• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, November 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

চীনে প্ৰতিসপ্তাহত লক্ষ লক্ষ মহ উৎপাদন কৰে !

দিলীপ দৈমাৰী

by Admin
September 16, 2021
in Special Report
Reading Time: 1 min read
0
mosquito biting on skin

Photo by Jimmy Chan on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

–দিলীপ দৈমাৰী |

হয়, চীনে কাৰখানাত সপ্তাহত লক্ষ লক্ষ মহ উৎপাদন কৰি আছে আৰু চীনৰ কাৰখানাত তৈয়াৰ কৰা মহবোৰক অৰণ্য আৰু আন ঠাইত এৰি দি আছে। কিন্তু কিয়?
মহৰ দংশনৰ ফলত বিভিন্ন ধৰণৰ মাৰাত্মক ৰোগ হয় যাৰফলত বছৰি বিশ্বত লাখ লাখ লোকৰ মৃত্যু হয়। সাম্প্ৰতিক কালত ডেংগু মহৰ দংশনৰ ফলতো বহু দেশত বহু লোকৰ মৃত্যু হয়। এনে পটভূমিত চীনে মহৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এক অদ্ভুত কাম আৰম্ভ কৰিছে। চীনে পৰীক্ষা কৰি সফল হৈ কাৰখানাত ভাল মহ উৎপাদন আৰম্ভ কৰিছে আৰু এইক্ষেত্ৰত সফল হৈছে – কিদৰে কাৰখানাত জন্ম দিয়া মহেৰে ৰোগ সৃষ্টিকাৰী মহক এসেকা দিব পাৰি।
কাৰখানাৰ এনে মহবোৰ নো আচলতে কেনে মহ? চীনত এনে মহক ভাল মহ বুলি অভিহিত কৰা হয়, কাৰণ এই মহে নিজস্ব পদ্ধতিৰে ৰোগ বিয়পোৱা মহক প্ৰতিৰোধ কৰে। চীনে গৱেষণাৰ সাফল্যৰ পিছত কাৰখানাত এই মহ উৎপাদন কৰা কাম আৰম্ভ কৰিছে।
চীনৰ দক্ষিণ অঞ্চলৰ গুয়াংঝৌত এটা কাৰখানা আছে, য’ত এনেধৰণৰ ভাল মহ উৎপাদন কৰা হয়। প্ৰতি সপ্তাহত এই কাৰখানাত লক্ষ লক্ষ মহ উৎপন্ন কৰা হয়। এই মহবোৰ হ’ল ৱলবেচিয়া বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত। চীনত পোনপ্ৰথমবাৰৰ বাবে ছুন য়েট শেন্ বিশ্ববিদ্যালয় আৰু মিচিগান বিশ্ববিদ্যালয়ৰ দ্বাৰা চলোৱা এক গৱেষণাৰ ফলত প্ৰত্যক্ষ হৈছিল যে ৱলবেচিয়া বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত মহক যদি বিকশিত কৰা হয়, তেন্তে সেই মহে ৰোগ বিয়পোৱা মাইকী মহক বন্ধ্যা কৰিবলৈ সক্ষম হয়। এই ভাল মহবোৰক ‘ৱলবেচিয়া মস্কুইটো’ বুলিও অভিহিত কৰা হয়। এনেধৰণৰ মহ প্ৰথমে গুয়াংঝৌৰ কাৰখানাত প্ৰজনন কৰোৱা হয় আৰু পিছত ইয়াক জংগল তথা মহৰ প্ৰকোপ থকা ঠাইত এৰি দিয়া হয়। কাৰখানাত জন্ম হোৱা মহবোৰে ৰোগ বিয়পাব পৰা মাইকী মহৰ সান্নিধ্যলৈ আহে আৰু সেই মাইকি মহৰ প্ৰজনন ক্ষমতা ধ্বংস কৰে। ফলত তেনে স্থানত মহ হ্ৰাস হ’বলৈ আৰম্ভ কৰে আৰু ফলত ৰোগ প্ৰতিৰোধ হয়।
চীনৰ কাৰখানাটো বিশ্বৰ ভিতৰতে মহ উৎপাদন কৰা এক বিশাল কাৰখানা। ইয়াত প্ৰতি সপ্তাহত লক্ষ লক্ষ মহ উৎপন্ন কৰা হয়। চীনে এতিয়া নহয়, ২০১৫ চনৰ পৰাই এই কাম কৰি আহিছে। পূৰ্বতে এই মহবোৰ কেৱল গুয়াংঝৌৰ বাবেহে উৎপাদন কৰা হৈছিল, কিয়নো প্ৰতি বছৰে গুয়াংঝৌত ডেংগু বিয়পিছিল। এতিয়া গুয়াংঝৌত মহ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰিত হৈছে। কাৰখানাত ওপজা সকলো মহ মতা মহ। এই মহবোৰৰ জিন পৰীক্ষাগাৰত সলনি কৰা হয় । চীনৰ এই প্ৰচেষ্টা সফল হোৱাৰ পটভূমিত চীনে ব্ৰাজিলতো একেধৰণৰ কাৰখানা খুলিবলৈ সাজু হৈছে, কাৰণ ব্ৰাজিলতো মহৰ দংশনৰ ফলত বহুতৰ অকাল মৃত্যু হয়।

RelatedPosts

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

November 29, 2023
MAHABAHU : AN EXTRAORDINARY JOURNEY

MAHABAHU : AN EXTRAORDINARY JOURNEY

November 29, 2023
কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

November 29, 2023

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: গুয়াংঝৌচীনমহ
Admin

Admin

Related Posts

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য
Inspiration

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

by Admin
November 29, 2023
0

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য গিৰিমল্লিকা শইকীয়া (গিৰিমল্লিকা শইকীয়া ২০১৮ চনৰ ৫ নৱেম্বৰৰ “দি চেন্টিনেল” কাকতত প্ৰকাশিত এটা...

Read more
MAHABAHU : AN EXTRAORDINARY JOURNEY

MAHABAHU : AN EXTRAORDINARY JOURNEY

November 29, 2023
কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

November 29, 2023
Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

November 28, 2023
snow covered mountains during daytime

Third Pole Warming- Humanity’s Himalayan Challenge

November 28, 2023
NGOs and the Law of Detrimental Effects

NGOs and the Law of Detrimental Effects

November 27, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What’s COP28 and why is it important?

What’s COP28 and why is it important?

November 29, 2023
Gaza doctors ‘terrified’ of deadly disease outbreak as aid teams race to deliver

Gaza doctors ‘terrified’ of deadly disease outbreak as aid teams race to deliver

November 29, 2023
ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

November 29, 2023
MAHABAHU : AN EXTRAORDINARY JOURNEY

MAHABAHU : AN EXTRAORDINARY JOURNEY

November 29, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1711 shares
    Share 684 Tweet 428
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2081 shares
    Share 832 Tweet 520
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    919 shares
    Share 368 Tweet 230
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1515 shares
    Share 606 Tweet 379
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2437 shares
    Share 974 Tweet 609
  • FREEDOM FIGHTERS OF ASSAM

    3002 shares
    Share 1201 Tweet 751
  • অসমৰ লোকসংস্কৃতি

    1255 shares
    Share 502 Tweet 314
  • ইতিহাসৰ জলঙাইদি হাজো

    1042 shares
    Share 417 Tweet 261
  • মাজুলী আৰু ৰাস

    395 shares
    Share 158 Tweet 99
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    1245 shares
    Share 498 Tweet 311
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: