• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 8, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

কিডনী আৰু দ্ৰোণ

-টোকাবহীৰ পৰা : মহাবাহু

by Admin
June 18, 2021
in Health, Lifestyle, Special Report
Reading Time: 1 min read
0
person in black tank top

Photo by Kindel Media on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-টোকাবহীৰ পৰা : মহাবাহু |

আকাশীপথেৰে ৫ কি.মি. দূৰত্ব দ্ৰোণে অতিক্ৰমি কঢ়িয়াই আনিলে ‘কিডনী’! ৱাশ্বিংটন: আকাশীপথেৰে ৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ‘কিডনী’য়ে সময়মতেই চিকিৎসালয় পাবলৈ সক্ষম হ’ল দ্ৰোণৰ সহায়ত। প্ৰযুক্তিবিদ্যাক কামত খটুৱাই দ্ৰোণৰ মাধ্যমেৰেও যে কিডনী নিৰাপদে লৈ আহিব পাৰি, তেনে এক বিৰল ঘটনাৰ সাক্ষী পোনপ্ৰথমবাৰৰ বাবে হৈ ৰ’ল বিশ্বৰ চিকিৎসাবিজ্ঞানৰ সৈতে জড়িতসকল।
মেৰিলেন্ড বিশ্ববিদ্যালয়ৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ৪৪ বছৰ বয়সীয়া এগৰাকী মহিলাই বিগত ৮ বছৰ ধৰি কিডনীৰ সমস্যাৰে আক্ৰান্ত হৈ আছিল। ডায়ালাইচিছ প্ৰক্ৰিয়াৰ দ্বাৰা চিকিৎসা কৰি থকা হৈছিল যদিও মহিলাগৰাকীয়ে সকাহ পোৱা নাছিল। অৱশেষত চিকিৎসকসকলে কিডনী প্ৰতিস্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিশ্ববিদ্যালয়ৰ সূত্ৰ অনুসৰি মেৰিলেন্ড মেডিকেল চেন্টাৰৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ নিলগত এখন বেচৰকাৰী চিকিৎসালয়ত ৬০ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধৰ ‘ব্ৰেইন ডেথ’ হয় আৰু তেতিয়াই সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অতি দ্ৰুততাৰে কিডনী প্ৰতিস্থাপনৰ বাবে যাবতীয় ব্যৱস্থা লোৱা হব।
কিডনী প্ৰতিস্থাপনৰ বাবে ৰাজপথেৰে সেই কিডনী আনিবলৈ যিমান সময় লাগে, তাৰে এক-তৃতীয়াংশ সময়ত দ্ৰোণৰ সহায়েৰে আকাশীপথেৰে কিডনী আনিবলৈ সক্ষম হ’ল মেৰিলেন্ড মেডিকেল চেন্টাৰে। বিশ্ববিদ্যালয়ৰ সূত্ৰৰ পৰা জনা গৈছে যে ৫ কিলোমিটাৰ দূৰত্ব উৰি আহিবলৈ সময় লাগিল মাত্ৰ ১৬০ ছেকেণ্ড! কিন্তু ৰাজপথেৰে আনিলে সময় লাগিলহেতেন ৫ মিনিটৰ পৰা ৬৫ মিনিট। কিডনী প্ৰতিস্থাপনৰ দায়িত্বত থকা অস্ত্ৰোপচাৰবিদ জোছেফ স্কেলাই জনাইছে যে “আমাৰ হাতত মুঠ সময় আছিল মাত্ৰ ৩ মিনিট। এই ৩ মিনিটৰ ভিতৰতে ৪৪ বছৰীয়া ৰোগাক্ৰান্ত মহিলাৰ কিডনীক বিদায় দি নতুন কিডনী তেওঁৰ শৰীৰত স্থাপন কৰিব লাগিবই বাবে আকাশীপথেৰে কিডনী উৰুৱাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, কাৰণ ৰাজপথেৰে কিমান সময় লাগে ধৰিব পৰা নাযায়।” ১৯ এপ্ৰিল,২০১৯ তাৰিখে নিশা ১ বজাত ৪০০ ফুট উচ্চতাৰে দ্ৰোণে ১৬০ ছেকেণ্ডত মেৰিলেন্ড মেডিকেল চেন্টাৰৰ হেলিপেডত অৱতৰণ কৰিলে।
দ্ৰোণক চিকিৎসাবিজ্ঞানৰ কামত ব্যৱহাৰ কৰা উদাহৰণ আগতেও আছিল। ২০১৮ চনৰ ডিচেম্বৰ মাহত প্ৰৱল তুষাৰপাতৰ ফলত অষ্ট্ৰেলিয়াত হেলিকপ্টাৰৰ সংযোগ যেতিয়া সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছিল, তেতিয়া দ্ৰোণেই আছিল একমাত্ৰ ভৰষা। প্ৰায় ১৫ কিলোমিটাৰ পথ দ্ৰোণে কঢ়িয়াই নিছিল প্ৰয়োজনীয় ৰক্ত। কিন্তু প্ৰতিস্থাপন কৰিবলৈ দ্ৰোণৰ মাধ্যমেৰে কিডনী উৰুৱাই অনা ঘটনা এয়াই প্ৰথম। জোছেফে দাবী কৰিছে যে বৰ্তমানে দ্ৰোণে যি উন্নতিসাধন কৰি আছে, অদূৰ ভৱিষ্যতে মাত্ৰ ১০-১৫ কিলোমিটাৰ নহয়, চিকিৎসাৰ প্ৰয়োজনত ১০০ কিলোমিটাৰ দূৰৰ পৰাও দ্ৰোণে চিকিৎসাৰ সা-সৰঞ্জাম উৰুৱাই আনিব পাৰিব।
আমেৰিকাৰ প্ৰায় ১৫০০০০ মানুহ এতিয়াও অঙ্গ প্ৰতিস্থাপনজনিত সমস্যাত ভুগি আছে। অঙ্গৰ অভাৱৰ উপৰিও তৎকালীনভাৱে অঙ্গ স্থানান্তৰৰ সমস্যাও আছে। এনে ক্ষেত্ৰত দ্ৰোণৰ মাধ্যমেৰে উপকৃত হ’ব পৰা যাব বুলি চিকিৎসাবিজ্ঞানীসকলে আশা কৰিছে।

RelatedPosts

Sunday Getaway To A Local Natural Retreat

Sunday Getaway To A Local Natural Retreat

August 7, 2022
Traditional Masculinity: The damage It Does

Traditional Masculinity: The damage It Does

August 7, 2022
অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

August 6, 2022

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Sunday Getaway To A Local Natural Retreat
Nature

Sunday Getaway To A Local Natural Retreat

by Admin
August 7, 2022
0

Sunday Getaway Parismita Goswami You must have heard about "Shinrin-yoku," a Japanese practice of seeking a more profound connection with...

Read more
Traditional Masculinity: The damage It Does

Traditional Masculinity: The damage It Does

August 7, 2022
অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

August 6, 2022
NEW GST RATES

NEW GST RATES

August 6, 2022
দুৰ্যোগ আৰু মানসিক সমস্যাৰ সমাধান

দুৰ্যোগ আৰু মানসিক সমস্যাৰ সমাধান

August 5, 2022
ধৰ্মীয় অসহিষ্ণুতা

ধৰ্মীয় অসহিষ্ণুতা

August 5, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
building during golden hour

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ, যি বাস কৰে সংঘাতৰ ডাৱৰৰ তলত

August 7, 2022
Sunday Getaway To A Local Natural Retreat

Sunday Getaway To A Local Natural Retreat

August 7, 2022
Traditional Masculinity: The damage It Does

Traditional Masculinity: The damage It Does

August 7, 2022
PEC demands justice to Myanmar photographer Aye Kyaw

PEC demands justice to Myanmar photographer Aye Kyaw

August 7, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    105 shares
    Share 42 Tweet 26
  • ৬ আগষ্টঃ কেইটামান খবৰ

    10 shares
    Share 4 Tweet 3
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • Emergence Of The KNF In Chittagong Hill Tracts

    361 shares
    Share 144 Tweet 90
  • PEC demands justice to Myanmar photographer Aye Kyaw

    5 shares
    Share 2 Tweet 1
  • UTA demands a correct NRC for Assam

    13 shares
    Share 5 Tweet 3
  • ১ আগষ্টঃ কেইটামান খবৰ

    18 shares
    Share 7 Tweet 5
  • ম্যানমাৰৰ জনসাধাৰণৰ পৰা ভাৰতৰ নাগৰিক সমাজ সংগঠন আৰু ৰাজনৈতিক দললৈ মুকলি পত্ৰ

    19 shares
    Share 8 Tweet 5
  • Kharkiv School Graduate In Her Graduation Dress!

    132 shares
    Share 53 Tweet 33
  • ৫ আগষ্টঃ কেইটামান খবৰ

    7 shares
    Share 3 Tweet 2
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: