Jump to section
24. বন গাঁৱলৈ যাবি
- 1. নৱজীৱনৰ শিল্পী মই
- 2. পখিলা পাখিত ইমান ধুনীয়া
- 3. পখিলা পাখিৰে পাল নতৰিবি
- 4. পাখি কৰে ৰুণ্ ৰুণ্
- 5. পুৱতিৰ গানকেই লিখি শেষ
- 6. পুৱাৰ বকুল বুটলি
- 7. পৃথিৱী ধুনীয়া কৰিব লাগিব
- 8. পৃথিৱীত থাপিবলে’ শান্তি
- 9. পৃথিৱীৰ চকুপানী কোনে মচি
- 10. পোহৰ দেশৰ পখিলাৰ জাকে
- 11. পোহৰ নপৰা ফুলত আছিলে
- 12. পোহৰৰ ফোঁট পিন্ধি কপালত
- 13. প্ৰণতি প্ৰণতি প্ৰণতি
- 14. পৰ্বততে ফুলিলে ৰঙানোকৈ
- 15. ফুলাম পালৰ নাও
- 16. ফুলে ফুলে মউপিয়া উৰে
- 17. ফুলৰ কলিক ফুলাৰ মন্ত্ৰ
- 18. ফুলৰ ছাঁ তই
- 19. ফুলৰ পাহিত কোনে থৈ গলি
- 20. ফুলৰ লগত কথা পতা
- 21. ফুলৰে মৌ খাম
- 22. বগা ডাৱৰৰে নাও
- 23. বগা তগৰৰে পাহি
- 24. বন গাঁৱলৈ যাবি
- 25. বন মইনাৰ মাত শুনি –
- 26. বনত ফুলা বনৰীয়া ফুল
- 27. বনত ফুলা বসন্তৰ নেদেখা ফুলে
- 28. বন্ধু সুন্দৰ, তোৰ পদুমফুলীয়া
- 29. বনৰ আঁৰত কোনে কান্দি যাৱ
- 30. বনৰ পখিলা ধৰা বন ছোৱালী
- 31. বনৰীয়া আমি বনৰ চৰাই
- 32. বসন্ত তোৰ লেখনীডালি
- 33. বাইদেউ বাইদেউ
- 34. বাৰিষাৰ বৰষুণ
- 35. বাৰিষাৰে ঘন ঘোৰ
- 36. বিজুলি বাঁতিৰে চাকি জ্বলোৱা
- 37. বিজুলী চাকি জ্বলিল ঘৰে ঘৰে
বন গাঁৱলৈ যাবি
বন ভাৱনা
হেৰোৱা মাণিক জানো বিচাৰি পাবি?
তাত ৰূপৰ নিয়ৰে
মলচা দুৱৰি
সোণ হৰিণাই খায়
তাত নেদেখা ফুলৰ
নুসুঙা গোন্ধত
বননি আমোল মোলায়৷
তাত ধুনতে ধুনীয়া
পাট গাভৰুৱে
কাৰোবালে’ বাট চায়
বনৰে বাটেদি
জোনাকত ফুৰোতে
ফুলকোঁৱৰক পায়৷৷
Jump to section
24. বন গাঁৱলৈ যাবি
- 1. নৱজীৱনৰ শিল্পী মই
- 2. পখিলা পাখিত ইমান ধুনীয়া
- 3. পখিলা পাখিৰে পাল নতৰিবি
- 4. পাখি কৰে ৰুণ্ ৰুণ্
- 5. পুৱতিৰ গানকেই লিখি শেষ
- 6. পুৱাৰ বকুল বুটলি
- 7. পৃথিৱী ধুনীয়া কৰিব লাগিব
- 8. পৃথিৱীত থাপিবলে’ শান্তি
- 9. পৃথিৱীৰ চকুপানী কোনে মচি
- 10. পোহৰ দেশৰ পখিলাৰ জাকে
- 11. পোহৰ নপৰা ফুলত আছিলে
- 12. পোহৰৰ ফোঁট পিন্ধি কপালত
- 13. প্ৰণতি প্ৰণতি প্ৰণতি
- 14. পৰ্বততে ফুলিলে ৰঙানোকৈ
- 15. ফুলাম পালৰ নাও
- 16. ফুলে ফুলে মউপিয়া উৰে
- 17. ফুলৰ কলিক ফুলাৰ মন্ত্ৰ
- 18. ফুলৰ ছাঁ তই
- 19. ফুলৰ পাহিত কোনে থৈ গলি
- 20. ফুলৰ লগত কথা পতা
- 21. ফুলৰে মৌ খাম
- 22. বগা ডাৱৰৰে নাও
- 23. বগা তগৰৰে পাহি
- 24. বন গাঁৱলৈ যাবি
- 25. বন মইনাৰ মাত শুনি –
- 26. বনত ফুলা বনৰীয়া ফুল
- 27. বনত ফুলা বসন্তৰ নেদেখা ফুলে
- 28. বন্ধু সুন্দৰ, তোৰ পদুমফুলীয়া
- 29. বনৰ আঁৰত কোনে কান্দি যাৱ
- 30. বনৰ পখিলা ধৰা বন ছোৱালী
- 31. বনৰীয়া আমি বনৰ চৰাই
- 32. বসন্ত তোৰ লেখনীডালি
- 33. বাইদেউ বাইদেউ
- 34. বাৰিষাৰ বৰষুণ
- 35. বাৰিষাৰে ঘন ঘোৰ
- 36. বিজুলি বাঁতিৰে চাকি জ্বলোৱা
- 37. বিজুলী চাকি জ্বলিল ঘৰে ঘৰে
Share this:
- Share on X (Opens in new window) X
- Share on Facebook (Opens in new window) Facebook
- Share on LinkedIn (Opens in new window) LinkedIn
- Share on WhatsApp (Opens in new window) WhatsApp
- Share on Pinterest (Opens in new window) Pinterest
- Print (Opens in new window) Print
- Email a link to a friend (Opens in new window) Email















