• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

গেষ্ট্ৰিক বা এচিডিটি

-জাহিদ আহমেদ

by Anjan Sarma
June 29, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-জাহিদ আহমেদ |

গেষ্ট্ৰিক বুলি ক’লে আমি সাধাৰণতে পেটৰ ওপৰৰ অংশত অৰ্থাৎ নাভিৰ ওপৰফালে পেটৰ ভিতৰত কেতিয়াবা যি বিষ অনুভৱ কৰো তাকে বুজি পাওঁ। দৈনন্দিন জীৱনত আমি সচৰাচৰ প্ৰায় বেছিভাগ মানুহেই এই বেমাৰৰ স’তে মোকাবিলা কৰি থাকো যদিও বেমাৰটোৰ বিষয়ে কেতিয়াও ভালকৈ অধ্যয়ন কৰিবলৈ সুবিধা নাপাওঁ। সাধাৰণতে যেতিয়া আমি গেষ্ট্ৰিকৰ বিষ অনুভৱ কৰো, তেতিয়া লগত আৰু কিছুমান লক্ষণ দেখা পাওঁ, যেনে – বুকুৰ জ্বলা-পোৰা (heart burn), টেঙা উগাৰ (belching), পেটত বুট বুট শব্দ কৰা আৰু পেট ফুলা (gaseous dissension of abdomen, bloating) বমিৰ ভাব (nausea) আৰু কেতিয়াবা বমি (vomiting) ইত্যাদি।  যেতিয়া কোনো বেমাৰীয়ে গেষ্ট্ৰিকৰ বিষ হোৱা বুলি আমাৰ আগত আহি বিৱৰণ দিয়ে, তেতিয়া আমি পেটৰ বিষৰ অন্যান্য কাৰণসমুহো  বিচাৰি উলিয়াব খোজো। মানুহে গেষ্ট্ৰিকৰ বিষ বুলিয়েই কয় যদিও পেটৰ বিষৰ বহু কাৰণ থাকিব পাৰে যেনে –

  1. Peptic ulcer disease য’ত পাকস্থলী আৰু ইয়াৰ পিছৰ অংশ (duodenum) ৰ ভিতৰৰ স্তৰ (inner layer) ফুলি উঠে আৰু ঘাঁ হয় যিটো H. pylori নামৰ এক বিশেষ বেক্টেৰিয়াৰপৰা সৃষ্টি হয়।
  2. GERD (Gastro-Esophageal Reflex Disease) য’ত পাকস্থলীৰ ভিতৰৰপৰা হাইড্ৰ’ক্লৰিক এচিড বা পিত্তৰস

পাকস্থলীৰ ওপৰৰ নলীয়েদি (esophagus) মুখলৈ ঘূৰি আহে।

  1. কেতিয়াবা Gallbladder-অত পাথৰ হ’লেও gallbladder ফুলি উঠে বা পিত্তনলী বন্ধ হৈ যায়; তেতিয়াও পেটত প্ৰচণ্ড বিষ অনুভৱ হয়।
  2. কেতিয়াবা পাকস্থলীৰ কেন্সাৰ, পেনক্ৰিয়াজৰ কেন্সাৰ, লিভাৰৰ কেন্সাৰ, পাকস্থলীৰ আৱৰণৰ বেমাৰ (peritonitis)ৰ কাৰণেও প্ৰচণ্ড পেটৰ বিষ অনুভৱ হয়।

এই ধৰণৰ বেমাৰৰ উপযুক্ত পৰীক্ষা (proper diagnosis) কৰি প্ৰয়োজন সাপেক্ষে শল্য চিকিৎসাৰ সহায়ত সম্পূৰ্ণৰূপে

আৰোগ্য লাভ কৰিব পাৰি। এচিডিটি সাধাৰণ মানুহৰ মুখৰ ভাষা যদিও চিকিৎসা-বিজ্ঞানত ইয়াক hyperacidity বুলি কোৱা হয়; য’ত পাকস্থলীত মাত্ৰাধিক hydrochloric acid নিঃসৰণ হয়। এই hydrochloric acid পাকস্থলীৰ খাদ্যবস্তু হজম হোৱাত সহায় কৰে। কিন্তু যেতিয়াই ইয়াৰ পৰিমাণ পাকস্থলীত অসময়ত বেছি হয়, তেতিয়াই মানুহে পেটত বিষ বা অসহ্য যন্ত্রণা অনুভৱ কৰে, লগতে বুকুৰ জ্বলা-পোৰা, টেঙা উগাৰ, পেটত বুট বুট শব্দ আৰু পেট ফুলা, বমিৰ ভাব বা বমি ইত্যাদি লক্ষণসমূহে দেখা দিয়ে। সাধাৰণতে অনিয়মিত খাদ্যাভ্যাসেই এই বেমাৰৰ প্ৰধান কাৰণ যদিও hyperacidityৰ অন্যান্য কাৰণসমূহ হ’ল –

  1. খুব বেছি তেল জাতীয়, জ্বলা আৰু নিমখীয়া খাদ্য গ্ৰহণ কৰা।
  2. খুব বেছি টেঙা জাতীয় খাদ্য, যেনে – বিলাহী, সুমথিৰা টেঙা বা অন্যান্য citrus fruits ইত্যাদি গ্ৰহণ।
  3. আহাৰ গ্ৰহণৰ পিছত খুব সোনকালে বিছনালৈ যোৱা আৰু শোৱা।
  4. অত্যধিক মানসিক চাপ বা চিন্তা।
  5. অত্যধিক মদ্যপান, বিড়ী ছিগাৰেট খোৱা, ড্ৰাগচ সেৱন।
  6. অত্যধিক চাহ, বিশেষকৈ গাখীৰ দিয়া চাহ, কফি খোৱা।
  7. অত্যধিক চকলেট, কোমল পানীয় (soft drinks like cold drinks etc.) খোৱা।
  8. অত্যধিক fried foods অৰ্থাৎ তেলত ভজা যি কোনো খাদ্য গ্ৰহণ।
  9. অত্যধিক বাদাম, মাখন, চীজ গ্ৰহণ।
  10. মাত্ৰাধিক গৰু, গাহৰি আৰু ভেৰাৰ মাংস খোৱা।

       উপৰিউক্ত কাৰণসমূহ যদি আমি প্ৰয়োজন সাপেক্ষে পৰিত্যাগ কৰি চলিব পাৰো, তেতিয়াহ’লে hyperacidity বা গেষ্ট্ৰিকৰ

বিষৰপৰা বহুখিনি আৰোগ্য লাভ কৰিব পাৰি। তদুপৰি তলত দিয়া উপায়েৰে hyperacidity নামৰ ব্যাধিৰপৰা ৰক্ষা পোৱা যায় –

  1. তুলসী পাত খালী পেটত চোবাই খোৱা
  2. আদাৰ ৰস মধুৰ সৈতে খাদ্য খোৱাৰ পিছত
  3. Vanila ice cream
  4. Aloe vera juice
  5. Diluted buttermilk
  6. ঠাণ্ডা গাখীৰ কিন্তু কম পৰিমাণে
  7. সামান্য পৰিমাণৰ লং, ইলাচী, জিৰা, নহৰু ইত্যাদি।

       Hyperacidity বা গেষ্ট্ৰিকৰ কাৰণে যদি খুব বেছি অসুবিধা অনুভৱ কৰিছে, ততালিকে ওচৰৰ চিকিৎসকৰ পৰামৰ্শ লওক।

কিন্তু মনত ৰাখিব, যিবিলাক কাৰণত আপোনাৰ গেষ্ট্ৰিক বা এচিডিটি হৈছে, সেই কাৰণসমূহ এৰাই চলিলেই আপুনি বেমাৰৰ পৰা বহুখিনি আৰোগ্য লাভ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: এচিডিটিগেষ্ট্ৰিক
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

June 4, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 4, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Making Mindfulness a Part of the Contemporary Age

Making Mindfulness a Part of the Contemporary Age

May 24, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

June 7, 2026
From universities to influence networks: Russia’s long-term strategy for India

From universities to influence networks: Russia’s long-term strategy for India

June 7, 2026
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34013 shares
    Share 13605 Tweet 8503
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15189 shares
    Share 6076 Tweet 3797
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    552 shares
    Share 221 Tweet 138
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3802 shares
    Share 1521 Tweet 951
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d