• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, December 11, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech

ত্ৰি-মাত্ৰিক মেটেল প্ৰিন্টিং

-ড০ ৰাস্না ৰাজখোৱা

by Anjan Sarma
June 27, 2021
in Science, Tech
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ড০ ৰাস্না ৰাজখোৱা |

বর্তমান ত্ৰি-মাত্ৰিক (3-D) মেটেল প্ৰিণ্টাৰৰ সহায়ত খুব কম সময়তে সহজতে, কম খৰচত ডাঙৰ আৰু জটিল ধাতুৰ বস্তু বনাব পৰা যায়৷ ৷

RelatedPosts

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

December 11, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

November 27, 2025
Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit

Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit

October 6, 2025

খুব কম সময়তে, উৎপাদনকাৰীসকলে বিস্তৃত বস্তুশাৰী লোৱাৰ প্ৰয়োজন নহয়৷ তেওঁলোকে কেৱল এটা বস্তু প্ৰিণ্ট কৰিব পাৰে, যেনে পূৰণা গাড়ীখনৰ কোনোবা এটা অংশ কাৰোবাক যেতিয়া প্ৰয়োজন হয়৷ অন্য সময়বোৰত, গ্ৰাহকক লগা ধৰণে বিভিন্ন ধাতুৰ বস্তুবোৰ বনোৱা হয়৷

    মেটেল প্ৰিণ্টাৰৰ সহায়ত পাতল, শক্তিশালী আৰু জটিল আকাৰৰ ধাতুৰ বস্তু বনাব পাৰি, যিবোৰ প্ৰচলিত পদ্ধতিৰে নিমার্ণ কৰাটো সম্ভৱ নহয়৷ এই প্ৰযুক্তিৰ সহায়ত ধাতুৰ আণুবীক্ষণিক গঠন নিখুতভাবে নিয়ন্ত্ৰণ কৰিব পাৰি৷ ২০১৭ চনত, লৰেন্স লাইভমোৰ নেচনেল লেবৰেটৰীৰ গৱেষকসকলে ঘোষণা কৰে যে সাধাৰণতে মানুহে বনোৱাতকৈ দুগুণ শক্তিশালীকৈ  ষ্টেইনলেচ ষ্টীলৰ অংশ নিমার্ণ কৰিব পৰা ত্ৰি-মাত্ৰিক প্ৰিন্টিং পদ্ধতি তেওঁলোকে উদ্ভাৱন কৰিছে৷ ২০১৭ চনতে ত্ৰি-মাত্ৰিক প্ৰিন্টিং কম্পেনী মার্কফর্জে (Markfoged) প্ৰথমবাৰৰ কাৰণে ব’ষ্টন চহৰৰ বাহিৰত কমকৈ প্ৰিন্টিংৰ কাম আৰম্ভ কৰে৷

   বষ্টনত অন্য এটা ডেক্সটপ ধাতু প্ৰিণ্টাৰৰ সহায়ত ২০১৭ চনৰ ডিচেম্বৰত বৃহৎ স্কেলত প্ৰথম ধাতু প্ৰিন্টিং আৰম্ভ কৰে৷ ধাতুৰ অংশবোৰ প্ৰিন্টিং কৰাটো সহজলভ্য হৈ পৰিল৷ পৰিকল্পনা কৰা হয় বেছিকৈ প্ৰিন্টিং মেচিন বিক্ৰি কৰিবলৈ৷ পূৰণা প্ৰিণ্টিং পদ্ধতিতকৈ ১০০ গুণ দ্ৰুত ত্ৰি-মাত্ৰিক  ধাতু প্ৰিণ্টাৰ উৎপাদনৰ কাৰণে ডিজাইন কৰা হয়৷ বর্তমান ডেক্সটপ ধাতু প্ৰিণ্টাৰৰ চফটৱেৰৰ সহায়ত কম্পিউটাৰ প্ৰতিদর্শ প্ৰস্তুত কৰি বস্তু প্ৰিন্ট কৰিবলৈ ডিজাইন প্ৰস্তুত কৰি ল’ব পাৰি৷

    দহ বছৰৰ আগতে প্লাষ্টিকৰ বাহিৰে প্ৰিণ্টাৰৰ সহায়ত বেলেগ বস্তু, বিশেষকৈ ধাতু ছপা কৰাতো খুব লেহেম, কষ্টদায়ক, আৰু খৰচী আছিল৷ বর্তমান প্ৰিণ্টাৰৰে দ্ৰুত গতিত কম খৰচত ধাতুৰ যিকোনো বস্তু ছপা কৰিব পাৰি৷ যদি বহলভাবে ইয়াক ব্যৱহাৰ কৰা হয় তেন্তে ই বহুত বস্তু যথেষ্ঠ পৰিমাণে উৎপাদন কৰিব পাৰিব৷

  জি ই (GE), যিয়ে ত্ৰি-মাত্ৰিক প্ৰিন্টিং বস্তু বিমানত ব্যৱহাৰ কৰিবলৈ প্ৰস্তাৱ উত্থাপন কৰিছিল, তেওঁলোকে ডাঙৰ ডাঙৰ পার্টচ দ্ৰুত গতিত তৈয়াৰ কৰিব পৰা এটা নতুন মেটেল প্ৰিন্টাৰ উদ্ভাৱন কৰি নিৰীক্ষণ কৰে৷ কম্পেনীটোৱে এই প্ৰিণ্টাৰসমূহ ২০১৮ চনৰ শেষ ভাগৰ পৰাই বিক্ৰী কৰিবলৈ আৰম্ভ কৰাৰ কথা৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ত্ৰি-মাত্ৰিক মেটেল প্ৰিন্টিং
Anjan Sarma

Anjan Sarma

Related Posts

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role
News

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

by PAHARI BARUAH
December 11, 2025
0

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role PAHARI BARUAH The “Hidden” Elements That Power...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

November 27, 2025
Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit

Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit

October 6, 2025
Data breach and masking of data

তথ্য-শোষণ ! আমাৰ তথ্য–আমাৰ অধিকাৰ

August 28, 2025
India’s IT Revolution: Story of India’s Journey from Colonial Rule to Digital Leader

India’s IT Revolution: Story of India’s Journey from Colonial Rule to Digital Leader

August 16, 2025
কৃত্ৰিম বুদ্ধিমত্তা আৰু আমি

কৃত্ৰিম বুদ্ধিমত্তা আৰু আমি

August 2, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Why Is Gen Z Protesting Across the World in 2025?

Why Is Gen Z Protesting Across the World in 2025?

December 11, 2025
Warning: How Plastic Pollution Fuels Diabetes and Breathing Issues

Assam’s Sky Has Fallen: Severe, Year-Round Air Pollution!

December 11, 2025
Cardiovascular health and air pollution during winters

Cardiovascular health and air pollution during winters

December 11, 2025
Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

December 11, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    17112 shares
    Share 6844 Tweet 4278
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8503 shares
    Share 3401 Tweet 2126
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    999 shares
    Share 400 Tweet 250
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3275 shares
    Share 1310 Tweet 819
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    838 shares
    Share 335 Tweet 210
  • পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 

    138 shares
    Share 55 Tweet 35
  • প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

    2633 shares
    Share 1053 Tweet 658
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6173 shares
    Share 2469 Tweet 1543
  • মিচিং সমাজ আৰু সংস্কৃতি

    3351 shares
    Share 1340 Tweet 838
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2907 shares
    Share 1163 Tweet 727
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d