Jump to section
1. গান যদি মই নিলিখোঁ সখি
- 1. গান যদি মই নিলিখোঁ সখি
- 2. গান লিখোঁ মই
- 3. গানটি যদি নিলিখোঁতেই
- 4. গানে যদি মোৰ নলৰাই তোক
- 5. গুমৰি উঠিছে হিয়া
- 6. চিৰসুন্দৰ ! হে চিৰসুন্দৰ
- 7. চিৰসুন্দৰক দেখিছিলোঁ
- 8. চিৰসুন্দৰে ধৰিব খুজিছে
- 9. চৰণীয়া পথাৰৰ গৰখীয়া গীত
- 10. চৰাই বনৰীয়া মুকলিমুৰীয়া
- 11. জনতা তোৰ পোহৰ পৰা মনত
- 12. জনতা তোৰ প্ৰাণৰো প্ৰাণত
- 13. জননী মোৰ পূজাৰে মন্দিৰ শুদা
- 14. জননীৰ সন্তান অজেয় নৱজোৱান
- 15. জননীৰ সন্তান জাগা
- 16. জনানুৰঞ্জন
- 17. জয় আলোকময়
- 18. জয় জয় দানৱ সেৱিত মহাদেৱ
- 19. জয় জ্যোতিৰূপা জয় অজেয়া
- 20. জয় হিন্দ্ জয় জয়
- 21. জয় ৰূপমুগ্ধ
- 22. জাগ ভাৰতৰ নৱ জোৱান
- 23. জাগা জননীৰ সন্তান
- 24. জাগা জাগা নক্ষত্ৰৰ
- 25. জাগে জাগে জাগে জনগণমন জ্যোতি
- 26. জানো জানো জানো বন্ধু
- 27. জানো জানো জানো
- 28. জানো জানো সুন্দৰ
- 29. জিলিকা পাখিৰে অ’
- 30. জিৰ জিৰকৈ বোৱা নিজৰা –
- 31. জিৰ জিৰ জিৰ জিৰ নিজৰি
- 32. জীৱনত যত গান গালোঁ
- 33. জীৱনত যদি জ্বলা নাই তোৰ
- 34. জীৱনে জীৱনে মই
- 35. জুইৰে আঁকিলি তৰা আকাশত
- 36. জুইৰে কি সুৰ লিখি যাৱ
- 37. বগী ছোৱালী তই গাঁৱৰ শেৱালি
- 38. জোনাকী কাৰেঙত কোনে বীণ বায়?
- 39. জোনোৱালী নিশাৰ ৰূপোৱালী
- 40. জোনৰ জেউতি ফুলনিত পৰি
গান যদি মই নিলিখোঁ সখি
তই জানো মোৰ থাকিবি কাষত
তোৰ, চম্পা আঙুলি লেখি ?
গান যদি মই নিলিখোঁ সখি !
সুৰৰ চানেকি নেবাছিলে মই
থাকিবিনে ৰৈ
থাকিবিনে ৰৈ
মোকে নিৰিখি
মই যদি মাথোঁ নাগাওঁ গান
নিলিখোঁ কবিতা
কৰি অভিমান
তেতিয়াও জানো, তেতিয়াও, ওচৰতে
হাঁহি থাকিবি ?
গান যদি মই নিলিখোঁ সখি ৷৷
Jump to section
1. গান যদি মই নিলিখোঁ সখি
- 1. গান যদি মই নিলিখোঁ সখি
- 2. গান লিখোঁ মই
- 3. গানটি যদি নিলিখোঁতেই
- 4. গানে যদি মোৰ নলৰাই তোক
- 5. গুমৰি উঠিছে হিয়া
- 6. চিৰসুন্দৰ ! হে চিৰসুন্দৰ
- 7. চিৰসুন্দৰক দেখিছিলোঁ
- 8. চিৰসুন্দৰে ধৰিব খুজিছে
- 9. চৰণীয়া পথাৰৰ গৰখীয়া গীত
- 10. চৰাই বনৰীয়া মুকলিমুৰীয়া
- 11. জনতা তোৰ পোহৰ পৰা মনত
- 12. জনতা তোৰ প্ৰাণৰো প্ৰাণত
- 13. জননী মোৰ পূজাৰে মন্দিৰ শুদা
- 14. জননীৰ সন্তান অজেয় নৱজোৱান
- 15. জননীৰ সন্তান জাগা
- 16. জনানুৰঞ্জন
- 17. জয় আলোকময়
- 18. জয় জয় দানৱ সেৱিত মহাদেৱ
- 19. জয় জ্যোতিৰূপা জয় অজেয়া
- 20. জয় হিন্দ্ জয় জয়
- 21. জয় ৰূপমুগ্ধ
- 22. জাগ ভাৰতৰ নৱ জোৱান
- 23. জাগা জননীৰ সন্তান
- 24. জাগা জাগা নক্ষত্ৰৰ
- 25. জাগে জাগে জাগে জনগণমন জ্যোতি
- 26. জানো জানো জানো বন্ধু
- 27. জানো জানো জানো
- 28. জানো জানো সুন্দৰ
- 29. জিলিকা পাখিৰে অ’
- 30. জিৰ জিৰকৈ বোৱা নিজৰা –
- 31. জিৰ জিৰ জিৰ জিৰ নিজৰি
- 32. জীৱনত যত গান গালোঁ
- 33. জীৱনত যদি জ্বলা নাই তোৰ
- 34. জীৱনে জীৱনে মই
- 35. জুইৰে আঁকিলি তৰা আকাশত
- 36. জুইৰে কি সুৰ লিখি যাৱ
- 37. বগী ছোৱালী তই গাঁৱৰ শেৱালি
- 38. জোনাকী কাৰেঙত কোনে বীণ বায়?
- 39. জোনোৱালী নিশাৰ ৰূপোৱালী
- 40. জোনৰ জেউতি ফুলনিত পৰি