• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

নিচাসক্ত নিগনি: এই নিগনিবোৰে হে ভাৰতক ফোপোলা কৰিছে নেকি?

কাকলি দাস

by Kakali Das
September 30, 2024
in Special Report, Justice, National, Politics
Reading Time: 3 mins read
0
Narcotic Rats: Are These Rats Emptying INDIA?
Share on FacebookShare on TwitterShare on LinkedIn

নিচাসক্ত নিগনি

কাকলি দাস

KAKALI DAS
কাকলি দাস

জৰুৰীকালীন অৱস্থাত নিৰ্মিত এখন ছবি আছিল “কিচ্ছা কুৰ্ছি কা” (১৯৭৮), যিখনত দেখুওৱা হৈছিল যে কেনেকৈ ৰাজনৈতিক নেতাসকলে মানুহৰ পেটৰ অগণিক নিগনিৰ সংখ্যা বৃদ্ধিৰ বাবে দোষাৰোপ কৰে – দেশত মানুহৰ ভোক দুৰ্নীতি আৰু ক’লা বজাৰৰ বাবে নহয়, বৰঞ্চ সকলো শস্য খাই পেলোৱা নিগনিৰ বাবেহে হয়।

নিগনিৰ বিৰুদ্ধে যুঁজিবলৈ আৰম্ভ কৰা হয় দেশজোৰা পদক্ষেপ। মানুহে নিগনি হত্যা কৰি বহু টকা উপাৰ্জন কৰিছিল যাৰ ফলত অধিক দুৰ্নীতিৰ সৃষ্টি হৈছিল।

ব্যংগ ছবিখনে সমাজ আৰু ৰাজনীতিৰ ওপৰত এক তীব্ৰ তীক্ষ্ণ ধাৰাভাষ্য আগবঢ়াইছিল – কিদৰে মানুহৰ প্ৰচন্ড ক্ষুধা আৰু দুৰ্নীতিৰ দোষ নিগনিৰ ওপৰত জাপি দিয়া হৈছিল।

কিন্তু নিগনিটোৱে এতিয়া শস্য খাই থকা নাই – এতিয়া এই নিগনিয়ে ‘নতুন ভাৰত’ত অবৈধ দ্ৰব্যও সেৱন কৰি আছে। আদালতত এই কথা কয় উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে। শেহতীয়াকৈ মথুৰা পুলিচে আদালতত কয় যে নিগনিয়ে তেওঁলোকৰ গুডামত মজুত থকা ৫৮০ কিলোগ্ৰাম গাঞ্জা খাই পেলাইছে।

 আৰক্ষীয়ে জব্দ কৰি মজুত কৰি ৰাখিছিল গাঞ্জাখিনি। ৮০ গ্ৰাম বা ৫৮০ গ্ৰাম নহয়, এয়া নিগনিয়ে খোৱা ৫৮০ কিলোগ্ৰাম।

এইটো আচৰিত কথা, কাৰণ যেতিয়া আৰিয়ান খানৰ হাতত ৫ গ্ৰাম গাঞ্জা আছে বুলি উৰাবাতৰি ওলাইছিল, তেতিয়া সেই বাতৰি ভূমিস্খলনকাৰী বাতৰি আছিল আৰু ‘গোডী মিডিয়া‘ই ৫ গ্ৰাম গাঞ্জাক কেন্দ্ৰ কৰি আৰিয়ান খান তথা শ্বাহৰুখ খানৰ ওপৰত জপিয়াই পৰিছিল। কেইবা সপ্তাহ ধৰি আমি এই খবৰটো গিলি থাকিলো যে ‘এছ আৰ কে’ৰ পুত্ৰই অবৈধ দ্ৰব্য সেৱন কৰে – পকেটত পোৱা গৈছে ৫ গ্ৰাম!

এতিয়া আকৌ এই লেখাত এইবাৰ আমি ৫৮০ কেজি অবৈধ পদাৰ্থৰ কথা কৈছো – এইবাৰ ৫৮০ কিলোগ্ৰাম গাঞ্জা সেৱন কৰা সেই নিগনিবোৰৰ কি হ’ল?

নিচাসক্ত নিগনি: এই নিগনিবোৰে হে ভাৰতক ফোপোলা কৰিছে নেকি?
আৰিয়ান খান

উল্লেখযোগ্য যে ২০২০ চনৰ মে’ মাহত মথুৰাত এখন ট্ৰাকত গাঞ্জা সৰবৰাহ কৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। এন ডি পি এছ আইন অনুসৰি তিনিওজনক গ্ৰেপ্তাৰ কৰা হয়, আৰু ইতিমধ্যে ২০০ কিলোগ্ৰাম জমা হৈ থকা গুদামত পঠোৱা হয় গাঞ্জাখিনি। আদালতৰ শুনানিৰ সময়ত মজুত গাঞ্জাৰ বিষয়ে সোধাত আৰক্ষীয়ে উত্তৰ দিছিল এতিয়া গুডামত গাঞ্জাখিনি নাই, কাৰণ নিগনিবোৰে সকলো গাঞ্জা খাই শেষ কৰিছে।

‘মাল’ জমা কৰিবলৈ আৰু নিগনিৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষী থানাত কোনো নিৰাপদ স্থান নাই।’- আদালতত এইদৰেও কয় আৰক্ষীয়ে। আৰক্ষীয়ে লগতে কয় যে নিগনিবোৰ সৰু যদিও আৰক্ষীক ভয় নকৰে। (লাহে ধীৰে হাত চাপৰি)

এই সাহসী নিগনিবোৰ কোন আৰু ক’ৰ পৰা আহিল? এই সকলোবোৰ শুনি বিচাৰকে কি বা ভাবিছে ! ন্যায়াধীশে অভিষেক যাদৱ(এছ এছ পি মথুৰা)ক নিচাসক্ত নিগনিৰ সৈতে ততালিকে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে, আদেশ দিলে যে আৰক্ষীয়ে প্ৰমাণ কৰিব লাগিব যে নিগনিয়েই ৫৮০ কেজি বা ৬০ লাখ মূল্যৰ গাঞ্জাবোৰ খাইছিল।

কিন্তু কোনে ধৰিব এই নিগনিবোৰ? এজন ‘পাইড পাইপাৰ’-এ, যিয়ে সকলো ‘ৰোডেণ্ট’ক মাতিব আৰু তাৰ পিছত সেইবোৰ পৰীক্ষা কৰা হ’ব, নহয়নে?

কিছু বছৰৰ আগতে আৰ্জেণ্টিনাতো একেধৰণৰ দৃশ্যপট দেখা গৈছিল, য’ত ৫০০ কিলোগ্ৰাম এনে পদাৰ্থ নোহোৱা হৈ গৈছিল। বুয়েনছ আয়াৰ্ছৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত পিলাৰ চহৰত আৰক্ষীৰ গুদামত ৬০০০ কিলোগ্ৰামৰ ৫৫০০ কিলোগ্ৰাম ড্ৰাগহে আছিল। আৰ্জেণ্টিনাৰ আৰক্ষীয়ে বুজাই দিছিল যে অন্তৰ্ধান হোৱা ড্ৰাগখিনি এন্দুৰে খাইছিল। 

কিন্তু ফৰেনছিক বিশেষজ্ঞৰ পৰামৰ্শ আদালতে লৈছিল, আৰু ৰোডেণ্টে যে ইমান ড্ৰাগ খোৱাটো সম্ভৱ নাছিল, তেওঁলোকেও এই কথাত সন্মতি দিছিল। দ্বিতীয়তে, এন্দুৰে ঔষধটোক খাদ্য বুলি ভুল নকৰিলেহেঁতেন, আৰু যদি এন্দুৰৰ এটা বৃহৎ দলে খালেহেঁতেন তেন্তে গুদামত বহুত মৃতদেহ পোৱা গ’লহেঁতেন – ন্যায়াধীশৰ এজন মুখপাত্ৰই কৈছিল। ফলত ৮ জন আৰ্জেণ্টিনাৰ আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় – আদালতে কৰা বিচাৰ মতে।

narco1

কিন্তু, ভাৰতত নিগনিবোৰ আন এটা স্তৰত আছে – ২০২১ চনতো উত্তৰ প্ৰদেশৰ পুলিচে ৰিপ’ৰ্ট কৰিছিল যে নিগনিয়ে ১৪০০ কাৰ্টন মদ গিলি পেলাইছিল। গোটেই লকডাউনৰ সময়ছোৱাত নিগনিবোৰ যেন ‘পাৰ্টি মুড‘ত আছিল। পিছত তদন্তত দেখা গ’ল যে মজুত কৰা ৩৫ লাখ মূল্যৰ মদ ‘এছ এইচ অ’ আৰু ‘হেড ক্লাৰ্কে’ এজন গেংষ্টাৰক বিক্ৰী কৰিছিল।

ইয়াৰ পূৰ্বে ২০১৮ চনত বাৰেলীত নিগনিয়ে আৰক্ষীয়ে জব্দ কৰা ১০০০ লিটাৰ সুৰা পান কৰিছিল। তেতিয়াও আৰক্ষীয়ে নিগনিক দোষাৰোপ কৰিছিল যদিও সেই বটলবোৰ বিক্ৰী হোৱা দেখা গৈছিল। বিহাৰত ‘ৰোডেন্টে’ ১০ লাখ সুৰাৰ বটল শেষ কৰি অভিলেখ সৃষ্টি কৰিছিল। নিগনিয়েও ৰাজ্যত বানপানীৰ সৃষ্টি কৰিছিল বুলি ২০১৭ চনত বিহাৰৰ এজন মন্ত্ৰীয়ে কৈছিল।

মন্ত্ৰীয়ে কৈছিল যে নিগনিয়ে নদীৰ মথাউৰি দুৰ্বল কৰি পেলোৱাৰ ফলত বানপানীৰ সৃষ্টি হয়। অৰ্থাৎ নিগনি কেৱল নিচাসক্ত আৰু মদ্যপায়ীয়েই নহয়, দেশৰ ভেটিও দুৰ্বল কৰি তুলিছে।

animal blur close up cute
Photo by Pixabay on Pexels.com

বহু আগতেই “কিচ্ছা কুৰ্ছি কা” চিনেমাখনত ভৱিষ্যদ্বাণী কৰা হৈছিল – নিগনি আটাইতকৈ ডাঙৰ শত্ৰু – পাহৰি যাওক ‘টুকৰে টুকৰে গেং‘ বা ‘খান মাৰ্কেট গেং‘!

আৰু এনেও লাগে যেন এই নিগনিবোৰে আৰক্ষী বা সংবাদ মাধ্যমক ভয় নকৰে – কোনে এই ‘ৰোডেন্ট’বোৰক বাধা দিব? আমি তেওঁলোকৰ সৈতে কেনেকৈ মোকাবিলা কৰিব পাৰো? আমি সচেতন নেকি?

আমি কাৰ্য্যত সক্ৰিয় নহ’লে এই নিগনিবোৰ অধিক শক্তিশালী হ’ব৷ আগতে শস্য খাইছিল, এতিয়া মদ আৰু গাঞ্জা, লগতে মথাউৰি – এই নিগনিবোৰৰ পৰৱৰ্তী লক্ষ্য আপোনাৰ সঞ্চয়!

হয় নে? সজাগ হওক!

[Images from different sources; translated to Assamese by Arabinda Rabha]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Kakali Das

Kakali Das

Related Posts

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence
Women

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

by SURAJIT BARUA
August 12, 2026
0

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence ““यत्रनार्यस्तुपूज्यन्तेरमन्तेतत्रदेवताः।”Where women are respected,...

Read moreDetails
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d