• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 23, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Ukraine

তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা বাইডেনেও উৰুৱাই দিয়া নাই

• দিলীপ দৈমাৰী

by Admin
April 18, 2022
in Ukraine
Reading Time: 1 min read
0
তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা বাইডেনেও উৰুৱাই দিয়া নাই
Share on FacebookShare on TwitterShare on LinkedIn

তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা

কৃষ্ণ সাগৰত ডুবি গৈছে ৰাছিয়াৰ বিখ্যাত যুদ্ধজাহাজ মস্কোভা। ইউক্ৰেনে ঘোষণা কৰিছে যে ইউক্ৰেনৰ ক্ষেপনাস্ত্ৰৰ আঘাততেই ডুবি গৈছে ৰাছিয়াৰ সবাতোকৈ মহিমামণ্ডিত যুদ্ধজাহাজ মস্কোভা। 

মস্কোভা নামৰ ৰাছিয়াৰ যুদ্ধজাহাজখন কৃষ্ণ সাগৰত ডুবি যোৱাৰ পিছত আমেৰিকাৰ পেন্টাগনে মন্তব্য কৰিছে যে ইউক্ৰেনক আক্ৰমণ কৰাৰ পিছত এয়া ৰাছিয়াৰো বিপুল ক্ষতি।

যোৱা ৫০ দিনৰো অধিক সময় ৰাছিয়াই কৃষ্ণ সাগৰত ক্ষমতা প্ৰদৰ্শন কৰি আছিল। প্ৰকৃততে কৃষ্ণ সাগৰত অৱৰোধ কৰি আছিল ৰাছিয়াই। এনে অঘটনৰ ফলত ৰাছিয়াইও যে বিৰাট আঘাত পাইছে, সেয়া সহজেই অনুমেয়।

RelatedPosts

blue and yellow ukrainian flag waving above crowd of people

UKRAINE DIARY: Today is the 35th Day of WAR

May 22, 2022
Ukraine! There is no light, no water, and no internet!

UKRAINE DIARY: Today is the 34th Day of WAR

May 21, 2022
UKRAINE DIARY: Today is the 32nd Day of WAR           

UKRAINE DIARY: Today is the 33rd Day of WAR

May 21, 2022

কৃষ্ণ সাগৰত পুটিনৰ দৰ্পচূৰ্ণ হোৱা খবৰ সংবাদ মাধ্যমত বিয়পি পৰিছে। কিন্তু আনুষ্ঠানিক ভাবে মস্কোই কৈছে যে কিবা এক বিজুতিৰ বাবে জাহাজখনত জুই লাগিছিল হেতুকে তেনে অঘটন হ’ল।

আনহাতে ইউক্ৰেনৰ সৈন্যবাহিনীৰ মতে ৰাছিয়াৰ মস্কোভা নামৰ যুদ্ধজাহাজ খন ইউক্ৰেনৰ ‘নেপচুন’ নামৰ ক্ষেপনাস্ত্ৰৰ আঘাতত ধ্বংস হৈছে। 

উল্লেখযোগ্য যে যিসময়ত জাহাজখনত কিবা প্ৰকাৰে জুই লগাৰ বাবেহে সাগৰত ডুবা বুলি ৰাছিয়াই দাবী কৰিছে, সেইসময়তে আকৌ ৰাছিয়াৰ চৰকাৰী টেলিভিছন চেনেলৰ এজন উপস্থাপকে ঘোষণা কৰিছে -‘ তৃতীয় বিশ্বযুদ্ধ যে আৰম্ভ হৈ গৈছে, সেই সম্পৰ্কে কোনো সন্দেহ নাই।’

Moskva. Image from defenceaviationpost.com

চৰকাৰী সংবাদ মাধ্যমৰ সেই উপস্থাপক ওল্গা স্কাবেইভাই পুনৰ কয় যে -‘ আমাৰ মোকাবিলা ‘নাটো’ৰ সৈতে হৈ আছে, সেয়া ষ্পষ্ট – যদিও নাটো দৃশ্যমান হোৱা নাই। কিন্তু আমি সেই সত্য স্বীকাৰ কৰিবই লাগিব।’ ৰাছিয়াৰ টেলিভিছন চেনেলৰ সেই অনুষ্ঠানত উপস্থিত থকা এজন অতিথিয়ে এনেদৰে টিপ্পনি দিয়ে যে ৰাছিয়াৰ যুদ্ধজাহাজৰ ওপৰত কৰা সেই আক্ৰমণ ৰাছিয়াৰ মাটিত কৰা আক্ৰমণৰ সমতুল্য।

ৰাছিয়াৰ ভক্তসকলে মস্কোভা ডুবি যোৱাৰ পিছত ‘নাটো’ক দোষাৰোপ কৰি সমালোচনা আৰম্ভ কৰি দিছে। বিভিন্ন মহলে আলোচনা কৰিছে যে পুটিনৰ ধাৰণা আছিল, তেওঁ যদি ইউক্ৰেনৰ ওপৰত আক্ৰমণ চলায় – মাত্ৰ কেইদিনমানৰ ভিতৰতে ইউক্ৰেন তেওঁৰ দখললৈ আহিব। ইউক্ৰেনৰ নাগৰিক সকলেও তাকেই বিচাৰে বুলিও ৰাছিয়াই প্ৰচাৰ কৰিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গ’ল, ইউক্ৰেনৰ সৈন্যবাহিনীৰ লগতে দেশপ্ৰমী ইউক্ৰেনীয় জনতাই ৰাছিয়াক প্ৰৱল প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে, নাস্তানাবুদ কৰিবলৈ সক্ষম হৈছে। যুদ্ধৰ আৰম্ভণিৰে পৰাই মস্কোভা আছিল ৰাছিয়াৰ বাবে এক মহাশক্তিৰ প্ৰতীক, সাগৰ অৱৰোধ কৰিব পৰাকৈ ক্ষমতাশালী। মস্কোভা নামৰ জাহাজখনত যি অত্যাধুনিক প্ৰযুক্তি আছিল, অইন জাহাজবোৰত নাছিল। গতিকে এইখন জাহাজ ডুবি যোৱাৰ লগে লগে ৰাছিয়াৰ আৰ্থিক ক্ষতি, সামৰিক ক্ষতিৰ লগতে সন্মান হানিও হৈছে।

এনে সময়তে আমেৰিকাৰ ‘চি-আই-এ’-ৰ সঞ্চালক উইলিয়াম বাৰ্ণছ-এ সতৰ্কবাণী শুনাইছে, যিহেতু ৰাছিয়াই আশা কৰা অনুসাৰে ইউক্ৰেনৰ বিৰুদ্ধে সাফল্য লাভত ব্যৰ্থ হৈছে – সেয়েহে বৰ্তমানৰ পৰিস্থিতিত ৰাছিয়াই যি কোনো সময়তে কম শক্তিৰ পৰমাণু বোমা ব্যৱহাৰ কৰিব পাৰে। কোহেনৰ ইউ-টিউব চেনেলত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-অৰ এক সাক্ষাৎকাৰ সম্প্ৰচাৰিত হৈছে আৰু বাইডেনে কৈছে -‘ এতিয়া দুটা বিকল্প আমাৰ হাতত আছে, তৃতীয় বিশ্বযুদ্ধ আৰম্ভ কৰা, অথবা ৰাছিয়াৰ বিৰূদ্ধে পোনপটীয়া যুদ্ধ আৰম্ভ কৰা।


১৮-০৪-২০২২

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

blue and yellow ukrainian flag waving above crowd of people
Ukraine

UKRAINE DIARY: Today is the 35th Day of WAR

by Admin
May 22, 2022
0

UKRAINE DIARY We are the nation. We are Ukrainians. EVGEN KULIKOV EVGEN KULIKOV FROM UKRAINE Everyone knows that on February...

Read more
Ukraine! There is no light, no water, and no internet!

UKRAINE DIARY: Today is the 34th Day of WAR

May 21, 2022
UKRAINE DIARY: Today is the 32nd Day of WAR           

UKRAINE DIARY: Today is the 33rd Day of WAR

May 21, 2022
flag of ukraine in kharkov

UKRAINE DIARY: Today is the 32nd Day of WAR           

May 20, 2022
RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

UKRAINE DIARY: Today is the 31st Day of WAR 

May 20, 2022
an anti war message on a red piece of paper

UKRAINE DIARY: Today is the 30th Day of WAR

May 19, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 23, 2022
 A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

 A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

May 23, 2022
Muuzzer – A truly open Writing Platform

Muuzzer – A truly open Writing Platform

May 23, 2022
হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

May 22, 2022

Popular Stories

  •  A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

     A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

    18 shares
    Share 7 Tweet 5
  • Emergence Of The KNF In Chittagong Hill Tracts

    307 shares
    Share 123 Tweet 77
  • RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

    19 shares
    Share 8 Tweet 5
  • বিবাহৰ পিছত ৩ দিনলৈ শৌচাগাৰ নিষিদ্ধ দৰা-কইনাৰ

    9 shares
    Share 4 Tweet 2
  • Multi-country monkeypox outbreak in non-endemic countries

    7 shares
    Share 3 Tweet 2
  • PPFA demands a correct NRC with 1951 cut-off year

    7 shares
    Share 3 Tweet 2
  • The Heaven on Earth: KASHMIR

    19 shares
    Share 8 Tweet 5
  • NEIPF’s ‘Diphupar Declaration’

    80 shares
    Share 32 Tweet 20
  • JUSTICE FOR REZWAN KOHISTANI

    5 shares
    Share 2 Tweet 1
  • AFGHAN WOMEN: ‘My life was never easy as everyone’s life’

    8 shares
    Share 3 Tweet 2
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: