• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বিশেষ শিশুসকলৰ বাবে বিশেষ যত্নৰ আৱশ্যক

-মৌচুমী ফুকন

by Anjan Sarma
July 6, 2021
in Health, Special Report
Reading Time: 1 min read
0
বিশেষ শিশুসকলৰ বাবে বিশেষ যত্নৰ আৱশ্যক
Share on FacebookShare on TwitterShare on LinkedIn

-মৌচুমী ফুকন |

সময় আমাৰ বাবে দুঃসময় হৈ পৰিছে। আজিৰ পিছত অহাকালিটোক লৈ আমি চিন্তিত হৈছো। কিছু নতুন পথ যদিও মুকলি হৈছে তাৰ বিপৰীতে বহু পথ বন্ধ হৈ পৰিছে।

বিদ্যালয়সমূহ বন্ধ হৈ যোৱাৰ লগে লগে শিশুসকলৰ বাবে অনলাইন পাঠদান আৰম্ভ হৈছে। সাংঘাটিক নতুন কিবা শিকিব নোৱাৰিলেও কিন্তু তেওঁলোক কিছু পৰিমাণে হ’লেও উপকৃত হৈ আছে। কিন্তু তাৰে মাজত বহু বেছি অসুবিধা পোৱা দেখা গৈছে বিশেষভাৱে সক্ষম শিশুসকল (Special Child ) আৰু লগতে তেওঁলোকৰ অভিভাৱক সকলৰ মাজত। কিয়নো বিশেষভাৱে সক্ষম শিশুসকলক বিভিন্ন ক্ষেত্ৰত কাৰোবাৰ সহায়ৰ লগতে বিভিন্ন থেৰাপীৰ প্ৰয়োজন। যিবোৰ অনলাইনত দিয়াটো বহু কঠিন হৈ পৰে। তাৰবাবে এই সময়ত সেই বিশেষভাৱে সক্ষম শিশুসকলৰ অভিভাৱকে আগতকৈইও আৰু দুগুন কষ্ট কৰিব লগা হৈছে আৰু থেৰাপীবোৰ বন্ধ হৈ যোৱাৰ ফলত শিশুসকলৰ ক্ষেত্ৰত বিভিন্ন পৰিৱৰ্তন দেখা পোৱা গৈছে। সেই বিশেষভাৱে সক্ষম শিশুসকলৰ অভিভাৱক সকলক উদ্দেশ্য কৰি কিছু কথা তলত দিয়া হৈছে

প্ৰথমতে এই সময়ছোৱাত অভিভাৱক সকল আপোনালোক শিশুটিৰ বাবে হ’ব লাগিব এজন Therapist, এজন Counsellor । সকলো সময়তে মনত ৰাখিবলগীয়া কথাটো হৈছে যে আপোনাৰ শিশুটিক আপোনাতকৈই কোনেৱে ভালকৈ নাজানে আৰু নুবুজে।

এখন দৈনিক কাৰ্যসুচীৰ ৰুটিন মানি চলিবলৈ আৰম্ভ কৰাটো ভাল য’ত শিশুটিৰ ক্ষেত্ৰত প্ৰয়োজনীয় Occupational Therapy, Speech Therapy, Physiotherapy, Special Education ইত্যাদি সকলো থাকে। এই সকলোবোৰ আগতে Therapy Center -অত গৈ কৰাইছিল এতিয়া নিজে কৰিবলৈ চেষ্টা কৰাটো শিশুটিৰ বাবে প্ৰয়োজনীয়।

শিশুটিৰ বাবে নিজৰ মাজতে অভিভাৱক সকলে এটা Goal Set কৰিব পাৰিলে ভাল হয়। কি কি Activity শিশুটিক কৰাব এখন লিষ্ট নিৰ্ধাৰণ কৰি লোৱাতো ভাল।

যিমান পাৰে সিমান Therapist ৰ পৰা থেৰাপীবোৰ কৰোৱাৰ নিয়মবোৰ বা আগতে শিকোৱা বোৰ অভিভাৱক সকলে নিজে শিকি বুজি কৰাবলৈ চেষ্টা কৰাৰ প্ৰয়োজন। কিয়নো এতিয়া প্ৰায় প্ৰতিজন Therapist য়েই অনলাইন কামবোৰ কৰি থকা দেখা গৈছে।

ওপৰৰ এই কথাখিনি মানি চলিবলৈ অসুবিধা নোহোৱা নহয়। কিয়নো এজন বিশেষ শিশুক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শিশুটিৰ প্ৰতিটো বিষয় নিৰীক্ষণ কৰি আগুৱাই নিবলৈ যথেষ্ট ধৈৰ্য আৰু মনোবলৰ প্ৰয়োজন। কিন্তু সময়ে আমাক শিকায় আৰু এই সময়ত আমি বহু বিষয় নতুনকৈ শিকিবলগীয়া হৈ পৰিছে।

শিশুসকলৰ লগতে অভিভাৱক সকলেও নিজৰ শাৰিৰীক আৰু মানসিক দুয়ো দিশৰ ওপৰত চকু ৰাখিব। দৈনিক নতুন কিবা শিকিবলৈ চেষ্টা কৰাটো ভাল। বিভিন্ন ধৰণৰ অনলাইন হৈ থকা Session বোৰ, শাৰিৰীক ব্যায়াম, যোগভ্যাসৰ লগতে নিজৰ ভাল লগা কামবোৰৰ অভ্যাস কৰাটো সবল শাৰিৰীক মানসিক স্বাস্থ্যৰ বাবে খুবেই প্ৰয়োজন। যিয়ে শিশুটোৰ বিকাশতও সহায়ক হয়।

যিমান পাৰে সিমান ধৈৰ্য ৰাখি কামবোৰ কৰিবলৈ চেষ্টা কৰাটো ভাল। পৃথিৱীৰ সকলো কাম আৰম্ভ কৰাৰ আগলৈকে টানেই থাকে। সেয়ে এবাৰ নিজৰ ফালৰ পৰা আৰম্ভ কৰক পিছৰ খিনিত প্ৰয়োজন হ’লে এই ক্ষেত্ৰৰ বিশেষ ব্যাক্তিসকলৰ লগত যোগাযোগ কৰাৰ প্ৰয়োজন।

                     ••সমাপ্ত••

[মৌচুমী ফুকন, সমাজ সেৱিকা, ৰাষ্ট্ৰীয় জনসহযোগ আৰু শিশুবিকাশ সংস্হাৰ উত্তৰ পূৰ্ব্বাঞ্চলীয় আঞ্চলিক কেন্দ্ৰ, গুৱাহাটী নিপচদ, জৱাহৰনগৰ, খানাপাৰা,গুৱাহাটী-২২

ফোন নংঃ ৯১০১৫-৪৬৭১০]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: CounsellorSpecial ChildTherapist
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
The fountain of youth

The fountain of youth

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37507 shares
    Share 15002 Tweet 9377
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17001 shares
    Share 6800 Tweet 4250
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2235 shares
    Share 894 Tweet 559
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    110 shares
    Share 44 Tweet 28
  • জ্যোতি সঙ্গীত-পঞ্চম খণ্ড

    312 shares
    Share 125 Tweet 78
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d