Jump to section
34. নিমাতী কইনা নাহাঁহি মইনা!
- 1. জোনৰ জোনাক চোতালে চোতালে
- 2. জোনৰ জোনাক ভাল পোৱা
- 3. জ্ঞানৰ চকুৰে
- 4. ডিবৰুগড়ৰে ডিবৰু নৈ
- 5. ডিবৰুপাৰৰে ডিবৰুগড়
- 6. তিৰঙ্গা নিচান বিজয়ী নিচান
- 7. তোক মই দেখা নাই
- 8. তোমাৰ কন্ঠৰে কন্ঠৱতী
- 9. তোলে’ দিয়া শৰাইখনত
- 10. তোলে’কে চায়ে আছে
- 11. তোৰ গান গোৱাৰেই, আনন্দতে
- 12. তোৰ গানতে মোৰ সুৰৰে ঢৌ
- 13. তোৰ চকুৰ মণিত মোৰ ছবিটো
- 14. তোৰ থাপনাত চকুলো এটুপি থলোঁ
- 15. তোৰ থাপনাত মোৰ চাকিটো
- 16. তোৰ পূজাৰ ধূপৰ গন্ধ লাগি
- 17. তোৰ ভাৱনাৰ গানৰ কত তৰা
- 18. তোৰ মনত যদি নপৰে মোৰ
- 19. তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
- 20. তোৰ সিদিনাৰ পুৱাৰ গানে
- 21. তোৰে মোৰে আলোকৰে যাত্ৰা
- 22. দুখীয়াৰ চোতালেদি
- 23. দেউতা, তই কি লিখিছ গান
- 24. দেউতা মই আজি সপোনত
- 25. দেহি ঐ ! দূৰৈৰে গাঁৱেখনি
- 26. ধূলিৰ বাটেৰে, যোৱা সুন্দৰৰ
- 27. ন জোনাকী ন জোনাকী
- 28. ন পোহৰৰ ৰ’দ কাঁচলিত
- 29. নতুন এই সমাজনীতিৰ
- 30. নতুন দিনলে’ যাত্ৰা কৰিলি
- 31. নতুন দিনৰ ন-ছোৱালী
- 32. নতুন ভাৰত নতুন ভাৰত
- 33. নামঘৰলৈ সোণৰ শৰাই নিয়
- 34. নিমাতী কইনা নাহাঁহি মইনা!
- 35. নীল আকাশৰ এটা তৰা
- 36. নীল সাগৰৰ সমীৰণে
- 37. নূপুৰে মাতে ৰুণজুণ্
- 38. নৰকঙ্কালৰ নৃত্য দেখিলি কোনে?
- 39. নৰকত যি জুই জ্বলে
- 40. নৱ জন-জীৱনৰ শিল্পী জাগ অ’
নিমাতী কইনা
নাহাঁহি মইনা!
ক’ত থৈ আহিলা
চেনেহৰ মইনা মাত?
চেনেহৰ মইনা নুবুলি কইনা
চেনেহৰ মইনা মইনা মাত৷
দীপ্লিপ্ কুঁৱৰী
কাকে আছা সুঁৱৰি
মাতোঁ মাতোঁ চকুযোৰে
কাকেইবা চায়!
সোণৰ জাপি পিন্ধি
ফুলাম ছৈৰ নাৱতে
আহি ৰূপকোঁৱৰে
হাঁহিটি মাৰিবহি
বীণখনি বাই!
ৰূপৰে কুঁৱৰীৰ
মাত ফুটা নাই
আহা ৰূপকোঁৱৰ অ’
আহা বেগাই৷৷
Jump to section
34. নিমাতী কইনা নাহাঁহি মইনা!
- 1. জোনৰ জোনাক চোতালে চোতালে
- 2. জোনৰ জোনাক ভাল পোৱা
- 3. জ্ঞানৰ চকুৰে
- 4. ডিবৰুগড়ৰে ডিবৰু নৈ
- 5. ডিবৰুপাৰৰে ডিবৰুগড়
- 6. তিৰঙ্গা নিচান বিজয়ী নিচান
- 7. তোক মই দেখা নাই
- 8. তোমাৰ কন্ঠৰে কন্ঠৱতী
- 9. তোলে’ দিয়া শৰাইখনত
- 10. তোলে’কে চায়ে আছে
- 11. তোৰ গান গোৱাৰেই, আনন্দতে
- 12. তোৰ গানতে মোৰ সুৰৰে ঢৌ
- 13. তোৰ চকুৰ মণিত মোৰ ছবিটো
- 14. তোৰ থাপনাত চকুলো এটুপি থলোঁ
- 15. তোৰ থাপনাত মোৰ চাকিটো
- 16. তোৰ পূজাৰ ধূপৰ গন্ধ লাগি
- 17. তোৰ ভাৱনাৰ গানৰ কত তৰা
- 18. তোৰ মনত যদি নপৰে মোৰ
- 19. তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
- 20. তোৰ সিদিনাৰ পুৱাৰ গানে
- 21. তোৰে মোৰে আলোকৰে যাত্ৰা
- 22. দুখীয়াৰ চোতালেদি
- 23. দেউতা, তই কি লিখিছ গান
- 24. দেউতা মই আজি সপোনত
- 25. দেহি ঐ ! দূৰৈৰে গাঁৱেখনি
- 26. ধূলিৰ বাটেৰে, যোৱা সুন্দৰৰ
- 27. ন জোনাকী ন জোনাকী
- 28. ন পোহৰৰ ৰ’দ কাঁচলিত
- 29. নতুন এই সমাজনীতিৰ
- 30. নতুন দিনলে’ যাত্ৰা কৰিলি
- 31. নতুন দিনৰ ন-ছোৱালী
- 32. নতুন ভাৰত নতুন ভাৰত
- 33. নামঘৰলৈ সোণৰ শৰাই নিয়
- 34. নিমাতী কইনা নাহাঁহি মইনা!
- 35. নীল আকাশৰ এটা তৰা
- 36. নীল সাগৰৰ সমীৰণে
- 37. নূপুৰে মাতে ৰুণজুণ্
- 38. নৰকঙ্কালৰ নৃত্য দেখিলি কোনে?
- 39. নৰকত যি জুই জ্বলে
- 40. নৱ জন-জীৱনৰ শিল্পী জাগ অ’
Share this:
- Click to share on X (Opens in new window) X
- Click to share on Facebook (Opens in new window) Facebook
- Click to share on LinkedIn (Opens in new window) LinkedIn
- Click to share on WhatsApp (Opens in new window) WhatsApp
- Click to share on Pinterest (Opens in new window) Pinterest
- Click to print (Opens in new window) Print
- Click to email a link to a friend (Opens in new window) Email


















