• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, May 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

ক’লা জিৰাৰ বগা গুণ

ডা:মনোজ কুমাৰ শইকীয়া

by Anjan Sarma
April 20, 2022
in Health, Medical
Reading Time: 2 mins read
0
ক’লা জিৰাৰ বগা গুণ
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

The fountain of youth

The fountain of youth

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

May 4, 2026

ক’লা জিৰা

আমি সদায় ব্যৱহাৰ কৰি অহা পাছফোৰোণৰ এবিধ হৈছে ক’লা জিৰা। পাছফোৰণত চকু ফুৰালে জিলিকি উঠে ক’লাজিৰা। বৈদিক কালৰ পৰা ক’লাজিৰা মচলা আৰু আয়ুৰ্বেদিক ঔষধ হিচাবে ব্যৱহাৰ কৰি অহা হৈছে। ক’লা জিৰাক আয়ুৰ্বেদিকত কৃষ্ণ জিৰক বোলা হয়। ক’লাজিৰাৰ গুণাগুণ সমূহ হৈছে–

 (১)  ক’লাজিৰাত ফছফেট, ফছফৰাচ, আইৰণ আদি পদাৰ্থ থাকে। এই পদাৰ্থ সমূহে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি  নিৰোগী কৰি ৰখাত সহায় কৰে

(২) নিয়মিতভাৱে ক’লাজিৰা খালে শৰীৰৰ প্ৰত্যেকটো অঙ্গ-প্ৰত্যঙ্গ সতেজ আৰু কাৰ্যক্ষম হৈ থাকিব পাৰে।

(৩) তেজত কলেষ্টেৰল পৰিমাণ কমায় স্বাভাৱিক অৱস্থালৈ আনি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। সেয়েহে উচ্চ ৰক্তচাপ কমাই শৰীৰৰ স্বাভাৱিক ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

“ক’লাজিৰাই স্মৃতি শক্তি বঢ়োৱাত সহায় কৰে। সিৰা আৰু ধমনীত কলেষ্টেৰল সঞ্চিত হৈ থকা অৱৰোধ ক’লাজিৰাই আতৰাই ৰক্ত ৰক্তসঞ্চালন নিয়মীয়াকৈ কৰিব পাৰে। সমগ্র শৰীৰ আৰু মস্তিষ্কত ৰক্তসঞ্চালন ভালদৰে হোৱাৰ ফলত প্ৰচুৰ পৰিমাণে অক্সিজেন আৰু পোষণ মস্তিষ্কই পোৱাৰ পৰিপ্ৰেক্ষিতত স্মৃতিশক্তিৰ বিকাশ হয়। স্মৃতি শক্তি বৰ্ধক ঔষধ সাৰস্বত চূৰ্ণত ক’লা জিৰা আছে।“

(৪) কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।

 (৫) ক’লাজিৰা খালে মধুমেহ ৰোগ নিৰাময় হয়। মধুমেহ বা ডায়েবেটিচ ৰোগীৰ তেজৰ শৰ্কৰা বা চুগাৰৰ পৰিমাণ ক’লাজিৰাই কমাব পাৰে।

(৬) ক’লাজিৰা খালে যৌনক্ষমতা বঢ়াৰ উপৰিও শুক্ৰ উৎপাদন বৃদ্ধি হয়। মহিলাৰ গৰ্ভধাৰণ ক্ষমতা বাঢ়ে। সন্তানহীন মহিলাৰ গৰ্ভধাৰণ কৰাৰ বাবে প্ৰয়োগ কৰা গৰ্ভপাল ৰস নামৰ ঔষধত ক’লাজিৰা আছে।

(৭) ক’লাজিৰাই স্মৃতি শক্তি বঢ়োৱাত সহায় কৰে। সিৰা আৰু ধমনীত কলেষ্টেৰল সঞ্চিত হৈ থকা অৱৰোধ ক’লাজিৰাই আতৰাই ৰক্ত ৰক্তসঞ্চালন নিয়মীয়াকৈ কৰিব পাৰে। সমগ্র শৰীৰ আৰু মস্তিষ্কত ৰক্তসঞ্চালন ভালদৰে হোৱাৰ ফলত প্ৰচুৰ পৰিমাণে অক্সিজেন আৰু পোষণ মস্তিষ্কই পোৱাৰ পৰিপ্ৰেক্ষিতত স্মৃতিশক্তিৰ বিকাশ হয়। স্মৃতি শক্তি বৰ্ধক ঔষধ সাৰস্বত চূৰ্ণত ক’লা জিৰা আছে।

 (৮) শিশুক ক’লাজিৰা খুৱালে স্মৰণ শক্তি বাঢ়ে, বয়সস্থ ব্যক্তিয়ে খালে সুন্দৰ টোপনি আহে । অনিদ্ৰা ৰোগীয়ে ক’লাজিৰাৰ গুৰি দিনে এচামুচ খালে সোনকালে উপসম পায়।

(৯) ক’লাজিৰা খালে শৰীৰৰ বিষ ভাল হয় । বিশেষকৈ বাত বিষৰ কাৰণে বহুত উপকাৰী। আয়ুৰ্বেদিক বাতবিষৰ ঔষধ যোগৰাজ গুগুলু , মহাযোগৰাজ গুগুলূ আদিত ক’লাজিৰা অন্যতম উপাদান হিচাবে আছে‌ । ক’লাজিৰা খালে স্নায়ুৰ বিষ, মাংসপেশীৰ বিষ আৰু হাড়ৰ গাঠিৰ বিষ বা বাতবিষ ভাল হয়।

(১০) সৰিয়হৰ তেলত ক’লাজিৰা মিলাই তেল গৰম কৰি মালিছ কৰিলে চৰ্দি, কাহ, গা বিষৰ পৰা উপসম পায়।

 (১১) পুৰণি হাপানী ৰোগীয়ে আধাচামুচ ক’লাজিৰাৰ গুৰিৰ লগত আধাচামুচ মৌ মিহলাই দিনে তিনিবাৰ খালে আৰোগ্য হয়। সকলো ধৰণৰ শ্বাস,কাহ, চৰ্দি  আদিত ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।

(১২) ক’লাজিৰা খালে আহাৰ ভালদৰে হজম হয় আৰু পেটৰ গেছ কমে। লৱন ভাস্কৰ চূৰ্ণত ক’লাজিৰা আছে।

“শিশুক ক’লাজিৰা খুৱালে স্মৰণ শক্তি বাঢ়ে, বয়সস্থ ব্যক্তিয়ে খালে সুন্দৰ টোপনি আহে । অনিদ্ৰা ৰোগীয়ে ক’লাজিৰাৰ গুৰি দিনে এচামুচ খালে সোনকালে উপসম পায়।”

ব্যৱহাৰৰ পৰিমাণ

প্ৰাপ্ত বয়সৰ এজন ব্যক্তিয়ে ক’লাজিৰা গুৰি আধাচামুচকৈ দিনে তিনিবাৰ আহাৰ খোৱাৰ পিছত খাব ।

আয়ুৰ্বেদিক ঔষধ

 ক’লাজিৰা যৌগ হিচাবে থকা আয়ুৰ্বেদিক ঔষবোৰ হৈছে-মহাযোগৰাজ গুগুলু, যোগৰাজ গুগুলু , লৱন ভাস্কৰ চূৰ্ণ,সৌভাগ্য বটী, সাৰস্বত চূৰ্ণ, গৰ্ভপাল ৰস, মৃতসঞ্জীৱনী সুৰা ইআদি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: আয়ুৰ্বেদিক ঔষধক'লা জিৰা
Anjan Sarma

Anjan Sarma

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
May 16, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

May 4, 2026
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026
Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

April 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

April 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

May 19, 2026
চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

May 18, 2026
Adapting Agriculture for a Changing Climate

Adapting Agriculture for a Changing Climate

May 18, 2026
Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

May 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32553 shares
    Share 13021 Tweet 8138
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14194 shares
    Share 5678 Tweet 3549
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    281 shares
    Share 112 Tweet 70
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3730 shares
    Share 1492 Tweet 933
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    943 shares
    Share 377 Tweet 236
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6533 shares
    Share 2613 Tweet 1633
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    81 shares
    Share 32 Tweet 20
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4331 shares
    Share 1732 Tweet 1083
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    224 shares
    Share 90 Tweet 56
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d