• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, December 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

পৰিৱেশ সংৰক্ষণৰ অনুপম গ্ৰন্থঃ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি

দেৱব্ৰত গগৈ

by Admin
December 13, 2022
in Nature, Book, Climate Change, Reviews
Reading Time: 2 mins read
0
পৰিৱেশ সংৰক্ষণৰ অনুপম গ্ৰন্থঃ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি
Share on FacebookShare on TwitterShare on LinkedIn

সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি

দেৱব্ৰত গগৈ

green grass near trees
Photo by Luis Dalvan on Pexels.com

  সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি–  মানস প্ৰতিম দত্তৰ নৱতম গ্ৰন্থ ৷

লেখকে গ্ৰন্থৰ পাতনিতে যদিও উল্লেখ কৰিছে যে গ্ৰন্থখন প্ৰধানকৈ শিক্ষাৰ্থী-অভিভাৱকৰ উপযোগীকৈ লিখিবলৈ চেষ্টা কৰিছে; কিন্তু আমি ভাবো প্ৰকৃতিক ভালপোৱা প্ৰতিজন ব্যক্তিয়ে এই গ্ৰন্থখন পঢ়া উচিত ৷

RelatedPosts

COP28: Navigating the Crucible of Climate Crisis

COP28: Navigating the Crucible of Climate Crisis

December 2, 2023
COP28: India’s Bold Bid to Host COP33

COP28: India’s Bold Bid to Host COP33

December 2, 2023
প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

December 2, 2023

গ্ৰন্থখনৰ উদ্দেশ্য কি তেখেতে পাতনিতে স্পষ্ট কৰিছে এনেদৰে–‘এতিয়া সময় হ’ল কাম কৰাৰ৷ পৰিৱেশ সুৰক্ষিত এখন পৃথিৱী পুনৰুদ্ধাৰ কৰা৷

আমাৰ জীৱনত সুস্থ পৰিৱেশৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণ চেতনা বিকাশৰ উদ্দেশ্যে- ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’ গ্ৰন্থখনৰ বিষয়সমূহ নিবাৰ্চন কৰা হৈছে৷’

সেইবাবে আমি এই গ্ৰন্থখন কেৱল প্ৰকৃতি বিষয়ক গ্ৰন্থ বুলি ক’ব নোৱাৰি; বৰ্তমান প্ৰকৃতিৰ-সংকটৰ সময়ত হাতে-কামে কাৰ্য কৰাৰ বাবে আমাৰ এক উদ্যম; আমাৰ বাবে এক জাগৰণ ৷

লেখকে গ্ৰন্থখনৰ  ৰচনাসমূহত কেৱল সংকট কিম্বা সমস্যাসমূহৰ উল্লেখ কৰিয়ে দায়িত্ব সামৰা নাই; সেই সমূহৰ সমাধানৰ যি সাম্ভ্যৱ্য উপায়; সেই সমূহো আন্তৰিকতাৰে আঙুলিয়াই দেখুৱাইছে ৷

গ্ৰন্থখনত মুঠ- ৮ টা অধ্যায় আছে আৰু সেই ৮ টা অধ্যায়ত মুঠ-২৯ টা বিষয় সামৰি লৈছে৷ কিতাপখন এবাৰ হাতত ল’লেই লেখকৰ শ্ৰম চকুত পৰিব৷ সহজ ভাষাত অতি সুক্ষ্মভাৱে প্ৰতিটো বিষয়ৰ পটভূমিৰ পৰা সমাধানলৈকে দৃষ্টি ৰাখিছে লেখকে।

কেৱল সমস্যাসমূহ উপস্থাপন কৰিয়ে ক্ষান্ত থকা নাই । প্ৰতিটো সংকট আৰু সমস্যাৰে একোটা উচিত সমাধান দিছে; আনহাতে প্ৰতিটো লেখা গুৰুত্বপূৰ্ণ তথ্যৰে সমৃদ্ধ কৰায়ে নহয় ভিতৰৰ অংগসজ্জা কিম্বা চিত্ৰসমূহেও আমাক ভিন্ন তথ্য দিয়ে ৷

গ্ৰন্থখনৰ বিষয়সমূহ এনেধৰণৰ– ‘প্ৰকৃতিৰঃ সংজ্ঞাৰ পৰা সংৰক্ষণলৈ’, ‘পৰিৱেশ নৈতিকতা’, ‘জনগোষ্ঠীয় লোকসংস্কৃতিত প্ৰকৃতি’,‘ প্ৰাকৃতিক চুৰি’, ‘বন্য কোন? ঘৰৰ মানুহ নে হাবিৰ পশু’, ‘প্লাষ্টিক আৰু প্ৰকৃতি’, ‘জল সংকট’,‘ গছপুলিৰোপনৰ প্ৰাসংগিক চিন্তা’, ‘প্ৰকৃতিৰ শিবিৰ’, ‘ইতিবাচক চিন্তাৰে কাৰ্যকৰী পৰিৱেশ শিক্ষা’ আদি৷

সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি

এয়া মাত্ৰ দুটামান উদাহৰণহে; এনেধৰণৰ লেখাৰে সমৃদ্ধ গ্ৰন্থখন৷ গ্ৰন্থখনৰ এটা বিশেষ উল্লেখযোগ্য আৰু ভাললগা দিশ হৈছে পৰিশিষ্টত- ‘ক’ সূচীত পৰিৱেশ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ দিনসমূহ আৰু ‘খ’ সূচীত পৰিৱেশ সংক্ৰান্তীয় আইনসমূহ সন্নিবিষ্ট কৰিছে৷ এই কথাবোৰ সকলো স্তৰৰ লোকে জনা উচিত৷

                    মানস প্ৰতিম দত্তৰ–‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’ গ্ৰন্থখনত প্ৰকৃতি, লোকসাহিত্য, সজাগতা, কিছু দুৰ্লভ তথ্যৰে সমৃদ্ধ হোৱাৰ লগতে প্ৰকৃতিক ৰক্ষা আৰু মানৱৰ সুৰক্ষাৰ বাবে হাতে-কামে কাম কৰাৰ উদ্যমৰূপে চিহ্নিত হৈছে৷

আশা কৰো গ্ৰন্থখন কেৱল সাহিত্য বা সজাগতাৰ সৃষ্টিৰ সমল হিচাপে নহয়; প্ৰকৃতিৰক্ষাৰ জাগৰণ হওক৷ আমি ভাবো শিক্ষাৰ্থী বা অভিভাৱকে নহয়; প্ৰতিজন ব্যক্তিয়ে এই গ্ৰন্থখন পঢ়া উচিত আৰু প্ৰকৃতিৰ বাবে কাৰ্যকৰীভাৱে কিবা এটা কৰাত সকলোৱে আগভাগ লোৱা উচিত ৷

সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি

মানস প্ৰতিম দত্তৰ এই গ্ৰন্থখনে প্ৰকৃতি আৰু পৰিৱেশৰ লগতে আমাৰ অসমীয়া পৰিৱেশ সাহিত্যৰো ভঁৰাল চহকী কৰিলে বুলিব পাৰি৷

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

COP28: Navigating the Crucible of Climate Crisis
COP28

COP28: Navigating the Crucible of Climate Crisis

by Admin
December 2, 2023
0

COP28: Navigating the Crucible of Climate Crisis MAHABAHU TEAM (From COP28, DUBAI) DUBAI As the 28th United Nations Framework Convention...

Read more
COP28: India’s Bold Bid to Host COP33

COP28: India’s Bold Bid to Host COP33

December 2, 2023
প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

December 2, 2023
COP28:“ACCELERATE CLIMATE ACTION BY REFORMING CLIMATE FINANCE”

COP28:“ACCELERATE CLIMATE ACTION BY REFORMING CLIMATE FINANCE”

December 2, 2023
ciguena petrolera al atardecer

COP28: UN Secretary-General and COP28 President Clash Over Fossil Fuels

December 2, 2023
COP28: UN Secretary-General’s remarks

COP28: UN Secretary-General’s remarks

December 2, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

December 2, 2023
COP28: Navigating the Crucible of Climate Crisis

COP28: Navigating the Crucible of Climate Crisis

December 2, 2023
স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

December 2, 2023
A Resolute Life: Thriving in the New Year’s Tapestries

A Resolute Life: Thriving in the New Year’s Tapestries

December 2, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1726 shares
    Share 690 Tweet 432
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2093 shares
    Share 837 Tweet 523
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1546 shares
    Share 618 Tweet 387
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    932 shares
    Share 373 Tweet 233
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2443 shares
    Share 977 Tweet 611
  • FREEDOM FIGHTERS OF ASSAM

    3016 shares
    Share 1206 Tweet 754
  • অসমৰ লোকসংস্কৃতি

    1266 shares
    Share 506 Tweet 317
  • মাজুলী আৰু ৰাস

    411 shares
    Share 164 Tweet 103
  • ইতিহাসৰ জলঙাইদি হাজো

    1051 shares
    Share 420 Tweet 263
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    1262 shares
    Share 505 Tweet 316
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: