• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Justice

উভতি চাওঁ : নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

অৰবিন্দ ৰাভা

by Admin
December 4, 2022
in Justice, News, Politics, Real Stories
Reading Time: 2 mins read
0
উভতি চাওঁ : নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!
Share on FacebookShare on TwitterShare on LinkedIn

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা

অৰবিন্দ ৰাভা

Nagaland 1

৫ ডিচেম্বৰ, ডিমাপুৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি নাগালেণ্ড পুনৰ উত্তপ্ত হৈ পৰিছে।

RelatedPosts

Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023
news inscription on neon signboard hanging on street

Freedom of Expression and Media Ethics For The New World

February 2, 2023
person holding clear plastic bottle

Media and its influence on issues related to climate change

February 2, 2023

নাগালেণ্ডৰ ম’ন জিলাৰ ওটিং আৰু টিৰু গাঁওৰ মধ্যৱৰ্তী অঞ্চলত ভাৰতীয় সৈন্য/অসম ৰাইফলচ-এ অমানৱীয় নৃশংস হত্যালীলাৰ দ্বাৰা ১৩ জন গাঁওৰ সাধাৰণ নীৰিহ মানুহৰ প্ৰাণ কাঢ়ি নিয়া ঘটনাৰ পিছত নাগালেণ্ড উত্তপ্ত হৈ পৰিছে। শনিবাৰে ( ৪ ডিচেম্বৰ, ২০২১) সন্ধিয়া ভাৰতীয় সৈন্যবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ১৩ জন গাঁওবাসীৰ মৃত্যু হয় উল্লেখিত অঞ্চলত।

এখন ‘পিক-আপ ভান’ত উঠি গাঁওলৈ উভতি গৈ থকা ( প্ৰাপ্ত বাতৰি অনুসৰি এটা কয়লা খনিত কাম শেষ কৰি ঘৰলৈ উভতি থকা) সাধাৰণ গাঁওবাসীৰ ওপৰত নিদাৰুণভাৱে নিৰ্বিচাৰে গুলীচালনা কৰি অসম ৰাইফলচ-এ এনে এক জঘণ্য নাৰকীয় হত্যালীলা সংঘটিত কৰে। এই অমানৱীয় ঘটনা সংঘটিত কৰাৰ পিছত ‘পিক-আপ ভান’/ট্ৰাকখনতেই মৃতদেহবোৰ পৰি থাকে।

ইতিমধ্যে সেই গাওঁলীয়া লোকসকল নিজৰ নিজৰ ঘৰলৈ উভতি নহা বাবে আৰু বহুত ঘন্টা পলম হোৱা বাবে গাঁওৰ মানুহে তেওঁলোকৰ সন্ধানত ওলাই আহে আৰু সেই বাহনখনত তেওঁলোকৰ নিথৰ, ৰক্তাক্ত দেহবোৰ উদ্ধাৰ কৰা হয়। ডিমাপুৰৰ পৰা আজি ৰাতিপুৱা পোৱা খবৰ অনুসৰি ইতিমধ্যে নিৰাপত্তা বাহিনীৰ সৈতে কোহিমাকে ধৰি বিভিন্ন স্থানত গন্ডগোল হৈছে, নিৰাপত্তা বাহিনীৰ গাড়ী জ্বলাই দিয়া হৈছে।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই ঘটনাটোৰ তীব্ৰ নিন্দা কৰি উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰি তদন্ত কৰা হব বুলি ঘোষণা কৰিছে যদিও উত্তেজনাৰ শাম কটা নাই। ‘চুমি হোহো’ৰ তৰফৰ পৰা নাগালেণ্ডত হ’বলগীয়া ‘হৰ্ণবিল উৎসৱ’ৰ পৰা তেওঁলোকৰ অংশগ্ৰহণ বাতিল কৰিছে আৰু অইনসকলেও বিভিন্ন ধৰণৰ সিদ্ধান্ত ল’ব বুলি অনুমান কৰা হৈছে।

ইয়াৰোপৰি নাগালেণ্ডৰ প্ৰস্তাৱিত শান্তি চুক্তিৰ আলোচনাৰ ক্ষেত্ৰত এই ঘটনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও অনুমান কৰা হৈছে।

Screenshot 20211205 133338 Chrome

উল্লেখযোগ্য যে ম’ন জিলাৰ বিজেপি সভাপতি ন্যাৱাং কন্যাক-এ গুলীচালনাৰ খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীলৈ ৰাওণা হৈছিল, কাৰণ তেওঁৰ গাওঁ ওটিঙৰো কেইবাজন লোকৰ মৃত্যু হোৱা বুলি তেওঁ খবৰ পাইছিল। কিন্তু তেওঁৰ গাড়ীখনত বিজেপিৰ পতাকা লাগি থকা স্বত্বেও, তেওঁৰ গাড়ীখনৰ ওপৰতো নিৰ্বিচাৰে সৈন্যবাহিনীয়ে গুলীচালনা কৰিছিল, টায়াৰ ফুটাই দিছিল, আৰু তেওঁৰ তিনিজন সহযোগী গুলীবিদ্ধ হোৱা বুলি তেওঁ প্ৰকাশ কৰিছে।

তেওঁ নিজমুখে প্ৰকাশ কৰিছে যে , ‘ আৰ্মিলোগ খুচি খুচি হামলোগকো মাৰ ৰহা থা ( “They were joyously firing at us.”) !! অৰ্থাৎ, এই হত্যালীলা আছিল শীতল মস্তিষ্কৰে কৰা নিৰ্মম হত্যাকান্ড! ম’ন জিলাৰ বিজেপি সভাপতিৰ ভাষ্য এনেধৰণৰঃ “They should have at least seen that, but instead they punctured my car’s tyres,” he said. “How will the world run if the Hindustani Army kills civilians like this?”

আজি প্ৰশ্ন উত্থাপন হৈছে, নাগালেণ্ডত ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলাৰ বাবে প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষামন্ত্ৰী, গৃহমন্ত্ৰীক তথাকথিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে জবাবদিহি কৰিব পৰা নাই কিয়?

প্ৰশ্ন উত্থাপন হৈছে, যোৰহাটত ক’লা লৰাৰ ৰহস্যজনক মৃত্যুৰ পিছত অসম পুলিচৰ বিশেষ সঞ্চালক প্ৰধান এজনে যি ‘নিউটনৰ তৃতীয় সূত্ৰ’ৰ বিষয়ে উল্লেখ কৰিছিল, সেই সূত্ৰ অনুসৰি এতিয়া নাগালেণ্ডত ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ এনে নিৰ্বিচাৰ হত্যালীলাৰ পিছত নাগাসকলে কি কৰা উচিত হ’ব?

প্ৰশ্ন উত্থাপন হৈছে, সামাজিক মাধ্যমত সৰু সৰু কথাতে তালফাল লগোৱাসকলৰ কন্ঠস্বৰ স্তব্ধ কিয়? 

[একেবাৰে ওপৰৰ ছৱিখনত নাগালেণ্ডৰ ম’নত নিহত লোককেইজনৰ কফিনবোৰ দেখুওৱা হৈছে ]

December, 2021

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Is the movie Pathaan a Game-Changer?
Opinion

Is the movie Pathaan a Game-Changer?

by Admin
February 2, 2023
0

Is the movie Pathaan a Game-Changer? H. Srikanth H. Srikanth That I am a movie buff is a fact. I...

Read more
news inscription on neon signboard hanging on street

Freedom of Expression and Media Ethics For The New World

February 2, 2023
person holding clear plastic bottle

Media and its influence on issues related to climate change

February 2, 2023
অৰুজ হাকিমি, এগৰাকী আফগান সাংবাদিকৰ জীৱনৰ সঁচা তিক্ত কাহিনী

AFGHANISTAN: More than one year of Taliban!

February 1, 2023
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
কমতাপুৰ ধ্বংস কাব্য

কমতাপুৰ ধ্বংস কাব্য

February 2, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 2, 2023
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    427 shares
    Share 171 Tweet 107
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’

    63 shares
    Share 25 Tweet 16
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    62 shares
    Share 25 Tweet 16
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    63 shares
    Share 25 Tweet 16
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    50 shares
    Share 20 Tweet 13
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: