• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 15, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

কথা সাহিত্য বঁটা ২০২৫ : উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ মনোজ্ঞ ভাষণ 

NEWS / Inspiration

by Nilim Kashyap Barthakur
June 4, 2025
in Inspiration, News
Reading Time: 3 mins read
0
কথা সাহিত্য বঁটা ২০২৫ : উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ মনোজ্ঞ ভাষণ 
Share on FacebookShare on TwitterShare on LinkedIn

কথা সাহিত্য বঁটা ২০২৫ : উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ মনোজ্ঞ ভাষণ 

কথা সাহিত্য বঁটা ২০২৫ : উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ মনোজ্ঞ ভাষণ 
ড° ধনপতি ডেকা

নীলিম কাশ্যপ বৰঠাকুৰ

NILIM Kashyap
নীলিম কাশ্যপ বৰঠাকুৰ

অসম সাহিত্য সভাৰ উদ্যোগত আৰু দেৱ দামোদৰ সংঘৰ সহযোগত “কথা সাহিত্য বঁটা ২০২৫” অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, সম্পাদক দেবজিত বৰা, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকাৰ লগতে অন্য সদস্য উপস্থিত থাকে।

বঁটাতো প্ৰদান কৰা হয় বসন্ত কুমাৰ ভট্টাচাৰ্য দেৱক। কিন্তু তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁৰ পুত্ৰ সুশান্ত কুমাৰ কাশ্যপ উপস্থিত থাকে।

কথা সাহিত্য বঁটা ২০২৫ : উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ মনোজ্ঞ ভাষণ 
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকাদেৱে এক মনোজ্ঞ ভাষণৰ জৰিয়তে  কয় যে “মই সাহিত্যৰ লগত খুব কমকৈ জড়িত আছিলোঁ। মই ,২৯ বছৰ তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞানৰ সৈতে জড়িত গৱেষণা কৰাত ব্যস্ত আছিলোঁ। এতিয়া ভট্টদেৱ বিশ্ববিদ্যালয়ত অহাৰ মোৰ দহ মাহ সম্পূৰ্ণ হল, অঞ্চল সমূহৰ সভা সমূহত প্ৰায় মই যাওঁ।
কথা সাহিত্য বঁটা ২০২৫ : উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ মনোজ্ঞ ভাষণ 
বসন্ত কুমাৰ ভট্টাচাৰ্য

“মোৰ এটাই উদ্দেশ্যে- যেনেদৰে আজি আহিছো, আপোনালোকৰ সৈতে চিনাকি হলো, দুই এষাৰ কথা পাতিলো, সাহিত্য সভাৰ দৰে অনুষ্ঠানত আহি ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত আহি দুই এষাৰ কবলৈ সুবিধা পালোঁ, সেয়ে মোৰ জীৱনটো ধন্য হৈছে।এইয়া মোৰ ভাগ্য বুলি মই ভাবিছোঁ।

“মই অসম সাহিত্য সভাৰ পুৰণি দিন এটালৈ ঘূৰি যাব বিচাৰিছোঁ। যেতিয়া অসম আন্দোলন চলি আছিল, তেতিয়া আমি নৱম-দশম শ্ৰেণীৰ ছাত্ৰ। আন্দোলনৰ ভৰপকৰ সময়তো ৰাইজ ৰৈ আছিলে শুনিবলৈ যে অসম সাহিত্য সভাই কি কৈছে।

RelatedPosts

Is There Really No Ethical Consumption Under Capitalism?

Is There Really No Ethical Consumption Under Capitalism?

June 15, 2025
close up of disassembled electronic circuit boards

Environmental Impacts of Electronic Waste & Potential Pathways for its Management

June 15, 2025
Boeing’s Safety Under Scrutiny: Are Its Aircraft Still Reliable After Repeated Incidents?

Boeing’s Safety Under Scrutiny: Are Its Aircraft Still Reliable After Repeated Incidents?

June 13, 2025

“আমাৰ অসমীয়া ৰাইজৰ মাজত অসম সাহিত্য সভা ইমান গভীৰ ভাৱে আছে, ইমান শ্ৰদ্ধাৰে সকলোৱে অনুকৰণ কৰে, অসম সাহিত্য সভাই এই ক্ষেত্ৰত কি কৈছে সেইটো ডাঙৰ কথা। আমাৰ দুখ লাগিছিল যে মাজতে দুই এটা দশক অলপ খেলি মেলি হৈছিল, কিন্তু লাহে লাহে অসম সাহিত্য সভা পুনৰ নিজৰ স্থানত উপস্থিত হৈছে।

“মানুহে বুজি পাইছে যে এই অনুষ্ঠানটো যদি আমি জীয়াই ৰাখোঁ ইয়াৰ জৰিয়তে আমাৰ জাতীয় পৰিচয় আৰু ভাষা সংস্কৃতিৰ যিটো পৰিচয় সেই পৰিচয় টো আমি অসম সাহিত্য সভাৰ জৰিয়তে দিব লাগিব।”

লগতে তেওঁ সভাপতি বসন্ত গোস্বামীক উদ্দেশ্য কয় যে “আজি সভাপতিৰ আসনত এজন স্বনাম ধন্য পণ্ডিত আমাৰ মাজত বহি আছে। তেখেতক দেখিলে আমাৰ আশাবোৰ বাঢ়ি যায়…”

কথা সাহিত্য বঁটা ২০২৫ : উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ মনোজ্ঞ ভাষণ 
বসন্ত গোস্বামী

লগতে তেওঁ কয় যে “অসমীয়া সাহিত্যৰ যিবোৰ অৱদান, সেই অৱদান সমূহ আমি পৃথিৱীৰ বিভিন্ন ভাষাত অনুবাদ কৰাৰ চেষ্টা কৰিব লাগে। ইয়াৰ জৰিয়তে অসমীয়া সাহিত্যৰ প্ৰচাৰ হব।লগতে কিতাপ সমূহ ডিজিটেল ৰূপত লৈ অনাৰ প্ৰয়াস কৰা উচিত।”

দেৱ দামোদৰ সংঘৰ সম্পৰ্কৰ বিষয়ে তেওঁ দুই এষাৰ বক্তব্য ৰাখি তেওঁ ড৹বসন্ত কুমাৰ ভট্টাচাৰ্য সম্পৰ্কে কয় যে “তেওঁ ১৬ৰ পৰা ১৭ খন গল্প পুথি, কিতাপ, প্ৰবন্ধ লিখাৰ পাছতো এখন চাইকেল চলাই গোটেই জীৱনটো পাৰ কৰিলে যদিও লিখিবলৈ তেওঁ এৰি দিয়া নাই।”

তেওঁ মহাপুৰুষ দামোদৰ দেৱ আৰু ভট্ট দেৱৰ সম্পৰ্কে দুই এষাৰ বক্তব্য আগবঢ়ায়। তেওঁ লগতে কয় যে “ভট্টদেৱ বিশ্ববিদ্যালয়ে ভাৰতীয় জ্ঞান পৰম্পৰা সম্পৰ্কে এটি চেণ্টাৰ খুলিবলৈ আগ বাঢ়িছে। যত যিকোনো বিভাগৰ শিক্ষকে তাত অংশগ্ৰহণ কৰিব পাৰে আৰু তাত গৱেষণাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হব। ইয়াৰ দ্বাৰা সত্ৰ আৰু দামোদৰ দেৱৰ সম্পৰ্কে অধ্যয়ন কৰা হব।”

04-06-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Nilim Kashyap Barthakur

Nilim Kashyap Barthakur

Related Posts

Is There Really No Ethical Consumption Under Capitalism?
Special Report

Is There Really No Ethical Consumption Under Capitalism?

by Kakali Das
June 15, 2025
0

Is There Really No Ethical Consumption Under Capitalism? real-faker.tumblr.com KAKALI DAS Kakali Das “No ethical consumption under capitalism” –this phrase...

Read moreDetails
close up of disassembled electronic circuit boards

Environmental Impacts of Electronic Waste & Potential Pathways for its Management

June 15, 2025
Boeing’s Safety Under Scrutiny: Are Its Aircraft Still Reliable After Repeated Incidents?

Boeing’s Safety Under Scrutiny: Are Its Aircraft Still Reliable After Repeated Incidents?

June 13, 2025
Crash of Air India Flight AI171 Ignites Global Concerns Over Aviation Safety

Crash of Air India Flight AI171 Ignites Global Concerns Over Aviation Safety

June 13, 2025
Data breach and masking of data

তথ্য-শোষণ ! আমাৰ তথ্য–আমাৰ অধিকাৰ

June 13, 2025
icebergs floating in the water near a body of water

Greenland Ice Sheet Melted 17 Times Faster During May Heatwave

June 13, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Is There Really No Ethical Consumption Under Capitalism?

Is There Really No Ethical Consumption Under Capitalism?

June 15, 2025
close up of disassembled electronic circuit boards

Environmental Impacts of Electronic Waste & Potential Pathways for its Management

June 15, 2025
How Ethical Design Can Propel Assam into the Future While Honoring Its Roots

How Ethical Design Can Propel Assam into the Future While Honoring Its Roots

June 15, 2025
পইতা পালমৰা নহয়, বৰং পুষ্টিকৰ খাদ্য

পইতা পালমৰা নহয়, বৰং পুষ্টিকৰ খাদ্য

June 15, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11906 shares
    Share 4762 Tweet 2976
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1377 shares
    Share 551 Tweet 344
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2859 shares
    Share 1144 Tweet 715
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7218 shares
    Share 2887 Tweet 1805
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5507 shares
    Share 2203 Tweet 1377
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3058 shares
    Share 1223 Tweet 765
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    867 shares
    Share 347 Tweet 217
  • ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

    177 shares
    Share 71 Tweet 44
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    170 shares
    Share 68 Tweet 43
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3150 shares
    Share 1260 Tweet 788
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d