• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, June 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউ

কুমাৰ দীপক দাস

by Anjan Sarma
June 1, 2022
in Inspiration, Literature
Reading Time: 3 mins read
0
নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউ
Share on FacebookShare on TwitterShare on LinkedIn

নিৰ্মলপ্ৰভা বৰদলৈ

কুমাৰ দীপক দাস

১৯৯১ চনৰ অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত সভাপতিৰ পদত অধিষ্ঠিত হোৱা তথা অসম আন্দোলনৰ সময়চোৱাত বলিষ্ঠ আৰু সক্ৰিয় ভূমিকাৰে অৱৰ্ত্তীন হোৱা অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা ড° নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ আজি পবিত্ৰ স্মৃতি দিৱসত আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনালো ।

RelatedPosts

শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ বাংলাদেশ সংযোগ

মাধৱদেৱৰ সাহিত্যকৃতি

June 12, 2025
Ngũgĩ’s Ideas on Language: Relevant Here and Now

Ngũgĩ’s Ideas on Language: Relevant Here and Now

June 11, 2025
ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

June 7, 2025

‘সূদীৰ্ঘ দিন আৰু ঋতু’ শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থখন বঙালী, পঞ্জাবী, হিন্দী আৰু ওড়িয়া ভাষাকে ধৰি বহুকেইটা ভাৰতীয় ভাষালৈ অনূদিত হৈছে।

তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গীতত ঊষা মংগেশকাৰ, ড॰ ভূপেন হাজৰিকা, উদিত নাৰায়ণ, দীপালী বৰঠাকুৰ, জুবিন গাৰ্গ আদিকে ধৰি অনেক অসমীয়া-অনাঅসমীয়া বহু ন-পুৰণি শিল্পীয়ে কণ্ঠদান কৰিছিল।

‘সোণৰ খাৰু নেলাগে মোক’, ‘কি নাম দি মাতিম’, ‘জোনবাই এ বেজী এটি দে’, ‘আগলি বতাহে কপালে কলৰে পাত’ আদি তেওঁৰ কেইটামান চিৰসেউজীয়া জনপ্ৰিয় গীত।

মননশীল আৰু তাত্ত্বিক দিশত চহকী তেওঁ ৰচনা কৰা শিৱ, দেৱী আৰু সূৰ্য নামৰ গ্ৰন্থকেইখনক ড॰ মুকুন্দমাধৱ শৰ্মাদেৱে ‘গ্ৰন্থৰত্নত্ৰয়ী’ আখ্যা দিছিল । ‘নীলা বাইদেউ’ ছদ্মনামেৰেও বৌদ্ধিক সমাজত তেখেত প্ৰসিদ্ধ আছিল ।

নিৰ্মলপ্ৰভা বৰদলৈ


তেখেতৰ বিভিন্ন ৰচনা সমুহ :

অসমৰ লোক-সংস্কৃতি
কবিতাৰ কথা
অসমৰ লোক কবিতা
সাহিত্য আৰু সংস্কৃতি
কবিতা দেশী-বিদেশী
আধুনিক কবিতা
অসমীয়া চুটি গল্প
কবিতা আৰু প্ৰকৃতি
কাৰ্বি সমাজ সংস্কৃতিৰ এচেৰেঙা
ৰবীন্দ্ৰনাথৰ গীত আৰু কবিতা
স্বাধীনতা সংগ্ৰমাৰ গীত-মাত আৰু কথা
বৰগীতৰ কথা
যাত্ৰা আৰু অংকীয়া ভাওনা
দেৱী
শিৱ
সূৰ্য্য
গোপন বাসনা আৰু ৰাতিসেৱা।
#
বন ফৰিঙৰ ৰং
সমীপেষু
দিনৰ পাছত দিন
অন্তৰংগ
সুদীৰ্ঘ দিন আৰু ঋতু
অমিতাভ শব্দ
শব্দৰ ইপাৰে শব্দৰ সিপাৰে
নিৰ্মল প্ৰভা বৰদলৈৰ নিৰ্বাচিত কবিতা
বন্দুকোঁকী আৱাজ চে সুবহ হোতী হেই কিয়া
বসন্তৰ এদিন


# সম্পাদিত ৰচনা সমুহ


কবিতা মঞ্জৰি
এশ বছৰৰ অসমীয়া কবিতা
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিত আৰ্য্যভিন্ন উপাদান
পাঞ্চালী
বিবাহ।
কণিকা (শিশু আলোচনী, সম্পাদিকা)


# গানৰ সংকলন


সোনবৰণী আই
সূৰুজমখী
ফুলৰ এই মেলাতে।


# উপন্যাস


জলপদ্ম
শিশুৰ সাহিত্য
চিল চিল চিলা বগী চিলমিলা
অসমীয়া ওমলা গীত
কথা চৰিত্সাগৰ
সুৱদী মাত
শিশু গীতি-নাট্য সংকলন
শালিকী ৰটৌ টৌ
মন উৰণীয়া
মানুহ (১০টা খণ্ডৰ)
সেউজী সেউজী (নাট সংকলন)
হাঁয় নাৰিকল পিঠা
জিকিমিকিৰ কথা
এনেহেন মৰমৰ দেশ
ৰজা
বন্ধু
গছে গছে পাতি দিলে ফুলৰে শৰাই।


# নাটক, কাব্য নাটক, সংগীতালেখ্য


মেঘদুত (কাব্যনাট)
ওৰণী (নৃত্য-নাটিকা)
তৃতীয় অংক(নাটক)
অগ্নিগৰ্ভা (নাটক)
বেউলা (নৃত্য-নাটিকা)
ফুলকোঁৱৰ (সংগীতালেখ্য)
মহাকাল (পূৰ্ণাংগ নাটক)
সোণবৰণী আই (নাটক)
পুতলা নাচ (নাট)
মেগমল্লাৰ
বিহুৰে বিৰিণাৰ পাত
ৰাগ বসন্ত
বুকুৰ আপোন আই (নৃত্য-নাটিকা)
কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ
চন্দ্ৰ কুমাৰ আগৰৱালা
অসমৰ জনজাতীয় গীত-মাত
মাজুলী
আই (নৃত্য-নাটিকা)
ৰঙালী
ভোগালী


# আত্মজীৱনী


জীৱন জীৱন বৰ অনুপম


# অনুবাদ সাহিত্য


তুলসী দাস
মীৰাবাঈ
বিন্দু আৰু সিন্ধু
আমাৰ লাগতিয়াল গছ-গছনি
এছিয়াৰ সাধু
উৰিষ্যাৰ লোক-সংস্কৃতি
অমৰত্বৰ আভাস (ছোভিয়েট কবিতা)
তাও তে চিং (চীনৰ কবিতা)
নামঘোষা (অসমীয়াৰ পৰা বঙালীলৈ)
ডাকঘৰ (বঙালী নাট)
শব্দৰ আকাশ (উৰিয়া কবিতা)
শুভ বাৰ্তা (বাইবেলৰ পৰা)
প্ৰাৰ্থনা ( বাইবেলৰ পৰা)
আলা মেলুৰ হুতাহ
সিংহ পোৱালিয়ে গুজৰিবলৈ শিকিলে
ময়ূৰৰ পাখিত থকা চকু
ৰাণী লক্ষ্মীবাঈ


শেষত বাইদেউলৈ পুনৰবাৰ জনালো আমাৰ সশ্ৰদ্ধ প্ৰণিপাত ।

01-06-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ বাংলাদেশ সংযোগ
Inspiration

মাধৱদেৱৰ সাহিত্যকৃতি

by Monoswini Sarmah
June 12, 2025
0

মাধৱদেৱৰ সাহিত্যকৃতি মনস্বিনী শৰ্মা  মনস্বিনী শৰ্মা   গুৰু ভক্তিৰে প্ৰসিদ্ধ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য মহাপুৰুষ মাধৱদেৱ। মাধৱদেৱ বৈৰাগী আছিল...

Read moreDetails
Ngũgĩ’s Ideas on Language: Relevant Here and Now

Ngũgĩ’s Ideas on Language: Relevant Here and Now

June 11, 2025
ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

June 7, 2025
কথা সাহিত্য বঁটা ২০২৫ : উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ মনোজ্ঞ ভাষণ 

কথা সাহিত্য বঁটা ২০২৫ : উপাচাৰ্য অধ্যাপক ধনপতি ডেকাৰ মনোজ্ঞ ভাষণ 

June 4, 2025
diya oil lamp

Ema Sanathoi was a true guardian

June 4, 2025
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 30, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
icebergs floating in the water near a body of water

Greenland Ice Sheet Melted 17 Times Faster During May Heatwave

June 13, 2025
A “Nice Wake-Up Call” for Plastics Pollution Treaty

A “Nice Wake-Up Call” for Plastics Pollution Treaty

June 13, 2025
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

June 12, 2025
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

Air India Dreamliner Crash in Ahmedabad Claims Over 290 Lives

June 12, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11906 shares
    Share 4762 Tweet 2976
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1377 shares
    Share 551 Tweet 344
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2859 shares
    Share 1144 Tweet 715
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7218 shares
    Share 2887 Tweet 1805
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5507 shares
    Share 2203 Tweet 1377
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3058 shares
    Share 1223 Tweet 765
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    867 shares
    Share 347 Tweet 217
  • ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

    177 shares
    Share 71 Tweet 44
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    170 shares
    Share 68 Tweet 43
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3150 shares
    Share 1260 Tweet 788
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d