• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, January 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

বুদ্ধিজীৱীৰ নিৰপেক্ষতাইহে সমাজৰ বিকাশ সাধে

গৌতম শৰ্মা

by Anjan Sarma
April 30, 2023
in Opinion
Reading Time: 2 mins read
0
বুদ্ধিজীৱীৰ নিৰপেক্ষতাইহে সমাজৰ বিকাশ সাধে
Share on FacebookShare on TwitterShare on LinkedIn

বুদ্ধিজীৱীৰ নিৰপেক্ষতাইহে সমাজৰ বিকাশ সাধে

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

কিমান দিনলৈ এই বৌদ্ধিক দাসত্ব!

জাতিৰ জটিল সন্ধিক্ষণত লেখক, বুদ্ধিজীৱী, শিল্পী, সাহিত্যিকসকল একত্ৰিত, নিৰপেক্ষ হ’ব নোৱাৰাটো বহু লজ্জাজনক।

ব্যক্তি স্বাৰ্থতকৈ সমাজ, দেশ আগত; সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলে কথাষাৰ কোনদিনা হৃদয়ংগম কৰিব! নীতি-আদৰ্শহীন ধৰ্ম আৰু ৰাজনীতিৰ স্বজন, তোষণ, ষড়যন্ত্ৰৰ পৰা সকলোৱে নিজৰ ব্যক্তি সত্বাক মুক্ত কৰাৰ সময় এয়া।
           

RelatedPosts

selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026

ব্যক্তি স্বাৰ্থতকৈ সামূহিক স্বাৰ্থ বহুত ওপৰত। কোনো লেখক, বুদ্ধিজীৱী, শিল্পী, সাহিত্যক তথা সমাজৰ নেতৃস্থানীয় ব্যক্তিসকল যেতিয়া কোনো ধৰ্মীয়, ৰাজনীতি তথা ব্যক্তিৰ নীতি, আদৰ্শ, মতাদৰ্শৰ সপক্ষে বা বিপক্ষে হয় তেতিয়াই সমাজে, দেশে আশা কৰা দৰে একো তেখেতসকলৰ পৰা নাপায়।

বহুসময়ত আকৌ এইসকল ব্যক্তিৰ ভুৱা, অদূৰদৰ্শী তথা উদ্দেশ্যপ্ৰণোদিত নেতৃত্বই বহু সমাজত, বহু ৰাষ্ট্ৰত অভাৱনীয় পৰিৱেশসমূহৰ সৃষ্টি কৰোৱাই ব্যক্তিক, সমাজ জীৱনক বহু বিপথে পৰিচালিত কৰাই। যিটো দুৰ্ভাগ্যজনক পৰিৱেশ সম্প্ৰতি এইখন অসমতেই আমি আজি বহু স্পষ্টকৈ দেখিবলৈ পাইছোঁ।
             

বুদ্ধিজীৱী তেখেতক কোৱা হয় যিয়ে নিজৰ জীৱনজোৰা জ্ঞানৰ বুদ্ধিক বৃত্তি হিচাপে লৈ সমাজক পোহৰৰ দিশে আগবঢ়াই লৈ যায়; বুদ্ধিজীৱী তেখেতক কোৱা হয় যিয়ে জাতিৰ জটিল সন্ধিক্ষণত, সমাজৰ বিপদৰ সময়ত নিজৰ সুস্থ, সুন্দৰ আৰু সবল চিন্তাই জনতাক, সমাজক, দেশখনক সুপথে পৰিচালিত কৰাৰ স্বাৰ্থত নিজৰ সকলো ন্যস্ত স্বাৰ্থ পৰিহাৰ কৰি সকলোকে প্ৰভাৱিত আৰু একত্ৰিত কৰে।

কিন্তু, যিসকল লোকে, যিখন সমাজে এইসকল ব্যক্তিক সমাজত আগস্থান দিয়ে সেইসকল ব্যক্তি আৰু সমাজৰ বিপদৰ সময়ত তেওঁলোকক চিনি নাপায়, একো গুৰুত্ব নিদিয়ে তেনেজন ব্যক্তি কেতিয়াও বুদ্ধিজীৱী হ’ব নোৱাৰে। কোনোবাই তেখেতসকলক বুদ্ধিজীৱী বুলি ক’লেও সেই বিভূষণৰ গৰাকী প্ৰকৃতপক্ষে তেখেত নহয়, এককথাত হ’বই নোৱাৰে।
         

বুদ্ধিজীৱীৰ নিৰপেক্ষতাইহে সমাজৰ বিকাশ সাধে
Image: swarajyamag.com

সাম্প্ৰতিক সময়ৰ জটিল প্ৰেক্ষাপটত ভাঙোনমুখী সমাজখনক, ৰাজ্য তথা দেশখনত ঐক্য, সম্প্ৰীতিৰ এডাল সুদৃঢ় এনাজৰী গঢ়ি তোলাৰ ক্ষেত্ৰত এই লেখক, বুদ্ধিজীৱী, শিল্পী, সাহিত্যিকসকলৰ বহু কৰণীয় আছে।

তেখেতসকলৰ দ্বাৰা প্ৰয়োজন হৈছে আজি দুষ্কাৰ্যক প্ৰতিবাদ কৰাৰ। কিয়নো সমাজৰ আগশাৰীৰ ব্যক্তি বুলি ভবা প্ৰত্যেকজন এনে বিশেষ গুণবিশিষ্ট লোকৰে প্ৰতিখন সমাজতে যুগে যুগে সৃষ্টি কৰি আহিছে এনে এখন উমৈহতীয়া মঞ্চ; যিখন মঞ্চৰ যোগেদি তেখেতসকল প্ৰত্যেকেই তেখেতসকলৰ নীতি, আদর্শৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিছে বহুজনক।

সেয়েহে সমাজৰ এইচাম প্ৰভাৱশালী লোকে আজি কেতবোৰ সৎ, সময়োপযোগী বলিষ্ঠ চিন্তাই তেখেতসকলৰ শুভাকাংশী তথা সৰ্বসাধাৰণক আচল পথসমূহ দেখুৱাৰ বিশেষ সময় আহি পৰিছে।

আৰু ইয়াৰ বাবে পোনপ্ৰথমে প্ৰয়োজন হ’ব আমি আগেয়ে উল্লেখ কৰি অহাৰ দৰে লেখক, বুদ্ধিজীৱী, শিল্পী, সাহিত্যিক আদি সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলৰ একত্ৰিতকৰণ আৰু নিৰপেক্ষ নীতি অৱলম্বন। তেতিয়াহে সমাজৰ বিকাশ সাধন হ’ব।

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০-০০২০০)

Headline Image: thevoiceslu.com

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

selective focus photography of magazines
Special Report

Ignorance is the real drug!

by Chinmoyee Deka
January 18, 2026
0

Ignorance is the real drug Chinmoyee Deka Journalism and Mass Media is considered as the fourth pillar of democracy, which...

Read moreDetails
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
Beware of a unipolar world

Beware of a unipolar world

January 14, 2026
Congressman Fine Introduces Greenland Annexation and Statehood Act !

Congressman Fine Introduces Greenland Annexation and Statehood Act !

January 14, 2026
In an attempt to search for the root of the human tragedy, we find that….

In an attempt to search for the root of the human tragedy, we find that….

January 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d