• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

‘তিতা গছৰ আগো তিতা, গুৰিও তিতা’

-সংগ্ৰহ: অঞ্জন শৰ্মা

by Admin
June 26, 2021
in History, Special Report
Reading Time: 1 min read
0
‘তিতা গছৰ আগো তিতা, গুৰিও তিতা’
Share on FacebookShare on TwitterShare on LinkedIn

সংগ্ৰহ: অঞ্জন শৰ্মা

বুৰঞ্জীৰ পৃষ্ঠাৰ পৰা :

RelatedPosts

UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023

‘তিতা গছৰ আগো তিতা, গুৰিও তিতা‘

…….পিয়লিৰ সৈন‍্যবাহিনী জেৰেঙা পথাৰ পালে। জীউৰাম দুলীয়াবৰুৱাই খাৰঘৰত অগ্নিসংযোগ কৰিলে। জুইৰ লেলিহান শিখাই জেৰেঙা পথাৰ দিনৰ পোহৰ যেন কৰি পেলালে। কোম্পানীৰ চিপাহীবোৰে চাৰিওফালে গুলীবৰ্ষণ কৰিবলৈ ধৰিলে। পিয়লিৰ সৈন‍্যসকল পিচহুহকি যাবলৈ বাধ্য হ’ল। পিয়লি, জীউৰাম, ৰূপচন্দ্ৰ, দেওধৰ দিহিঙীয়া ফুকন, বম চিংফৌ ধৰা পৰিল; ধঞ্জয় বৰগোঁহাই আৰু জন্মিক ধৰিব নোৱাৰিলে। দঁহা কোঁৱৰ আৰু ধেনুধৰ কোঁৱৰক শাস্তি দি দি মাৰি পেলালে। চুৰম কোঁৱৰ আৰু ব্ৰজনাথ কোঁৱৰ পলাই মণিপুৰ পালে। জালিমসিং, জয়নন্দন সিং আৰু প্ৰাগদত্ত চুবেদাৰে গেলেকীৰ শিৱিৰ ভাঙি তচনছ কৰিলে।

কেপ্তেইন নিউভিলৰ সন্মুখত পঞ্চায়ত বিচাৰ আৰম্ভ হ’ল। বিচাৰক আছিল মাধৰাম বৰগোঁহাই, ৰাধানাথ বৰবৰুৱা, মণিৰাম চিৰস্তাদাৰ (মণিৰাম দেৱান), কাশীনাথ তামুলী ফুকন, ইত্যাদি। পিয়লি আৰু জীউৰামৰ ফাঁচীৰ আদেশ হ’ল। ১৪ বছৰৰ পৰা ৫ বছৰ পৰ্যন্ত কাৰাবাসৰ আদেশ হ’ল ধৰা পৰাসকলৰ।

নিউভিল : ‘তুমি কিয় বিদ্ৰোহ কৰিছিলা?’

পিয়লি: ‘মই স্বদেশ উদ্ধাৰ কৰিবলৈ বিদ্ৰোহ কৰা সঁচা; পাৰিতপক্ষে কোনেও পৰাধীন হৈ থাকিবলৈ ভাল নাপায়। মই মৃত্যুৰ ভয়ত তোমালোকৰ বিৰুদ্ধে অস্ত্ৰ ধৰা নাই বুলি নকওঁ আৰু কবও নোৱাৰোঁ।

নিউভিল : তোমাৰ ভৰি চাকোলা, তুমি কেনেকৈ যুদ্ধ কৰিলাহেতেন?

পিয়লি: মই খোৰা সঁচা, কিন্তু মোৰ মনত বল আছে। দেহেৰে পঙ্গু হ’লেও মনেৰে, সাহসেৰে সেই কাম কৰিব পাৰিলোহেতেন।

নিউভিল : তোমাৰ সমুচিত শাস্তি কি জানানে?

পিয়লি: জানো, জন্মিলে মৰিব লাগিবই। আমাৰ চলাজনা পুলিন স্বৰ্গদেৱে কৈ গৈছে যে বঙালৰ অধীন হৈ থকাতকৈ মৰণেসে শ্ৰেয়।

নিউভিল: পঞ্চায়ত লোক, পিয়লি ফুকনৰ কি শাস্তি হ’ব পাৰে?

পঞ্চায়তী সদস্য: প্ৰাণদন্ড চাহাব।

নিউভিল: ৰাজবিদ্ৰোহীক কেনেকৈ মাৰে?

মণিৰাম দেৱান: ৰাজবিদ্ৰোহীক ডিঙিত ফটামেখেলা আঁৰি নানা দুৰ্গতি কৰি মৰাটো আমাৰ দেশৰ দস্তুৰ।

নিউভিল: দুৰ্গতি মানে কি?

মণিৰাম: চুৱা বাঢ়ণী, বেটীমেখেলা গলত দি ফাঁচী দিয়ে।

পিয়লি: মণিৰাম, তয়ো দুৱৰা-কাকতি বংশৰ, ময়ো সাতঘৰীয়া আহোমৰ দুৱৰাৰ ঘৰৰ। মোক ফাঁচী দি প্ৰাণে মৰাই নাটিলে! ভদ্ৰকুলত জন্ম লৈ সম্ভ্ৰান্ত লোকৰ মৰণ কালত এনে জ্বলন্ত অপমান কৰাইহে তোৰ সন্তোষ লাগিল! সেইবাবেই জৰী ডিঙিত লৈ অন্তৰৰ পৰা কৈছোঁ যে যি দোষৰ বাবে মোৰ এনে দশা হৈছে, তাৰ বাবে মোৰ কোনো দুখ নাই। কিন্তু অন্তিমকালত এনে জঘণ‍্য অপমান দি মৰালি বাবে তইও বিনাদোষতে এই গছ ডোলতে পৰিবি। মনত ৰাখিবি টোলোঠাৰ কাণ ইকাণ আৰু সিকাণ; এবাৰ তল -এবাৰ ওপৰ। যিটো আজি মোৰ জিভাত তিতা লাগিছে, কাইলৈ তোৰো সেইটো তিতা লাগিব। তিতা গছৰ আগো তিতা, গুৰিও তিতা।…….

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: খাৰঘৰজীউৰাম দুলীয়াবৰুৱা
Admin

Admin

Related Posts

UKRAINE: 5th report on the Media during the War
Journalism

The Views of the News: The Role of Media in a Changing Landscape

by Admin
March 29, 2023
0

175 Years of Media in Assam and Beyond PRAYASEE BARUAH Prayasee Baruah The Views of the News: The Role of...

Read more
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 28, 2023
India’s Obsession with Matchmaking

India’s Obsession with Matchmaking

March 28, 2023
Things to do when offering an apology

Things to do when offering an apology

March 28, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 29, 2023
In The Echoes Of February

In The Echoes Of February

March 29, 2023
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: