• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 26, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Economy

চীন : তৃতীয় সন্তান জন্ম দিলে ১২ লাখ টকাৰ বোনাচ, এবছৰৰ দৰমহা-সহ ছুটী

চীন

by Admin
February 4, 2022
in Economy, Inspiration, Lifestyle, News, Real Stories, Special Report, Uncategorized, World
Reading Time: 1 min read
0
silhouette photo of a mother carrying her baby at beach during golden hour

Photo by Pixabay on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

চীন

 • দিলীপ দৈমাৰী

RelatedPosts

India’s Obsession with Matchmaking

India’s Obsession with Matchmaking

March 26, 2023
man running on side of road

Make Your Leisure Time More Productive

March 26, 2023
Things to do when offering an apology

Things to do when offering an apology

March 26, 2023

বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ চীনে বহুবছৰৰ আগতেই জন্ম-নিয়ন্ত্ৰণৰ সফলতাৰ বাবে ‘চিঙ্গল চাইল্ড’ নীতি গ্ৰহণ কৰিছে। কিন্তু এতিয়া চীন বিপাঙত পৰিছে, কাৰণ নৱজাতকৰ সংখ্যা কমি যোৱা হেতুকে চীনত বয়সস্থ মানুহৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাইছে। ফলত কৰ্মক্ষম যুৱকৰ সংখ্যা হ্ৰাস পাইছে। এনে অৱস্থাত এতিয়া সম্পূৰ্ণ বিপৰীত দিশত আগবাঢ়িবলৈ সিদ্ধান্ত লৈছে চীনৰ শ্বি জিনপিং চৰকাৰে। 


নতুন নিয়মত কোৱা হৈছে যে কল-কাৰখানাৰ কৰ্মী সংকট দূৰ কৰিবলৈ চীনৰ নাগৰিকে এতিয়া অধিক সন্তান জন্ম দিব লাগিব। চীনৰ চৰকাৰৰ এনে ঘোষণাৰ পিছতেই চীনৰ এক সংস্থাই তেওঁলোকৰ ‘বাম্পাৰ অ’ফাৰ’ ঘোষণা কৰিছে। সেই সংস্থাই ঘোষণা কৰিছে যে তেওঁলোকৰ কৰ্মীয়ে দুটাতকৈ অধিক, অৰ্থাৎ তৃতীয় সন্তান জন্ম দিলেই বছৰটোত দৰমহা সহকাৰে এবছৰৰ ছুটী লাভ কৰিব। আৰু বছৰেকত পাব ভাৰতীয় মুদ্ৰাৰে প্ৰায় ১২ লাখ টকাৰ বোনাচ!

baby smiling
Photo by The Craft Wonder on Pexels.com


পূৱ চীনৰ জিয়াংশি প্ৰদেশৰ পৰা আৰম্ভ কৰি দক্ষিণ-পশ্চিম চীনৰ চিছুৱান প্ৰদেশৰ যিসকল কৰ্মচাৰীৰ ঘৰত তিনিবছৰৰ অনুৰ্ধ্ব সন্তান আছে, সকলোকে কেইবছৰমান ধৰি বছৰি বিশেষ ১০ দিনৰ ছুটী দিয়া হৈছিল। কোনো কৰ্মীয়ে বিয়া কৰালে ১৫ দিনৰ ছুটী দিয়া হৈছিল। সেই দুয়োখন প্ৰদেশত অন্তঃসত্ত্বা হোৱাৰ পৰা আৰম্ভ কৰি শিশু জন্মাৰ পিছত মাতৃক দিয়া হৈছে দৰমহা সহকাৰে ৯০ দিনৰ ছুটী। লগতে সন্তানৰ পিতৃয়েও লাভ কৰিছে দৰমহা সহকাৰে ৩০ দিনৰ ‘নাৰ্চিং লিভ’। পূৱ চীনৰ আনহুই প্ৰদেশৰ স্থানীয় চৰকাৰ ঘোষণা কৰিছে যে ‘চিঙ্গল চাইল্ড’ নীতি কাৰ্যকৰী কৰিবলৈ গৈ তেওঁলোকৰ প্ৰদেশৰ জনভাৰসাম্য নোহোৱা হৈ পৰিছে। প্ৰৱীণ সকলৰ সংখ্যা বৃদ্ধি পাইছে, আৰু দ্ৰুতগতিত হ্ৰাস পাইছে নৱীনৰ সংখ্যা। গতিকে, এক সন্তানৰ নীতি এতিয়া আৰু নচলে!
চীনৰ দৈনিক ‘ নেশ্যনেল বিজনেছ ডেইলি’ কাকতত এই সম্পৰ্কে প্ৰকাশিত হোৱা এক প্ৰতিবেদনত কোৱা হৈছে যে চীনৰ চৰকাৰে ঘোষণা কৰিছে – চৰকাৰী কৰ্মচাৰীয়ে সন্তানৰ পিতৃ বা মাতৃ হ’লেই দৰমহা সহকাৰে ছুটী দিয়া হ’ব। লগতে কৰ ৰেহাই আৰু নগদ ধনৰ পুৰস্কাৰ দিয়াও হ’ব। সমগ্ৰ প্ৰকল্পৰ নাম দিয়া হৈছে ‘বেবী বোনাচ’! আনকি নৱজাতকৰ লালন পালনৰ বাবেও সংশ্লিষ্ট কৰ্মচাৰীক উৎসাহ ভাট্টা চৰকাৰৰ তৰফৰ পৰা দিয়া হ’ব। ইয়াতেই শেষ নহয়, চৰকাৰৰ এনে ঘোষণাত উদ্বুদ্ধ হৈ কিছুমান বেচৰকাৰী সংস্থাইও সুৰতে সুৰ মিলাই চমকপ্ৰদ ঘোষণা কিছুমান কৰিবলৈ আৰম্ভ কৰিছে। এইবোৰৰ ভিতৰত ভাল অ’ফাৰ ঘোষণা কৰিছে ‘বেইজিং দাবিনং টেকন’লজি গ্ৰুপ’ নামৰ এক সংস্থাই। তেওঁলোকে কৈছে যে তেওঁলোকৰ যিকোনো‌ পদমৰ্যদাৰ কৰ্মীয়ে তৃতীয় সন্তান জন্ম দিলে ততিনি বছৰত উৎসাহ ভাট্টা পাব ৯০০০০ য়ুৱান, অৰ্থাৎ ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ১২ লাখ টকা। কৰ্মী যদি মহিলা হয়, বোনাচৰ বাহিৰেও পাব এবছৰৰ দৰমহা সহকাৰে ১২ মাহৰ ছুটী। কৰ্মী পুৰুষ হ’লে পাব অতিৰিক্ত ৯ মাহৰ ছুটী। 

adorable asian baby bonnet
Photo by Pixabay on Pexels.com


কেৱল তৃতীয় সন্তান নহয়, প্ৰথম সন্তান জন্ম দিলেও পাব ৩০০০০ য়ুৱান, ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৩৫৪০০০ টকা ; দ্বিতীয় সন্তান জন্ম দিলে (পুৰুষ-মহিলা সকলোকে) পাব ৬০০০০ য়ুৱান, অৰ্থাৎ ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৭০০০০০ টকা! 
চীনৰ ভালেমান পৌৰসভাইও ঘোষণা কৰিছে যে দ্বিতীয় আৰু তৃতীয় সন্তান জন্ম দিলে প্ৰতি মাহে কৰ্মীসকলক বোনাচ দিয়াৰ বাহিৰেও মহিলাৰ ক্ষেত্ৰত দৰমহা সহকাৰে ৯৮ দিনৰ ছুটী দিয়া হ’ব।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

India’s Obsession with Matchmaking
Culture

India’s Obsession with Matchmaking

by Admin
March 26, 2023
0

India’s Obsession with Matchmaking KAKALI DAS Sima aunty from Indian Matchmaking, a 2020 Indian reality television series, is not just...

Read more
man running on side of road

Make Your Leisure Time More Productive

March 26, 2023
Things to do when offering an apology

Things to do when offering an apology

March 26, 2023
Paper Leak in Recruitment Exams in the Country!

Paper Leak in Recruitment Exams in the Country!

March 25, 2023
কল্পনাতীত সৌন্দৰ্যৰ আকৰ ৱাৰি চ’ৰা! 

কল্পনাতীত সৌন্দৰ্যৰ আকৰ ৱাৰি চ’ৰা! 

March 25, 2023
woman crossing on bridge

ইক’থেৰাপি

March 25, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
India’s Obsession with Matchmaking

India’s Obsession with Matchmaking

March 26, 2023
man running on side of road

Make Your Leisure Time More Productive

March 26, 2023
Things to do when offering an apology

Things to do when offering an apology

March 26, 2023
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

March 25, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    772 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: