• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 30, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Justice

প্ৰধানমন্ত্ৰীৰ ‘কনভয়’ আৰু ‘নিৰাপত্তা’ সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কমিটি গঠন

অৰবিন্দ ৰাভা

by Admin
January 12, 2022
in Justice, Media, National, News, Opinion, Politics, Uncategorized
Reading Time: 1 min read
0
প্ৰধানমন্ত্ৰীৰ ‘কনভয়’ আৰু ‘নিৰাপত্তা’ সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কমিটি গঠন
Share on FacebookShare on TwitterShare on LinkedIn

• অৰবিন্দ ৰাভা

প্ৰধানমন্ত্ৰীৰ ‘নিৰাপত্তা’ সচাকৈয়ে পঞ্জাৱ চৰকাৰৰ গাফিলতিৰ বাবেই জানো লঙ্ঘিত হৈছিল? সেইদিনা প্ৰধানমন্ত্ৰীয়ে কিয় পঞ্জাৱৰ ফিৰোজপুৰলৈ সভাত যোগ দিবলৈ যাব নোৱাৰিলে? পঞ্জাৱ চৰকাৰৰ প্ৰশাসনিক বিষয়া সকলৰ আৰু পুলিচ বিষয়া সকলৰ ভূমিকা কেনে আছিল? প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে সভাস্থলীলৈ নগ’ল কিয় আৰু তেওঁ উভতি আহিবলগীয়া হ’ল কিয়, পঞ্জাৱৰ কৃষকৰ মনোভাৱ বুজিব পাৰিয়েই উভতি আহিল নেকি, ইত্যাদি বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি তদন্ত কৰিব উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত সমিতিয়ে ; কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত সমিতিয়ে নহয়! কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে কোনো তদন্ত কৰিব নোৱাৰিব, একমাত্ৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত সমিতিয়ে হে তদন্ত কৰিব পাৰিব। 
উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত সমিতিত থাকিব অৱসৰপ্ৰাপ্ত বিচাৰপতি। অৰ্থাৎ, প্ৰধানমন্ত্ৰীৰ ‘নিৰাপত্তা’ক লৈ এতিয়া ন্যায়িক তদন্ত হ’ব। আকৌ, এই সমিতিৰ সদস্য হ’ব ৰাজ্য পুলিচৰ সঞ্চালক প্ৰধান, নেশ্যনেল ইন্ভেষ্টিগ্যেশ্যন এজেন্সিৰ সঞ্চালক প্ৰধান, পঞ্জাৱৰ ৰেজিস্ট্ৰাৰ জেনেৰেল, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মূৰব্বী। অৰ্থাৎ, সকলো পক্ষৰ মূৰব্বী থাকিব আৰু সমিতি নিৰপেক্ষ হ’ব। 
যোৱা সোমবাৰে, ১০/০১/২০২২ তাৰিখে উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত সম্পৰ্কে ঘোষণা কৰিছে। এনে পদক্ষেপ কিছু পৰিমাণে হ’লেও কেন্দ্ৰীয় চৰকাৰৰ বাবে তথা বিজেপিৰ বাবে হতাশজনক। কাৰণ, পঞ্জাৱ চৰকাৰে এনে দাবীকেই কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এনে সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে গঠন কৰা কমিতিৰ কোনো গুৰুত্ব নাথাকিল – যদিও সেই কমিতিয়ে ইতিমধ্যে পঞ্জাৱৰ ঘটনাস্থলী পৰিদৰ্শন কৰি আহিছে। আনকি কেন্দ্ৰীয় চৰকাৰৰ এই কমিটিয়ে পঞ্জাৱ পুলিচৰ বৰমূৰীয়া বিষয়া সকলকো কৈফিয়ৎ তলৱ কৰিছিল আৰু দিল্লীলৈ মাতি পঠিয়াইছিল! কিন্তু সেই সকলোবোৰ এতিয়া অৰ্থহীন হৈ পৰিল। কাৰণ উচ্চতম ন্যায়ালয়ে নিজেই তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে পঞ্জাৱৰ মুখ্য সচিবক ২৪ ঘন্টাৰ ভিতৰতে প্ৰতিৱেদন প্ৰেৰণ কৰিবলৈ কৈছিল। যোৱা সোমবাৰে, অৰ্থাৎ ১০ জানুৱাৰীত এই ধৰণৰ বিষয়বোৰ উত্থাপন কৰে পঞ্জাৱ চৰকাৰে। পঞ্জাৱ চৰকাৰৰ আইনজ্ঞই উচ্চতম ন্যায়ালয়ৰ মজিয়াত কয় যে এনেদৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গঠিত কমিটিয়ে আৰম্ভণিৰে পৰাই ৰাজ্য চৰকাৰক অপৰাধী হিচাপে প্ৰতিপন্ন কৰিছে। আনকি পঞ্জাৱৰ মুখ্য সচিবকো শ্ব’- কজ কৰিছে। এনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গঠিত কমিটিয়ে কিদৰে পক্ষপাতহীন তদন্ত কৰিব? পঞ্জাৱ চৰকাৰৰ সেয়ে যথেষ্ট সন্দেহ হৈছে আৰু সেইহেতুকে উচ্চতম ন্যায়ালয়ে এখন তদন্ত কমিটি গঠন কৰিব লাগে – যাতে ন্যায়িক পক্ষপাতহীন তদন্ত হয়।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন.ভি. ৰামানাৰ নেতৃত্বত তিনিজনীয়া বেঞ্চে পঞ্জাৱত ঘটা ঘটনা সম্পৰ্কে ‘ৰিট-পিটিশ্যন’ৰ শুনানি লৈ থাকোতেই কৈছিল যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যি তদন্ত কমিটিয়েই গঠন নকৰক কিয়, তিনিদিনলৈ যাতে তদন্ত সমূহ বন্ধ হৈ থাকে! এই শুনানি লৈ উচ্চতম ন্যায়ালয়ে অৱশেষত সোমবাৰে ঘোষণা কৰিলে যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠন হ’ব নতুন তদন্ত কমিটি। এই ঘোষণা কৰাৰ দিনা উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাক্যও নীৰৱে হজম কৰিবলগীয়া হৈছে কেন্দ্ৰীয় চৰকাৰে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা জানিবলৈ বিচাৰিছিল যে আপোনালোকে যে পঞ্জাৱ চৰকাৰৰ বিষয়াসকলক শ্ব’-কজ কৰিছে, ৰাজ্যৰ বিৰূদ্ধে ব্যৱস্থা লোৱাৰ কথা কৈছে, এইবোৰ আপোনালোকে কৰিলে ন্যায়ালয়ে কি কৰিব? ন্যায়ালয়ে বিষয়টোক গুৰুত্ব দি শুনানি লৈয়েই আছে। গতিকে এতিয়া উচ্চতম ন্যায়ালয়ে এখন কমিটি গঠন কৰি সকলোবোৰ চালি জাৰি চাব।

RelatedPosts

THE AGNIPATH SCHEME

THE AGNIPATH SCHEME

June 29, 2022
The Children Of Despair

The Children Of Despair

June 29, 2022
Syria: Decade of brutal war left nearly 307,000 civilians dead

Syria: Decade of brutal war left nearly 307,000 civilians dead

June 29, 2022

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

THE AGNIPATH SCHEME
National

THE AGNIPATH SCHEME

by Admin
June 29, 2022
0

AGNIPATH KAKALI DAS Despite the violent protest by the youth, the government’s stand is firm on the roll out of...

Read more
The Children Of Despair

The Children Of Despair

June 29, 2022
Syria: Decade of brutal war left nearly 307,000 civilians dead

Syria: Decade of brutal war left nearly 307,000 civilians dead

June 29, 2022
নিষেধাজ্ঞা থকা স্বত্বেও ৰাছিয়াৰ ৰুবল এতিয়া শক্তিশালী!

নিষেধাজ্ঞা থকা স্বত্বেও ৰাছিয়াৰ ৰুবল এতিয়া শক্তিশালী!

June 28, 2022
অসমৰ ভয়ংকৰ বানৰ এক সম্যক প্ৰতিবেদন

Flood in Assam and Maharashtra: One Natural, Other Political

June 28, 2022
Bread as a weapon: why famine in Africa is beneficial for Russian mercenaries

Bread as a weapon: why famine in Africa is beneficial for Russian mercenaries

June 28, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
THE AGNIPATH SCHEME

THE AGNIPATH SCHEME

June 29, 2022
kid in the forest in red beanie looking up

সন্তানৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ প্ৰসংগত

June 29, 2022
The Children Of Despair

The Children Of Despair

June 29, 2022
Syria: Decade of brutal war left nearly 307,000 civilians dead

Syria: Decade of brutal war left nearly 307,000 civilians dead

June 29, 2022

Popular Stories

  • kid in the forest in red beanie looking up

    সন্তানৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ প্ৰসংগত

    26 shares
    Share 10 Tweet 7
  • কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো

    31 shares
    Share 12 Tweet 8
  • Emergence Of The KNF In Chittagong Hill Tracts

    338 shares
    Share 135 Tweet 85
  • Kharkiv School Graduate In Her Graduation Dress!

    128 shares
    Share 51 Tweet 32
  • চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং

    64 shares
    Share 26 Tweet 16
  • Theme@ UKRAINE: Gloomy Date; Sun, June 26, 2022

    6 shares
    Share 2 Tweet 2
  • ‘বিদ্ৰোহী’ৰ নৌটংকী চাই থকাতকৈ ‘বাপু’সকল মেধিকুছিৰ দৰে গাওঁলৈ যাওক

    18 shares
    Share 7 Tweet 5
  • The Children Of Despair

    5 shares
    Share 2 Tweet 1
  • THE AGNIPATH SCHEME

    5 shares
    Share 2 Tweet 1
  • বিপৰীত দৃশ্যপটঃ বানাক্ৰান্তৰ ‘আশ্ৰয় শিৱিৰ’ৰ আঁত ধৰি ‘শিৱসেনা’ৰ আশ্ৰয় শিৱিৰলৈ!

    19 shares
    Share 8 Tweet 5
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: