• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 5, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত শ্বহীদ সোঁ‌ৱৰণী সদৌ অসম তৰ্ক প্ৰতিযোগিতা

তৰ্ক প্ৰতিযোগিতা

by Anjan Sarma
September 27, 2022
in News, Media, Politics
Reading Time: 2 mins read
0
দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত শ্বহীদ সোঁ‌ৱৰণী সদৌ অসম তৰ্ক প্ৰতিযোগিতা
Share on FacebookShare on TwitterShare on LinkedIn

দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত শ্বহীদ সোঁ‌ৱৰণী সদৌ অসম তৰ্ক প্ৰতিযোগিতা

মহাবাহু দুলীয়াজান

দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত শ্বহীদ সোঁ‌ৱৰণী সদৌ অসম তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক কটন বিশ্ববিদ্যালয়ৰ শুভাশীষ দে

১৯৮০ চনৰ ১৮ জানুৱাৰীত দুলীয়াজানৰ ঐতিহাসিক তেল অৱৰোধ আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰা চাৰিগৰাকী ছহিদ নগেন ডেকা,অজিত নেওগ, কুমুদ গগৈ আৰু নৃপেন বৰাৰ স্মৃতিত দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত তথা দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত অনুষ্ঠিত ঊনবিংশতিতম বাৰ্ষিক শ্বহীদ সোঁ‌ৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয়-বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰূপে বিবেচিত হৈছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ শুভাশীষ দে।

RelatedPosts

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

March 4, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অৱস্থিত কেইবাখনো গৰিমামণ্ডিত মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ দলে অংশগ্ৰহণ কৰা যোৱা২৬ ছেপ্তম্বৰত‌ অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনৰ বিষয় আছিল- “সদনৰ মতে, সামাজিক মাধ্যমৰ ওপৰত বিধিৱদ্ধ প্ৰশাসনিক নিয়ন্ত্ৰণে সামাজিক অস্থিৰতা হ্ৰাস কৰিব।” চৰকাৰী আৰু বিৰোধী পক্ষৰ তুমুল তৰ্কবিবাদৰ অন্তত অধ্যক্ষই বিৰোধী পক্ষৰ লগত সহমত প্ৰকাশ কৰি বিলখনৰ স্থগিতাদেশ জাৰি কৰে।

প্ৰতিযোগিতাখনত দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গুঞ্জন ৰাজবংশীয়ে আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ববী বড়াই । আনহাতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰদ্বয় ক্ৰমে- গুঞ্জন ৰাজবংশী তথা অনল অংকুশ বড়াই।


এই উপলক্ষত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ১৯৮০ চনৰ বিদেশী বহিষ্কাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া চাৰিগৰাকী জাতীয় বীৰৰ প্ৰতিচ্ছবিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোক বিকাশ গগৈ, কেইবাজনো জ্যেষ্ঠ অধ্যাপক অধ্যাপিকাৰ লগতে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা তথা কাৰ্যনিৰ্বাহকৰ কেইবাজনো সদস্যই বন্তি প্ৰজ্বলন তথা মাল্যাৰ্পণ কৰে।

তাৰপিছতেই অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাত সদনৰ অধ্যক্ষৰ আসন গ্ৰহণ কৰি তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অচ্যুত বৰঠাকুৰে নিপুণতাৰে সদন পৰিচালনা কৰে। আনহাতে বিচাৰকৰ গুৰুদায়িত্ব পালন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক ড° সুৰজিৎ বৰকটকী, ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড° নাচমিন ফাৰহিন আখতাৰ তথা
অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্কৰক্ষী বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক শ্ৰীযুত জয়ন্ত বৰমুদৈয়ে।

দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত শ্বহীদ সোঁ‌ৱৰণী সদৌ অসম তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক কটন বিশ্ববিদ্যালয়ৰ শুভাশীষ দে

বঁ‌টা বিতৰণী অনুষ্ঠানৰ মুকলি সভাখনৰ আঁ‌ত ধৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ গগৈয়ে। শ্বহীদ সোঁ‌ৱৰণী তৰ্ক প্ৰতিযোগিতাৰ এই অনুষ্ঠানটোত সদৌ অসম ছাত্ৰসন্থাৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যনিৰ্বাহক সদস্য অনিল গগৈ, প্ৰাক্তন ছাত্ৰনেতা যদুমণি দত্ত, দীপাংকৰ গগৈ, ডিব্ৰুগড় জিলা ছাত্ৰসন্থাৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ গগৈ, ডিব্ৰুগড় জিলা ছাত্ৰসন্থাৰ উপ-সভাপতি কনক গগৈ, কাৰ্যনিৰ্বাহক বুবুল তালুকদাৰ, দুলীয়াজান আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি দিগন্ত বৰাকে আদি কৰি বহু সদস্য উপস্থিত থাকে।

প্ৰতিযোগিতাৰ শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোক বিকাশ গগৈয়ে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত তৰ্কৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। আনহাতে ছাত্ৰ একতা সভাৰ মুখ্য তত্ত্বাৱধায়ক মৃন্ময় কুমাৰ বৰুৱাই ছাত্ৰ একতা সভা তথা দুলীয়াজান আঞ্চলিক ছাত্ৰসন্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

27-09-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

HCI Climate Impact Tour 2026 – Part 2 : Mumbai
News

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

by Soumitra Das
March 4, 2026
0

HCI Climate Impact Tour 2026 - Part 2 : Mumbai (February 16–19) Investment, Innovation… and the Unspoken Risk Dr SOUMITRA...

Read moreDetails
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 4, 2026
HCI Climate Impact Tour 2026 – Part 2 : Mumbai

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

March 4, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d