• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

পইতা পালমৰা নহয়, বৰং পুষ্টিকৰ খাদ্য

ASSAMESE SECTION / Food / Health

by Editor
June 15, 2025
in ASSAMESE SECTION, Health, Health
Reading Time: 2 mins read
0
পইতা পালমৰা নহয়, বৰং পুষ্টিকৰ খাদ্য
Share on FacebookShare on TwitterShare on LinkedIn

পইতা পালমৰা নহয়, বৰং পুষ্টিকৰ খাদ্য

ডাঃ মনোজ শইকীয়া

Dr Monoj Saikia
ডাঃ মনোজ শইকীয়া

আমাৰ খাদ্যৰ তিনিটা প্ৰধান ভাগ আছে (১) সাত্বিক (২) ৰাজসিক (৩) তামসিক।

পইতা ভাত তামসিক আহাৰৰ অন্তৰ্গত বুলি ধৰা হয়। তাৰোপৰি পইতা ভাত খালে সহজে হজম হয় বাবে খোৱাৰ এঘন্টামানৰ পিছতে ভোক লাগে ।

কৰ্মব্যস্ত মানুহে , বিশেষকৈ কৃষি কৰ্মত ব্যস্ত মানুহে সময় অভাৱৰ হেতু কৰ্কৰা ভাতকে খাই ততাতৈয়াকৈ খেতি পথাৰলৈ ঢাপলি মেলে।

পইতা পালমৰা নহয়, বৰং পুষ্টিকৰ খাদ্য

সেয়েহে অসমীয়াত এটা অৰ্থপূৰ্ণ ফকৰা যোজনা আছে।  “ পইতা পালমৰা , কৰ্কৰা লৰ মৰা তপত, দিনটোলৈ শকত “।

 গৰমৰ দিনত পইতা ভাত আৰু বেহুৱা অকনমান পালে বৰ তৃপ্তিৰে খাব পাৰি। বহুতে পইতা ভাত খাই ভাল পায় যদিও প্ৰকাশ্যে কবলৈ লাজ পায়। বহাগ বিহুত চেৰা বিহুৰ দিনা পইতা ভাত অলপ খোৱাৰ নিয়মটো আমাৰ সমাজত এতিয়াও বৰ্ত্তি আছে।

“পঁইতা ভাতক নামনি অসমত ‘পান্তা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত বুলি কয়। ইংৰাজীত ইয়াক সাধাৰণতে কোজি ৰাইচ বুলি কোৱা হয়। এইবিধ ভাতক পশ্চিম বংগত ‘পান্তা’ ভাত, তামিলনাডুত পৰইয় চৰু, কেৰেলাত পৰম কঞ্জি, ছত্তীছগড়ত পখাল ভাত আৰু উৰিষ্যাত পখাল (পখালঅ) বুলি কয়। এচিয়াৰ বহুকেইখন দেশত ইয়াক ‘চুইট ডেজাৰ্ট’ হিচাপেও ব্যৱহাৰ কৰা হয়। দাক্ষিণাত্যৰ ৰাজ্যসমূহত টেঙা ভাতৰ লগত দৈ আৰু চেনি মিহলাই একপ্ৰকাৰৰ খাদ্য দ্ৰব্য প্ৰস্তুত কৰা হয় আৰু এইবিধ খাদ্য তেওঁলোকৰ মাজত যথেষ্ট জনপ্ৰিয়। চীনত দেশত ইয়াক ‘জিউ নিয়াং’ নামেৰে জনা যায়।”

পইতা ভাতৰ কিছুমান উপকাৰীতা আছে আৰু ইয়াক তলত উল্লেখ কৰা হল। অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পইতা ভাতৰ ওপৰত চলোৱা পৰীক্ষাত পোৱা তথ্যসমূহ তলত অধিক বিশ্লেষণ কৰি দেখুওৱা হল:

(১) প্ৰতি ১০০ গ্ৰাম পইতা ভাতত ৩০৩ মিলিগ্ৰাম চদিয়াম থকাৰ বিপৰীতে ১০০ গ্ৰাম গৰম ভাতত থাকে ৪৭৫ মিলিগ্ৰাম। সেয়েহে চাবলৈ গলে উচ্চ ৰক্তচাপ থকা , ভৰিফুলা, হৃদৰোগীৰ বাবে পইতা ভাত উপকাৰী।

 (২) প্ৰতি ১০০ গ্ৰাম পইতা ভাতত ৮৫০ মিলি গ্ৰাম কেলচিয়াম থকাৰ বিপৰীতে গৰম ভাতত থাকে ২১ মিলি গ্ৰাম‌। সেয়েহে কেলচিয়াম কম থকা ব্যক্তিৰ কাৰণে পইতা ভাত উপকাৰী।

(৩) প্ৰতি ১০০ গ্ৰাম পইতা ভাতত ৭৩’৯১ মিলি গ্ৰাম আইৰণ থকাৰ বিপৰীতে গৰম ভাতত থাকে ৩’৪ মিলি গ্ৰাম। সেয়েহে ৰক্তহীনতা ব্যক্তিৰ কাৰণে পইতা ভাত উপকাৰী।

(৪) প্ৰতি১০০ গ্ৰাম পইতা ভাতত পটেচিয়াম থাকে ৮৩৯ মিলি গ্ৰাম ।

(৫) সেইদৰে পইতা ভাতত ভিটামিন বি-৬ আৰু বি-১২ পোৱা যায়।

আমেৰিকান নিউট্ৰিচন এচোচিয়েচনৰ মতে পইতা ভাত খালে অগ্নাশয়ৰ পৰা এমাইলেছ, পেংক্ৰিয়েটিন ৰসৰ উপৰিও এনজাইম অধিক পৰিমাণে নিসৰণ হয় বাবে ভালদৰে পইতা ভাত হজম আৰু বিপাক হয়।

গতিকে পইতা ভাত খোৱা ব্যক্তিৰ পেটৰ গণ্ডগোল কমকৈ হয়। তাৰোপৰি পইতা ভাত খোৱা ব্যক্তিৰ পেটত চৰ্বি সঞ্চিত নহয় বাবে পেটুৱা নহয়।

পইতা ভাতত স্বাস্থ্যৰ কাৰণে উপকাৰী কিছুমান বেক্টেৰিয়া উৎপন্ন হয় বাবে কম পৰিমাণে ফাৰ্মেন্টেছন  হয়। সেয়েহে পইতা ভাত খালে সামান্য টোপনি ভাৱ আহে আৰু শৰীৰটো ঠাণ্ডা হৈ থাকে।

অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পইতা ভাতৰ ওপৰত চলোৱা পৰীক্ষাত পোৱা তথ্য মতে:

“ভাতক পানীত তিয়াই থ’লে তাত বহুতো উপকাৰী বেক্টেৰিয়া সংশ্লেষিত হয়। তদুপৰি লেক্টিক এচিডআৰু ভিটামিন-‘বি’ উৎপন্ন হয়।
পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰ পেটৰ আন ৰোগ দূৰ কৰাতো সহায়ক হয়।
পঁইতা ভাত ছাল গঠনৰ প্ৰাথমিক প্ৰোটিন কোলাজন তৈয়াৰ কৰাত সহায়ক। কোলাজনে ছালৰ সংকোচন, সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে। পঁইতা ভাতে ভিটামিন-‘ই’ সংশ্লেষণেৰে ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে।
ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
পঁইতা ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়োটিকৰ কাম কৰে আৰু আন খাদ্য অৱশোষণত সহায় কৰে। ই সহজে হজম হোৱা খাদ্য বাবে লিভাৰক সকাহ দিয়ে। দৈনন্দিত বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা অক্সিডেণ্টবোৰক নিষ্কাশন কৰাত সহায় কৰে।”
পইতা পালমৰা নহয়, বৰং পুষ্টিকৰ খাদ্য

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: পইতা
Editor

Editor

Related Posts

Tofu: The Humble Champion of Protein
food

Tofu: The Humble Champion of Protein

by Rituraj Phukan
September 10, 2026
0

Tofu: The Humble Champion of Protein RITURAJ PHUKAN “Tofu has beaten 19 other popular protein sources in a new scientific...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
Mahabahu – Special Issue

অৰুনোদইৰ আঁত ধৰি

August 23, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 10, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 10, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d