• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 24, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

জাতি আৰু খিলঞ্জীয়া একে নহয়

জাতি আৰু খিলঞ্জীয়া

by Anjan Sarma
April 29, 2022
in Special Report
Reading Time: 1 min read
0
জাতি আৰু খিলঞ্জীয়া একে নহয়
Share on FacebookShare on TwitterShare on LinkedIn

মৃণাল হাজৰিকা 

উচ্চ স্তৰীয় সমিতিৰ প্ৰতিবেদনে “সাংবিধানিক অধিকাৰ” অসমীয়াৰ বাবে কৰিছে নে খিলঞ্জীয়াৰ বাবে কৰিছে?

১৯৫১ চনৰ ভিত্তিত ’অসমীয়াৰ’ সুৰক্ষা নে ’খিলঞ্জীয়াৰ’ সুৰক্ষা???

জাতি আৰু খিলঞ্জীয়া একেই নহয়৷ দুয়োটাৰ সংজ্ঞা সুকীয়া সুকীয়া৷ ’খিলঞ্জীয়া’ৰ সংজ্ঞা ভাৰতীয় সংবিধান মতে নহয়৷ সংবিধানে কি অনুমতি দিয়ে নিদিয়ে তাৰ ভিত্তিত ’খিলঞ্জীয়া’ৰ সংজ্ঞা নিৰূপণ নহয়৷ ই এক আন্তৰাষ্ট্ৰীয় প্ৰস্তাৱ৷ ইয়াক ভাৰতীয় সংবিধানৰ গইনা লৈ ১৯৫১ চনক ভিত্তি কৰাৰ অধিকাৰ কোনো সমিতি বা ভাৰত ৰাষ্ট্ৰৰ নাই৷

    গতিকে ’উচ্চ স্তৰীয়’ সমিতিয়ে ইয়াক সংশোধন কৰাৰ দাবী জনালো৷

১৯৫১ চনৰ পূৰ্বতে অসমত বসবাস কৰি থকা সকলক ’অসমীয়া’ বুলি কোৱাটো যিদৰে সঠিক নহয়, সেইদৰে ’খিলঞ্জীয়া’ বুলি কোৱাটো আৰু অধিক গ্ৰহণযোগ্য  নহয় ।

     জাতি এটাৰ গঠন প্ৰক্ৰিয়া এক ধাৰাবাহিক প্ৰক্ৰিয়া৷ ইয়াক কেতিয়াও নিৰ্দ্দিষ্ট চন, তাৰিখেৰে নিৰ্ণয় কৰা নাযায়৷ নতুনকৈ প্ৰৱজন কৰি অহা এজনেও স্বইচ্ছাৰে নিজকে ’অসমীয়া জাতিৰ’ অঙ্গ হব পাৰে৷ সেয়েহে ’অসমীয়া’ জাতি প্ৰাচীন কামৰূপৰ দিনৰ পৰা বৰ্ত্তমানলৈকে থকা লোক সকলৰ সংমিশ্ৰণৰ এক ধাৰাবাহিক প্ৰক্ৰিয়াৰ মাজেৰে গঠন হৈ আছ আৰু ভৱিষ্যতেও থাকিব৷

    ১৯৮৫ চনত স্বাক্ষৰ হোৱা “অসম চুক্তি”ৰ সময়ত “অসমীয়া” শব্দৰ ব্যৱহাৰ কেৱল ১৮২৬ চনৰ পূৰ্বৰ পৰা বসবাস কৰি থকা মানুহ খিনিকহে সৰল অৰ্থত বুজোৱা হৈছিল৷ বাকী মনুহখিনিক বেঙ্গলী বা বঙ্গালী, বিহাৰী, মাৰোৱাৰী, বাগানীয়া আদি বুলিহে কোৱা বা ভবা হৈছিল৷ গতিকে “উচ্চ স্তৰীয়” সমিতিয়ে হয় ’চুক্তি’ত উল্লেখ কৰা ’অসমীয়া’’ শব্দৰ সংশোধন কৰিব লাগিছিল, নহয় এই শব্দৰ সেই সময়ৰ দৃষ্টিভংগীৰে বিশ্লেষণৰ সংযোজন ঘটাব লাগিছিল ৷ তাকে নকৰি নিজাববীয়াকৈ সকলোকে “খিলঞ্জীয়া”ৰ আওতালৈ অনাৰ যিদৰে অধিকাৰ নাই সেইদৰে চুক্তিৰ ৬ নং দফাৰ জৰিয়তে যিসকল মনুহৰ সুৰক্ষাৰ বিধান দিছিল সেইসকলৰ অস্তিত্ব ধ্বংস কৰাৰহে বিধান দিলে৷ গতিকে এই প্ৰতিবেদনে প্ৰকৃত ’খিলঞ্জীয়া’ লোকক সুৰক্ষিত নকৰি ধ্বংসহে কৰিব৷ যিটো কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে৷    বি: দ্ৰ:— কিছু দিনৰ আগলৈকে অসমত “খিলঞ্জীয়া” শব্দৰ প্ৰচলন নাছিল৷ ৰাষ্ট্ৰ সঙ্ঘৰ মজিয়াত “খিলঞ্জীয়া”ৰ অধিকাৰ সন্দৰ্ভত UN-DRIP গ্ৰহণ কৰাৰ পিচত আমি প্ৰথম অসমত এই সন্দৰ্ভত বহুল প্ৰচাৰ কৰাৰ লগতে “খিলঞ্জীয়া” শব্দৰ প্ৰচলন হবলৈ ললে৷ বৰ্তমান সময়ত দূৰ্ভাগ্যজনক ভাৱে আমি প্ৰত্যক্ষ কৰিছো যে– বিভিন্ন সময়ত হোৱাই নোহোৱাই “খিলঞ্জীয়া” শব্দৰ প্ৰয়োগ সকলোৱেই কৰিবলৈ লৈছে৷ ই প্ৰকৃত “খিলঞ্জীয়া” লোকৰ ভৱিষ্যতৰ বাবে অশনি সংকেত বুলিয়েই গণ্য কৰিব পাৰি৷

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

 

RelatedPosts

red translucent die on top of black surface

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

May 22, 2025
Hypertension the Silent Killer

Hypertension the Silent Killer

May 21, 2025
অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

May 21, 2025

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: জাতি আৰু খিলঞ্জীয়া একে নহয়
Anjan Sarma

Anjan Sarma

Related Posts

red translucent die on top of black surface
Special Report

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

by Kakali Das
May 22, 2025
0

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth KAKALI DAS Kakali Das Across Africa, gambling addiction is being called a...

Read moreDetails
Hypertension the Silent Killer

Hypertension the Silent Killer

May 21, 2025
অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

May 21, 2025
Revolutionizing Digital Security: The Transformative Power of Passkeys in Authentication

Revolutionizing Digital Security: The Transformative Power of Passkeys in Authentication

May 21, 2025
Assam’s Unending Battle : Illegal Immigration, Betrayal, and Burden

Assam’s Unending Battle : Illegal Immigration, Betrayal, and Burden

May 20, 2025
Empowering India: Unleashing the Potential of Multilingual Voice AI in Digital Transformation

Empowering India: Unleashing the Potential of Multilingual Voice AI in Digital Transformation

May 19, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Bhattadev University Hosts Pivotal Discourse on Climate Crisis and Solutions

Bhattadev University Hosts Pivotal Discourse on Climate Crisis and Solutions

May 23, 2025
GreenTech Festival 2025: Prof. Anabel Ternès Champions Biodiversity as the Future of Sustainability

GreenTech Festival 2025: Prof. Anabel Ternès Champions Biodiversity as the Future of Sustainability

May 23, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

May 23, 2025
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

May 23, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11468 shares
    Share 4587 Tweet 2867
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    837 shares
    Share 335 Tweet 209
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7070 shares
    Share 2828 Tweet 1768
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1014 shares
    Share 406 Tweet 254
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5383 shares
    Share 2153 Tweet 1346
  • মিচিং সমাজ আৰু সংস্কৃতি

    2853 shares
    Share 1141 Tweet 713
  • চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

    2154 shares
    Share 862 Tweet 539
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    3785 shares
    Share 1514 Tweet 946
  • ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

    122 shares
    Share 49 Tweet 31
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2577 shares
    Share 1031 Tweet 644
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d