• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 9, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

থানেশ্বৰ বড়ো : এক অনন্য আঞ্চলিকতাবাদী সত্বা

by Editor
May 17, 2024
in Remembrance
Reading Time: 2 mins read
0
থানেশ্বৰ বড়ো : এক অনন্য আঞ্চলিকতাবাদী সত্বা
Share on FacebookShare on TwitterShare on LinkedIn

থানেশ্বৰ বড়ো : এক অনন্য আঞ্চলিকতাবাদী সত্বা

কুমাৰ দীপক দাস

Kumar Deepak Das
কুমাৰ দীপক দাস

অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি ,প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট শিক্ষাবিদ আমাৰ অতি শ্ৰদ্ধাৰ থানেশ্বৰ বড়ো ছাৰৰ বিয়োগত মৰ্মাহত হৈছো ৷

গুৱাহাটীৰ বি বৰুৱা কলেজৰ এগৰাকী অধ্যাপক হিচাবে কৰ্মজীৱন আৰম্ভ কৰা বুৰঞ্জীবিদ হিচাবে খ্যাত বড়ো ছাৰ আছিল অসমৰ বিশেষকৈ জনজাতি সকলৰ ইতিহাস বিশেষজ্ঞ এগৰাকী ব্যক্তি ৷

অতি সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী এই গৰাকী শিক্ষাবিদ ৰাজনীতিজ্ঞৰ জীৱন পৰিচৰ্যা অসমৰ সমাজ জীৱনৰ এক ব্যতিক্ৰম অধ্যায় ৷ তেখেত অসমৰ জাতীয়তাবাদী আন্দোলনৰ এগৰাকী সদা সষ্টম যোদ্ধা আছিল ৷
থানেশ্বৰ বড়ো
থানেশ্বৰ বড়ো

থানেশ্বৰ বড়োদেৱৰ নিবিড় সান্নিধ্য আৰু অসম আন্দোলনৰ দিনৰ কঠিন সময়বোৰত , সামাজিক বিভিন্ন স্তৰত উথ্থাপিত দিৰ্ঘদিনীয়া সমস্যাৰ পৰা আঞ্চলিক দলৰ মজিয়াত বিভিন্ন আলাপ আলোচনাত উল্লেখ কৰা যুক্তিনিষ্ঠ পৰামৰ্শ সমুহে আমাক এই জাতীয়তাবাদী আন্দোলনত সক্ৰিয়তাৰে আগবাঢ়ি যোৱাত প্ৰেৰণা দিছিল আৰু আমাক শিক্ষিত কৰিছিল ৷ তেখেত বড়ো সাহিত্য সভাৰ নেতৃস্থানীয় ব্যক্তি হিচাবেও পৰিচিতি লাভ কৰিছিল ।

অসমৰ ৰাজহ আৰু শিক্ষা সংস্কাৰৰ ক্ষেত্ৰত এগৰাকী মন্ত্ৰী হিচাবে তেখেতে প্ৰভূত পৰিমানৰ অৰিহনা আগবঢ়াই থৈ গৈছে ৷ অসমৰ এগৰাকী বিশিষ্ট আঞ্চলিকতাবাদী নেতা হিচাবে প্ৰখ্যাত এইগৰাকী বিশিষ্ট চিন্তাবিদ আছিল অসমৰ প্ৰতিটো জাতীয় আন্দোলনৰ অংশিদাৰ ।

RelatedPosts

বিষ্ণুদা উভতি আহিল

Bishnuprasad Rabha: Architect of Assamese Renaissance

June 20, 2025
কলাগুৰু ৰাভাৰ এক ঐতিহাসিক ভাষণ

Legendary polyglot and polymath, Bishnu Prasad Rava

June 20, 2025
চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

April 21, 2025

তেখেতে ঐতিহাসীক ছবছৰীয়া অসম আন্দোলনত সক্ৰীয়তাৰে য়োগদান কৰে আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সভাপতিৰ দায়িত্বভাৰ লৈ থকা সময়চোৱাত অসম চুক্তি সম্পাদনৰ সময়ত অসম গণসংগ্ৰাম পৰিষদৰ প্ৰতিনিধি হিচাবে দিল্লীত উপস্থিত থাকি এই চুক্তি সম্পাদনত বিশেষ ভূমিকা গ্ৰহন কৰিছিল ৷ আনহাতে , অ গ প দল গঠনৰ সময়ত তেখেতে সক্ৰীয় ভূমিকা গ্ৰহন কৰি ইয়াৰ সভাপতি মণ্ডলীৰ সদস্যহিচাবে ইয়াৰ প্ৰতিস্থাৰ সৈতে জড়িত হৈ পৰে ৷

১৯৯০ চনত তেখেতে ভাৰপ্ৰাপ্ত সভাপতি হিচাবে অ গ প দলৰ কাৰ্যভাৰ গ্ৰহন কৰি আঞ্চলিক দলটোক নতুন গতি দিবলৈ সক্ষম হয় ৷ নিজৰ আটাইতকৈ প্ৰিয় পত্নী আৰু একমাত্ৰ পুত্ৰক হেৰুৱাৰ পিচতো য়ি ধীৰ স্থিৰ আাৰু দৃঢ়তাৰে চৰকাৰী আৰু দলীয় কাম কাজ চলাই নিছিল সেয়াও তেখেতৰ জীৱনৰ এক অনন্য অধ্যায় ৷ পিচলৈ তেখেত শাৰিৰীক ভাবেও দুৰ্বল হৈ পৰিছিল ৷
সৰ্বজনপ্ৰিয় এনে এগৰাকী আঞ্চলিকতাবাদী আৰু জাতীয় প্ৰেমী নেতাৰ বিয়োগত অসমৰ ৰাজনৈতিক তথা শিক্ষা আৰু সামাজিক ক্ষেত্ৰ খনত এক অপূৰণীয় ক্ষতি হ’ল ৷ ছাৰৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো৷ তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলো ৷

17-05-2024

🙏🏼

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

বিষ্ণুদা উভতি আহিল
Bishnu Rabha

Bishnuprasad Rabha: Architect of Assamese Renaissance

by Mohan Khound
June 20, 2025
0

Bishnuprasad Rabha: Architect of Assamese Renaissance and Champion of Social Justice MOHAN KHOUND Bishnuprasad Rabha Bishnuprasad Rabha, widely revered as...

Read moreDetails
কলাগুৰু ৰাভাৰ এক ঐতিহাসিক ভাষণ

Legendary polyglot and polymath, Bishnu Prasad Rava

June 20, 2025
চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

April 21, 2025
The Legacy of Gauripur Raj Estate, Birthplace of Pratima Pandey & Pramathesh Barua!

The Legacy of Gauripur Raj Estate, Birthplace of Pratima Pandey & Pramathesh Barua!

February 20, 2025
কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

January 31, 2025
প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি

January 31, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 9, 2025
A Violent and Broken World!

The Unseen Cost: Wrestling with a World Not of Our Design

July 9, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 9, 2025
নাৰী: শাৰী, জিনচ  অথবা  বিকিনিৰ কাহিনী 

ARE WOMEN REALLY EMPOWERED IN INDIA?

July 9, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12710 shares
    Share 5084 Tweet 3177
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    590 shares
    Share 236 Tweet 148
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1574 shares
    Share 630 Tweet 394
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3218 shares
    Share 1287 Tweet 805
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1271 shares
    Share 508 Tweet 318
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5642 shares
    Share 2257 Tweet 1411
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2231 shares
    Share 892 Tweet 558
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    993 shares
    Share 397 Tweet 248
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    205 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d