• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

দুবৰি

-ডা. মনোজ কুমাৰ গোস্বামী

by Anjan Sarma
June 26, 2021
in Health, Special Report
Reading Time: 2 mins read
0
দুবৰি
Share on FacebookShare on TwitterShare on LinkedIn

-ডা. মনোজ কুমাৰ গোস্বামী |

পুৰাণ আৰু ভাৰতীয় সংস্কৃতিত কল্যাণৰ প্রতীকৰূপে দূবৰিবন বা দুৰ্বাবনক গ্রহণ কৰা হৈছে । পূজা পাৰ্বনত শান্তিজল ছটিয়াবলৈ দুবৰি বন ব্যৱহাৰ কৰা হয়। বিয়া বিলাকত  দূবৰিৰে নতুন বোৱাৰী ঘৰলৈ বৰণ কৰি অনা হয়। দূবৰি প্রায় সকলোৰে বাবে  তাৰ আচল নামেৰেই পৰিচিত তথাপিও ইয়াৰ অন্য কিছুমান নামো আছে

দূর্বা (সংস্কৃত),

দূর্বা (বাংলা)

দুব (হিন্দি আৰু উৰিয়া)

দূর্বা সহস্রবীর্য ও শত পার্বিকা নামেৰেও পৰিচিত

যাৰ বৈজ্ঞানিক নাম হ’ল

 Cymodun dactylon pers.

দুবৰি বন  কেৱল তৃণভোজী প্ৰাণীৰেই খাদ্য নহয়। ই মানুহৰো পুষ্টিকৰ আহাৰ ! ঔষধি গুণেৰে ভৰপুৰ হোৱাৰ বাবে আয়ুর্বেদিক শাস্ত্রত ইয়াক মহৌষধী বোলা হয় । আজি জানো আহক এই দুবৰি বনৰ বিভিন্ন গুণাগুণ।

সাধাৰণ চিকিৎসাত দুবৰি বন ব্যবহাৰৰ উপায়:

দুবৰিৰ ৰস: ১০-২০ মি.লি.

দূবৰি মূল চূর্ণ: ৩-৬ গ্রাম

পাতৰ চূর্ণ: ১-৩ গ্রাম

পানী : ৪০-৮০ মি.লি।

সকলোখিনি একেলগে মিহলাই চৰবতৰ নিচিনা পান কৰিব লাগে ।

ৰোগ প্ৰতিৰোধ ক্ষমতা: দুবৰি বনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে । ইয়াত বিদ্যমান ভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধ ক্ষমতা যিয়ে শৰীৰক যিকোনো ধৰনৰ ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ শক্তি প্রদান কৰে।

পুষ্টিৰে ভৰপুৰ থকা বাবে দুবৰি বন শৰীৰক সক্রিয় আৰু শক্তিশালী ৰখাত সহায়ক। ই অনিদ্রা, ক্লান্তি, স্ট্রেচ ইত্যাদি ৰোগৰ বাবে লাভজনক।

ঔষধি গুণাগুণ:

১.দুবৰি বন সন্তান ধাৰণৰ ক্ষেত্রত সম্ভাবনাময় ঔষধ । গৰ্ভধাৰণত অসমর্থ হলে দুর্বা আৰু আলোৱা চাউল একেলগে  বটি বড়া বনাই ভাতৰ লগত সপ্তাহত তিনি /চাৰিদিন খালে উপকাৰ পোৱা যায়।

২.পুৰাতন আমাশয় আৰু পুৰাতন উদৰাময়েত দূর্বা বনৰ ৰস ব্যবহাৰ কৰা হয়।এইক্ষেত্ৰত দুবৰি বনৰ ৰস এৱা গাখীৰৰ লগত মিহলাই খালে উপকাৰ পোৱা যায়।আমাশয়ত দুবৰি বনৰ ৰস ২ ৰ পৰা ৩ চামুচ ডালিমৰ পাত বা ডালিমৰ ছালৰ ৰস ৪ৰ পৰা ৫ চামুচ মিহলাই প্ৰতিদিনে ৩ বা ৪ বাৰ খাব লাগে । এনেকৈ ১০ ৰ পৰা ১৫ দিন খালে আমাশয় ভাল হৈ যাব।

৩.আয়ুর্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্তস্রাব হব পাৰে । এইক্ষেত্ৰত  দুর্বা বনৰ ৰসৰ লগত কেঁচা গাখীৰ মিহলাই খুৱালে ৰোগৰ উপশম হয়।

৫. যাৰ খুব চুলি সৰে তেওঁ এটি পাত্রত এক লিটাৰ নাৰিকল তেল কম তাপত গৰম কৰি লওক । তাৰপিছত দুবৰি বনৰ   ৰস ২০০ মিলি সম্পূর্ণ তেলত মিহলাই পুনৰ গৰম কৰক ।চুলাৰ পৰা নমাই ছেকি সংৰক্ষণ কৰি ৰাখিব । গা ধুৱাৰ এঘণ্টা আগত সেই তেল চুলিত ভালদৰে লগাওক । নিয়মিত ২ ৰ পৰা ৩ মাহ ব্যবহাৰ কৰিলে চুলি সৰা বন্ধ হব।

৬.দুবৰি বনৰ  গুড়িৰে  দাঁত মাজিলে পায়োৰিয়া (দাঁতৰ পৰা তেজ ওলোৱা ) কমে ।

    ২.শৰীৰৰ  কোনো স্থানত কাটিলে দুর্বা বন থেতালি আক্রান্ত স্থানত প্রলেপ দিলে  ৰক্তক্ষৰণ বন্ধ হৈ যায়। এইক্ষেত্ৰত দুবৰিৰ শিপা ব্যবহাৰ কৰিলে বেছি উপকাৰ পোৱা যায়।

৩.বমি বমি ভাব বন্ধ কৰাৰ বাবে দুবৰি বনৰ ৰস ২ৰ পৰা ৩ চামুচ ১ চাহ চামুচ চেনিৰ লগত মিহলাই ১ ঘণ্টা পিছে পিছে  খাব লাগে । বমি ভাব কমি গলে খোৱা বন্ধ কৰিব লাগে।

 শ্বেতপ্রদৰ জনিত দূর্বলতাত দুবৰি বন আৰু কেঁচা হালধীৰ ৰস সমপৰিমাণে মিহলাই খালে ৰোগীৰ দূৰ্বলতা কমি যায়।

  প্রস্রাব কৰাত কষ্ট হয় অথচ পাত্থৰ নহয়, এইক্ষেত্রত দুবৰি বনৰ ৰস গাখীৰ আৰু পানী মিহলাই খালে ভাল ফল পোৱা যায় ।যদিহে  অৰ্শৰোগ থাকে তেতিয়াহলে ইয়াক নোখোৱাই ভাল।

অন্যান্য ব্যবহার: ওপৰোক্ত উপকাৰিতাৰ উপৰিও দুবৰি বন নিম্নোক্ত উপকাৰো কৰে।

দুবৰি বনত প্ৰচুৰ ফ্লেভিনয়েডচ থাকে।যিয়ে আলচাৰ প্ৰতিৰোধৰ কাম কৰে।

ই গ্লুকোজৰ পৰিমাণ কম কৰি ডায়েবেটিজ নিয়ন্ত্ৰণ কৰিব পাৰে ।

তেজৰ কলেষ্টেৰলৰ  মাত্রা কম কৰি হৃদপিণ্ডক সুস্থ কৰি ৰাখে।

চৰ্দি-কাহৰ সমস্যা দূৰ কৰে ।

কাটিলে দুবৰি থেতালি লগালে ৰক্তপাত বন্ধ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: দুবৰি
Anjan Sarma

Anjan Sarma

Related Posts

Supreme Court Stands Firm Against Wealthy Silencing Media!
Special Report

India’s Judicial Transparency In the path of Transition

by Pradakshina Sarmah
August 15, 2026
0

India’s Judicial Transparency In the path of Transition PRADAKSHINA SARMAH Judicial Transparency refers to the openness, accessibility, and accountability of...

Read moreDetails
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Attending RAI’S Class

Attending RAI’S Class

August 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d