• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, June 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ‘হত্যা’ৰ চেষ্টাৰে গুলীচালনা 

মোহন খাউণ্ড

by Admin
November 3, 2022
in News, World
Reading Time: 2 mins read
0
fashion man people face

Photo by Jawad Ali Photography on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

ইমৰাণ খানক ‘হত্যা’ৰ চেষ্টাৰে গুলীচালনা

মোহন খাউণ্ড 

Imran2

৩ ​​নৱেম্বৰ : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ চৰকাৰ বিৰোধী প্ৰতিবাদী কনভয়টো আক্ৰমণৰ বলি হোৱাৰ ফলত তেওঁৰ সহায়কসকলে সেয়া স্পষ্টভাবে হত্যাৰ চেষ্টা বুলি কয়।

এপ্ৰিল মাহত সংসদীয় আস্থা ভোটত প্ৰধানমন্ত্ৰী পদৰ পৰা বিতাৰিত হোৱা খানে আৰম্ভ কৰা ইছলামবাদ অভিমুখী প্ৰতিবাদী শোভাযাত্ৰাটোৰ ছয় দিন বাকী আছিল, আৰু তেওঁ কণ্টেইনাৰ ট্ৰাকৰ চাদৰ পৰা থিয় হৈ হাজাৰ হাজাৰ উল্লাসিত সমৰ্থকক হাত জোকাৰিছিল।

RelatedPosts

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
Muslim women’s double whammy: Systemic repression and toxic Islamophobia  

মুছলমান মহিলা যাঁতত পিষ্ট: ব্যৱস্থাগত দমন আৰু বিষাক্ত ইছলামোফ’বিয়াত!

June 2, 2023
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 2, 2023

সেই সময়তেই গুলীৰ শব্দ শুনা গৈছিল।

ৰাজধানীৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ (১২০ মাইল) দূৰত্বত অৱস্থিত ৱাজিৰাবাদত সংঘটিত হোৱা এই আক্ৰমণত তেওঁৰ কনভয়ৰ কেইবাজনো আহত হয়।

পাকিস্তানৰ তথ্য মন্ত্ৰী মৰিয়ম ঔৰংজেবে কয় যে এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) দলৰ মুখপাত্ৰ ফাৱাদ চৌধৰীয়ে সংবাদ মাধ্যমক জনায় যে, “এয়া স্পষ্টভাবে হত্যাৰ চেষ্টা আছিল। খানক গুলীৰে আঘাত কৰা হৈছিল যদিও তেওঁ এতিয়া সুস্থিৰ। তেওঁৰ দেহৰ পৰা বহুত তেজ ওলাইছিল।”

‘শ্বুটাৰ’জনক যদি তাত থকা মানুহে স্তব্ধ কৰি নিদিলেহেঁতেন তেন্তে সমগ্ৰ ‘পিটিআই’ নেতৃত্বক পৃথিৱীৰ বক্ষৰ পৰা মচি পেলোৱা ঘটনা সংঘটিত হ’লহেঁতেন।’

এক বিবৃতিত পাকিস্তানৰ সেনাই এই গুলীচালনাক “অতি নিন্দনীয়” বুলি অভিহিত কৰিছে। ৭০ বছৰীয়া খানে তেওঁক ক্ষমতাৰ পৰা উৎখাত কৰাৰ পৰিকল্পনাক পাকিস্তানৰ সেনাই সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

যোৱা সপ্তাহত সেনাই সংবাদমেল অনুষ্ঠিত কৰি এই দাবী অস্বীকাৰ কৰিছিল।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ‘হত্যা’ৰ চেষ্টাৰে গুলীচালনা
ইমৰাণ খান

প্ৰত্যক্ষদৰ্শী কাজ্জাফি বাটে সংবাদ মাধ্যমক জনায় যে, ‘মই গুলীৰ গুলীৰ শব্দ শুনিলোঁ, তাৰ পিছত মই ইমৰাণ খান আৰু তেওঁৰ সহায়কসকলক ট্ৰাকখনৰ ওপৰত পৰি থকা দেখিলোঁ। পিছত এজন বন্দুকধাৰীয়ে এটাও গুলী চলাইছিল যদিও খানৰ দলৰ এজন কৰ্মীয়ে কৰায়ত্ব কৰিছিল।’

একাধিক চেনেলৰ দ্বাৰা উত্থাপিত গুলীচালনাৰ কথিত ফুটেজত সভাত উপস্থিত থকা লোকসকলৰ এজনে পিছফালৰ পৰা হেণ্ডগান লৈ এজন লোকক ধৰি লৈ যায়। তাৰ পিছত তেওঁ পলাবলৈ চেষ্টা কৰে।

টিভি চেনেলত দেখা গৈছিল এজন সন্দেহযুক্ত গুলীচালনাকাৰী, যিজনৰ বয়স বিশ-ত্ৰিশ বছৰীয়া যেন লাগিছিল। খানক হত্যা কৰিব বিচাৰিছিল আৰু তেওঁ অভিনয় কৰিছিল বুলিও কয়।

ভিডিঅ’টোত সন্দেহজনক লোকজনে কয় যে তেওঁ (খানে) ৰাইজক বিপথে পৰিচালিত কৰিছিল, আৰু মই সহ্য কৰিব পৰা নাছিলো। তথ্য মন্ত্ৰীগৰাকীয়ে এই ফুটেজটো আৰক্ষীয়ে ৰেকৰ্ড কৰা বুলি নিশ্চিত কৰে।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ‘হত্যা’ৰ চেষ্টাৰে গুলীচালনা

এই আক্ৰমণৰ অভিযোগত এতিয়াও কাৰো বিৰুদ্ধে অভিযোগ উত্থাপন হোৱা নাই।

পাকিস্তানৰ নিৰ্বাচনী আয়োগে অবৈধভাৱে ৰাজ্যিক উপহাৰ বিক্ৰী কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত ইমৰান খান – যিজনে অস্বীকাৰ কৰিছিল – তেওঁ প্ৰতিদ্বন্দ্বী শ্বেহবাজ শ্বৰীফৰ চৰকাৰ উফৰাই দিয়াৰ অভিযানত ইছলামবাদলৈ যোৱাৰ পথত বৃহৎ জনসমাগমক চাবুকেৰে কোবাইছিল বুলি! 

শ্বৰীফে এই গুলীচালনাক গৰিহণা দি তৎকালীন তদন্তৰ নিৰ্দেশ দিয়ে।

03-11-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”
Women

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

by Admin
June 2, 2023
0

Yalda Ali OROOJ HAKIMI Orooj Hakimi OROOJ HAKIMI With YALDA ALI For Mahabahu Yalda Ali, 26, Bachelor of Laws faculty,...

Read more
Muslim women’s double whammy: Systemic repression and toxic Islamophobia  

মুছলমান মহিলা যাঁতত পিষ্ট: ব্যৱস্থাগত দমন আৰু বিষাক্ত ইছলামোফ’বিয়াত!

June 2, 2023
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 2, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 2, 2023
close up photo of lighted cigarette stick

ই – চিগাৰেট : এক ফেশ্বন

June 2, 2023
The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

June 2, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
Muslim women’s double whammy: Systemic repression and toxic Islamophobia  

মুছলমান মহিলা যাঁতত পিষ্ট: ব্যৱস্থাগত দমন আৰু বিষাক্ত ইছলামোফ’বিয়াত!

June 2, 2023
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 2, 2023
Being a Teacher: What It Means

Being a Teacher: What It Means

June 2, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    659 shares
    Share 264 Tweet 165
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    596 shares
    Share 238 Tweet 149
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    530 shares
    Share 212 Tweet 133
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    401 shares
    Share 160 Tweet 100
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    222 shares
    Share 89 Tweet 56
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: