• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

গাজী মগুৰ চমৎকাৰীতা

ডা:মনোজ কুমাৰ শইকীয়া

by Anjan Sarma
May 21, 2022
in Health, food
Reading Time: 2 mins read
0
গাজী মগুৰ চমৎকাৰীতা
Share on FacebookShare on TwitterShare on LinkedIn

গাজী মগুৰ চমৎকাৰীতা

ডা:মনোজ কুমাৰ শইকীয়া

মগুমাহৰ ব্যৱহাৰ অসমীয়া সমাজত সৰ্বাধিক পৰিমাণে হয়। মাহপ্ৰসাদ ,দাইল,পক’ৰি, বৰ্ফি, চানা,খিচিৰি চেণ্ডুইচ, হালোৱা আদি বহু প্ৰকাৰে খাব পাৰি। ইয়াত বিশেষকৈ গাজীমগুৰ বিষয়ে কব ওৱাইছো। গোটা মগুমাহ কেইঘন্টামান সময় তিয়াই থলে কোমল হয়। এই কোমল মগুমাহ খৰাহী এটা টুকি ৰাখিলে এদিনৰ পিছত ভালদৰে গজালি ওলাই আৰু ইয়াক গাজীমগু বুলি কোৱা হয়।

এই গাজীমগু আমি প্ৰসাদ হিচাবে খাও যদিও ইয়াৰ উপকাৰীতা সম্বন্ধে কমকৈ জানো। মগুমাহক লৈ অসমীয়া ভাষাত আছে এক সৰস বাক্য; মহন্তৰ চিন মাহনিত, বলধৰ চিন ঘাঁহনিত। বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাবে ব্যৱহিত হৈ আহিছে। আয়ুৰ্বেদিক চিকিৎসাৰ জীৱনীয় গণৰ অন্তৰ্ভুক্ত মুদ্গপৰ্ণী বা মগুমাহৰ পৰা তৈয়াৰ কৰা মন্দ ৰোগীৰ পথ্যৰূপে ব্যৱহাৰ কৰা হয়।

RelatedPosts

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
A battle for truth, a triumph for child health – India’s ORS victory

A battle for truth, a triumph for child health – India’s ORS victory

February 13, 2026
Hundreds of Food Paradoxes : One best solution

Hundreds of Food Paradoxes : One best solution

February 9, 2026

মগু বাতনাশক হোৱা বাবে বিভিন্ন স্নায়বিক ৰোগত খোৱা ঔষধ আৰু মালিছ কৰা তেলত মগুমাহ উপাদান হিচাবে ব্যৱহাৰ কৰা হয়। প্ৰতিদিনে ৫০ গ্ৰাম গাজী মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে। গাজীমগু সদায় খালেও কোনো অপকাৰ নকৰে, বৰং উপকাৰী।

 (১) গাজীমগুত আহ, শৰ্কৰা, ভিটামিন-ই, প্ৰোটিন আদি প্ৰমুখ্যে ভালেমান পোষক দ্ৰব্য থকা বাবে আমাৰ শৰীৰৰ পুষ্টিসাধন কৰিব পাৰে।

(২) গাজীমগু এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰবিয়েল গুণসম্পন্ন হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ আমক নিৰোগী কৰি ৰাখিব পাৰে।

 (৩) গাজীমগুৰ বাকলিত যথেষ্ট পৰিমাণে আহ থাকে। সেয়েহে গাজীমগু খালে খাদ্যনলী ভালদৰে পৰিস্কাৰ হয়, শৌচ খোলোচা হয়, শক্তি পোৱা যায়। কোষ্ঠকাঠিনতা আৰু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী। প্ৰায়েই শৰ্কৰা অভাৱত ডায়েবেটিচ ৰোগীৰ কোষ্ঠকাঠিনতা হোৱা দেখা যায়, গাজীমগুৰ বাকলিত থকা আহ শৰ্কৰাই ডায়েবেটিচ ৰোগীৰ কোনো ধৰণৰ ক্ষতি নকৰে।

গাজী মগু
গাজী মগু

 (৪)গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।       

(৫) মেদবহুলতা ব্যক্তিয়ে গাজীমগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়। গাজীমগুত যথেষ্ঠ পৰিমাণে আহ থকা বাবে খোৱাৰ পিছত  ভোক কমকৈ লাগে আৰু দ্বিতীয়বাৰ অলপ আহাৰ খালেই ভোক গুছে। এইদৰেই আহাৰৰ পৰিমাণ কমাৰ পৰিপ্ৰেক্ষিতত পৰোক্ষ ভাৱে শৰীৰৰ মেদবহুলতা কমোৱাত সহায় কৰে। কিন্তু শৰীৰৰ খতিসাধন নকৰে।

 (৬) গাজীমগু খালে চুলিৰ গুৰি শক্তিশালী হোৱা বাবে চুলি সৰাত বাধা দিয়াৰ উপৰিও চুলি ঘণ আৰু কলা হোৱাত সহায় কৰে। তাৰোপৰি আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ কৰে।

(৭) গাজীমগু খালে চাল নিমজ আৰু উজ্জ্বল হয়, চৰ্মৰোগ হোৱাটো ৰোধ কৰে।

(৮)ভিটামিন-ই অভাৱৰ কাৰণে বয়সীয়াল সকলৰ স্নায়বিক আৰু মাংস পেশীৰ বিষ হয়। গাজীমগু সদায় কিছুদিন খালে এনেধৰণৰ বিষ নোহোৱা হয়, কাৰণ গাজীমগুৰ গাজত যথেষ্ট পৰিমাণে ভিটামিন-ই আছে।

 (৯) গাজীমগুত থকা প্ৰাকৃতিক ভিটামিন-ই উচ্চমানবিশিষ্ট ভিটামিন। পুৰুষ আৰু স্ত্ৰীহৰমন (প্ৰজেষ্টেৰণ, এষ্ট্ৰোজেন) উৎপাদন, নি:সৰণ আৰু সঞ্চালনত ভিটামিন-ই য়ে প্ৰত্যক্ষ ভাৱে সহায় কৰে। এই  হৰমন তাৰতম্য হলে মহিলা গৰ্ভৱতী হব নোৱাৰে , ক্লৈবতা আৰু বন্ধ্যাত্ব হয়। গাজীমগু সদায় খালে এই ৰোগ নিৰাময়ৰ হয় আৰু মহিলা গৰ্ভৱতী হোৱাত সহায় কৰে।

(১০) গাজীমগুৰ লগত ৫-৬ টামান খেজুৰ আৰু ১০-১৫ টামান কিচমিচ সদায় খালে পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয় কাৰণে গাজীমগু শুক্ৰহীন অথবা কম শুক্ৰ থকা পুৰুষৰ কাৰণে বহু উপকাৰী‌।

 (১১) সেইদৰে গাজীমগুৰ লগত খেজুৰ আৰু কিচমিচ খালে মহিলাৰ ডিম্বাশয়ত ডিম্বৰ গঠন আৰু বিকাশ স্বাভাৱিক হয়‌ । যিসকল মহিলাৰ ডিম্ব ভালদৰে পুৰঠ আৰু বিকাশ নোহোৱা বাবে সন্তান জন্ম দিব পৰা নাই, সেই সকল মহিলাই সদায় গাজীমগুৰ লগত খেজুৰ আৰু কিচমিচ খাওক।

 (১২) গৰ্ভৱতীৰ বাবে গাজীমগু আৰু খেজুৰ বহুত উপকাৰী। গৰ্ভৱতীয়ে গাজীমগু আৰু খেজুৰ খালে গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকে, প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয়, প্ৰসৱ বেদনা কম হয়, সন্তান প্ৰসৱ স্বাভাৱিক ভাৱে হয়, স্বাস্থ্যৱান সন্তান জন্ম দিয়াৰ উপৰিও গৰ্ভৱতীৰ সুস্বাস্থ্য অটুট থাকে।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: গাজী মগু
Anjan Sarma

Anjan Sarma

Related Posts

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা
ASSAMESE SECTION

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

by Sanghamitra Kashyap
March 7, 2026
0

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা সংঘমিত্ৰা কাশ্যপ সেইদিনা এটা বাতৰিত পঢ়িলো যে ২৫ বছৰীয়া এগৰাকী কৰ্মৰত মহিলা অনবৰতে ওচৰৰ চুবুৰীয়াই...

Read moreDetails
A battle for truth, a triumph for child health – India’s ORS victory

A battle for truth, a triumph for child health – India’s ORS victory

February 13, 2026
Hundreds of Food Paradoxes : One best solution

Hundreds of Food Paradoxes : One best solution

February 9, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

February 8, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

January 31, 2026
BEYOND THE DEBATE BETWEEN PLANT- AND ANIMAL-BASED FOODS: INTENSIVE PRODUCTION AND ENVIRONMENTAL DEGRADATION

BEYOND THE DEBATE BETWEEN PLANT- AND ANIMAL-BASED FOODS: INTENSIVE PRODUCTION AND ENVIRONMENTAL DEGRADATION

January 31, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d