• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

পি•আই•ডি• বা ‘পৰিপ্লুত যোনিব্যাপদ’

ডাঃ উম্মে বিলকিছ আহমেদ

by Anjan Sarma
May 28, 2023
in Women, Health, Special Report
Reading Time: 5 mins read
0
পি•আই•ডি• বা ‘পৰিপ্লুত যোনিব্যাপদ’
Share on FacebookShare on TwitterShare on LinkedIn

পি•আই•ডি• বা ‘পৰিপ্লুত যোনিব্যাপদ'(পেলভিক ইনফ্লেমটৰি ডিজিজ)

ডাঃ উম্মে বিলকিছ আহমেদ 

Screenshot 20230528 122406
ডাঃ উম্মে বিলকিছ আহমেদ

ই এক মহিলাৰ প্ৰজনন অংগৰ ৰোগ, বিশেষকৈ ফেলোপিয়ান টিউব, জৰায়ু আৰু ডিম্বাশয়ত হোৱা পৰিলক্ষিত হয়।

PID এক বিশেষ ধৰণৰ ইন্ফেক্চন্ য’ত বেমাৰ টো তলৰ প্ৰজনন অংগৰ (vagina) পৰা আৰম্ভ হৈ উপৰলৈকে বিয়পি যায় (ascending infection) বা তেজৰ ইন্ফেক্চন্ (blood borne infection) ৰ পৰা হয়। 

ৰোগৰ কাৰণ সমূহ হৈছে –  
    সাধাৰণতে আমাৰ শৰীৰত কিছুমান নেচাৰেল ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা (vaginal acidic pH, alkaline plug of mucus in cervical canal, ciliary movement of endometrial lining) থাকে যাৰ ফলত vagina ৰ পৰা বীজাণু সমুহ উপৰলৈকে বিয়পি যাব নোৱাৰে।

RelatedPosts

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 8, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026

পূৰ্ণ hymen (intact hymen) য়ে এই ৰোগ হোৱাত বাধা দিয়ে। গতিকে যদি কোনো কুমাৰী ছোৱালী PID ৰোগৰ দ্বাৰা আক্ৰান্ত হয়, সেইটো সাধাৰণতে যক্ষ্মা ৰোগৰ বীজাণুৰ (Tubercular) দ্বাৰা হয় (blood borne)। 

মাহেকীয়া ৰক্তস্ৰাৱৰ সময়ত, গৰ্ভপাত আৰু প্ৰসৱৰ পাছত প্ৰজনন অংগৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়।


১. ৮৫% যৌন সংক্ৰামক বেক্টেৰিয়াৰ দ্বাৰা হয়, যেনেকৈ – – Neisseria gonorrhoeae, Chlamydia trachomatis.
২. ১৫% বেলেগ বীজাণুৰ কাৰণত হোৱা দেখা যায়, যেনেকৈ Mycoplasma genitalium, Tubercular.
৩. Intra uterine contraceptive device (CuT etc) যদি ভালদৰে নিৰ্বীজাণুকৰণ অৱস্থাত লগোৱা নহয় বা vaginal ইন্ফেক্চন্ থকা অৱস্থাত লগোৱা হয়। Home Delivery আৰু  criminal abortion ইয়াৰ অন্যতম কাৰণ। 


এই ৰোগ সাধাৰণতে (১৫-২৫) বয়সৰ মহিলাৰ হোৱা দেখা যায়। 

পি•আই•ডি• বা 'পৰিপ্লুত যোনিব্যাপদ'


ৰোগৰ লক্ষণ সমূহ-


১. তলপেটৰ বিষ

২. বগাস্ৰাৱ (vaginal discharge)

৩. সহবাসৰ সময়ত বিষ অনুভৱ কৰা ( dyspaerunia)

৪. অস্বাভাৱিক ঋতুস্ৰাৱ (abnormal vaginal bleeding)

৫. Acute অৱস্থাত জ্বৰ, বমি, গাৰ বিষ ইত্যাদি।

৬. মু্ত্ৰ বিসৰ্জনৰ সময়ত বিষ অনুভৱ কৰা

৭. কেতিয়াবা loose motion হোৱাও পৰিলক্ষিত হয়।

পি•আই•ডি• বা 'পৰিপ্লুত যোনিব্যাপদ'


 কেতবোৰ কাৰণ –


১. একাধিক লোকৰ সৈতে যৌণ সম্পৰ্ক।

২. এবাৰ এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে, পুনৰবাৰ হোৱাৰ সম্ভাৱনা থাকে।

৩. Intrauterine device, home delivery, criminal abortion, ill health.

ৰোগ নিৰ্ণয় (Diagnosis) — PID  ৰোগ নিৰ্ণয় কৰা হয় ৰোগীয়ে দিয়া ৰোগৰ বৰ্ণনাৰ পৰা, আৰু লগতে pelvic examination ৰ দ্বাৰা। এই ৰোগৰ diagnosis পোনপ্ৰথমে Clinical examination ৰ দ্বাৰাই কৰা হয়, পাছত কিছুমান পৰীক্ষা কৰিবলৈ দিয়া হয়, যেনেকৈ তলপেটৰ USG, cervical /vaginal discharge ৰ microscopical examination আৰু culture, PAP smear, তেজৰ ৰুটিন পৰীক্ষা, পেছাৱাৰ পৰীক্ষা আৰু লগতে sexually transmitted disease ৰ ৰক্ত পৰীক্ষা।

পি•আই•ডি• বা 'পৰিপ্লুত যোনিব্যাপদ'


চিকিৎসা – 


এইবাৰ আহক আমি PIDৰ চিকিৎসা সম্পৰ্কে চমু আভাস লওঁ।

PIDৰ চিকিৎসাৰ কাৰণে কোৱা আছে “over antibiotic therapy is better than undertreatment.” কাৰণ এই ৰোগৰ Complications বৰ গুৰুতৰ।

যদি সঠিক চিকিৎসা কৰা নহয় এই ৰোগে তলত উল্লেখ কৰা ধৰণৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে –

 ১. তলপেটত সদায় বিষ অনুভৱ কৰা (chronic Pelvic pain) (due to inflammation, scarring and adhesion from infection process)

২. Ectopic pregnancy


৩. Infertility


গতিকে ইয়াৰ চিকিৎসাৰ কাৰণে কেইবাবিধো antibiotics একেলগে prescribe কৰা হয়। মই মহিলা সকলক অনুৰোধ জনাইছো আপোনালোক যদি PID ৰোগত আক্ৰান্ত হৈ আছে সোনকালে কোনোবা স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈকে যাওঁক আৰু দৰবৰ কোৰ্চ সম্পূৰ্ণকৈ কৰক। বিশেষকৈ antibiotics বোৰ আধাখিনি খাই এৰি নথব।


পৰম্পৰাগত চিকিৎসাৰ লগতে আয়ুৰ্বেদিক চিকিৎসাৰ ডাঙৰ ভূমিকা এটা আছে। PID ৰ আনুসংগিক লক্ষণ আৰু উপসৰ্গবোৰ আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা উপশম কৰিব পাৰি।

পি•আই•ডি• বা 'পৰিপ্লুত যোনিব্যাপদ'


সাৱধানতা –


১. যৌন শিক্ষা

২. নিৰাপদ যৌনক্ৰিয়া(reducing the number of sexual partners, use of a condom.)

৩. কমেও ১৬ বছৰলৈ বা তাতোকৈ অধিক বয়স পৰ্যন্ত যৌনকাৰ্যত লিপ্ত নোহোৱাকৈ থকা।

৪. সংক্ৰমিত হোৱাৰ পিছত পুৰুষ সঙ্গীজনৰো পৰীক্ষা কৰোৱা ( অন্যথাই ই বিয়পি থাকিব)। 
    আহকচোন আমি সকলোৱে সচেতন হওঁ আৰু এখোজ আগবাঢ়ি যাওঁ আমাৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে।


(*ডাঃ উম্মে বিলকিছ আহমেদ, MS(Ay) প্ৰসুতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: PIDপেলভিক ইনফ্লেমটৰি ডিজিজ
Anjan Sarma

Anjan Sarma

Related Posts

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?
Health

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

by Dr. MUKUL SARMA
March 8, 2026
0

কোষ্ঠকাঠিন্য- এটি ৰোগ নে? ডা. মুকুল শৰ্মা কিছুমান স্বাস্থ্য সমস্যা প্ৰত্যক্ষ ভাবে আমাৰ জীৱনশৈলী আৰু খাদ্যাভাসৰ লগত জড়িত। এই সমস্যাবিলাকৰ...

Read moreDetails
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 8, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
WOMEN: BE IN LOVE WITH YOURSELF

WOMEN: BE IN LOVE WITH YOURSELF

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28373 shares
    Share 11349 Tweet 7093
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11354 shares
    Share 4542 Tweet 2839
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    79 shares
    Share 32 Tweet 20
  • Hundreds of Food Paradoxes : One best solution

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d