• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

বুঢ়ী দিহিং পৰীয়া এটা কাহিনী

ASSAMESE SECTION / Assam

by Editor
September 1, 2025
in ASSAMESE SECTION, ASSAM
Reading Time: 3 mins read
0
বুঢ়ী দিহিং পৰীয়া এটা কাহিনী
Share on FacebookShare on TwitterShare on LinkedIn

বুঢ়ী দিহিং পৰীয়া এটা কাহিনী

টাইফাকে

বুঢ়ী দিহিং পৰীয়া এটা কাহিনী

ধ্ৰুপদী বেজবৰুৱা

Dhrupadi photo
ধ্ৰুপদী বেজবৰুৱা

অসম নদীমাতৃক দেশ। অসমত থকা ১০৪ খন নৈক কেন্দ্ৰ কৰি জী উঠে ‘অসমীয়া’ নামৰ মহাজাতিটো। নৈকেইখনৰ পাৰত সাৰুৱা হৈ থাকে বহু জাতি-জনজাতিৰ নিজা কাহিনী। এনে বহুকেইটা কাহিনীৰ মাজৰে এটা কাহিনী বুঢ়ীদিহিঙৰ পাৰত লালিত-পালিত হৈ আছে ‘টাই ফাকে’ জাতি।

১২২৮ খ্ৰীষ্টাব্দত চ্যুকাফাৰ নেতৃত্বত অহা ‘টাই’ সম্প্ৰদায়ৰ এটি দলে অসমত ৰাজ্য স্থাপন কৰি অসম ইতিহাসৰ এক উল্লেখযোগ্য আৰু পৰিচিত নাম ‘আহোম’ হৈ জিলিকি উঠিল। আহোমসকলৰ বীৰত্ব, পৰাক্ৰম আৰু সুনিপুণ প্ৰশাসনৰ কথা সকলোৰেই জ্ঞাত।
বুঢ়ী দিহিং পৰীয়া এটা কাহিনী
চ্যুকাফা

কিন্তু এই টাইসকলৰ অন্য এটি ঠাল ‘টাইফাকে’ জাতিটোৰ বিষয়ে হয়তো বহুলোকেই জ্ঞাত নহয়। ১৭শ শতিকাত ম্যানমাৰৰ মুংমাও অঞ্চলৰ ‘চান’ সাম্ৰাজ্যৰ পৰা চাও তা মেং খুৱেন মেঙৰ নেতৃত্বত অসমলৈ অহা টাই ফাকেসকলে বুঢ়ী দিহিং নৈৰ পাৰত বসতি স্থাপন কৰিছিল।

টাই ভাষা অনুসৰি ‘ফাকে’ শব্দটোৰ অৰ্থ হৈছে ‘ফা’ অৰ্থাৎ ‘দেৱাল’ আৰু ‘কে’ অৰ্থাৎ পুৰণি ‘ফাকে’ শব্দৰ সম্পূৰ্ণ অৰ্থ ‘পুৰণি দেৱাল’। স্বভাৱত শান্ত আৰু শান্তিপ্ৰিয় টাইফাকে লোকসকলৰ নিজা ইতিহাস আছে, নিজা সংস্কৃতি আছে আৰু আছে নিজা পৌৰাণিক লিপি।

টাই ফাকে ভাষাৰ ‘মান’ ভাষাৰ সৈতে সাদৃশ্য আছে। তেওঁলোকৰ নিজা টাইফাকে ভাষাত মূলতঃ দহটা স্বৰবৰ্ণ, পোন্ধৰটা ব্যঞ্জনবৰ্ণ আৰু দুটা অৰ্ধস্বৰবৰ্ণৰ উপস্থিতি আছে। অসমত বাস কৰা টাই ফাকে লোকসকলৰ মাজত অসমীয়া ভাষাৰ প্ৰচলন কিছু পৰিমাণে আছে যদিও নাকীসুৰীয়া টাই ফাকে  ভাষাই তেওঁলোকৰ মূল ভাষা।

মুংমাওৰ পৰা অহা টাই ফাকেসকলৰ কিছুৱে অসমৰ নাহৰকটীয়া, ডিব্ৰুগড়ৰ সীমান্তবৰ্তী অঞ্চলৰ নামফাকে, টিপামফাকে, বৰফাকে আদি গাঁওসমূহত নিগাজীকৈ বসতি স্থাপন কৰে আৰু কিছুৱে ঢাপলি মেলে সাতভনীৰ অন্যতম অপৰূপা অৰুণাচলৰ বুকুলৈ। বৰ্তমান অৰুণাচলৰ মানমু, নামচাই, মাংলং, নাংলাই নিংগোম, ফানেং আদি ঠাইত টাই ফাকে লোকসকলে বসবাস কৰি আহিছে।

বুঢ়ী দিহিং পৰীয়া এটা কাহিনী
টাই ফাকে (Image: arijitp.com)

টাই ফাকেসকলৰ জীৱনশৈলী আৰু সংস্কৃতিৰ এক মন মুহিব পৰা শক্তি আছে। মাটিৰ পৰা কিছু ওপৰত বাঁহ, কাঠ-খেৰ, টকৌ পাত আদিৰে তেখেতসকলৰ পৰম্পৰাগত ‘হোৱান হাং’ (চাংঘৰ)টো বসতিৰ বাবে অতি শীতল আৰু উপযোগী। এই হোৱান হাং-ৰ ভিতৰত থাকে এটি ‘কান-নক’ (চৰাঘৰ), এটি ‘খক তাম চম’ (গোঁসাই ঘৰ), এটি ‘কাননন’ (শোৱা কোঠা) আৰু এটি ‘হৌন তাংখাও’ (ৰান্ধনি ঘৰ)।

অসম যেনেদৰে ভিন্ন জাতি-জনগোষ্ঠীৰ নিজা সংস্কৃতিৰে মহীয়ান ঠিক তেনেদৰেই ভিন্ন জনগোষ্ঠীয় ৰঙীণ সাজেৰে ৰাঙলী অসমীয়া জাতিৰ ঐতিহ্য। অসমীয়াৰ মূগা-ৰিহা-মেখেলা, বড়োৰ দখনাৰ দৰেই টাই ফাকেৰ ‘শ্বিন’ (মেখেলা সদৃশ), ‘নাংওৱাত’ (ব্লাউজ/কামিজ) আৰু ‘চাই-চিন’, ‘ফা-হু’ পৰিধানেৰে নিজা সংস্কৃতিক জাকত-জিলিকা কৰি ৰাখে।

প্ৰায় ১৭শ শতিকাতে অসমলৈ অহা টাইফাকেসকলৰ আজিও ম্যানমাৰৰ সৈতে এক আদৰৰ সম্পৰ্ক আছে। বুদ্ধ আৰু বুঢ়ীদিহিঙক বুকুত বান্ধি শান্ত সমাহিতভাৱে জীৱন-নিৰ্বাহ কৰা এই জাতিটোৰ সু-শৃংখলিত জীৱন পদ্ধতি, তেওঁলোকৰ ইতিহাস খামুচি নামফাকে গাঁৱৰ লোকসকলে পৰ্যটকৰ সকলো উপাদানেৰে পৰিপূৰ্ণ এখন গাঁও য’ত শিপাই আছে বহুতৰ বাবে অচিনাকী ‘টাইফাকে’ৰ ইতিহাস।

Tai Phake 1ধ্ৰুপদী বেজবৰুৱা; স্নাতক ৫ম ষাণ্মাসিক, গুৱাহাটী বিশ্ববিদ্যালয়

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 4, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

May 24, 2026
butterflies with window in background

পখিলাবোৰ কুশলে থাকক

May 23, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33992 shares
    Share 13596 Tweet 8498
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15167 shares
    Share 6067 Tweet 3792
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    532 shares
    Share 213 Tweet 133
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3801 shares
    Share 1520 Tweet 950
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d