• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, November 28, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

ডিঙিৰ বিষ মানেই কেন্সাৰ নহয়

ডাঃ মেদিনী বৰ্মন

by Admin
May 15, 2022
in Health, Opinion
Reading Time: 1 min read
0
man woman girl young

Photo by Kindel Media on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

ডাঃ মেদিনী বৰ্মন

দুমাহমান আগতে ইমাৰজেন্সী ডিউটিৰ সময়ত এগৰাকী ২৫ বছৰীয়া মহিলা স্বামীৰ সৈতে আহিছিল ; অসুবিধা ডিঙিৰ বিষ | লক্ষ্য কৰিলো মহিলাগৰাকী যথেষ্ট মানসিক চাপত আছে | সুধি পুচি গ’ম পালো যোৱা দুমাহত ইতিমধ্য কোচবিহাৰৰ বহুকেইজন প্ৰখ্যাত চিকিত্সক (ENT specialist) ৰ ওচৰত চিকিত্সা কৰি আহিছে | কিন্তু ৰোগ সম্পূৰ্ণ নিৰাময় হোৱা নাই ,মাথো ইটোৰ পিছত সিটো সলাই সলাই ঔষধ দিছে | বুকুৰ X-ray, CT scan, কফ পৰীক্ষা ইত্যাদি প্ৰায়বোৰ পৰীক্ষাই কৰিছে | কোনোটো পৰীক্ষাতে একো অসুবিধা ধৰা পৰা নাই |

ৰোগী হতাশ,মনে মনে ভাৱ কেন্সাৰেই হৈছে | এইবোৰ চাই মেলি মই নিজেও চিন্তিত হ’লো | কিন্তু মোৰ মনলৈ আহিল ছাত্ৰাৱস্হাত কেছ হিষ্ট’ৰি লোৱাৰ সময়ত ডাঃ অৰুপ কু. কুণ্ডুৰ Bed side Clinics কিতাপখনৰ এষাৰ কথা “Never think anything uncommon ; if you think uncommon then it becomes uncommonly common” মই মোৰ ধৰণে চিকিত্সা আৰম্ভ কৰিলো |

প্ৰায় ১০ মিনিটমান সময় ছবি আকি বুজালো,ডিঙিৰ ভিতৰৰ অৱয়ববোৰ আঁকি দেখুৱালো,কেন্সাৰৰ বাহিৰেও Tonsillitis, pharyngitis ইত্যাদি আৰু হাজাৰটা বেমাৰ যে হ’ব পাৰে বুজালোঁ | লক্ষ্য কৰিলো ৰোগীৰ মনত কিছু আশাৰ সঞ্চাৰ হৈছে,যিটো চিকিত্সাৰ আশানুৰুপ ফলাফলৰ বাবে খুবেই প্ৰয়োজনীয় |

RelatedPosts

Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

November 28, 2023
অসমীয়া জাতীয়তাবাদ আৰু শৰাইঘাটৰ যুদ্ধ 

অসমীয়া জাতীয়তাবাদ আৰু শৰাইঘাটৰ যুদ্ধ 

November 24, 2023
সামাজিক মূল্যবোধৰ অৱক্ষয় আৰু সামাজিক নেতৃত্ব

সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশন সমীপেষু

November 22, 2023

অইন চিকিত্সকে দিয়া নাছিল,দুটামান ঔষধ লিখি মই দিলো Throat swab culture and sensitivity test কৰিবলৈ , লগতে ৰোগীক মৃদু ধমকি দিলো ৰিপ’ৰ্ট অনাৰ দিনাখন মন মাৰি আহিলে মেডিকেল কলেজ ৰেফাৰ কৰিম |

“হ’ব দিয়ক চাৰ” মৃদু হাঁহি মাৰি ৰোগীয়ে বিদায় ল’লে |

 তিনিদিনমান পিছত ৰিপ’ৰ্ট চালো, বেক্টেৰিয়া সংক্ৰমণ আছিল, চাই মেলি ঔষধ দিলো আৰু দুসপ্তাহ পিছত আহিব দিলো | ঠিক দুসপ্তাহ পিছতে ৰোগীগৰাকী আহিছিল,এক চিন্তামুক্ত মন লৈ | ৰোগৰ কথা সুধিলো,ক’লে চাৰ কোনো অসুবিধা নাই | সেইদিনাখন আটাইতকৈ বেছি সুখী হৈছিলো মই |

কেন্সাৰ
Photo by Anna Shvets on Pexels.com

ওপৰোক্ত ৰোগী গৰাকীৰ দৰে বহুতে হয়তো এইধৰণৰ সমস্যাত ভুগি আহিছে আৰু বহুতেই কেন্সাৰৰ ভয়ত খাৱন~শোৱণ বাদ দিয়াও দেখা যায় | কিন্তু হতাশ নহৈ উপযুক্ত পৰীক্ষা আৰু চিকিত্সা কৰিলে ৰোগৰ উপশম নিশ্চয় হ’ব |

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: কেন্সাৰডিঙিৰ বিষ
Admin

Admin

Related Posts

Growing Old : Seniority and Serendipity
Special Report

Growing Old : Seniority and Serendipity

by Admin
November 28, 2023
0

Growing Old : Seniority and Serendipity Sanjeev Kumar Nath Sanjeev Kumar Nath After trimming my hair the barber says, “Sir,...

Read more
অসমীয়া জাতীয়তাবাদ আৰু শৰাইঘাটৰ যুদ্ধ 

অসমীয়া জাতীয়তাবাদ আৰু শৰাইঘাটৰ যুদ্ধ 

November 24, 2023
সামাজিক মূল্যবোধৰ অৱক্ষয় আৰু সামাজিক নেতৃত্ব

সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশন সমীপেষু

November 22, 2023
আজি ২২ নৱেম্বৰ

আজি ২২ নৱেম্বৰ

November 22, 2023
‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

November 20, 2023
young woman sleeping in comfy bed

Issues with Sleep and Disorders

November 20, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
COP 28 : Hopes for a sustainable planet must not ‘melt away’

COP 28 : Hopes for a sustainable planet must not ‘melt away’

November 28, 2023
কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

November 28, 2023
Climate Change: Individual Action Versus Collective Action

Climate Change: Individual Action Versus Collective Action

November 28, 2023
Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

November 28, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1703 shares
    Share 681 Tweet 426
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2077 shares
    Share 831 Tweet 519
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    908 shares
    Share 363 Tweet 227
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1498 shares
    Share 599 Tweet 375
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2425 shares
    Share 970 Tweet 606
  • FREEDOM FIGHTERS OF ASSAM

    2997 shares
    Share 1199 Tweet 749
  • অসমৰ লোকসংস্কৃতি

    1246 shares
    Share 498 Tweet 312
  • ইতিহাসৰ জলঙাইদি হাজো

    1041 shares
    Share 416 Tweet 260
  • মাজুলী আৰু ৰাস

    387 shares
    Share 155 Tweet 97
  • মিচিং সমাজ আৰু সংস্কৃতি

    1077 shares
    Share 431 Tweet 269
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: