• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

তথ্য-শোষণ ! আমাৰ তথ্য–আমাৰ অধিকাৰ

ASSAMESE SECTION / Data Protection / Our Data -Our Right

by Anjan Sarma
August 28, 2025
in ASSAMESE SECTION, Special Report, Tech
Reading Time: 4 mins read
0
Data breach and masking of data
Share on FacebookShare on TwitterShare on LinkedIn

তথ্য-শোষণ নচলিব : আমাৰ তথ্য–আমাৰ অধিকাৰ

অঞ্জন শৰ্মা

Anjan Pic 1
অঞ্জন শৰ্মা

আমাৰ ‘ক্লিক’, আমাৰ ‘পোষ্ট’, আমাৰ ‘সন্ধান’–আজিকালি আমাৰ জীৱনযাত্ৰাৰ অনিবাৰ্য অঙ্গ হৈ পৰিছে–নতুন দিল্লীৰ পৰা ছল্ট লেক মহানগৰীলৈ, চাও-পাওলোৰ পৰা ছাংহাইলৈ ৷

ইণ্টাৰনেট হৈ পৰিছে পানী আৰু বিদ্যুতৰ দৰে অপৰিহাৰ্য অদৃশ্য সামগ্ৰী ৷

কিন্তু সাম্প্ৰতিক কালছোৱাত নতুন সাম্ৰাজ্যবাদী হৈ পৰা বিশাল বিশাল প্ৰযুক্তি নিৰ্ভৰ কোম্পানীসমূহে আপোনাৰ, মোৰ, আমাৰ সকলোৰে ব্যক্তিগত তথ্যসমূহ নিজৰ লাভৰ বাবে ব্যৱসায়ৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে ৷

২০২৫ চনত বিশ্বৰ ৮২% জনসংখ্যা বা লোক তথ্য-গোপনীয়তা আইনৰ আওতাত থাকিলেও তথ্য-শোষণ আৰু বিতৰণৰ যুদ্ধখন, কিম্বা আন্তৰ্জাতিক ব্যৱসায়খন এতিয়াও ভালদৰেই চলি আছে৷
ভাৰতৰ পৰিৱৰ্তশীল ডিজেটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন আইন (UPDPA) পৰা আমেৰিকাৰ ইউটা (Utah)ৰ ২০২৫ চনৰ নতুন গোপনীয়তা আইনখনলৈ, বিভিন্ন বিধি-বিধানে নাগৰিকসকলক শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছে, ৰক্ষণাবেক্ষণ দিবলৈ প্ৰয়াস কৰি আছে ৷
তথ্য-শোষণ নচলিব : আমাৰ তথ্য–আমাৰ অধিকাৰ

কিন্তু এতিয়া সময় সমাগত–নাগৰিকে, নতুন ডিজিটেল বিশ্বৰ নাগৰিকে নিজৰ ডিজিটেল অধিকাৰৰ বাবে যুঁজিব লাগিব; সকলোৱে নিজৰ স্বাধিকাৰ ৰক্ষা কৰিবলৈ যুঁজিব লাগিব৷

আমাৰ তথ্য কিয় গুৰুত্বপূৰ্ণ? এনে প্ৰশ্নৰ উত্তৰ হিচাবে ক’ব লাগিব যে আমাৰ সকলোৰে ব্যক্তিগত তথ্য–যেনে স্বাস্থ্য সম্পৰ্কীয় তথ্য, আৰ্থিক তথ্য, ব্যক্তিগত তথ্য, আৰু ব্যক্তিগত বিশ্বাস, সপোন, পৰিকল্পনা–আজিকালি ডিজিটেল চন্দুকত সোমাই থাকে; আৰু আমি বিশ্বাস কৰো যে সেইসমূহ অতি নিৰাপদে আছে ৷ কিন্তু আছেনে?

“সামাজিক মাধ্যমৰ এলগ’ৰিদম (ক’লন গণিতৰ অন্তৰ্গত)ৰ তীব্ৰবেগী ছন্দময় অদৃশ্য নৃত্যৰ তালে তালে তাল মিলাওতে কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকলৰ মন-মগজুত ড’পানিমেও নৃত্য কৰিবলৈ ধৰে আৰু তাৰ ফলত বিশ্বৰ প্ৰতি ৪ জনৰ ভিতৰত এজন উদ্বেগ-হতাশা আদিৰ চিকাৰ হয়৷ ২০২৫ চনৰ ‘বিশ্ব স্বাস্থ্য সংস্থা’ (World Health Organisation বা WHO)ৰ প্ৰতিবেদনত সেয়াই প্ৰতিফলিত হৈছে ৷

“এয়াও প্ৰতিফলিত হৈছে যে দুৰ্বল তথ্য পদ্ধতিয়ে আমেৰিকাৰ পৰা ভাৰত উপ-মহাদেশ পৰ্যন্ত নিৰ্বাচন আদিত অপ্ৰীতিকৰ সংঘৰ্ষ, বিদ্বেষ, পাৰস্পৰিক অবিশ্বাস আদি ক্ষেত্ৰত অকল্পনীয় অৰিহণা যোগায়৷”

শক্তিশালী সুৰক্ষা অবিহনে আমাৰ তথ্যসমূহ বিশাল বিশাল কোম্পানীসমূহক যোগান ধৰা হয় ধনৰ বিনিময়ত, আৰু সেই তথ্যসমূহৰ দ্বাৰা আমাৰ পছন্দক প্ৰভাৱিত কৰা হয়, চৰকাৰৰ নিৰীক্ষণ বৃদ্ধি তথা গভীৰ হয়, আৰু ‘হেকাৰ’ৰ বাবে শোষণৰ হাতিয়াৰ হৈ পৰে ৷

২০২৫ চনত ‘পিউ ৰিচাৰ্ছ চেণ্টাৰ’ (Pew Research Centre)ৰ প্ৰতিবেদনত প্ৰতিফলিত হৈছে যে বিশ্বৰ ৭৯% ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে নিজৰ তথ্যৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ কম বুলি অনুভৱ কৰে, ৫৯% ব্যৱহাৰকাৰীয়ে পৰিচয় চুৰি হ’ব বুলি আশংকা কৰে ৷

ভাৰতৰ ৯০ কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰী বা ইউটা (Utah)ৰ ৩০ লাখ ইণ্টাৰনেট ব্যৱহাৰকাৰী অথবা টাইৱানৰ ২২ নিযুত ব্যৱহাৰকাৰীৰ বাবে এয়া এক গভীৰ উদ্বেগৰ বিষয়৷ সামাজিক মাধ্যমৰ এলগ’ৰিদম (ক’লন গণিতৰ অন্তৰ্গত)ৰ তীব্ৰবেগী ছন্দময় অদৃশ্য নৃত্যৰ তালে তালে তাল মিলাওতে কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকলৰ মন-মগজুত ড’পামিনেও নৃত্য কৰিবলৈ ধৰে আৰু তাৰ ফলত বিশ্বৰ প্ৰতি ৪ জনৰ ভিতৰত এজন উদ্বেগ-হতাশা আদিৰ চিকাৰ হয়৷

২০২৫ চনৰ ‘বিশ্ব স্বাস্থ্য সংস্থা’ (World Health Organisation বা WHO)ৰ প্ৰতিবেদনত সেয়াই প্ৰতিফলিত হৈছে৷ এয়াও প্ৰতিফলিত হৈছে যে দুৰ্বল তথ্য পদ্ধতিয়ে আমেৰিকাৰ পৰা ভাৰত উপ-মহাদেশ পৰ্যন্ত নিৰ্বাচন আদিত অপ্ৰীতিকৰ সংঘৰ্ষ, বিদ্বেষ, পাৰস্পৰিক অবিশ্বাস আদি ক্ষেত্ৰত অকল্পনীয় অৰিহণা যোগায়৷

২০২৫ চনৰ এডেলমেন ট্ৰাষ্ট বেৰ’মিটাৰ অনুসৰি (Edelman Trust Barometer) কেৱল ৩০% লোকেহে ‘টেক্‌ কোম্পানীৰ তথ্যসমূহক বিশ্বাস কৰে৷ এয়া আজিৰ সময়ৰ দাবী যে গোপনীয়তা কেৱল অধিকাৰ নহয়–ই হল আজিৰ ডিজিটেল যুগত স্বাধীনতা আৰু বিশ্বাসৰ ভিত্তি৷

২০২৩ চনৰ ১১ আগষ্ট তাৰিখে ভাৰতত কাৰ্যকৰী কৰা ‘ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন আইন’ (DPDPA) ভাৰত উপ-মহাদেশৰ ১৪০ কোটি মানুহৰ বাবে এক ঐতিহাসিক পদক্ষেপ৷ ২০১৭ চনৰ পুট্টাস্বামী ৰায় (২০১৭ Puttaswamai Judgement) ৰ দ্বাৰা গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা ভিত্তিত–সেই ৰায়ে ভাৰত উপমহাদেশৰ বাসিন্দাক আইনৰ আওতাত সুমুৱাই লৈ প্ৰক্ৰিয়াকৃত সকলো ডিজিটেল ব্যক্তিগত তথ্যক ৰক্ষণাবেক্ষণ দিয়ে৷

তথ্য-শোষণ নচলিব : আমাৰ তথ্য–আমাৰ অধিকাৰ

আমি ইয়াৰ আধাৰত নিজৰ তথ্য সংশোধন কৰা, মচি পেলোৱা, বা মৃত্যুৰ পিছত তথ্য পৰিচালনাৰ বাবে অইন কাৰোবাক মনোনীত কৰিব পাৰে৷ টেক্‌ কোম্পানীবোৰে ভাৰতবৰ্ষৰ ২২টা সাংবিধানিক ভাষাৰ যিকোনো এটা ভাষাৰ ক্ষেত্ৰত স্পষ্ট সন্মতি লাভ কৰিব লাগিব, তথ্য ব্যৱহাৰ সীমিত কৰিব লাগিব, আৰু ৭২ ঘণ্টাৰ ভিতৰত তথ্যৰ গোপনীয়তা ভংগৰ বিষয়ে ‘ডাটা প্ৰটেকশ্যন বোৰ্ড অফ ইণ্ডিয়া’ (DPBI)ক জনাব লাগিব; প্ৰতিটো ভংগৰ বাবে ২৫০ কোটি টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে৷

২০২৫ চনৰ ৩ জানুৱাৰী তাৰিখে প্ৰকাশিত খচৰা DPOP নিয়মে এই পৰিকাঠামো উন্নত কৰি ‘ডাৰ্ক পেটাৰ্ণ’ নিষিদ্ধ কৰে (In the context of the Digital Personal Data Protection Act (DPDP), ‘dark patterns’ are deceptive design practices that manipulate user behaviour in online interfaces. These patterns aim to mislead users …) আৰু ১৮ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰী কিশোৰ-কিশোৰীৰ বাবে অভিভাৱকৰ সন্মতি বাধ্যতামূলক কৰে৷

অইন আইনৰ দৰে নহয়, DPDP-এ কেৱল ডিজিটেল তথ্যৰ ওপৰত গুৰুত্ব দিয়ে আৰু সন্মতিক অগ্ৰাধিকাৰ দিয়ে তথা আন্তঃৰাষ্ট্ৰীয় তথ্য স্থানান্তৰৰ ক্ষেত্ৰত নমনীয় নিয়ম প্ৰৱৰ্তন কৰে৷ ২০২৫ চনৰ এটা X সমীক্ষাত দেখা গৈছে যে ভাৰতবৰ্ষৰ ৭৮ণ ব্যৱহাৰকাৰীয়ে শক্তিশালী গোপনীয়তা আইনৰ সমৰ্থন কৰে৷ কিন্তু কিছুমানে DPBI ৰ স্বাধীনতা আৰু RTI আইনৰ সংশোধনীৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে৷

এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি যে আমেৰিকাৰ ইউটা (Utah) ৰ ২০২৫ চনৰ নতুন গোপনীয়তা ৰক্ষা আইনখনেৰে সমগ্ৰ বিশ্বক নেতৃত্ব প্ৰদান কৰিছে ৷

ইউটাৰ SB 142 আইন (This Utah Bill ১৪২ enacts provisions governing App store operations and creates requirements for age verification and parental consent. Utah Gov. Spencer Cox signed the bill) অনুসৰি ‘‘এপ ষ্ট’ৰ’’বোৰৰ ক্ষেত্ৰত বয়স পৰীক্ষা আৰু অভিভাৱকৰ সন্মতিৰ দায়িত্ব অৰ্পণ কৰি সামাজিক মাধ্যমৰ ক্ষেত্ৰত এক নতুন মাত্ৰা সংযোগ কৰিছে ৷

তথ্য-শোষণ নচলিব : আমাৰ তথ্য–আমাৰ অধিকাৰ
Photo by Antoni Shkraba Studio on Pexels.com

তাৰোপৰি HB 418 ৰ জৰিয়তে ইউটাৰ গ্ৰাহক তথ্য গোপনীয়তা আইনত ‘সংশোধনৰ অধিকাৰ’ যোগ কৰিছে আৰু নাবালকৰ বাবে ‘ডিফল্ট গোপনীয়তা ছেটিং’-অৰ দৰে কঠোৰ ছ’চিয়েল মেডিয়া ভিত্তিক বাধ্যবাধকতা প্ৰৱৰ্তন কৰিছে ৷

২০২৪ চনৰ ৰ অক্টোবৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা সামাজিক মাধ্যম সংশোধনী (SB 194, HB 464) ৰ দ্বাৰা বয়স নিশ্চিতকৰণৰ প্ৰয়োজন আৰু নাবালকৰ পৰা তথ্য-সংগ্ৰহৰ ক্ষেত্ৰত সীমাৱদ্ধতা আৰোপ কৰা হৈছে – মানসিক স্বাস্থ্যৰ ক্ষতিৰ বাবে ব্যক্তিগতভাৱে অভিযোগ ৰুজু কৰিব পৰা অধিকাৰৰ সৈতে৷

ওপৰত উল্লেখ কৰা ইউটাৰ পদক্ষেপ বা অন্যান্য দেশৰ এনে ধৰণৰ গোপনীয়তা ৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ অনন্য; কিন্তু সকলোৰে লক্ষ্য একেই– আমাৰ তথ্যৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ৷ এইক্ষেত্ৰত ইউৰোপৰ HDPR (২০১৮ চনৰ], আমেৰিকাৰ CCPA/CPRA [২০২০/২০২৩], চীনৰ PIPL [২০১৮], ব্ৰাজিলৰ LGPD [২০২০] উল্লেখনীয় পদক্ষেপ হিচাপে স্বীকৃত হৈছে৷

গতিকে নিজৰ তথ্যৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ তথা অধিকাৰৰ বাবে সজাগ হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়৷ আমাৰ তথ্য, আমাৰ অধিকাৰ৷

নিজৰ শক্তি সম্পৰ্কে অৱহিত হৈ আমি আজি অধিক স্বচ্ছতাৰ দাবী কৰা উচিত৷ নতুন সাম্ৰাজ্যবাদী টেক্‌ কোম্পানীবোৰৰ ধন আছে, কিন্তু আমাৰ হাতত অধিকাৰ আছে, সংকল্প আছে৷ ইণ্টাৰনেট জনসাধাৰণৰ সম্পদ হ’ব লাগে, কৰ্পৰেটৰ উপনিৱেশ নহয়৷ আমাৰ তথ্যক লৈ অইনে ব্যৱসায় চলাই যাব নোৱাৰিব–সজাগ হওক৷

তথ্য-শোষণ নচলিব : আমাৰ তথ্য–আমাৰ অধিকাৰ
Photo by Federico Orlandi on Pexels.com

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

The River That Became a Drain: Bharalu and the Death of a Memory
Environment

The River That Became a Drain: Bharalu and the Death of a Memory

by RAHUL ROAHN PAUL
August 13, 2026
0

The River That Became a Drain: Bharalu and the Death of a Memory RAHUL ROHAN PAUL There is a photograph...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 13, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d