• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

by Anjan Sarma
August 7, 2021
in Cultural, Jyoti Prasad Agarwala, Jyoti Prasad Agarwala Poems
Reading Time: 98 mins read
0
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড
Share on FacebookShare on TwitterShare on LinkedIn
Jump to section

37. জ্যোতি-শঙ্খ

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’

ৰণ-ৰণ-ৰণ

আলোড়ন কম্পন

ঘনঘোৰ গৰজন

অস্ত্ৰৰ ঝন ঝন

সীমান্তে-প্ৰান্তে

শত্ৰু যে অগণন

—–অসমীয়া জীৱনৰ সন্ধিক্ষণ ৷

চাৰিওকাষেদি বেৰি

অসম আহিলে ঘেৰি

আৰু যে নসহে দেৰি,

বজা অসমীয়া

শৰাইঘটীয়া

বজা, বজা, ৰণ-ভেৰী,

অসমীয়া হুছিয়াৰ !

শত্ৰু পালেহি দুৰ্নিবাৰ ৷

যুদ্ধ মাথোন

যুদ্ধ

যুদ্ধ নহলে

নহ’ব ৰুদ্ধ

আজি অসমীয়া যে অৱৰুদ্ধ ৷

যুদ্ধহে মাথোন

লাগিব যুদ্ধ

হাৰিও যুদ্ধ, জিনিও যুদ্ধ

যুদ্ধ মাথোন যুদ্ধ ৷

অসমৰ বিহুতলী

পথাৰৰ সোণকলি

শেৱালি-তগৰ ফুল

ফুলি থকা পদূলি,

গচকি-খচকি হে’ৰ

উৰুৱালে ধূলি

উৰুৱালে ধূলি ৷

দেশ ৰাখিবলে’ তই

বিচাৰি সঁজুলি আন

নৱ লাচিতৰ তৰোৱাল,

জয়-ফোঁট পিন্ধি তই

ল হে’ৰ উজ্জ্বলাই

শুভ্ৰ কপাল ৷

চহৰৰ, নগৰৰ

মাটি-বাৰী অসমৰ

গাঁও-ভূঁই যত হাট-বাট

সকলো শৰাইঘাট ৷

শৰাইঘটীয়া দলে

সদলবলে

শুধ চিত্‌ লৈ আগবাঢ়ি গ’লে,

হ’ব তোৰ জয়

নাই, নাই ভয়

অশুদ্ধ মনৰ কৰ্ম্ম যে বিফল ৷

সুশুদ্ধ ইচ্ছাৰ সৰ্ব্বেজয়ী বল

জীৱনৰ যুদ্ধ হ’ব সম্ফল

সষ্টম যুঁজাৰু দল ৷

তই অসমীয়া

শৰাইঘটীয়া

তলি যে অগ্নি-বীৰ্য্য

জ্বলি উঠ নৱ-সূৰ্য্য ৷

দেশ যায় জ্বলি

ঘৰ যায় হ’লি

চোতালত দিলে শত্ৰুৱে ভৰি

এতিয়াও জানো তোৰ বুকুখন

যোৱা নাই ডেই-পুৰি ?

কৰ সোনকালে

ফালি মোহ-জাল,

ওলা, ওলা তই

নুদুষি কপাল,

হীনতাতকৈ মৃত্যুও ভাল ৷

অসমীয়া হুছিয়াৰ

শত্ৰু যদিও দুৰ্নিবাৰ

হৈ যাব ছাৰখাৰ ৷

ভাষাত শত্ৰু

দেশত শত্ৰু

কলা-সাহিত্যত

সঙ্গীত-শিল্পত

সোমাল শত্ৰু তোৰ ভিতৰত

শত্ৰু আহিছে বেয়া বতৰত,

মণিকুট গৈ পোৱাৰে আগত

সমূলে নিপাত কৰ ;

আপোনাৰ ঘৰ

ৰাখিবলে’ তই

কালৰ মূৰ্ত্তি ধৰ ;

কঠোৰ প্ৰতিজ্ঞা কৰ

অস্ত্ৰ-শস্ত্ৰ ধৰ

ক্ষেত্ৰে ক্ষেত্ৰে ৰণসাজ পিন্ধি

নিজৰ কৰ্ত্তব্য কৰ ৷

ৰাখিব লাগিব অসমীয়া ভাষা

কৰিব লাগিব আশা

জিনিব লাগিব বিদ্ৰূপ-বাণী

শত্ৰুৰ ব্যঙ্গ-হাঁহি ৷

অসমৰ যত পণ্ডিত

তয়ে

কৰিব লাগিব তৰ্কযুদ্ধ

কৰিব লাগিব জগত মুগ্ধ ;

শত্ৰুৰ মিথ্যাচাৰ—

যদিহে নোৱাৰ কৰিব খৰ্ব্ব

মিছা তোৰ জ্ঞান-গৰ্ব্ব ৷

বজাব লাগিব বিশ্ব-বাঁহাৰ

সুৱণশিৰীয়া মাত,

ভাষাৰ যুদ্ধ জিনাব লাগিব

অসমীৰ নাম জ্বলাব লাগিব

পৃথিৱীখনৰে জ্ঞানী সভাত ৷

তয়ো অসমীয়া কবি

উদয়াচলৰে ৰবি

ৰণৰ ঘ্ৰেষণি-হ্ৰেষণি গুণি

বীণা জানো হ’ল চুপ ?

ধৰহি বিশ্বৰূপ ৷

কৰ তই মহাধ্বনি প্ৰণৱ-ওঙ্কাৰ

ধ্বনিত ৰণিত কৰ শান্তিৰ ঝঙ্কাৰ

আলোক নমাই আন

গা মহাগান,

পৃথিৱী ব্যাপি যাওক

পোহৰৰ বাটে বাটে

ভেদি যাওক সপ্ত বিমান ৷

সুন্দৰসেৱী দল

অথলে নাযায়

তোৰ ফুল-জল

তোৰ পূজাভাগ নহ’ব বিফল,

আহ্বান কৰ

তোৰ কোষালৈ

সকলো তীৰ্থৰ জল ৷

গন্ধ-পুষ্প যত উপচাৰ

তাৰে স’তে ঢাল ভকতি হিয়াৰ

ৰঙাজবা দে তোৰ কলিজাৰ

শত জীৱনৰ শত শত সম্ভাৰ ৷

সুন্দৰৰ পাবি দিব্য বৰ

জয় হ’ব অসমৰ

জয় হ’ব পোহৰৰ যুদ্ধ

জনগণ জগজন মুগ্ধ ৷

যুঁজিব লাগিব

জিনিব লাগিব

কুসুম-বনৰ ৰণ

মুহিব লাগিব বিশ্ববাসীৰ মন,

তোৰ প্ৰতিভাৰে পাতিব লাগিব

সুশোভিত উপবন,

গঢ়িব লাগিব

জগত শুৱনি

আলোকবৰণী কলা-ভৱন ৷

বাণীৰ সেৱক

শুন অ’ তৰুণ !

তয়ে ভাৰতৰ নবীন অৰুণ ৷

তয়েই নতুন জ্যোতি,

আলোক-শঙ্খ তয়ে ফুকাৰি

আনিব লাগিব মাতি ৷

জ্বলাব লাগিব প্ৰাগ্‌জ্যোতিষত

পুনৰ আলোক বাতি,

অসমীৰ নাম ৰাখিব লাগিব

পূৰ্ব্বভাৰতী পাতি ৷

জ্ঞান-বিজ্ঞানৰ

কলা-সাহিত্যৰ

সুৰ-সঙ্গীতৰ ধল,

বোৱাব লাগিব

ভাৰত ঢৌৱাই

ভাৱ-লুইতৰ জল ৷

তোৰ মুকলিত হওক বিশ্বপ্ৰসাৰী মন

নৱ আলোকেৰে

ধুৱাব লাগিব

নোৱাব লাগিব

অসমী আইৰে

ৰঙা-চৰণ ৷

আগবাঢ় আগবাঢ় নৱ অনিৰুদ্ধ

কৰ, আশা শুদ্ধ,

জিনি আছ,

জিনি যাবি জীৱন-যুদ্ধ ৷

অসমীয়া যুঁজাৰুৰ

জয়যাত্ৰীৰূপা

সুন্দৰসেৱীৰো তয়ে

জ্যোতিৰূপা

ওলা, ওলা অসমীয়া ৰমণী

তয়ে হ’বি জগতৰ দেৱী গোসাঁনী ৷

বজা, বজা

কামৰূপী বীণা

ভাৰতকো, জগতকো জিনা

সঞ্চাৰি সুৰ-ৰাগ ত্ৰিভুবন মোহিনী

জ্বলি উঠ

জ্বলি উঠ

প্ৰেৰণাৰূপিণী ৷

অসমৰ অঙ্গন

মুখৰিত কৰি বাজে

গোসাঁনীৰ চৰণৰ উৎকট ঘৰ্ষণ

ছন্দ-স্ফুলিঙ্গৰ বিস্ফোৰণ বৰ্ষণ ৷

খোজে খোজে,

ৰক্তকৰবী উঠি ফুলি

আকাশ-পৃথিৱী ঢাকি

উৰে ছাঁ,

জ্বলন্ত আঙনিবোৰ

কতবোৰ জুই বালি-ধূলি

জনমৰ-মৰণৰ আজি কোলাকুলি ৷

নিতম্ব ভঙ্গত জগত সশঙ্ক

আনি দিয়ে প্ৰাণলৈ মহা আতঙ্ক

নগ্ননৃত্য নাচে সৃষ্টি-গোসাঁনীয়ে

প্ৰকট-বিকট বিশ্বৰূপ,

লুইতৰ দুয়োপাৰে

সৌন্দৰ্য্য, কদৰ্য্য মথি

জ্বলে নৱ আলোকৰ

বিচিত্ৰ ধূপ

গোসাঁনীয়ে দেখুৱাই দিব্যৰূপ ৷

সেই ৰূপ দেখি তই

দিব্যাঞ্জন লৈ

ক্লীবতা এৰি থৈ

ধৰ ধনুৰ্ব্বান,

হ’বি তই অৰ্জ্জুন সমান ৷

কল্পে কল্পে তই

উত্থান-পতন জিনি

যিটি সনাতন জ্যোতি

ৰাখিলি জ্বলাই ৷

তাৰে বাতৰি তই

বজ্ৰ-নিৰ্ঘোৰে গাই

জগতক থাক অ’ শুনাই ৷

পুৱাল, পুৱাল তোৰ

ঘন-ঘোৰ অমানিশা সুদীৰ্ঘ ৰাত্ৰি

আগবাঢ়, আগবাঢ় আলোক-যাত্ৰী !

সোণৰ সবিতা সৌ

উজ্জ্বল সমুজ্জ্বল

নৱ-জীৱনৰ নামে

সুৱৰ্ণ সুযোগ,

অগ্নি-আৰতি গা,

অসমীয়া ঘৰে ঘৰে

মছজিদে-মন্দিৰে

অভ্যুদয়িলে জ্যোতিযুগ ৷

Jump to section

37. জ্যোতি-শঙ্খ

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’
Page 37 of 72
Previous 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051525354555657585960616263646566676869707172 Next

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Jyoti Prasad AgarwalaJyoti Prasad Agarwala Poems
Anjan Sarma

Anjan Sarma

Related Posts

photography of book page
Poetry

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

by Divyanshu Bora
April 19, 2026
0

Mind-Blowing Literary Fusion: Reading Jiban Narah's Soulful Assamese Poems While Devouring Haruki Murakami's Memoir Discover the surprising emotional resonance and...

Read moreDetails
bihu1

Bihu: A Journey from the Tradition to Transformation

April 16, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

April 15, 2026
Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

April 14, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d