• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, January 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

by Anjan Sarma
August 7, 2021
in Cultural, Jyoti Prasad Agarwala, Jyoti Prasad Agarwala Poems
Reading Time: 98 mins read
0
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড
Share on FacebookShare on TwitterShare on LinkedIn
Jump to section

34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’

ভলণ্টিয়াৰৰ দুখ

গান্ধীকথা শুনিবলে’ সদায় হুছিয়াৰ ৷

RelatedPosts

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

January 17, 2026
জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

ৰূপকোঁৱৰৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ অনন্য মূল্যায়ন

January 17, 2026
PRATIMA PANDEY

পপ্ সংস্কৃতিৰ যুগত লোকসংগীতৰ সংৰক্ষণ: এক অসমীয়া দৃষ্টিভংগী

December 22, 2025

মই ভলণ্টিয়াৰ ৷

উজনিত বোলে ‘সইত গাহৰি’

নামনিত ‘ভেলেণ্ডাৰ’

কোনোৱে বোলে ‘চেচ্ছাসেৱক’

তথাপিও মোৰ গৰম বুকত

স্বৰাজৰ জুই

জ্বলিছে ভম’ক্‌ ভমক,

স্বাধীনতা আনিবলৈ

দেশত লগাওঁ খলক্‌ ৷

গাঁৱত আছিলোঁ শুই

গান্ধীয়ে লগালে জুই

বন্দুক-বাৰুদ নোহোৱাকৈয়ে

চাহাব খেদাব পাৰি হেনো

এই বুলি মিটিঙে মিটিঙে বক্তৃতা দিয়া শুনো ৷

আৰু কোনে পায় ?

হেৰৌ ভদীয়া ! হেৰৌ কাতিয়া ! আহ

বেগেতে ওলাই,

ইংৰাজে নঙঠা পিঙঠা কৰিলে

কান্দিছে ভাৰতী আই ৷

গান্ধীবাপু নহয় কম

বৃটিছ সাম্ৰাজ্যৰ সাইলাখ যম

কৰিহে এৰিব খেজেনা কম

কৈছে বোলে সুতা কাটিয়েই স্বৰাজসোপাকে ল’ম,

কটা-সূতাৰেই ইংৰাজখনৰ হাত-ভৰি বান্ধি থ’ম ৷

জেলৰ ভিতৰত বন্দী কৰি

ইংৰাজ থৈছে ভাৰতী আই,

সেইহে গান্ধী জেলৰ ভিতৰলৈ

ঘনেপতি সোমায় ৷

বাৰেপতি এপাক এপাক

শিকলি আহে খুলি,

কোনোবা এপাকত উলিয়াই আনিব

কৰি কিবা তালি-তুলি ৷

উনৈছে শ একইছ চন

গান্ধীয়ে পাতিলে অহিংস-ৰণ

জাকে জাকে ওলাল ল’ৰা,

স্কুল-কলেজৰ পৰা

ফিৰফিৰীয়া ফিতাহী এৰি

পিন্ধিলে দগধা চোলা

চহৰৰ এৰিলে কোলা ৷

গাঁৱলৈ আহি বোকা ফেনেকি

ক’লেহি উপাই নাই,

নিচিনি চিনিলোঁ আজিহে তোমাক

অ’ গাঁৱলীয়া কাই !

চহৰৰ বাবু চাহাবৰ কাবু

সিহঁতত আশা নাই,

উঠা গাঁৱলীয়া ভাই ৷

আহ ঐ মোৰ সোণাইহঁত ! চহৰৰ বাবুহঁত !

কিনো নহবৰ হ’ল,

উকীলে এৰিলে কাছাৰী-ঘৰ

আধা-কৰাকৈয়ে কে’ছবোৰ এৰি

গাঁৱলৈ মাৰিলে ভিৰাই লৰ

কলৰ-জপৰ মোক্কেলৰ ৷

স্বৰাজ বিচাৰি ফুৰিছিলে গৈ

দিল্লীৰ কৌঞ্চিল ঘৰত,

আছিল বোলে স্বৰাজজনী

মেমনী পোছাক পিন্ধি

ডাঙৰজনা লাটচাহাবৰ

অন্দৰমহলত ৷

ওচৰ চাপি শুঙি চালে

টেমা টেমা গোন্ধায়,

সেইহে উকীল বাৰিষ্টাৰ

কৌঞ্চিলৰপৰা ওলায় ৷

সেইজনী বোলে স্বৰাজ নহয়

ইংৰাজৰ চাকৰণী,

চুমা দলিয়াই মেম্বৰলৈ

বঢ়োৱা খেজেনাৰ

টকাৰ টোপোলা

ভিতৰে ভিতৰে গণি ৷

সেইহে আহে

ডাঙৰসকল একো-নাই হৈ খঙত,

পাত-পাতকৈ বিচাৰে স্বৰাজ

গাঁৱৰ বাঁহৰ তলত ৷

নোলোৱা গাখীৰ উলিয়াবলৈ

পোৱালিয়ে ঘনে ওহাৰত খুন্দিয়ায়,

সেইদৰেই সাৰ নোপোৱা বসুমতীত

লেৰেলা গৰুৱে হাল খুচৰি খুচৰি বাই,

কোনোপধ্যে ঘৈনীজনীৰে ল’ৰা দুটাৰে

পেটতো প্ৰবৰ্ত্তাই,

বছৰে বছৰে খেজেনাই ভঙা

কঁকাল থাকোঁ পোনাই ৷

এনে থলত আহিল দেখোন চহৰৰ বৰলোক

কিনো খুৱাওঁ, কিনোঁ খুৱাওঁ

নিজৰে নুগুচে ভোক ৷

খেজেনা কমাৰ আশা নাই

ঘৈনীৰ নুশুনি মনা,

চুঙাৰ পৰা আনি দিলোঁ

সাঁচতীয়া চাৰিঅনা

আশা পালি বৰ

হ’লোঁ কংগ্ৰেছৰ মেম্বৰ ৷

গাঁৱে গাঁৱে কত মিটিং

কংগ্ৰ্ৰেছৰ কমিটিৰ ঘনাই ছিটিং,

তৰ্জ্জন হ’ল, গৰ্জ্জন হ’ল

বৰ্জ্জনৰ ঢৌ বিয়পি গ’ল ৷

ৰাইজ উঠিল জাঙুৰ খাই,

গৱৰ্ণমেণ্টে তভক্‌ মাৰি

কি কৰোঁ, কি নকৰোঁ বুলি

থাকিলে ছল চাই ৷

ভলণ্টিয়াৰত লিখিলোঁ নাম

কৰিব লাগিব দেশৰ কাম

লৰি-ঢাপৰি ঢপলিয়াই

ফুৰিলোঁ গাঁও-ভূই,

কংআৰ ঢৰা-চাপৰেৰে

জগালোঁ মোৰে দৰে ডেকা

যি আছিলে শুই ৷

আন্দোলনৰ গণ্ডগোলে

ঘনাই ফিৰিঙতি তোলে,

দেখি আমাৰ পিকেটিং

ওলাল চিপাহী ঘিটিংটিং

সুবিধা পালে ভলণ্টিয়াৰক

চৰ-গটাটো মাৰে ;

কানীয়া কাইৰো সাহ বাঢ়িল

নলীয়া কটাৰী জোকাৰি জোকাৰি

গান্ধীক গালি পাৰে ৷

মহলদাৰেও কেদিনমান

হাঁহিলে মিচিকিয়াই,

পিছত বিক্ৰী কমা দেখি

আমাক চকু পকায় ৷

চিপাহীৰে স’তে কথা পাতি

আমাক দোকানলে’ মাতি

ভিতৰ চোতাললৈ নিলে,

আমাৰ পিঠিত ঔফুল বাছিলে

গুৰুলা-গুৰুল কিলে ৷

পায়ো পুলিচৰ ব্ৰহ্মখুন্দা

দোকানৰ আগত থাকিলোঁ বহি

যেন পৰ দিয়া বোন্দা ৷

বুকুৰ ভিতৰত হিংসা-বাঘে

যেন পিঞ্জৰাত বনাই

গুজৰি-গুমৰি বাৰে বাৰে

আহিব খোজে ওলাই ৷

অহিংস বাণীৰে তাক খুচি খুচি

থওঁ ভিতৰলৈ সুমাই,

তথাপিও সি মাটিত কামুৰি

আছেই গোৰগোৰাই ৷

Jump to section

34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’
Page 34 of 72
Previous 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051525354555657585960616263646566676869707172 Next

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: Jyoti Prasad AgarwalaJyoti Prasad Agarwala Poems
Anjan Sarma

Anjan Sarma

Related Posts

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে
ASSAMESE SECTION

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

by Monoswini Sarmah
January 17, 2026
0

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে এক আলোকপাত  মনস্বিনী শৰ্মা   "ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে             ...

Read moreDetails
জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

ৰূপকোঁৱৰৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ অনন্য মূল্যায়ন

January 17, 2026
PRATIMA PANDEY

পপ্ সংস্কৃতিৰ যুগত লোকসংগীতৰ সংৰক্ষণ: এক অসমীয়া দৃষ্টিভংগী

December 22, 2025
‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী এখন ধুনীয়া ঠাই

October 29, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026
Perks of Leaving Your Hometown Behind

Perks of Leaving Your Hometown Behind

January 19, 2026
ভোগালীৰ পৰিবর্তিত ৰূপ : অসমীয়াৰ অগ্রগতি ?

Magh Bihu: Where Assam Cooks Its Memory, Gratitude, and Togetherness

January 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d