইটিছ পুৰুষ-মহিলা উভয়ৰে হব পাৰে।

ইয়াৰ বাবে দায়ী কাৰকসমূহ:

👉বংশগত: ২০-২৫ শতাংশ ক্ষেত্রত জেনেটিক কাৰণ বা বংশপৰম্পৰা কাৰক হিচাপে অভিহিত কৰা হয়।

👉ভাইৰাছ: কিছু কিছু ভাইৰাছ সংক্ৰমনৰ ফলতো এই ৰোগ হয়।

👉বেক্টেৰিয়া: বেক্টেৰিয়াৰ আক্রমণ কৰিলেও এনকাইলোজিং স্পণ্ডিলাইটিছ হব পাৰে।

পৰীক্ষাঃ চিকিত্সকৰ পৰামৰ্শমতে নিন্মোক্ত পৰীক্ষাসমূহ কৰিলে ৰোগ নিশ্চিত কৰিব পাৰি-

👉লেব টেস্ট: তেজৰ কিছু পৰীক্ষা-নিৰীক্ষা কৰিলে এই ৰোগ ধৰা পৰে। যেনে: ছিবিছি(CBC), ইএছআৰ(ESR), এইছএলএ-বি২৭(HlaB-27) ইত্যাদি।

👉ইমেজিং: মেৰুদণ্ডৰ দুয়োকাষে থকা দুয়োটা ছেক্ৰ’ইলিয়াক(SI)জইন্টৰ এক্স-ৰে কৰিলে এই ৰোগ নিশ্চিত হব পাৰি।ক্ষেত্রবিশেষে হাড়ৰ ছফট্ টিচুবোৰত বিশেষ চিহ্ন বা লক্ষণ চাই ৰোগ নির্ণয়ৰ বাবে ছেক্ৰ’ইলিয়াক জইন্টৰ ছিটি স্কেন, এমআৰআই কৰি নিশ্চিত হব পাৰি।

👉আলট্রাছাউণ্ড বা ছন’গ্ৰাফী: এনকাইলো✍জিং স্পণ্ডিলাইটিছ নিশ্চিত কৰিবলৈ মাস্ক’স্কেলেটাল আলট্রাছন’গ্রাফী পৰীক্ষাটিও কৰিব পাৰি।

✍চিকিৎসা ও কৰণীয়ঃ

👉ফিজিঅ’থেৰাপি : এনকাইলোজিং স্পণ্ডিলাইটিছ হলে দৈনিক শাৰিৰীক ব্যায়াম বা ফিজিঅ’থেৰাপিয়ে ৰোগ নিৰাময়ত বহুত সহায় কৰে।শাৰিৰীক ব্যায়ামে মাংসপেশীসমূহক শক্তিশালী ও কাৰ্যক্ষম কৰি ৰখাৰ উপৰিও ৰাতি গভীৰ টোপনি অহাত সহায় কৰে।

👉ছাৰ্জাৰী বা অস্ত্ৰোপচাৰ: ছাৰ্জাৰীৰ জড়িয়তে এই ৰোগ নিৰ্মূল কৰিব পাৰি।বিশেষ কৰি ভৰিৰ ওপৰৰফালে যিসকলে অৱস অৱস অনুভৱ কৰাৰ ওপৰিও প্রস্রাৱ-পায়খানাত সমস্যা হয় তেখেত সকলৰ বাবে অস্ত্ৰোপচাৰ জৰুৰী।

 ✍এনকাইলোজিং স্পণ্ডিলাইটিছৰ ভয়াবহতাঃ

👉এনকাইলোজিং স্পন্ডিলাইটিছ হলে দেহৰ অন্যান্য অঙ্গ-প্রত্যঙ্গও আক্রান্ত হব পাৰে। ইয়াৰ ফলত চকু আক্ৰান্ত হয়।

👉প্রায় ২০-৩০ শতাংশৰো বেছি  ক্ষেত্রত অন্যান্য গাঁঠি যেনে-ঊৰুসন্ধি বা হিপ জইন্ট আৰু নি জইন্ট বা আঁঠু আক্রান্ত হয়।

👉হৃদযন্ত্র বা হার্টৰ সমস্যা হব পাৰে।

👉স্নায়ুতন্ত্র আক্রমণ কৰাৰ লগতে স্নায়ুৰ শিৰাবোৰ দুর্বল কৰি নানা জটিলতাৰ সৃষ্টি কৰে।

👉চকুত সংক্ৰমন হয়।

👉এনকাইলোজিং স্পণ্ডিলাইটিছৰ সমস্যা দীর্ঘদিন থাকিলে অস্টিঅ’পোৰ’ছিছ বা হাড়ৰ ক্ষয়জাতীয় ৰোগ হব পাৰে।

✍প্রতিৰোধ কৰণীয়ঃ

এনকাইলোজিং স্পণ্ডিলাইটিছ ৰোগ চিনাক্ত হোৱাৰ পিছতে দ্রুত চিকিৎসা কৰিলে প্রায় সম্পূৰ্ণ সুস্থতা লাভ কৰিব পাৰি। সেয়ে কঁকালৰ বিষ অনুভৱ কৰিলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব লাগে। #বিশেষ_সতৰ্কীকৰণঃ বিষনাশক ঔষধৰ অত্যধিক প্ৰয়োগৰ ফলত মাইগ্ৰেন,কিডনিত পাথৰ হব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: এনকাইলোজিং স্পণ্ডিলাইটিছ
Anjan Sarma

Anjan Sarma

Related Posts

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster
ASSAM

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

by PAHARI BARUAH
September 16, 2026
0

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster and the Collapse of Public Health From Carbide-Ripened...

Read moreDetails
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

September 15, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

September 12, 2026
Ozempic benefits- the natural way!

Ozempic benefits- the natural way!

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d