Jump to section
37. বগী ছোৱালী তই গাঁৱৰ শেৱালি
- 1. গান যদি মই নিলিখোঁ সখি
- 2. গান লিখোঁ মই
- 3. গানটি যদি নিলিখোঁতেই
- 4. গানে যদি মোৰ নলৰাই তোক
- 5. গুমৰি উঠিছে হিয়া
- 6. চিৰসুন্দৰ ! হে চিৰসুন্দৰ
- 7. চিৰসুন্দৰক দেখিছিলোঁ
- 8. চিৰসুন্দৰে ধৰিব খুজিছে
- 9. চৰণীয়া পথাৰৰ গৰখীয়া গীত
- 10. চৰাই বনৰীয়া মুকলিমুৰীয়া
- 11. জনতা তোৰ পোহৰ পৰা মনত
- 12. জনতা তোৰ প্ৰাণৰো প্ৰাণত
- 13. জননী মোৰ পূজাৰে মন্দিৰ শুদা
- 14. জননীৰ সন্তান অজেয় নৱজোৱান
- 15. জননীৰ সন্তান জাগা
- 16. জনানুৰঞ্জন
- 17. জয় আলোকময়
- 18. জয় জয় দানৱ সেৱিত মহাদেৱ
- 19. জয় জ্যোতিৰূপা জয় অজেয়া
- 20. জয় হিন্দ্ জয় জয়
- 21. জয় ৰূপমুগ্ধ
- 22. জাগ ভাৰতৰ নৱ জোৱান
- 23. জাগা জননীৰ সন্তান
- 24. জাগা জাগা নক্ষত্ৰৰ
- 25. জাগে জাগে জাগে জনগণমন জ্যোতি
- 26. জানো জানো জানো বন্ধু
- 27. জানো জানো জানো
- 28. জানো জানো সুন্দৰ
- 29. জিলিকা পাখিৰে অ’
- 30. জিৰ জিৰকৈ বোৱা নিজৰা –
- 31. জিৰ জিৰ জিৰ জিৰ নিজৰি
- 32. জীৱনত যত গান গালোঁ
- 33. জীৱনত যদি জ্বলা নাই তোৰ
- 34. জীৱনে জীৱনে মই
- 35. জুইৰে আঁকিলি তৰা আকাশত
- 36. জুইৰে কি সুৰ লিখি যাৱ
- 37. বগী ছোৱালী তই গাঁৱৰ শেৱালি
- 38. জোনাকী কাৰেঙত কোনে বীণ বায়?
- 39. জোনোৱালী নিশাৰ ৰূপোৱালী
- 40. জোনৰ জেউতি ফুলনিত পৰি
বগী ছোৱালী
তই গাঁৱৰ শেৱালি
ৰূপহী তই ফুলৰ চুপহি
ফটা ৰিহা মেখেলাই
তোক নুশুভাই
গালৰ মুখৰ হাড় ওলোৱা
কেবাদিনো জানো তই ভাত খোৱা নাই?
ঘৰত গৰু নাই
নীলাম কৰা তোৰ পথাৰত
লোকে হাল বায়৷
কণ্ঠত তোৰ গান থাকোতেও
শিকাব যে তোৰ সুবিধাকেই নাই৷
পঢ়িবলৈ মন থাকোতেও
পঢ়াওঁতা নাই
দেশজিলিকা গুণ থাকোতেও
ফুল বাছি তই তাঁত ব’বলৈ
সূতা-গুণা নাই৷
সেই কাৰণেই দাঁত কামুৰি
আকাশলৈ চাৱ
নেদেখা সেই গোসাঁইজনক
কণা বুলি কৱ৷
আছে যদিও গোসাঁইজনা…. নাই
থকা হ’লে তোৰনো কিয় এনুৱা বিলাই!
দেশ চলোৱা, সমাজ পতাত
আছে কিবা ভুল
সেইহে তই বজাই যাৱ
বিদ্ৰোহী বিকুল৷৷
Jump to section
37. বগী ছোৱালী তই গাঁৱৰ শেৱালি
- 1. গান যদি মই নিলিখোঁ সখি
- 2. গান লিখোঁ মই
- 3. গানটি যদি নিলিখোঁতেই
- 4. গানে যদি মোৰ নলৰাই তোক
- 5. গুমৰি উঠিছে হিয়া
- 6. চিৰসুন্দৰ ! হে চিৰসুন্দৰ
- 7. চিৰসুন্দৰক দেখিছিলোঁ
- 8. চিৰসুন্দৰে ধৰিব খুজিছে
- 9. চৰণীয়া পথাৰৰ গৰখীয়া গীত
- 10. চৰাই বনৰীয়া মুকলিমুৰীয়া
- 11. জনতা তোৰ পোহৰ পৰা মনত
- 12. জনতা তোৰ প্ৰাণৰো প্ৰাণত
- 13. জননী মোৰ পূজাৰে মন্দিৰ শুদা
- 14. জননীৰ সন্তান অজেয় নৱজোৱান
- 15. জননীৰ সন্তান জাগা
- 16. জনানুৰঞ্জন
- 17. জয় আলোকময়
- 18. জয় জয় দানৱ সেৱিত মহাদেৱ
- 19. জয় জ্যোতিৰূপা জয় অজেয়া
- 20. জয় হিন্দ্ জয় জয়
- 21. জয় ৰূপমুগ্ধ
- 22. জাগ ভাৰতৰ নৱ জোৱান
- 23. জাগা জননীৰ সন্তান
- 24. জাগা জাগা নক্ষত্ৰৰ
- 25. জাগে জাগে জাগে জনগণমন জ্যোতি
- 26. জানো জানো জানো বন্ধু
- 27. জানো জানো জানো
- 28. জানো জানো সুন্দৰ
- 29. জিলিকা পাখিৰে অ’
- 30. জিৰ জিৰকৈ বোৱা নিজৰা –
- 31. জিৰ জিৰ জিৰ জিৰ নিজৰি
- 32. জীৱনত যত গান গালোঁ
- 33. জীৱনত যদি জ্বলা নাই তোৰ
- 34. জীৱনে জীৱনে মই
- 35. জুইৰে আঁকিলি তৰা আকাশত
- 36. জুইৰে কি সুৰ লিখি যাৱ
- 37. বগী ছোৱালী তই গাঁৱৰ শেৱালি
- 38. জোনাকী কাৰেঙত কোনে বীণ বায়?
- 39. জোনোৱালী নিশাৰ ৰূপোৱালী
- 40. জোনৰ জেউতি ফুলনিত পৰি
Share this:
- Share on X (Opens in new window) X
- Share on Facebook (Opens in new window) Facebook
- Share on LinkedIn (Opens in new window) LinkedIn
- Share on WhatsApp (Opens in new window) WhatsApp
- Share on Pinterest (Opens in new window) Pinterest
- Print (Opens in new window) Print
- Email a link to a friend (Opens in new window) Email


















