Jump to section
71. ৰবীন্দ্ৰনাথ
- 1. অ’ মোৰ ধুনীয়া গাঁও
- 2. অক’মানি ছোৱালী
- 3. অকণমানিৰ প্ৰাৰ্থনা
- 4. অকণিৰ সপোন
- 5. অক্কণমানি ল’ৰা
- 6. অক’মান ল’ৰা
- 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
- 8. অবুজ মাতৰ বিবুজ বাতৰি
- 9. অসমীয়া ছোৱালীৰ উক্তি
- 10. অসমীয়া ডেকাৰ উক্তি
- 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
- 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
- 13. আজি জনতাৰ নবীন চেতনা
- 14. আজি জাগ্ৰত ভাৰত
- 15. আজিৰ কবিতা তাই
- 16. আধুনিক কবিতা তাই
- 17. আন্ধাৰৰ মাজে মাজে
- 18. আহ অ’ অকণি আহ
- 19. ঊষাৰ কোলাত গৈ
- 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
- 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
- 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
- 23. কনকলতা
- 24. কবি মই
- 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
- 26. কুক্ কুক্
- 27. কুমাৰ মোহন
- 28. কুম্পুৰ সপোন
- 29. কেজেনা কেজেনা
- 30. কেতেকীৰ পাহি যেন নিমজ
- 31. কেলেই লাগিছে অনন্ত জীৱন
- 32. কোন সোণ সপোনৰ
- 33. গাঁৱৰ জীয়ৰী
- 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
- 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
- 36. জনতাৰ আহ্বান
- 37. জ্যোতি-শঙ্খ
- 38. থাকি দিনৰে দিনটো ৰৈ
- 39. ন-জোৱান-ই-হিন্দ
- 40. নতুন
- 41. নতুন অকণমানিৰ গান
- 42. নিতে নৱ প্ৰকাশৰ
- 43. নৱবিপ্লৱী কবি জাগে
- 44. ফুলিবলে’ পোৱা হ’লে !
- 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
- 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
- 47. বিশ্বশিল্পী
- 48. মই অক্লেদ্য মই অচ্ছেদ্য
- 49. মই ইয়াৰে সাধক
- 50. মনমা
- 51. ময়ে শূদ্ৰ
- 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
- 53. মহাশূদ্ৰ
- 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
- 55. মা, আজি মই (কুম্পুৰ সপোন)
- 56. মাক আৰু সোণ
- 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
- 58. মোৰ অন্তৰ যায় জ্বলি
- 59. মোৰ অহংকাৰৰ সংজ্ঞা
- 60. মোৰ সুৰৰ চুমাত
- 61. মৰ্ম্মে মৰ্ম্মে মোৰ
- 62. যতীন্দ্ৰ-কবিতা
- 63. লাচিতৰ আহ্বান
- 64. লুইতৰ পাৰৰ বৰেচহৰ
- 65. শিল্পী মই
- 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
- 67. ষ্ট্ৰিম লাইনড্ কাৰ
- 68. সাৱধান, সাৱধান
- 69. সৌৱা সুৱাগী সৰোজ নলিনী
- 70. হে মৃত্যু নমস্কাৰ!
- 71. ৰবীন্দ্ৰনাথ
- 72. ৰেডিঅ’
হে কবি !
হে ৰবি !
যুগৰ যুগৰ
এই ভাৰতৰ
জীৱন ৰহস্যান্বেষী-চিন্তা নিৰত—
অৱসাদক্লিষ্ট মহামন
তোমাৰে কণ্ঠত পুনু লভিলে চেতন
অনন্তৰ অন্ত বিচৰা
মুক্তিপিয়াসী—
মহাভাৰতৰ প্ৰাণ,
উন্মেষি উঠি
তব কবিতাৰ
ছত্ৰে ছত্ৰে ছন্দে ছন্দে—
গুজৰি ধৰিলে গান ৷
মন্দ্ৰিলা তাৰে ৰাণী
সুৰাৱলীৰে অভিনৱ,
মুগ্ধ উদ্বুদ্ধ কৰি
অৱনত ভাৰতৰ ভ্ৰষ্ট মানৱ ৷
বন্ধুৰ সাধনা-পথ যাত্ৰী তপস্যা ধ্যানমগ্ন
মহাভাৰতৰ মহামন,
ধ্বনিত ৰণিত হ’ল,
সহস্ৰ যুগান্তে,
প্ৰসান্ত সমাধি
ভাঙি
বাল্মীকি-কণ্ঠত
গায়ত্ৰী ছন্দত;
সেই মহামনে এই বৰ্ত্তমানত—
তোমাৰেই
ছন্দায়িত কবিতাত
থিত লৈ
উচ্চাৰে বচন ;
কৰিবলে’ মানৱৰ কল্যাণ সাধন ৷
আজি সেই মহামন—
তোমাৰ
মৰণ-পাৰৰ চিৰজীৱন আদৰা
গন্ধাৱলীৰে দিয়া বন্তিৰূপী চিতাগ্নিৰ
পোহৰত দীপ্ত হৈ—
মানৱাদৰ্শ বিস্মৃতিৰ আন্ধাৰত,
সনাতন সভ্যতাৰ পথ-প্ৰদৰ্শক
জ্যোতি হৈ জ্বলক বিশ্বত ৷
Jump to section
71. ৰবীন্দ্ৰনাথ
- 1. অ’ মোৰ ধুনীয়া গাঁও
- 2. অক’মানি ছোৱালী
- 3. অকণমানিৰ প্ৰাৰ্থনা
- 4. অকণিৰ সপোন
- 5. অক্কণমানি ল’ৰা
- 6. অক’মান ল’ৰা
- 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
- 8. অবুজ মাতৰ বিবুজ বাতৰি
- 9. অসমীয়া ছোৱালীৰ উক্তি
- 10. অসমীয়া ডেকাৰ উক্তি
- 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
- 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
- 13. আজি জনতাৰ নবীন চেতনা
- 14. আজি জাগ্ৰত ভাৰত
- 15. আজিৰ কবিতা তাই
- 16. আধুনিক কবিতা তাই
- 17. আন্ধাৰৰ মাজে মাজে
- 18. আহ অ’ অকণি আহ
- 19. ঊষাৰ কোলাত গৈ
- 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
- 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
- 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
- 23. কনকলতা
- 24. কবি মই
- 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
- 26. কুক্ কুক্
- 27. কুমাৰ মোহন
- 28. কুম্পুৰ সপোন
- 29. কেজেনা কেজেনা
- 30. কেতেকীৰ পাহি যেন নিমজ
- 31. কেলেই লাগিছে অনন্ত জীৱন
- 32. কোন সোণ সপোনৰ
- 33. গাঁৱৰ জীয়ৰী
- 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
- 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
- 36. জনতাৰ আহ্বান
- 37. জ্যোতি-শঙ্খ
- 38. থাকি দিনৰে দিনটো ৰৈ
- 39. ন-জোৱান-ই-হিন্দ
- 40. নতুন
- 41. নতুন অকণমানিৰ গান
- 42. নিতে নৱ প্ৰকাশৰ
- 43. নৱবিপ্লৱী কবি জাগে
- 44. ফুলিবলে’ পোৱা হ’লে !
- 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
- 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
- 47. বিশ্বশিল্পী
- 48. মই অক্লেদ্য মই অচ্ছেদ্য
- 49. মই ইয়াৰে সাধক
- 50. মনমা
- 51. ময়ে শূদ্ৰ
- 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
- 53. মহাশূদ্ৰ
- 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
- 55. মা, আজি মই (কুম্পুৰ সপোন)
- 56. মাক আৰু সোণ
- 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
- 58. মোৰ অন্তৰ যায় জ্বলি
- 59. মোৰ অহংকাৰৰ সংজ্ঞা
- 60. মোৰ সুৰৰ চুমাত
- 61. মৰ্ম্মে মৰ্ম্মে মোৰ
- 62. যতীন্দ্ৰ-কবিতা
- 63. লাচিতৰ আহ্বান
- 64. লুইতৰ পাৰৰ বৰেচহৰ
- 65. শিল্পী মই
- 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
- 67. ষ্ট্ৰিম লাইনড্ কাৰ
- 68. সাৱধান, সাৱধান
- 69. সৌৱা সুৱাগী সৰোজ নলিনী
- 70. হে মৃত্যু নমস্কাৰ!
- 71. ৰবীন্দ্ৰনাথ
- 72. ৰেডিঅ’
Page 71 of 72