• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Education

পীয়েৰ টিউটৰিং

পৰেশ বৈশ্য

by Anjan Sarma
July 17, 2023
in Education
Reading Time: 3 mins read
0
পীয়েৰ টিউটৰিং
Share on FacebookShare on TwitterShare on LinkedIn

পীয়েৰ টিউটৰিং

পৰেশ বৈশ্য

Paresh Baishya
পৰেশ বৈশ্য

বিশ্বৰ শিক্ষা প্ৰণালীত ‘ Peer Tutoring ‘ নামৰ এক শিক্ষণ( Teaching) পদ্ধতিয়ে  বিশেষ গুৰুত্ব পাইছে ।  

পীয়েৰ টিউটৰিঙক অসমীয়াত ‘ সমনীয়া শিক্ষকৰ শিক্ষাদান‘  বুলি ক’ব পাৰি।

পীয়েৰ টিউটৰিঙ হ’ল প্ৰকৃতাৰ্থত ছাত্ৰৰ দ্বাৰা ছাত্ৰক পাঠদান। বিশেষকৈ একে শ্ৰেণীৰ ওজা ছাত্ৰৰ দ্বাৰা আন ছাত্ৰক পাঠদান বা তলৰ শ্ৰেণীৰ ছাত্ৰক তেওঁতকৈ ওপৰৰ শ্ৰেণীৰ ছাত্ৰৰ দ্বাৰা পাঠদান বা এজন বয়সত জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা কম বয়সৰ ছাত্ৰক কৰা পাঠদান প্ৰক্ৰিয়া। পীয়েৰ টিউটৰিঙ বিশেষকৈ বিদ্যালয় শিক্ষাৰ ৰূপান্তৰৰ এক ফলপ্ৰসূ শৈক্ষিক প্ৰক্ৰিয়া হিচাপে স্বীকৃত হৈছে।

পীয়েৰ টিউটৰিঙ যে কেৱল বিদ্যালয় পৰ্যায়ৰ শিক্ষাতেই প্ৰয়োগ কৰিব এনে নহয়, ই বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাতো প্ৰয়োগ হৈছে।  Peer Tutoring অভিধাটো প্ৰথমতে আনিছিল ১৯৭০ চনত নিউয়ৰ্কৰ কেন্নিথ ব্ৰুফে নামৰ এগৰাকী শিক্ষাবিদে। তেওঁ আছিল নিউয়ৰ্ক ব্ৰুকলেন কলেজৰ অধ্যাপক।

বিশ্বৰ আন দেশবোৰৰ লগতে অতি সম্প্ৰতি জাৰ্মানী বিশ্ববিদ্যালয়বোৰত পীয়েৰ টিউটৰিঙ ব্যৱস্থাই অধিক জনপ্ৰিয়তা লাভ কৰিছে। পশ্চিমীয়া দেশবোৰতো পীয়েৰ টিউটৰিঙে অধিক জনপ্ৰিয় লাভ কৰিছে।

        আমাৰ দেশতো সমনীয়া শিক্ষকৰ দ্বাৰা শিকোৱা ব্যৱস্থাই অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ লৈছে। অতি সম্প্ৰতি বলবৎ হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ তো পীয়েৰ টিউটৰিঙ ব্যৱস্থাক অধিক গুৰুত্ব দিয়া হৈছে। ” To teach is to learn twice ” শীৰ্ষক আপ্তবাক্য শাৰীৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিত পীয়েৰ টিউটৰিঙ ব্যৱস্থাক বিশেষকৈ বিদ্যালয় পৰ্যায়ৰ শিক্ষাত  প্ৰয়োগ কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

ৰাষ্ট্ৰীয় শিক্ষা নীতিত কৈছে: ” To address the scale of learning crisis, all viable methods will be explored to support teachers in this all-important mission. Studies around the world show one-on-one peer tutoring to be extremely effective for learning – not just for the learner, but also for the tutor.Thus Peer tutoring can be taken up as a voluntary and joyful activity for fellow students under the supervision of trained teachers and by taking due care of safety aspects.

পীয়েৰ টিউটৰিং

“ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মতে বিদ্যালয় শিক্ষাৰ প্ৰাথমিক বা মাধ্যমিক পৰ্যায়ত এই ব্যৱস্থাই ইস্পিত ফল দিব পাৰে। প্ৰাথমিক স্তৰত বুনিয়াদী সাক্ষৰতা,সংখ্যাজ্ঞান আৰু ভাষাজ্ঞানৰ অৰ্হতা অৰ্জনত পীয়েৰ টিউটৰিঙ সহায়ক হ’ব।

     সমনীয়া শিক্ষকৰ শিক্ষাদান ব্যৱস্থাক কোনো কাৰণতেই শিক্ষকৰ বিকল্প ব্যৱস্থা হিচাপে বিবেচনা কৰা নহয়। ইয়াক শ্ৰেণীকোঠাৰ বিকল্প শিকন (supplement class room learning) ব্যৱস্থা  হিচাপেহে বিবেচনা কৰা হয়। ই শিক্ষকৰ শিক্ষাদান ব্যৱস্থাৰ এক পৰিপূৰক শৈক্ষিক প্ৰক্ৰিয়াহে।

পীয়েৰ টিউটৰিঙ ব্যৱস্থাত ছাত্ৰ এজন শিক্ষক হোৱাৰ লগতে শিকাৰু হোৱাৰো সুযোগ থাকে। শিক্ষক হিচাপে বিষয়বস্তু এটা আহৰণত সহায়ৰ বাবে দুৰ্বলজনক শিকাব পাৰে, আনহাতে নিজৰ আন দিশত থকা দুৰ্বলতাখিনি সমান্তৰাল ভাৱে আনৰ পৰা শিকি ল’ব পাৰে।  অৰ্থাৎ সমনীয়া শিক্ষক( Tutor)  আৰু ছাত্ৰ ( Tutee) উভয়ে শিকে। পীয়েৰ টিউটৰিঙ ব্যৱস্থাত এজন ছাত্ৰই আন এজন ছাত্ৰক বা এজন ছাত্ৰই ছাত্ৰৰ এটা সৰু গোটক বা গোটেই শ্ৰেণীৰ ছাত্ৰসকলক শিকাব পাৰে।

পীয়েৰ টিউটৰিং

অৱশ্যে পীয়েৰ টিউটৰিঙত শিক্ষকৰ পৰ্যবেক্ষণ অতি জৰুৰী।  কিন্তু পীয়েৰ টিউটৰিঙত শিক্ষকৰ হস্তক্ষেপ নথকাকৈ ইজনে সিজনৰ পৰা শিকিব পাৰে । অকল এয়াই নহয়, পীয়েৰ টিউটৰিঙত সমনীয়া শিক্ষক হিচাপে নিয়োজিত ছাত্ৰক প্ৰশিক্ষণৰো প্ৰয়োজন থাকে। কিয়নো সমনীয়া শিক্ষকজনৰ attitude, skill আৰু knowledge ৰ ওপৰত পীয়েৰ টিউটৰিঙৰ সফলতা নিৰ্ভৰ কৰে। এই তিনিটা দিশত গুৰুত্ব দিয়া পীয়েৰ টিউটৰিঙৰ মডেলটোক ASK model  বুলি জনাজাত।

      পীয়েৰ টিউটৰিঙৰ ইতিবাচক দিশ বহুতো আছে।‌সাধাৰণতে কিছুমান ছাত্ৰই নুবুজা কথা শিক্ষকৰ ওচৰত ক’বলৈ সাহস নকৰে। আনহাতে শ্ৰেণীকোঠাৰ সকলো ছাত্ৰকে একে ধৰণে শিকালে দুৰ্বল ছাত্ৰই বিষয়বস্তুৰ বহু কথা নুবুজাকৈ থাকে। সমনীয়া শিক্ষকৰ দ্বাৰা শিকোৱা ব্যৱস্থাত শিক্ষাৰ্থীয়ে নিজৰ দুৰ্বলতাখিনি পোনপটীয়াকৈ ক’বলৈ শংকা নকৰে। বোধ শক্তি বঢ়ায়। অধিক আত্মবিশ্বাসী হয়।

পীয়েৰ টিউটৰিং

পীয়েৰ টিউটৰিঙে শিক্ষাৰ্থীৰ মাজত ইতিবাচক সামাজিক সম্পৰ্ক ( Social relationship ) গঠনত সহায় কৰে। সহপাঠীৰ সৈতে সামাজিক সহযোগিতা বৃদ্ধি পায়। এই ব্যৱস্থাই শিক্ষাৰ্থীক শিকাৰ বাবে আগ্ৰহী কৰে। নিজৰ শৈক্ষিক দিশৰ ব্যক্তিগত দুৰ্বলতাখিনি চিনাক্তকৰণ লগতে সেইখিনি দূৰ কৰাৰ এক সমাহিত পৰিৱেশ পায়। পীয়েৰ টিউটৰিঙে এক ইতিবাচক বিদ্যালয় সংস্কৃতি গঢ়াত সহায় কৰে।

পীয়েৰ টিউটৰিং

শিক্ষাৰ্থীৰ মাজত ব্যক্তিগত সম্পৰ্ক মধুৰ হয়। এই পদ্ধতিৰ আটাইতকৈ ভাল কথাটো হ’ল ইজনে সিজনৰ পৰা শিকে। ফলত শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ মাজত এক সমূহীয়া সফলতাৰ সুযোগ আহে। শিক্ষাৰ্থীয়ে সামাজিক সংযোগ বৃদ্ধিৰ পৰিৱেশ পায়। শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনলৈ এক পৰিবৰ্তন আহে।

 পাঠ্যপুথিৰ পাঠবোৰৰ আঁৰত থকা শিকন অৰ্হতা ( learning outcomes) খিনি আয়ত্ত কৰিব পাৰে।

পীয়েৰ টিউটৰিঙ ব্যৱস্থাটো এক শিথিল( flexible) শৈক্ষিক ব্যৱস্থা। শিক্ষাৰ্থীয়ে নিজৰ মাজত বুজাবুজিৰে কথাবোৰ আলোচনা কৰাৰ পৰিৱেশ পায়। লগতে নিজৰ সুবিবেচিত চিন্তাৰ(critical thinking) বিকাশ ঘটাব পাৰে। আমাৰ শিক্ষা ব্যৱস্থাত বিজ্ঞান সন্মত ভাৱে সমনীয়া শিক্ষকৰ দ্বাৰা শিকোৱা ব্যৱস্থা( Peer Tutoring)  প্ৰচলন কৰিব পাৰিলে শিক্ষাখণ্ডলৈ এক আশা ব্যঞ্জক পৰিৱৰ্তন আহিব বুলি আশা কৰিব পাৰি।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

How the Education System Trains You for the Rat Race: The Truth No One Talks About
Education

How the Education System Trains You for the Rat Race: The Truth No One Talks About

by Kakali Das
August 18, 2026
0

How the Education System Trains You for the Rat Race: The Truth No One Talks About KAKALI DAS Every morning,...

Read moreDetails
Attending RAI’S Class

Attending RAI’S Class

August 17, 2026
Cockroaches, Comedians, and Criminals

Cockroaches, Comedians, and Criminals

July 18, 2026
Education Beyond Marks: AI, Employability, and the Crisis of Real Learning

Education Beyond Marks: AI, Employability, and the Crisis of Real Learning

May 20, 2026
ব্যৱসায় প্রশমন বিভাগ !

ব্যৱসায় প্রশমন বিভাগ !

April 4, 2026
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Green Campus Revolution in Assam: How Bhattadev University is Shaping Youth-Led Climate Resilience?

March 31, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d