• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ওজাপালি-অসমৰ প্ৰাচীন নাট্যধৰ্মী অনুষ্ঠান

মনোজ কুমাৰ ডেকা

by Anjan Sarma
April 6, 2023
in Special Report
Reading Time: 3 mins read
0
ওজাপালি-অসমৰ প্ৰাচীন নাট্যধৰ্মী অনুষ্ঠান
Share on FacebookShare on TwitterShare on LinkedIn

ওজাপালি-অসমৰ প্ৰাচীন নাট্যধৰ্মী অনুষ্ঠান

মনোজ কুমাৰ ডেকা

Monoj Kumar Deka
Monoj Kumar Deka

  …ক্ৰমশঃ এটা ভয়ে নায়কক চেপি আনিছে l চিঞৰিছে …কান্দিছে l নিজৰ অভিপ্সা সিদ্ধিৰ বাবে এটাৰ পিছত এটা হত্যাকাণ্ড সংঘটিত কৰি যোৱা নায়ক এতিয়া ভাগৰুৱা l ক্লান্ত l

সেয়া আছিল ‘মেকবেথ’ৰ এটি দৃশ্য l পৰিচালক, ৰতন থিয়াম l

চুবুৰীয়া মনিপুৰৰ প্ৰখ্যাত পৰিচালক গৰাকীয়ে নিজৰ ধৰণে মেকবেথ’ক ব্যাখ্যা কৰিছে l সহস্ৰজনে অবাক হৈ চাইছে l আমিও চাইছো তেখেতৰ নাটকৰ্ম l বুজিবলৈ চেষ্টা কৰিছো l

কিন্তু মনলৈ হঠাতে আন কেতবোৰ চিন্তা আহি ভীৰ কৰিলে l

মনটোৱে কৈছে , সুধিছে – আৰম্ভণি কি আছিল …কেনে আছিল ? আমি অসমৰ বা ৰাজ্যৰ কোনো পৰিচালকৰ চবি চাইছো , নাটক চাইছো l কিন্তু আজিৰ পৰা ১০০ বছৰ আগেয়ে ? ২০০ বছৰ আগেয়ে ? তেতিয়া ? তেতিয়া আমাৰ পূৰ্ব পুৰষে কি চাইছিল ? সিমান বছৰ পূৰ্বে জ্ঞান বা মনোৰঞ্জনৰ বাবে কৰা কামৰ, প্ৰদৰ্শনৰ ৰূপ কেনেকুৱা আছিল ! ৰীতি কেনেকুৱা আছিল ?

যদি উভটি চাওঁ দেখিম যে প্ৰাচীন অসমত প্ৰচলিত কেইটামান নাট্যধৰ্মী অনুষ্ঠান হৈছে- ওজাপালি , পুতলা নাছ, কুশান গান ইত্যাদি l আমি ইয়াত ওজাপালি’ৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিম l

নামনি অসমৰ কেইবাখনো জিলাত এইবিধ লোক কলাৰ অনুশীলন আজিও অব্যাহত l তথাপি দৰং জিলাত ই অধিক শক্তিশালী ৰূপ পৰিগ্ৰহ কৰা লক্ষ্য কৰা যায় l

ওজাপালি মুলতঃ দুই প্ৰকাৰৰ l

(এক) ব্যাসৰ ওজাপালি,

( দুই ) শুকন্নানী ওজাপালি l

ওজাপালি-অসমৰ প্ৰাচীন নাট্যধৰ্মী অনুষ্ঠান

দুয়োপ্ৰকাৰৰ ওজাপালী মাজত অকণ পাৰ্থক্য আছে l অভিনয় বা মুদ্ৰা আদিৰ কথা সাময়িকভাৱে পিছলৈ থৈ যদি পোছাকলৈ লক্ষ্য কৰো তেন্তে দেখিম, শুকন্নানী ওজাপালিত ওজা বা পালীয়ে জামা নিপিন্ধে l

তেওঁলোকে পিন্ধে পাটৰ চাপকন ছোলা আৰু ধূতি l ওজাৰ পাগুৰি ডিম্বাকৃতিৰ হয় l পালিসকলৰ পাগুৰি দেখিবলৈ ময়ুৰে পাখি মেলাৰ দৰে l সেয়ে ইয়াক কোৱা হয়, মৈৰাছাৰী পাগুৰি l

পৰিবেশনৰ সময়ত শুকন্নানী ওজাপালি’ত পোনতে জয়ঢোল বজোৱা হয় l শুকন্নানী ওজাপালিত পালীয়ে এখন হাতেৰে দুয়োপাত খুটিতাল বজায় l

সাধাৰণতে শুকন্নানী ওজাপালি পৰিবেশন কৰা হয় পূজা সমুহত l যেনে : মনসা পূজা , গণেশ পূজা , সত্যনৰায়ণ পূজা আদি l ইয়াৰ বিপৰীতে বিষ্ণু পূজা বা আদ্যশ্ৰাদ্ধ আদিত শুকন্নানী ওজাপালি পৰিবেশন কৰা নহয় l

সাধাৰণতে শুকন্নানী ওজাপালিয়ে পদ্মাপুৰাণ বা আন পুৰাণৰ আখ্যান গায় l

আকৌ, ব্যাস’ৰ ওজাপালি’য়ে পিন্ধে জামা l তেওঁলোকে ঢোলৰ ব্যৱহাৰ নকৰে l তেওঁলোকে দুয়োখন হাতেৰে দুখন খুটিতাল লৈ বজায় l ব্যাসৰ ওজাপালিয়ে ৰামায়ণ-মহাভাৰত’ৰ কাহিনী গায় l

ওজাপালিক কোৱা হয় প্ৰাচীন নাট্যধৰ্মী অনুষ্ঠান l ইয়াত ওজাই শুৱলাকৈ গীত গাই অংগসঞ্চালনেৰ অভিনয় কৰি উপস্থিত দৰ্শকক বুজায় l কোৱা হয়- “মুখে গাৱে হাতে মুদ্ৰা, পাৱে ধৰে তাল- ময়ুৰ সদৃশ নাছে, সেই ওজা ভাল ।”- ইয়াৰ মাজতেই ওজাপালি’ৰ নাট্যধৰ্মী গুণৰ বহু কথা সোমাই আছে l

ওজাপালি’ৰ অন্যতম ভাললগা দিশতো হ’ল ওজাপালি’য়ে উপস্থিত শ্ৰোতা দৰ্শকক জড়িত কৰে l টোপনি যোৱাজনক জগাবলৈ হঠাতে তালৰ বা সুৰৰ গতি সলনি কৰে l খুহুতীয়া কথাৰে একঘেয়ামী আঁতৰাই l শিৱ পাৰ্বতীৰ আখ্যানত পাৰ্বতীয়ে সদা শিৱক বাইক কিনিব দিয়ে !

ওজাপালি-অসমৰ প্ৰাচীন নাট্যধৰ্মী অনুষ্ঠান

“অ শুনা …”

“কি শুনিম ?”

“শুনা পাৰ্বতী যাবা অল্লা..”

“তাৰপাছত !”

“শিৱই কলা…যাবা খুজ্জা, যাৱা…কিবা দিগদাৰ পালি ফোন কোৰবা !”

“তাৰপাছত ?”

“তাৰপাছত পাৰ্বতী শিৱৰ দেখি ঘপাকে চাই কলা…আজিকলেগি এখান বাইক কিনবা নোল্লা …মতা দেখাবা আইছি !”

_এনেদৰে ৰসাল ৰূপত বিষয়বস্তুক উপস্থাপন কৰা হয় l

বৰণীয়া অসমীয়া সংস্কৃতিৰ বহুমূলীয়া মুকুতা ওজাপালিক এতিয়া আমি যত্ন লোৱাহে কথা l

ojapali

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ওজাপালিনাট্যধৰ্মী অনুষ্ঠান
Anjan Sarma

Anjan Sarma

Related Posts

silhouette of four person with flag of united states background
Politics

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

by Mohan Khound
September 10, 2026
0

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World US Regime Change Operations:...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 10, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d