Jump to section
37. নূপুৰে মাতে ৰুণজুণ্
- 1. জোনৰ জোনাক চোতালে চোতালে
- 2. জোনৰ জোনাক ভাল পোৱা
- 3. জ্ঞানৰ চকুৰে
- 4. ডিবৰুগড়ৰে ডিবৰু নৈ
- 5. ডিবৰুপাৰৰে ডিবৰুগড়
- 6. তিৰঙ্গা নিচান বিজয়ী নিচান
- 7. তোক মই দেখা নাই
- 8. তোমাৰ কন্ঠৰে কন্ঠৱতী
- 9. তোলে’ দিয়া শৰাইখনত
- 10. তোলে’কে চায়ে আছে
- 11. তোৰ গান গোৱাৰেই, আনন্দতে
- 12. তোৰ গানতে মোৰ সুৰৰে ঢৌ
- 13. তোৰ চকুৰ মণিত মোৰ ছবিটো
- 14. তোৰ থাপনাত চকুলো এটুপি থলোঁ
- 15. তোৰ থাপনাত মোৰ চাকিটো
- 16. তোৰ পূজাৰ ধূপৰ গন্ধ লাগি
- 17. তোৰ ভাৱনাৰ গানৰ কত তৰা
- 18. তোৰ মনত যদি নপৰে মোৰ
- 19. তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
- 20. তোৰ সিদিনাৰ পুৱাৰ গানে
- 21. তোৰে মোৰে আলোকৰে যাত্ৰা
- 22. দুখীয়াৰ চোতালেদি
- 23. দেউতা, তই কি লিখিছ গান
- 24. দেউতা মই আজি সপোনত
- 25. দেহি ঐ ! দূৰৈৰে গাঁৱেখনি
- 26. ধূলিৰ বাটেৰে, যোৱা সুন্দৰৰ
- 27. ন জোনাকী ন জোনাকী
- 28. ন পোহৰৰ ৰ’দ কাঁচলিত
- 29. নতুন এই সমাজনীতিৰ
- 30. নতুন দিনলে’ যাত্ৰা কৰিলি
- 31. নতুন দিনৰ ন-ছোৱালী
- 32. নতুন ভাৰত নতুন ভাৰত
- 33. নামঘৰলৈ সোণৰ শৰাই নিয়
- 34. নিমাতী কইনা নাহাঁহি মইনা!
- 35. নীল আকাশৰ এটা তৰা
- 36. নীল সাগৰৰ সমীৰণে
- 37. নূপুৰে মাতে ৰুণজুণ্
- 38. নৰকঙ্কালৰ নৃত্য দেখিলি কোনে?
- 39. নৰকত যি জুই জ্বলে
- 40. নৱ জন-জীৱনৰ শিল্পী জাগ অ’
নূপুৰে মাতে ৰুণজুণ্
নূপুৰে মাতে
নূপুৰে মাতে ৰুণ জুন
নূপুৰে মাতে৷
সখী যাবৰ বেলি
আমাৰ হিয়াখনি বিষাদে ছাটে
সখী বিষাদে ছাটে৷
বিদায়ৰ পৰতে
চলে চলি চকুতে
চকুপানী নাটে
সখী চকুপানী নাটে৷
যোৱা সখী দিছো বিদায়
মনতে ৰাখিবা সদায়
এৰোনো কি সতে৷
সখী এৰোনো কি সতে।
Jump to section
37. নূপুৰে মাতে ৰুণজুণ্
- 1. জোনৰ জোনাক চোতালে চোতালে
- 2. জোনৰ জোনাক ভাল পোৱা
- 3. জ্ঞানৰ চকুৰে
- 4. ডিবৰুগড়ৰে ডিবৰু নৈ
- 5. ডিবৰুপাৰৰে ডিবৰুগড়
- 6. তিৰঙ্গা নিচান বিজয়ী নিচান
- 7. তোক মই দেখা নাই
- 8. তোমাৰ কন্ঠৰে কন্ঠৱতী
- 9. তোলে’ দিয়া শৰাইখনত
- 10. তোলে’কে চায়ে আছে
- 11. তোৰ গান গোৱাৰেই, আনন্দতে
- 12. তোৰ গানতে মোৰ সুৰৰে ঢৌ
- 13. তোৰ চকুৰ মণিত মোৰ ছবিটো
- 14. তোৰ থাপনাত চকুলো এটুপি থলোঁ
- 15. তোৰ থাপনাত মোৰ চাকিটো
- 16. তোৰ পূজাৰ ধূপৰ গন্ধ লাগি
- 17. তোৰ ভাৱনাৰ গানৰ কত তৰা
- 18. তোৰ মনত যদি নপৰে মোৰ
- 19. তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
- 20. তোৰ সিদিনাৰ পুৱাৰ গানে
- 21. তোৰে মোৰে আলোকৰে যাত্ৰা
- 22. দুখীয়াৰ চোতালেদি
- 23. দেউতা, তই কি লিখিছ গান
- 24. দেউতা মই আজি সপোনত
- 25. দেহি ঐ ! দূৰৈৰে গাঁৱেখনি
- 26. ধূলিৰ বাটেৰে, যোৱা সুন্দৰৰ
- 27. ন জোনাকী ন জোনাকী
- 28. ন পোহৰৰ ৰ’দ কাঁচলিত
- 29. নতুন এই সমাজনীতিৰ
- 30. নতুন দিনলে’ যাত্ৰা কৰিলি
- 31. নতুন দিনৰ ন-ছোৱালী
- 32. নতুন ভাৰত নতুন ভাৰত
- 33. নামঘৰলৈ সোণৰ শৰাই নিয়
- 34. নিমাতী কইনা নাহাঁহি মইনা!
- 35. নীল আকাশৰ এটা তৰা
- 36. নীল সাগৰৰ সমীৰণে
- 37. নূপুৰে মাতে ৰুণজুণ্
- 38. নৰকঙ্কালৰ নৃত্য দেখিলি কোনে?
- 39. নৰকত যি জুই জ্বলে
- 40. নৱ জন-জীৱনৰ শিল্পী জাগ অ’