• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Economy

গো মাংস নিষিদ্ধৰ ফলত মুছলমানৰ ক্ষতি নহয়

ASSAMESE Section / Economy

by Rezaul Karim
December 9, 2024
in Economy, Business, Opinion, Politics
Reading Time: 3 mins read
0
গো মাংস নিষিদ্ধৰ ফলত মুছলমানৰ ক্ষতি নহয়
Share on FacebookShare on TwitterShare on LinkedIn

গো মাংস নিষিদ্ধকৰণৰ ফলত মুছলমানৰ ক্ষতি নহয়: ই হ’ল নিবনুৱা যুৱক যুৱতীক দিয়া মাধমাৰ 

ৰেজাউল কৰিম 

Rezaul Karim
ৰেজাউল কৰিম 

অসম চৰকাৰৰ যোৱা চাৰি ডিচেম্বৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে অসমত হোটেল, ৰেষ্টুৰেন্ট আৰু ৰাজহুৱাস্থানত গো মাংস ভক্ষণ নিষিদ্ধ কৰা হৈছে।

কাৰ্য্যত অসমত গো মাংস নিষিদ্ধ। গো বধৰ কোনো চৰকাৰী অনুমতি ৰাজ্য চৰকাৰে নিদিয়ে। ইয়াকে লৈ এনে এটা ধাৰণাৰ সৃষ্টি কৰা হৈছে যেন গো মাংস নিষিদ্ধ কৰাৰ ফলত অসমৰ মুছলমান সমাজখন ক্ষতিগ্ৰস্ত হৈছে। কথাটো সঁচা নে বাৰু ? অলপ বিশ্লেষণ কৰি চাওঁ আহক।

শেহতীয়া পশুধন পিয়ল ২০১৯ চনৰ চৰকাৰী তথ্য মতে অসমত থকা গো ধনৰ সংখ্যা হৈছে ১০৯০৯২৩৭ টা, মহৰ সংখ্যা হৈছে ৪২১৭১৫ টা, ছাগলীৰ সংখ্যা হৈছে ৪৩১৫১৭৩ টা, ভেৰাৰ সংখ্যা ৩,৩২,১০০ টা, গাহৰিৰ সংখ্যা ২০৯৯০০০ টা। 

গো মাংস নিষিদ্ধকৰণৰ ফলত মুছলমানৰ ক্ষতি নহয়: ই হ'ল নিবনুৱা যুৱক যুৱতীক দিয়া মাধমাৰ !
https://www.insightsonindia.com
আনহাতে Integrated Sample Survey ৰ ২০২২-২৩ চনৰ চৰকাৰী তথ্যমতে সেই বছৰটোত গো মাংস উৎপাদন হৈছে ৩৬৮৮৩৬১ কেজি, মহৰ মাংস উৎপাদন হৈছে ১৭৪৪৬২ কেজি, ছাগলী মাংস উৎপাদন হৈছে ১৭৪৭০১৪৭ কেজি, ভেৰা মাংস উৎপাদন হৈছে ২০৬৩০৬০ কেজি, আৰু গাহৰি মাংস উৎপাদন হৈছে ২১৯৫৮৭২১ কেজি।

চৰকাৰী এই তথ্যমতে ছাগলী মাংসৰ পাছতেই আছে গো মাংসৰ উৎপাদন। আনহাতে ২০২২-২৩ বৰ্ষৰ বজাৰ দৰৰ হিচাপ মতে ছাগলীৰ মাংসৰ বজাৰ মূল্য আছিল প্ৰায় ৮৭৩ কৌটি টকা।

ইয়াৰ বিপৰীতে গো মাংসৰ বজাৰ মূল্য আছিল প্ৰায় ১২৯ কৌটি টকা আৰু গাহৰি মাংসৰ বজাৰ মূল্য আছিল প্ৰায় ৭২ কৌটি টকা। অৰ্থাত পশুপালন বিভাগে অকল গো মাংসৰ পৰা উক্ত সময়ত ১২৯ কৌটি টকাৰ ব্যৱসায় কৰিছিল।

এই সমুদায় ব্যৱসায় আছিল গ্ৰাম্য অৰ্থনীতিৰ অৱদান। কাৰণ অসমৰ প্ৰায় ৮৭ শতাংশ গৰু গ্ৰামাঞ্চলত পোহা হয়। মাংসৰ বাবে সাধাৰণতে বুঢ়া গৰু, মতা গৰু, দুৰ্বল আৰু অসুখীয়া গাই গৰু আৰু উৎপাদন ক্ষমতা নথকা বা কমি যোৱা গাই গৰু ব্যৱহাৰ হয়।

যি সকল লোকে ব্যৱসায়িক ভিত্তিত গাখীৰ উৎপাদনৰ বাবে গাই গৰু পোহে বা ফাৰ্ম খুলিছে সেইসকল গো পালকে গোহালিৰ বয়সীয়াল গাইজনী, মতা গৰুবোৰ আৰু গাখীৰ কমি যোৱা গাই গৰুবোৰ মাংসৰ বাবে বিক্ৰি কৰে।

এইটোও ফাৰ্মখনৰ লাভৰ পথ। অন্যথা অকল গাখীৰ বেচি এজন গো পালকে লাভবান হ’ব নোৱাৰে। উৎপাদন নথকা গৰুবোৰ কোনেও এনেই খুৱাই ৰাখি আৰ্থিক লোকচান নভৰে । আনহাতে উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত অনেক লোকে মুকলিভাৱে গৰু পোহে। এইবোৰ মাংসৰ বাবেই ব্যৱহাৰ হয়।

গো মাংস নিষিদ্ধকৰণৰ ফলত মুছলমানৰ ক্ষতি নহয়: ই হ'ল নিবনুৱা যুৱক যুৱতীক দিয়া মাধমাৰ !

গো মাংসৰ বিক্ৰি বন্ধ হ’লে এইসকল গো পালক পোনপোটীয়াকৈ ক্ষতিগ্ৰস্ত হ’ব। উল্লেখযোগ্য যে এই গো পালকসকল অকল মুছলমান লোক নহয়। অসমৰ সকলো ধৰ্মৰ লোক ইয়াত জড়িত হৈ আছে। লগত আছে অসমৰ বুজন সংখ্যক শিক্ষিত নিবনুৱা। তেওঁলোকৰ উপাৰ্জনৰ এইটো এটা সুন্দৰ পথ। আন নালাগে অসম চৰকাৰে অলপতে NDDB ( National Dairy Development Board) সৈতে দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপন্ন কৰা এটা অভিলাসী আঁচনি গ্ৰহণ কৰিছে।

Beef 3

এই আঁচনি খনৰ বাবে ৰাজ্যখনত হাজাৰ হাজাৰ নিবনুৱাই ডেইৰী ফাৰ্ম খুলিবলৈ আৰম্ভ কৰিছে। তেওঁলোকক স্বাৱলম্বী হোৱাৰ সপোন দেখুওৱা হৈছে। কিন্তু গো মাংসৰ ব্যৱসায় বন্ধ হলে তেওঁলোকে ডেইৰী ফাৰ্ম কৰি লাভবান হ’ব নোৱাৰিব। ফলত আশানুৰূপ ডেইৰী ফাৰ্ম অসমত গঢ়ি নুঠিব আৰু অসম গাখীৰ উৎপাদনত কেতিয়াও স্বাৱলম্বী হ’ব নোৱাৰিব। 

এটা কথা মন কৰিব লাগিব যে গো মাংসৰ উৎপাদন আৰু ব্যৱসায়ৰ সৈতে গাখীৰ উৎপাদনৰ কথাটোও সমান্তৰালভাৱে জড়িত হৈ আছে।

গতিকে অসমত গো মাংস নিষিদ্ধ কৰাটো অকল ১২৯ কৌটি টকাৰ ব্যৱসায় এটা বন্ধ কৰাই নহয় গাখীৰ উৎপাদনৰ ক্ষেত্ৰখনতো মাধমাৰ দিয়া। গাখীৰ উৎপাদন বৃদ্ধি কৰিবলৈ গো মাংসৰ ব্যৱসায়টোও বৃদ্ধি কৰিব লাগিব। 

গো মাংস নিষিদ্ধকৰণৰ ফলত মুছলমানৰ ক্ষতি নহয়: ই হ'ল নিবনুৱা যুৱক যুৱতীক দিয়া মাধমাৰ !

গো মাংস নিষিদ্ধকৰণ কোনো কাৰণতে অকল মুছলমানৰ ক্ষতি নহয়। ই অসমৰ নিবনুৱা যুৱক যুৱতীৰ স্বাৱলম্বীতাৰ পথ আৰু গ্ৰাম্য অৰ্থনীতিক ধ্বংস কৰা প্ৰক্ৰিয়াহে।

আমাৰ বোধেৰে অসমৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰিবলৈ অসমক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ গো মাংসৰ চাহিদা পূৰণ কৰিব পৰাকৈ গো মাংসৰ হাব (Hub) হিচাপে গঢ়ি তুলিব লাগে। অন্যথা ইয়াত গো মাংসৰ এখন অবৈধ চিণ্ডিকেট গঢ়ি উঠাৰ প্ৰৱল সম্ভাৱনা আছে।

অনেকেই হয়তো এই কথা নাজানে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি মাংসৰ চাহিদা পূৰণ কৰি আছে গাহৰি মাংসক প্ৰাধান্য নিদিয়া পাঞ্জাৱ, হাৰিয়াণা আৰু পশ্চিমবংগৰ গাহৰি পালক সকলে। শুনা মতে অকল পাঞ্জাৱেই হেনো বছৰেকত ২০০ কৌটি টকাৰ গাহৰি উত্তৰ পূৰ্বাঞ্চললৈ ৰপ্তানি কৰে।

যি কাম পাঞ্জাৱে গাহৰিৰ ক্ষেত্ৰত কৰিব পাৰে সেই কাম অসমে গৰুৰ ক্ষেত্ৰত কৰিব নোৱাৰিব কিয় ?

Beef 5

08-12-2024

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Rezaul Karim

Rezaul Karim

Related Posts

Politics of ethnicity and Sub-Nationalism of North East India
Politics

Politics of ethnicity and Sub-Nationalism of North East India

by Editor
August 10, 2026
0

Politics of ethnicity and Sub-Nationalism of North East India Anjashi Sarkar  A two part study comprising the initial stage of...

Read moreDetails
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 4, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
Why Are Young Indians So Angry? Anxiety, Social Media, and Rising Expectations

Why Are Young Indians So Angry? Anxiety, Social Media, and Rising Expectations

July 30, 2026
Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

July 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d