• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, April 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত…

বুলন কুমাৰ শ‌ইকীয়া

by Biramaditya Dutta Kakoty
November 29, 2024
in Inspiration, Journalism, News, Opinion, Remembrance
Reading Time: 4 mins read
0
red chair on brown wooden floor

Photo by Jan van der Wolf on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত…

বিক্ৰমাদিত্য দত্ত কাকতি 

Bikramaditya Dutta Kakoty
বিক্ৰমাদিত্য দত্ত কাকতি 

কাহিনীবোৰ এদিন শেষ হ’ব লাগিব। আমি ভাল পাওঁ বা বেয়া, কাহিনীবোৰ এদিন শেষ হ’ব লাগিব। 

আৰু এদিন কাহিনীবোৰৰ অন্ত পৰে। 

সকলোবোৰ কাহিনীৰে একোটা দৈৰ্ঘ থাকে।

এই যে আপুনি ৰেল ষ্টেচনত ট্ৰেইন এখন ধৰি ডবা এটাত বহিল। তাত লগ পালে সহযাত্ৰী। আপুনি নিজৰ গন্তব্যস্থল নোপোৱালৈকে প্ৰতিটো ষ্টেচনত যাত্ৰী উঠিল আৰু নামিল।

আৰু যিমান সময় একোগৰাকী যাত্ৰীৰ লগত আপুনি অতিবাহিত কৰিলে, সিমান সময় থাকিল সেইটো কাহিনী। ৱেলেছ ষ্টেইগনাৰে (Wallace Staegner) আমাৰ প্ৰতিজনকে প্ৰতিগৰাকীৰ পৰিণতি বুলি কৈ গৈছে। 

বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত...
Photo by Adrien Olichon
অৰ্থাৎ আপোনাক ম‌ই লগ পালো বা নেপালো, আপোনাৰ লগত মোৰ এটা কাহিনী আছিল। ষ্টৈইগনাৰৰ মতে আপোনাৰ জীৱনৰ ম‌ই আৰু আপুনি মোৰ জীৱনৰ পৰিণতি। 
বুলন কুমাৰ শ‌ইকীয়াৰ তেতিয়া এটা পৰিচয় গঢ় লৈ উঠিছিল। ২০০৮ চনৰ কথা। ম‌ই তেওঁৰ লেখাবোৰৰ লগত পৰিচয় লাভ কৰিছিলো। কাহিনীটো আমাৰ আৰম্ভ হৈ গৈছিল ২০০৮ চনত। সময় গৈ থাকিল। ২০০৮ চনৰ পৰা ২০১৩ চন পালেগৈ । ম‌ই বুলন দাক জানো। তেওঁ মোক নেজানে। 
২০১৩ চনৰ শেষৰ ফালে ম‌ই তেওঁৰ লগত চিনাকি হ‌ওঁ। ইতিমধ্যে ময়ো সংবাদ জগতলৈ আহিছোঁ। তাৰ পাছত বুলন দাক বিভিন্ন দিনত লগ পোৱা হ’লো। প্ৰচুৰ গ্ৰন্থ অধ্যয়নৰ লগতে বুলন দাৰ আছিল এটা প্ৰতিষ্ঠানবিধোৰী স্থিতি। শাসক পক্ষ যি দলৰে নহ‌ওক কিয়, বুলন দাই তীক্ষ্ণ দৃষ্টিৰে যদিহে অনিয়ম দেখে তাৰ সমালোচনা কৰে। 
সশস্ত্ৰ সংগ্ৰামৰ ওপৰত, গণতান্ত্ৰিক আন্দোলনৰ ওপৰত, অসমৰ সম্পদ ৰক্ষাৰ ক্ষেত্ৰত বুলন দাৰ একোটা দৃষ্টিভংগী আছিল। 
পাচলৈ ব্যৱসায়ত বেছি মনোনিবেশ কৰিলোঁ। সংবাদ দাতা হিচাপে মোৰ যি অলপ সক্ৰিয়তা আছিল সেয়া কমি আহিল। মাথো মাজে মাজে টুকুৰা টুকুৰ বাতৰিটোৰ কৰোঁ।
বুলন দাই কিছু দিন এটা পৰ্টেলত নেতৃত্ব বহন কৰি সংবাদ সেৱাৰ বাবে আগবাঢ়ি আহি মালিক পক্ষৰ দুৰ্বল স্থিতিৰ বাবে আঁতৰি আহিব লগা হ’ল। তাৰ পাছতে তেওঁ আৰম্ভ কৰিছিল গ্ৰাউণ্ড নিউজৰ।
লগত দেৱজিৎ দা, কল্পদীপ, বিদ্যুৎ, দীপ জ্যোতি,মিনহাজহত আছিলেই প্ৰতিবাৰৰ দৰে।
মোৰ ওপৰতো এই পৰ্টেলতে কেইটামান কামৰ দায়িত্ব দিছিল বুলন দাই। তাৰ পাছত এদিন হৎঠাতে বুলন দা বেমাৰত আক্ৰান্ত হ’ল। জটিল যকৃতৰ ৰোগ ধৰা পৰিছিল তেওঁৰ।
গ্ৰাউণ্ড নিউজৰ যাত্ৰা সিমানতে ৰুদ্ধ হ’ল। 
বুলন দাৰ বাবে কি কি কৰিব পাৰিলো, নক‌ওঁ আজি। ৰুগীয়া দেহাৰে কৰা বুলন দাৰ আৰাকান ইণ্টেলৰ সহযোগী প্ৰকাশকৰ দায়িত্ব ল’লো। জন্ম হ’ল আৰাকান ইণ্টেলৰ। জন্ম পালে ঐকতান প্ৰকাশক গোষ্ঠীয়ে।
আৰাকান ইণ্টেলৰ দ্বিতীয় খণ্ডটোৰ পৰিকল্পনা চলিছিল। অসমৰ অগ্নিময় এচোৱা সময়ৰ দলিল চি ইন চিৰ প্ৰকাশৰ বাবে খোজ আগবঢ়োৱাৰ সিদ্ধান্ত হৈছিল। ছেইকজীন চাইৱামৰ (কাম কৰি থকা আন এখন উপন্যাস) ক্ষেত্ৰত কিছু চিন্তা নতুনকৈ কৰিবলৈ অনুৰোধ কৰিছিলো।
এইখন উপন্যাসৰ কাম বহু খিনি হৈ থকাৰ পাছতো তেওঁ আগবঢ়া নাছিল।
বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত...
বুলন দাৰ শ্লেষসমূহৰ বহু গুণ গ্ৰাহী আছিল অসম জুৰি। তেওঁৰ কলমৰ অন্তত এখন চেটায়াৰ প্ৰকাশ হ’ব । এই পৰিকল্পনা আছিল। 
বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত...
যকৃৎ সংৰোপনৰ পাছত তেওঁৰ ব্ৰাণ্ড ‘স্বাদ অসম‘ক সম্প্ৰসাৰিত কৰাৰ এটা প্ৰস্তাৱ আছিল। এখন সুপৰিকল্পিত আউটলেট কৰাৰ কথাবোৰ বহু বাৰ পাতিছিলো।

আমাৰ‌ কাহিনীটো এনেকৈ আগবাঢ়ি গৈ আছিল।

বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত...

২৩ নৱেম্বৰৰ পৰা তিনিটা দিন গুৱাহাটীত আছিলোঁ।

RelatedPosts

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026
UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

April 11, 2026

নৰ্থ ইষ্ট ইণ্ডিজেনাচ পিপলচ ফ’ৰামৰ সভাপতি অনুপ চেতিয়া চাৰৰ লগত , খিলঞ্জীয়া অসমৰ সভাপতি মৃণাল হাজৰিকা দাৰ লগত গুৱাহাটীতো কথা পাতিছিলো।

বুলন দাৰ চিকিৎসা ব্যয় সম্পৰ্কে উদ্বিগ্ন আছিল। কৰণী‌য় খিনি কৰাৰ কথা কৈছিল। 

কাৰ কাৰ কথা লিখিম? 

বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী মুনীন বায়ন দা, বিশিষ্ট কবি নীলকান্ত শ‌ইকীয়া, গুৱাহাটীস্হ সাংবাদিক ধীৰুমণি গগৈ, বিশিষ্ট চিকিৎসক ডাঃ মনপ্ৰতিভ বৰুৱা, দুলীয়াজানৰ ৰঞ্জন মহন্ত ,নাম প্ৰকাশত অনিচ্ছুক আমাৰ কেইবাগৰাকীও বন্ধু সুহৃদ।

সকলোৰে মুখত এটাই কথা বুলন শ‌ইকীয়াৰ যকৃৎ সংৰোপনৰ ক্ষেত্ৰত সোনকালে আগবাঢ়িব লাগে। 

বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত...
https://wp.me/p8cDQ4-e0F

 গুৱাহাটীত থাকোতেই বুলন দাক এই সম্পৰ্কে কৈছিলো। কৈছিলো গ্ৰাউণ্ড নিউজ আকৌ আৰম্ভ কৰাৰ মোৰ ইচ্ছাটোৰ কথা। 

বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত...

কালি গুৱাহাটীৰ পৰা বুলন দাৰ শুভাকাংক্ষী ধীৰুমণিদাই মোৰ লগত পৰৱৰ্তী দিনত বুলন দাৰ কাৰণে উপন্যাসখনৰ প্ৰকাশৰ ক্ষেত্ৰত, তেওঁৰ যকৃতৰ চিকিৎসাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িছো বুজ লৈছিল। 

বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত...

কথা আছিল, চাৰি পাঁচ গৰাকী সুহৃদক লৈ বুলন দাৰ বাবে মানুহৰ ওচৰত আবেদন জনাম। ৩৫ – ৪০ লক্ষ টকা‌ আপোচহীন মানুহজনৰ বাবে অসমৰ ৰাইজে দিব। এই প্ৰত্যয় আমাৰ আছিল। গুৱাহাটীৰ পৰা গৈয়েই আমি এই দিশত অগ্ৰসৰ হ’ম। এনে পৰিকল্পনা আছিল। 

গুৱাহাটী যাওতে মনোৰম গগৈদাৰ থলগিৰি ত সোমাই ভাত এসাজ খাইছিলো। তাত তেওঁৰ ষ্টলত স্বাদ অসমৰ বিভিন্ন সামগ্ৰীবোৰ দেখিছিলো। সামগ্ৰীবোৰ ধুনীয়াকৈ সজাই থোৱা আছিল। তেওঁক উৎসাহ জনাম বুলি ফটো কেইখনমান তুলিছিলো।

বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত...
বুলন কুমাৰ শ‌ইকীয়া

এটা অদম্য ব্যক্তিত্বৰ নাম আছিল বুলন কুমাৰ শ‌ইকীয়া। Anarchist, Path Breaker, Indomitable figure- বুলন কুমাৰ শ‌ইকীয়া নিজৰ ভাষাত। 

কাহিনীটো ইমানেই আছিল জানো? 

কাহিনীটো আগবঢ়াই নিব লাগিব। 

এই কাহিনীটো আগবঢ়াই নিয়াৰ স্বাৰ্থত আপোনালোকৰ লগত কথা পাতিম। লগ বিচাৰিম।

বুলন দাক আকৌ ক’ৰবাত লগ পাম। কাহিনীটোৰ কি হ’ল গৈ কম। 

বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত…

Until Next Time, take care, Bulon Da…..

বুলন দা, পৰৱৰ্তী সময়লৈকে আমি অপেক্ষাৰত...

28-11-2024

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Biramaditya Dutta Kakoty

Biramaditya Dutta Kakoty

Related Posts

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy
Music

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

by Nilim Kashyap Barthakur
April 12, 2026
0

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy From Queen of Melody to Living Legend -The...

Read moreDetails
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026
UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

April 11, 2026
Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

April 11, 2026
Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026
AGRICULTURE : Smart solutions for high yield hydration

AGRICULTURE : Smart solutions for high yield hydration

April 12, 2026
Bright Lights, Fading Skies: The Environmental Toll of Light Pollution

Bright Lights, Fading Skies: The Environmental Toll of Light Pollution

April 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    29956 shares
    Share 11982 Tweet 7489
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12394 shares
    Share 4958 Tweet 3099
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    227 shares
    Share 91 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    133 shares
    Share 53 Tweet 33
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4260 shares
    Share 1704 Tweet 1065
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3596 shares
    Share 1438 Tweet 899
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    838 shares
    Share 335 Tweet 210
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    915 shares
    Share 366 Tweet 229
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    80 shares
    Share 32 Tweet 20
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d