• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, November 8, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Short Stories

কুঁহিৰ হোলি

মৌলি ধৰ

by Anjan Sarma
March 8, 2023
in Literature, Short Stories
Reading Time: 3 mins read
0
কুঁহিৰ হোলি
Share on FacebookShare on TwitterShare on LinkedIn

কুঁহিৰ হোলি

মৌলি ধৰ

হোলি
Pic: Anita Sarma

কুঁহিৰ বাবে এইবাৰৰ হোলি আনবাৰতকৈ অলপ বেলেগ ।

বেলেগ ঠাই, মানুহবোৰো নতুন  | কিন্তু হোলিৰ উচাহ অলপো কম নহয় |

নগাঁওত তাই ককা- আইতা, বৰমা-বৰদেউতা, ৰিকি-দাদা, নিনি-বা সকলোৰে সৈতে হোলি খেলিছিল | মাকৰ চাকৰিটো সুদূৰ দিল্লীলৈ বদলি হোৱা বাবে তাইও মৰমৰ ঘৰখন এৰি আহিবলগীয়া হ’ল |

RelatedPosts

সমন্বয়-সম্প্ৰীতিৰ ধ্বজাবাহক চাওলুং ছ্যুকাফাৰ অসমীয়া মহাজাতিৰ গঠন আৰু বৰ-অসম প্ৰতিষ্ঠাৰ আঠশ বছৰ !

সমন্বয়-সম্প্ৰীতিৰ ধ্বজাবাহক চাওলুং ছ্যুকাফাৰ অসমীয়া মহাজাতিৰ গঠন আৰু বৰ-অসম প্ৰতিষ্ঠাৰ আঠশ বছৰ !

November 5, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

October 30, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

সম্প্ৰসাৰণবাদী ৰাজনীতি আৰু কোচসকলৰ পৰিচয় সংকট

October 29, 2025

তথাপি ইয়াৰ মাজতো তাইৰ বাবে ভাল লগা কথাটো হ’ল কুঁহিৰ অতিকৈ মৰমৰ মুন আন্কলক পোৱাটো | আজি তাই মুন আন্কলৰ লগত হোলি খেলিব ওলাল |

কুঁহিৰ মুন আন্কল ওৰফে মৃগেন গগৈ, কুঁহিৰ মাক জাহ্নবীৰ বহুত আগৰে পৰা চিনি পায় |

কুঁহিৰ বৰদেউতাকৰ লগত একেটা বিভাগতে চাকৰি কৰা মৃগেন গগৈৰ জাহ্নবী বিয়া হৈ সেইখন ঘৰলৈ যোৱাৰ আগৰে পৰা ঘৰখনত মৃগেনৰ অহাযোৱা | বিয়াখন ঠিক হওতে মৃগেনৰ পৰাই ঘৰখনে জাহ্নবীৰ বিষয়ে খবৰবোৰ লৈছিল |

‘বহুত ভাল ছোৱালী জাহ্নবী‘- একেষাৰতে উত্তৰ দিছিল মৃগেনে |

আবিয়ৈ বায়েক, বুঢ়া বাপেকৰ দায়িত্ব লওতে লওতে মৃগেনৰো বিয়াৰ বয়স প্ৰায় ওকলিল | আবিয়ৈ ছোৱালী থকা ঘৰত যে ছোৱালী দিবলৈ কোনেও সন্মত নহয় | যোৱা বছৰেই বদলি হৈ তেখেত দিল্লীলৈ আহিছে | কুঁহিক লগ পাই তেওঁৰো মনটো ভাল লাগি গ’ল |

        এইয়া কি! তাই সঁচাকৈ আচৰিত হ’ল | জন্ম হবৰে পৰা এই পাঁচটা বছৰত তাই মাকক যি সাজত দেখিছে, দিল্লীত দেখোন প্ৰায় সকলোবোৰ মানুহেই একে সাজতেই হোলী খেলিব ওলাইছে! শুভ্ৰ বগা | তাইতো আগতে কাকো নতুন বগা কাপোৰ পিন্ধি হোলী খেলা দেখা নাই |

কি অদ্ভুত বাৰু ছোৱালীবোৰ, বগা ছেলোৱাৰ পিন্ধি হোলী খেলিছে | কিন্তু মাকক কেতিয়াও তাই হোলী খেলা দেখা নাই | মাৰ গাত হোলীৰ ধুনীয়া ৰং লাগিলেহে চাগে মায়ে অন্য ৰঙৰ কাপোৰ পিন্ধিব পাৰিব |

কুঁহি কুঁহিকৈ মাতি মাক ওলাই অহা দেখি তাই সৰু হাতৰ মুঠিৰেই অলপ অলপকৈ সাতটা ৰঙেৰে মাকক ৰঙীন কৰি তুলিলে | চকুৰে নিগৰি অহা পানীখিনি মচি মাকে তাইৰ সৰু, কোমল মুখখনলৈ চাই সৰুকৈ ক’লে – নাপায় কুঁহি |

অবুজ সৰু ছোৱালীজনী নুসুধি নোৱাৰিলে ,,’কিয় মা?’

অস্পষ্ট সুৰত জাহ্নবী কৈ গ’ল ” তোমাৰ দেউতা নাই যে, সেইবাবে |”

হোলি
Photograph: Anita Sarma

        ইমান পৰে ওচৰতে ৰৈ থকা মৃগেন গগৈ আৰু ৰৈ থাকিব নোৱাৰিলে | দোপট্টাখনেৰে মুখত লাগি থকা ৰঙবোৰ মচিব লোৱা জাহ্নবীৰ হাতখন সজোৰে ধৰি তেখেতে কৈ গ’ল “ তোমাৰ এতিয়াই বিবৰ্ণ হোৱাৰ বয়স হোৱা নাই জাহ্নবী | যদি মোক তোমাৰ উপযুক্ত বুলি ভাবা, তেনেহ’লে তোমাৰ জীৱনটো পুনৰ ৰঙেৰে ভৰাই তোলাৰ অধিকাৰ মোক দিবানে?”

আকাশ, বতাহ সকলোটি ফাগুনৰ মলয়া বতাহ আৰু হোলীৰ ৰঙে জীপাল কৰি তুলিলে | এমুঠি ৰঙা আবিৰ মৃগেনে জাহ্নবীৰ মুখখনত বুলাই দিলে | সেইয়া আবিৰ নাছিল, আছিল প্ৰতিশ্ৰুতি |

ওচৰতে ক’ৰবাত জোৰেকে বাজি উঠিল “হোলী কে দিন দিল খিল যাতেহ্য ৰংগো ম্যে ৰং মিল যাতেহ্যে.…..” |

হোলি
Photograph: Anita Sarma

Photographs: Anita Sarma

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: কুঁহিৰ হোলিহোলি
Anjan Sarma

Anjan Sarma

Related Posts

সমন্বয়-সম্প্ৰীতিৰ ধ্বজাবাহক চাওলুং ছ্যুকাফাৰ অসমীয়া মহাজাতিৰ গঠন আৰু বৰ-অসম প্ৰতিষ্ঠাৰ আঠশ বছৰ !
ASSAMESE SECTION

সমন্বয়-সম্প্ৰীতিৰ ধ্বজাবাহক চাওলুং ছ্যুকাফাৰ অসমীয়া মহাজাতিৰ গঠন আৰু বৰ-অসম প্ৰতিষ্ঠাৰ আঠশ বছৰ !

by Editor
November 5, 2025
0

সমন্বয়-সম্প্ৰীতিৰ ধ্বজাবাহক চাওলুং ছ্যুকাফাৰ অসমীয়া মহাজাতিৰ গঠন আৰু বৰ-অসম প্ৰতিষ্ঠাৰ আঠশ বছৰীয়া (১২২৮-২০২৮) জয়ন্তী উদ্‌যাপন সমিতিৰ গোহাৰি Photo: Anjan Sarma...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

October 30, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

সম্প্ৰসাৰণবাদী ৰাজনীতি আৰু কোচসকলৰ পৰিচয় সংকট

October 29, 2025
মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

October 27, 2025
“প্ৰাচীন কামৰূপৰ ইতিহাস”ৰ ‘অনুবাদকৰ টোকা’

“প্ৰাচীন কামৰূপৰ ইতিহাস”ৰ ‘অনুবাদকৰ টোকা’

October 24, 2025
প্ৰাচীন কামৰূপৰ ইতিহাস (পাতনি)

প্ৰাচীন কামৰূপৰ ইতিহাস (পাতনি)

October 24, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How Did Kerala Become India’s First Extreme Poverty-Free State?

How Did Kerala Become India’s First Extreme Poverty-Free State?

November 6, 2025
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

November 6, 2025
SMILY’s South-South Cooperation: a new era of shared growth

SMILY’s South-South Cooperation: a new era of shared growth

November 6, 2025
How India’s Rajesh, Meena, Renu, Arjun Face Climate Change?

How India’s Rajesh, Meena, Renu, Arjun Face Climate Change?

November 5, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    16123 shares
    Share 6449 Tweet 4031
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    807 shares
    Share 323 Tweet 202
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3124 shares
    Share 1250 Tweet 781
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8212 shares
    Share 3285 Tweet 2053
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2816 shares
    Share 1126 Tweet 704
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

    1198 shares
    Share 479 Tweet 300
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    693 shares
    Share 277 Tweet 173
  • প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

    2513 shares
    Share 1005 Tweet 628
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    525 shares
    Share 210 Tweet 131
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3171 shares
    Share 1268 Tweet 793
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d