• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

by Anjan Sarma
August 7, 2021
in Cultural, Jyoti Prasad Agarwala, Jyoti Prasad Agarwala Poems
Reading Time: 98 mins read
0
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড
Share on FacebookShare on TwitterShare on LinkedIn
Jump to section

24. কবি মই

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’

কবি মই
কবিতা বিলাসী মই নহওঁ নহওঁ
মোৰ কবিতা
নবীন দিনৰ
নৱ-জ্যোতি প্ৰণতা
দু:খিতৰ দুখেৰে উচ্ছ্বসিতা
চিৰ আশাৰে আই আনন্দিতা ৷

কবি মই
ছন্দ-বিলাসী মই নহওঁ নহওঁ
মোৰ কবিতা
মৰ্ম্মন্তুদ বেদনাৰ
উচ্ছ্বাসে উচ্ছ্বাসে
মাথোঁ গ্ৰথিতা
মোৰ কবিতা ৷

কবি মই
বিশ্ব-প্ৰেম বিলাসী নহওঁ
মোৰ কবিতা
পৃথিৱীৰ পঙ্কৰ
গৰ্ভত থিত লোৱা
মৃন্ময়ী নৱ দয়িতা
মোৰ মন সৰোবৰ
জিনি চিন্ময়ী তাই
আলোক প্ৰণয় অনুৰাগে
ধ্যান কৰে নৱ সবিতা ৷

কবি মই
নোহো কৰুণতা বিলাস
মাথোঁ
নৱ নৱ বেদনাৰে
উঠো প্ৰকাশি
মোৰ কবিতা
চকুপানী নিজৰাৰ
বিয়াকুল বিননিত
উচুপি নিচুকি থাকি
প্ৰাণে প্ৰাণে বৰ ব্যথিতা ৷

কবি মই
শবদৰ ৰঙা অঙঠাৰ
ভাব-ফিৰিঙটি ওফৰাই
দেখুৱাব খোজা নাই
অগ্নিময়ী ভাষাৰ বিলাস
দেখুৱাব খোজা নাই
মাতৃভাষা-সাহিত্যত
বীৰ ভয়ানক আৰু ৰৌদ্ৰ ৰসৰ
নৰোন্মেষী… কোনো বিচিত্ৰ বিকাশ
দীপক সুৰৰ কোনো প্ৰচণ্ড প্ৰকাশ
মোৰ কবিতা
মাথোঁ
দৈৱী আদৰ্শ বিচলিত
ভ্ৰান্ত স্খলিত মানৱৰ
আজি দেখি নিলাজ হীনতা
বিদ্যুৎৰোষে ঘনে
প্ৰকম্পিতা ৷

মই কবি
দেখুৱাব খোজা নাই গানে গানে মোৰ
শব্দ ছন্দ যোজনাৰ
অৰ্থভাব কল্পনাৰ
যাদুকৰী প্ৰয়োগৰ
বৰ্নভঙ্গ চাতুৰীৰ… অভিব্যঞ্জনা
মোৰ কবিতা

নিষ্পেষিতৰ যি
কলিজাৰ তেজ আহি
তাই ভৰি আঙুলিত
পিন্ধালে জেতুকা
যি তেজ উছলি উঠি
ৰঙা ফুল বছা কৰে
তাই পিন্ধা
ৰিহাৰে মেখেলা
যি তেজৰ উঠি জলকনি
তাইৰ কপালত
আঁকি দিয়ে মোৰ ৰঙা
চন্দনৰ ৰেঘা
পিন্ধি সেই ৰঙা জবা ৰক্ত কৰবী
তাই মাথোঁ
সুৰজিতা ৷

মই কবি
হীৰা জেউতিৰে জ্বলি
অন্ধৰ চকু ফালি
দেখুৱাব খোজা নাই
পোহৰৰ জিকিমিকি
চিকিমিকি নাচ
মোৰ কবিতা

জ্বলি উঠে
মাথোঁ তাই
আতুৰৰ আমন্ত্ৰণ পাই
নিজকে নিশেষ কৰি
আপোনাকে ছাই কৰি
পোহৰ বিলাই যোৱা
তাই শলিতা
মোৰ কবিতা ৷

কবি মই
কল্পনা বিলাসী হৈ
কল্পনাৰ বগা ডাৱৰৰ
মাজে মাজে উৰি ফুৰি
সোণোৱালী পুৱা সন্ধিয়াৰ
ফুলে ফুলে পাখী লগা
পখিলাটি হৈ
পাহৰিব খোজা নাই
বাস্তৱ সমস্যা নিষ্ঠুৰ
পাহৰিব খোজা নাই
জীৱনৰ কৰ্ত্তব্য কঠোৰ
পৃথিৱীত মাটি পানী
ধূলি বালি এৰি থৈ
হব খোজা নাও মাথোঁ
কল্পনাৰ সপোনৰ বাগীৰে বিভোৰ
মোৰ কবিতা

মহা কল্পনাৰ
দেশ মহাদেশ ফুৰি
গ্ৰহান্তৰ ঘূৰি ঘূৰি
বিচাৰি ফুৰিছে
নৱ সৃষ্টিৰ সূচনা
মহা কাল্পনিকৰ
চাবলৈ নতুন স্বৰূপ
কৰে তাই উগ্ৰ সাধনা
আজিৰ বেদনা মথি
কালিৰ অমৃতখিনি
তুলি দিয়া
তাই দুহিতা
মোৰ কবিতা ৷

কবি মই
সৌন্দৰ্য্য-বিলাসী হৈ
খোজা নাই পাতিব যে
সৌন্দৰ্য্যৰ যমুনাৰ
জোনালী বালিত
মনে গঢ়ি লোৱা মোৰ
কল্পনাৰ বৃন্দাবনত
পূৰ্ণিমাৰ দিনা পূৰ্ণবাস
দেখুৱাব খোজা নাই
সৌন্দৰ্য্যৰ নাচোন
বিনন্দ বিলাস ৷

মোৰ কবিতা
অভিভূত হৈ তাই বিশ্বব্যাপী সৌন্দৰ্য্যৰ
প্ৰশান্ত সন্মোহনত
ৰিণিকি ৰিণিকি শুনি
চিৰসুন্দৰৰ
বাঁহীটিৰ নি:শব্দ আহ্বান
থাকিব নোৱাৰি আৰু
আপোনাৰ সীমাৰ ঘৰত
চিৰসুন্দৰৰ
বিশ্বব্যাপী বিগ্ৰহৰ
দেৱতাৰ মন্দিৰলে’
আকুল বিকুল হৈ
তাই লৰি যায়….
সৌন্দৰ্য্য কালিকা লগা
তাই দেওধনি

চিৰসুন্দৰৰ
হাঁহিৰ লহৰ লাগি
ৰৈ ৰৈ কঁপে তাইৰ
স্থিৰ চকুমণি ৷

ধ্যানৰ মাজত তাই
লগ পাই
অৰূপ সুন্দৰ
দেখি তাৰ অনন্ত ধেমালি
তাৰে সতে উমলিবলে গৈ
তাৰে সতে লুকা-ভাকু খেলি
কত ছন্দে ভঙ্গে ৰঙ্গে
উঠিছে উতলি
কত লয়লাসে
ধেমালিৰ বিলাসে বিলাসে
তাইৰ কত ৰূপ ৰঙ্গ….
দেখুৱাই অঙ্গে অঙ্গে
মন্দ মধুৰ দ্ৰুত গতি
প্ৰশান্ত উচ্ছল
সুশান্ত সুচ্ছল
স্থিৰ আৰু অধীৰ
প্ৰাণৰ উচ্ছাসৰ
ফুটে প্ৰতিচ্ছবি
সাহিত্যৰ প্ৰসাধন
অলঙ্কাৰ… সাজেৰে
হয়ো-নহয়ো তাই সুসজ্জিতা
সোণাৰীশালত গঢ়া
ছন্দৰ জুনুকা পিন্ধিছেও নাই পিন্ধা
যুগ কাল বাজনাৰে নাই কৰা
ধৰাবন্ধ ঐক্য-সঙ্গত
কোনো ৰাগ-ৰাগিণীৰ
দীঘ-বাণী সূতাৰে….
খনীয়া বৈ
লোৱা নাই অঙ্গত
গ্ৰামৰ গণ্ডীত বান্ধ খাই থকা নাই তাই
সপ্তকৰ সীমান্ত
উচ্ছলি চলাই চৰণ
দেখুৱাই আলোকি বৰণ
তাল মান ৰাগ-ৰাগিণীৰ
নাচোনত ফালি চিৰি
বস্ত্ৰ অলঙ্কাৰ
দিগম্বৰী হৈ আত্মহাৰা ৷

পিন্ধি অভিনৱ ৰূপ অম্বৰ
ক্ষণে নৱ বস্ত্ৰে বিভূষিতা
ক্ষণে দেখুৱাই গৈ
যৌৱনৰ উলঙ্গ সম্ভাৰ
ক্ষণে বিভূষিতা হৈ
ক্ষণে ৷ণে অসংবৃতা
মোৰ কবিতা ৷

চিৰসুন্দৰৰ
হাঁহিত উপজি তাই
থিত ললে মোৰ অন্তৰত
সেউজীয়া পৃথিৱীত
সোণৰ পদুম কলি
ফুলাবলৈ নাচে তাই
আজি মোৰ মনৰ বনত ৷

তায়ে মোৰ
উদ্ভাসিত মনীষাৰ… প্ৰতিভাৰ
মহা কালিকা
নবীন দিনৰ তাই
প্ৰাণৰো প্ৰাণত জ্বলা
দিব্য-জ্যোতিকা
জ্বল্‌ হৈ আন্ধাৰত দীপান্বিতা
মোৰ কবিতা অ’
মোৰ কবিতা
মোৰ কবিতা!

Jump to section

24. কবি মই

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’
Page 24 of 72
Previous 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051525354555657585960616263646566676869707172 Next

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Jyoti Prasad AgarwalaJyoti Prasad Agarwala Poems
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
bihu1

Bihu: A Journey from the Tradition to Transformation

April 16, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

April 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d